Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    পাঁচ ছেপ্টেম্বৰৰ ভিতৰত নিউ হাৰাঙ্গাজাও ষ্টেচনৰ দুই নম্বৰ লাইন পুনৰ কাৰ্যক্ষম

    Dergaon:দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমিৰ দীক্ষান্ত সমাৰোহত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা

    পৃথিৱীৰ বাহিৰতো আছে প্ৰাণৰ অস্তিত্ব!

    পৃথিৱীৰ বাহিৰতো আছে প্ৰাণৰ অস্তিত্ব!

    ১,০৫০ মৃতদেহৰ চাৰি শতাংশহে চিনাক্ত

    ১,০৫০ মৃতদেহৰ চাৰি শতাংশহে চিনাক্ত

    ৰাজহুৱা দাবীক আওকাণ কৰি পুনৰ নাজিৰাখাটত টোল কৰ সংগ্ৰহ আৰম্ভ

    ইথানল প্ৰস্তুতৰ পৰিণতিত দেশত ধাৰাবাহিকভাৱে মূল্যবৃদ্ধি হৈছে কণীৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Mohan Bhagwat:বয়স ৭৫ বছৰ হ’লে নিজেই দায়িত্বৰ পৰা অব্যাহতি ল’ব লাগে

মোদীক ইংগিত দিয়েই ক'লে আৰএছএছ মুৰব্বী ভাগৱতে ?

publisher by publisher
July 11, 2025
in India, News
Reading Time: 2 mins read
0
Mohan Bhagwat:বয়স ৭৫ বছৰ হ’লে নিজেই দায়িত্বৰ পৰা অব্যাহতি ল’ব লাগে
1
SHARES
10
VIEWS
ShareShareShareShare

RelatedPosts

Free Coaching Scheme:বিনামূলীয়া ক’চিং আঁচনি ৰূপায়ণত মোদী চৰকাৰৰ ব্যর্থতা ফাদিল

সোমনাথ আৰু ভাৰতৰ অজেয় মনোবল

‘সন্ত্রাসবাদ ধ্বংসৰ সংকল্পত অটল ভাৰত’ — অপাৰেশন সিন্দূৰৰ বৰ্ষপূর্তিত সেনাক প্ৰণাম মোদীৰ

Mohan Bhagwat:

অহা ছেপ্টেম্বৰত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে ৭৫ বছৰ পূৰ্ণ কৰিব। ইয়াৰ লগে লগে তেওঁ দায়িত্বৰ পৰা অব্যাহতি ল’ব নেকি? সম্প্রতি এই চর্চাকে অধিক গতি দিলে আৰএছএছৰ মুৰব্বী মোহন ভাগৱতে। উল্লেখ্য যে মোদীয়ে পূৰ্বে ৭৫ বছৰ পূৰ্ণ কৰা ব্যক্তিক মন্ত্ৰিত্ব বা তেনে দায়িত্ব প্রদানৰ বিপক্ষে সৰৱ হৈছিল। একমাত্র বয়স বৃদ্ধিৰ বাবে বিজেপিৰ প্ৰতিষ্ঠাপক দুই নেতা লালকৃষ্ণ আদৱানী আৰু মুৰলী মনোহৰ যোশীকো অৱসৰ গ্ৰহণ কৰিবলৈ মোদীয়ে বাধ্য কৰিছিল বুলি চর্চা চলি আহিছে। সেয়েহে একে নীতি অনুসৰণ কৰি মোদীয়েও অৱসৰ গ্ৰহণ কৰিব নেকি বুলি সম্প্ৰতি পুনৰ চৰ্চা হৈছে।

ADVERTISEMENT

আনকি সংঘ পৰিবাৰৰ অভ্যন্তৰতো এনে চর্চা হোৱা বুলি একাংশ বিৰোধী দলে দাবী কৰিছে। কাৰণ কালি নাগপুৰত আৰএছএছৰ প্ৰয়াত নেতা মৰোপান্ট পিংলেৰ জীৱন আধাৰিত এখন গ্রন্থ উন্মোচনী অনুষ্ঠানত বিজেপিৰ অভিভাৱক সংগঠনটোৰ মুৰব্বী ভাগৱতে এক ইংগিতপূর্ণ মন্তব্য কৰি কয় যে বয়স ৭৫ বছৰ পূৰ্ণ হোৱাৰ লগে লগে এজন ব্যক্তিয়ে ৰাজহুৱা দায়িত্বৰ পৰা নিজেই অব্যাহতি ল’ব লাগে। অনুষ্ঠানত আৰএছএছ মুৰব্বীজনে পিংলেৰ এটা উক্তিৰ আঁত ধৰি কয়, ‘মৰোপান্টই এবাৰ কৈছিল যে যেতিয়াই ৭৫ বছৰ বয়স হয়, তেতিয়াই এজন ব্যক্তি থমকি ৰোৱা উচিত।

তাৰ মানে আপোনাৰ (ব্যক্তিজনৰ) বয়স হৈছে। আপুনি অব্যাহতি লওক। আমাক কাম কৰিবলৈ দিয়ক।’ আৰএছএছ মুৰব্বীজনৰ এই বক্তব্য প্ৰচাৰ হোৱাৰ পাছতে একাংশ বিৰোধী দলে প্রতিক্রিয়া প্রকাশ কৰিছে। শিৱসেনা (ইউবিটি)ৰ নেতা সঞ্জয় ৰাউটে দাবী কৰে যে দৰাচলতে আৰএছএছ মুৰব্বীয়ে পৰোক্ষভাবে প্রধানমন্ত্রী মোদীলৈ অৱসৰৰ বাৰ্তা প্ৰেৰণ কৰিবলৈ বিচাৰিছে। বিষয়টোক লৈ পূৰ্বৰ উদাহৰণ দি শিৱসেনা নেতা বাউটে লগতে কয়, ‘ইয়াৰ পূৰ্বে লালকৃষ্ণ আদৱানী, মুৰলী মনোহৰ যোশী, যশোৱন্ত সিংসহ ৭৫ বছৰ পূৰ্ণ কৰা বিজেপি নেতাসকলক অৱসৰ ল’বলৈ বাধ্য কৰে মোদীয়ে। এতিয়া দেখা যাওঁক তেওঁ নিজে সেই পথ অৱলম্বন কৰিব নে নকৰে?’

উল্লেখ্য যে যোৱা মাৰ্চত প্রধানমন্ত্রী মোদীয়ে নাগপুৰস্থিত আৰএছএছৰ মুখ্য কাৰ্যালয় ভ্রমণ কৰে। তেওঁৰ এই ভ্রমণক লৈ প্রতিক্রিয়া প্রকাশ কৰি ৰাউটে দাবী কৰিছিল যে প্রধানমন্ত্রীয়ে পদত্যাগ কৰিবলৈ প্ৰস্তুতি চলাইছে। প্রধানমন্ত্ৰিত্বৰ কাৰ্যকালত প্ৰথমবাৰৰ বাবে মোদীয়ে আৰএছএছৰ মুখ্য কাৰ্যালয় ভ্ৰমণ কৰাক লৈ বাউটে প্রকাশ কৰা এই প্রতিক্রিয়ায়ো চর্চা অর্জন কৰে।

অৱশ্যে তেওঁ দাবী কৰাৰ দৰে মোদীয়ে পদত্যাগ নকৰিলে। একেদৰে বিজেপিয়েও মোদীৰ পদত্যাগৰ সম্ভাৱনা অহীকাৰ কৰি আহিছে। আনকি যোৱা বছৰৰ মে’ত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে দাবী কৰে যে ৭৫ বছৰ বয়স পূৰ্ণ কৰাৰ পাছতো মোদীয়ে অৱসৰ গ্ৰহণ নকৰে। বিজেপিৰ সংবিধানত এনে নিয়ম নাই বুলিও শ্বাহে দাবী উত্থাপন কৰে। তৎসত্ত্বেও ভাগৱতে কালি কৰা এই ইংগিতসূচক মন্তব্যই বিভিন্ন স্তৰত চৰ্চা অৰ্জন কৰিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Mohan BhagwatNarendra ModiRSS
publisher

publisher

Related Posts

পাঁচ ছেপ্টেম্বৰৰ ভিতৰত নিউ হাৰাঙ্গাজাও ষ্টেচনৰ দুই নম্বৰ লাইন পুনৰ কাৰ্যক্ষম
Assam

September 2, 2026
Dergaon:দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমিৰ দীক্ষান্ত সমাৰোহত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা
Assam

Dergaon:দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমিৰ দীক্ষান্ত সমাৰোহত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা

September 2, 2026
পৃথিৱীৰ বাহিৰতো আছে প্ৰাণৰ অস্তিত্ব!
News

পৃথিৱীৰ বাহিৰতো আছে প্ৰাণৰ অস্তিত্ব!

September 2, 2026
১,০৫০ মৃতদেহৰ চাৰি শতাংশহে চিনাক্ত
International

১,০৫০ মৃতদেহৰ চাৰি শতাংশহে চিনাক্ত

September 2, 2026
ৰাজহুৱা দাবীক আওকাণ কৰি পুনৰ নাজিৰাখাটত টোল কৰ সংগ্ৰহ আৰম্ভ
Assam

ৰাজহুৱা দাবীক আওকাণ কৰি পুনৰ নাজিৰাখাটত টোল কৰ সংগ্ৰহ আৰম্ভ

September 2, 2026
ইথানল প্ৰস্তুতৰ পৰিণতিত দেশত ধাৰাবাহিকভাৱে মূল্যবৃদ্ধি হৈছে কণীৰ
India

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d