Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 

    Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

    Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

    ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

    Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

    উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

অৱশেষত সত্য প্রমাণিত হ’ল বিৰোধীৰ আশংকা!

খচৰাতে ৬৫ লক্ষাধিকৰ নাম কৰ্তন

publisher by publisher
August 2, 2025
in India, News
Reading Time: 1 min read
0
অৱশেষত সত্য প্রমাণিত হ’ল বিৰোধীৰ আশংকা!
1
SHARES
10
VIEWS
ShareShareShareShare

Bihar election: ✒️বিৰোধী শিবিৰে আশংকা কৰাৰ দৰেই দেশৰ নিৰ্বাচন আয়োগে এক বিতর্কিত পুনৰীক্ষণ ব্যৱস্থাৰ জৰিয়তে প্ৰস্তুত কৰা আগন্তুক বিহাৰ বিধানসভা নিৰ্বাচনৰ খচৰা ভোটাৰ তালিকাৰ পৰা ৬৫ লক্ষাধিক ভোটাৰৰ নাম বাদ পৰিল।

ADVERTISEMENT

এইবাৰ ৰাজ্যখনত আয়োগে ভোটাৰ তালিকাৰ এক বিশেষ গভীৰ পুনৰীক্ষণ (এছআইআৰ) ৰ ব্যৱস্থা কৰে। এই পুনৰীক্ষণ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা খচৰা ভোটাৰ তালিকা শুকুৰবাৰে আয়োগে ৰাজহুৱা কৰে।

RelatedPosts

কাটিহাৰৰ ভয়ংকৰ পথ দুৰ্ঘটনাত নিহতসকলৰ পৰিয়ালক দুই লাখ টকাৰ এককালীন সাহায্য ঘোষণা প্ৰধানমন্ত্ৰীৰ

Assam Assembly Election:এটা পর্যায়ত নির্বাচন অনুষ্ঠিত হোৱাৰ সুযোগত বিহাৰ-পশ্চিমবংগৰ পৰা ২৬শ বাহন আমদানি

Guwahati:মহানগৰীত বিহাৰৰ কুখ্যাত ডকাইত দল আৰক্ষীৰ জালত

এই খচৰা ভোটাৰ তালিকাত দেখা গৈছে যে ৬৫ লক্ষাধিক ভোটাৰৰ তালিকাত নাম অন্তর্ভুক্ত হোৱা নাই। ফলত এই খচৰা ভোটাৰ তালিকাত মুঠ ভোটাৰৰ সংখ্যা বৰ্তমানৰ ৭.৯ কোটিৰ পৰা ৭.২৪ কোটিলৈ হ্রাস পাইছে। এই খচৰা ভোটাৰ তালিকাৰ পৰা সর্বাধিক ৩.৯৫ লাখ ভোটাৰ বাদ পৰিছে ৰাজ্যখনৰ ৰাজধানী পাটনাত।

পাটনাৰ পাছতে মধুবানীত ৩.৫২ লাখ, পূব চম্পাৰনত ৩.১৬ লাখ আৰু গোপালগঞ্জত ৩.১০ লাখ ভোটাৰৰ নাম খচৰা ভোটাৰ তালিকাত অন্তর্ভুক্ত হোৱা নাই। এই খচৰা ভোটাৰ তালিকাক লৈ ইতিমধ্যে সৰৱ হৈ উঠিছে কংগ্ৰেছ আৰু ৰাষ্ট্ৰীয় জনতা দল (আৰজেডি) সহ একাংশ বিৰোধী দল। উল্লেখ্য যে নির্বাচন আয়োগে ভোটাৰ তালিকাৰ গভীৰ পুনৰীক্ষণ কৰিবলৈ লোৱাৰে পৰা বিৰোধী শিবিৰে অভিযোগ উত্থাপন কৰি আহিছে যে নির্বাচন আয়োগে শাসকীয় এনডিএক আগন্তুক বিধানসভা নির্বাচনত সহায় কৰাৰ উদ্দেশ্যে ভোটাৰ তালিকাৰ এই অভূতপূর্ব পুনৰীক্ষণৰ ব্যৱস্থা কৰিছে।

ভোটাৰ তালিকাৰ এই গভীৰ পুনৰীক্ষণৰ জৰিয়তে আয়োগে ৰাজ্যখনৰ প্ৰতিটো সমষ্টিৰ পৰা ৩৫-৩৬ হেজাৰকৈ ভোটাৰৰ ভোটাধিকাৰ হৰণৰ লক্ষ্য লোৱা বুলিও বিৰোধী শিবিৰ সৰৱ হৈ আছে। এনে অৱস্থাতে আজি আয়োগে খচৰা ভোটাৰ তালিকা ৰাজহুৱা কৰে।

অৱশ্যে আয়োগে দাবী কৰিছে যে ৰাজ্যখনৰ ভোটাৰ তালিকাত ২২.৩৪ লাখ মৃত ভোটাৰৰো নাম অন্তর্ভুক্ত হৈ আছে। একেদৰে ভোটাৰ তালিকাত নাম অন্তর্ভুক্ত হৈ থকা ৩৬.২৮ লাখ লোকে স্থায়ীভাৱে বসবাসৰ উদ্দেশ্যে ৰাজ্যৰ বাহিৰলৈ গুচি গৈছে বুলি আয়োগে দাবী কৰিছে।

আন ৭.০১ লাখ ভোটাৰৰ নাম একাধিক স্থানৰ ভোটাৰ তালিকাত আছে বুলি আয়োগে দাবী কৰি আহিছে। অৱশ্যে আয়োগৰ এনে তথ্যক ভোটাৰৰ নাম কৰ্তনৰ অজুহাত বুলিহে আখ্যা দিছে বিৰোধী শিবিৰে।

আনহাতে, কালি আয়োগে প্ৰকাশ কৰা অনুসৰি এই খচৰা ভোটাৰ তালিকাক লৈ দাবী আৰু আপত্তি দৰ্শোৱাৰ সুবিধা ভোটাৰৰ বাবে মুকলি কৰা হ’ব। ভুলবশতঃ কোনো ভোটাৰৰ নাম খচৰা তালিকাৰ পৰা যদি বাদ পৰিছে তেন্তে তেনে ভোটাৰে অহা পহিলা ছেপ্টেম্বৰলৈ আয়োগৰ ওচৰত দাবী-আপত্তি দর্শাব পাৰিব।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: BiharElectionElection Commissioner
publisher

publisher

Related Posts

উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 
News

April 28, 2026
Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন
News

Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

April 28, 2026
Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
News

Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

April 28, 2026
ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
India

ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

April 28, 2026
Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি
News

Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

April 28, 2026
উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ
India

উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

April 28, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d