Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

    Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

Food shortages in prisons :দেউলীয়া চৰকাৰ ! ৰাজ্যৰ খাদ্যক লৈ কাৰাগাৰসমূহত হাহাকাৰ সৃষ্টিৰ আশংকা

লিত বিত্তীয় বর্ষত ৪০ কোটিৰ বিপৰীতে মাথোঁ ১০ কোটি টকাহে আবণ্টন, কাৰাগাৰ মহাপৰিদৰ্শকলৈ ওভতাই পঠিয়াইছে বিল

publisher by publisher
July 30, 2025
in News, Assam
Reading Time: 2 mins read
0
Food shortages in prisons :দেউলীয়া চৰকাৰ ! ৰাজ্যৰ খাদ্যক লৈ কাৰাগাৰসমূহত হাহাকাৰ সৃষ্টিৰ আশংকা
1
SHARES
7
VIEWS
ShareShareShareShare

Food shortages in prisons :

বিভিন্ন উৎসৰ পৰা ঋণ লৈ ৰাজ্য চলোৱা বুলি সততে সমালোচিত হৈ অহা ড: হিমন্ত বিশ্ব শৰ্মা চৰকাৰ দেউলীয়া হোৱাৰ লক্ষণ ফুটি উঠিছে। একমাত্র ধনৰ অভাৱৰ বাবে ৰাজ্যৰ কাৰাগাৰসমূহত অচিৰে হাহাকাৰ সৃষ্টিৰ আশংকা প্ৰবল হৈছে। অভিযোগ অনুসৰি, কাৰাগাৰসমূহত কয়দীসকলৰ বাবে খাদ্য যোগান ধৰা ঠিকাদাৰসকলে ২০১৮ৰ পৰাই প্রাপ্য বিলৰ ধন লাভ কৰা নাই।

ADVERTISEMENT

ফলত এই ঠিকাদাৰসকলে পাবলগীয়া ধনৰ পৰিমাণে পাহাৰ সদৃশ ৰূপ ধাৰণ কৰিছে। শেহতীয়াকৈ পোহৰলৈ অহা মতে, ২০১৮ৰ পৰা বিগত সাত বছৰত কাৰাগাৰসমূহত খাদ্য যোগান ধৰা ঠিকাদাৰসকলে চৰকাৰৰ পৰা কমেও ৯০ কোটি টকা পাবলৈ বাকী আছে। গতিকে অহা পহিলা আগষ্টৰ পৰা কাৰাগাৰসমূহৰ বন্দীসকলৰ বাবে খাদ্য যোগান নধৰাৰ হুংকাৰ দিছে ঠিকাদাৰসকলে।

RelatedPosts

SLC Scheme:কৰ্মচাৰীসকলৰ বাবে আৰম্ভ Employee Salary-Linked Credit Scheme

Guwahati:ৰাজ্যত অষ্টম দৰমহা আয়োগ গঠন সন্দৰ্ভত সদৌ অসম কৰ্মচাৰী পৰিষদৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা

SHe Box: ৰাজ্য চৰকাৰৰ প্ৰতিটো বিভাগত মহিলা কৰ্মচাৰীৰ বাবে বিশেষ ব্যৱস্থা চৰকাৰৰ

অর্থাৎ আগন্তুক দুদিনৰ ভিতৰত এই সমস্যা সমাধান নহ’লে কাৰাগাৰসমূহত হাহাকাৰ পৰিৱেশ সৃষ্টিৰ আশংকা প্রকট হৈছে। সূত্রই জনোৱা মতে, নলবাৰী জিলাৰ কেন্দ্ৰীয় কাৰাগাৰসহ ৰাজ্যৰ ৩১ খন কাৰাগাৰৰ বিপৰীতে চৰকাৰে বাতৰি লিখা পর্যন্ত ঠিকাদাৰক কমেও ৯০ কোটি টকা মুকলি কৰি দিয়া নাই। ইয়াৰে ৫০ কোটি টকাৰ বিল ইতিমধ্যে খাদ্য যোগনীয়াৰসকলে সংশ্লিষ্ট বিভাগক দাখিল কৰিছে।

বিভাগীয় যুটীয়া সচিব ডি কে বোদ্ধাই এই ক্ষেত্রত বিধি পথালি দিয়া বুলি একাংশ ঠিকাদাৰে অভিযোগ উত্থাপন কৰিছে। আন এক অভিযোগ অনুসৰি বিভাগীয় কর্তৃপক্ষই নীতি-নিয়ম অনুসৰি, বিল প্রস্তুত নকৰাৰ বাবে বাকী ৪০ কোটি টকাৰ বাবে ঠিকাদাৰসকলে বিলেই দাখিল কৰিব পৰা নাই।

সূত্রই জনোৱা মতে, ৰাজ্যৰ আটাইকেইখন কাৰাগাৰৰ খাদ্য যোগানৰ বাবদ ৪০ কোটি টকাৰ প্ৰয়োজন হয় যদিও চলিত ২০২৫-২৬ বিত্তীয় বৰ্ষত চৰকাৰে মাথোঁ ১০ কোটি টকাহে আবণ্টন দিছে। ইয়াৰে ছয় কোটি টকাৰ বিল ঠিকাদাৰসকলে দাখিল কৰিছে যদিও এই বিলসমূহ কাৰাগাৰ মহা-পৰিদৰ্শকলৈ ওভতাই পঠোৱা হৈছে বুলি সূত্রই জনায়।

কাজেই খাদ্য যোগানদাতা ঠিকাদাৰসকলে মূৰে-কপালে হাত দিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছে। এনেদৰে প্ৰাপ্য ধনৰ পৰা বঞ্চিত হোৱাৰ ক্ষোভত ঠিকাদাৰসকলে অহা পহিলা আগষ্টৰ পৰা কাৰাগাৰসমূহৰ কয়দীসকলৰ বাবে খাদ্য যোগান নধৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে। ইতিমধ্যে এই কথা বিভাগীয় কর্তৃপক্ষক লিখিতভাৱে অৱগত কৰা হৈছে বুলি সূত্রই জনায়।

আনহাতে, খাদ্য যোগানকাৰী ঠিকাদাৰসকলৰ সন্থাই অভিযোগ কৰা অনুসৰি, জিলা কাৰাগাৰ তথা কেন্দ্ৰীয় কাৰাগাৰসমূহৰ পৰা বিভিন্ন পদ্ধতিৰ মাজেৰে কাৰাগাৰ মহাপৰিদৰ্শকলৈ যোৱা বিলসমূহ তেওঁৰ কাৰ্যালয়ত পৰি থকাৰ ফলত বছৰৰ পাছত বছৰ ধৰি খাদ্য যোগানধাৰীসকলে বিলৰ ধন নাপায়। গতিকে এই ক্ষেত্ৰত কাৰাগাৰ মহাপৰিদৰ্শকৰ লগতে বিভাগীয় কর্তৃপক্ষৰ ভূমিকাও সন্দেহজনক বুলি সন্থাই মন্তব্য কৰিছে।

সন্থাই প্রকাশ কৰা অনুসৰি কয়দীসকলক খাদ্য-সামগ্রী চাৰিটা গ্ৰুপৰ ভিত্তিত যোগান ধৰা হয়। ইয়াৰে ‘এ’ গ্রুপত চাউল, দাইল, গেছ আদি থাকে। আনহাতে, ‘বি’ গ্রুপত চাহ, চেনি, গাখীৰ, বিস্কুট আদি যোগান ধৰা হয়। তৃতীয়টো তথা ‘চি’ গ্রুপত কেঁচা শাক-পাচলি আৰু ‘ডি’ গ্ৰুপত মাছ-মাংস, কণী আদি যোগান ধৰে ঠিকাদাৰসকলে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Assam GovtAssam jailFood shortagesprisons
publisher

publisher

Related Posts

সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক
News

April 23, 2026
ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন
News

ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

April 23, 2026
পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!
India

পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

April 23, 2026
৩০ বছৰ বয়সতে সকলো শেষ ! 
News

৩০ বছৰ বয়সতে সকলো শেষ ! 

April 23, 2026
Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ
News

Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

April 23, 2026
Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক
News

Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

April 23, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d