Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !

    Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী

    Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !

    Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ

    AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা

    Heroin Seized:ড্ৰাগছৰ বিৰুদ্ধে পাণবাৰী আৰু বিজনী আৰক্ষীৰ বৃহৎ সফলতা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Mid-Day Meal:বিদ্যালয়ত উপস্থিত আৰু মধ্যাহ্ন ভোজন গ্ৰহণ কৰা শিক্ষাৰ্থীৰ সংখ্যাৰ অমিল

সমগ্ৰ শিক্ষাৰ পৰ্যালোচনা বৈঠকত জিলা বিষয়াবৰ্গক কঠোৰ নিৰ্দেশ মিছন সঞ্চালকৰ

publisher by publisher
August 2, 2025
in Assam, News
Reading Time: 2 mins read
0
Mid-Day Meal:বিদ্যালয়ত উপস্থিত আৰু মধ্যাহ্ন ভোজন গ্ৰহণ কৰা শিক্ষাৰ্থীৰ সংখ্যাৰ অমিল
2
SHARES
21
VIEWS
ShareShareShareShare

Mid-Day Meal:

ৰাজ্যৰ প্ৰাথমিক বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ উপস্থিতি আৰু মধ্যাহ্ন ভোজনক লৈ বৃহৎ অনিয়মৰ তথ্য পোহৰলৈ আহিছে। এখন বিদ্যালয়ৰ শ্ৰেণীত এদিনত যিমান সংখ্যক ছাত্র-ছাত্রী উপস্থিত থাকে, মধ্যাহ্ন ভোজন ব্যৱস্থা সিমান সংখ্যকৰে হ’ব লাগে।

ADVERTISEMENT

কেতিয়াবা মধ্যাহ্ন ভোজন গ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা দুই-এজন কম হ’ব পাৰে। দুই-এক ছাত্র-ছাত্রীয়ে কোনো কাৰণত কোনোবা দিনা মধ্যাহ্ন ভোজন গ্ৰহণ নকৰাটো স্বাভাৱিক কথা। ইয়াৰ বিপৰীতে একাংশ বিদ্যালয়ত উপস্থিত থকা ছাত্র-ছাত্ৰীৰ বিপৰীতে মধ্যাহ্ন ভোজন গ্রহণ কৰা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা অধিক হোৱা আৰু কেতিয়াবা চকুত লগাকৈ কম হোৱাৰ তথ্য উন্মোচিত হৈছে।

RelatedPosts

Himanta Viswa Sarma:এইদৰে চলে নেকি? অলপ বিভাগটো ঠিক কৰক

Andhra Pradesh : মিড-ডে মিলৰ খাদ্য খায় অসুস্থ ২৫ জন শিক্ষাৰ্থী !

বকো হাইস্কুলৰ প্ৰধান শিক্ষকৰ বিৰুদ্ধে মধ্যাহ্ন ভোজনৰ পাঁচ লাখ ৭০ হেজাৰ ধন আত্মসাৎ কৰাৰ অভিযোগ

ফলস্বৰূপে বিষয়টো মুখ্যমন্ত্রী ড: হিমন্ত বিশ্ব শৰ্মায়ো পৰ্যবেক্ষণ কৰিছে। উল্লেখ্য যে ৰাজ্যৰ শিক্ষা বিভাগত অদৃশ্য ছাত্র-ছাত্রী আৰু মধ্যাহ্ন ভোজনক লৈ দীর্ঘদিনৰ পৰা বিয়াগোম অনিয়ম সংঘটিত হৈ আহিছে। এই অনিয়ম প্ৰতিৰোধৰ অন্যতম উপায় হিচাপে শিক্ষা সেতু এপ ব্যৱহাৰ কৰা হৈছে। তৎসত্ত্বেও ৰাজ্যৰ এক বৃহৎ সংখ্যক বিদ্যালয়ত উপস্থিত থকা ছাত্ৰ-ছাত্ৰী আৰু মধ্যাহ্ন ভোজন গ্ৰহণ কৰা শিক্ষাৰ্থীৰ সংখ্যাৰ মাজত বৃহৎ গড়মিল ধৰা পৰাটো উদ্বেগৰ বিষয় হৈ পৰিছে।

উল্লেখ্য যে কালি সমগ্র শিক্ষা অসমৰ মিছন সঞ্চালক ড: ওম প্রকাশৰ অধ্যক্ষতাত এখন পর্যালোচনা সভা অনুষ্ঠিত হয়। সকলো জিলাৰ বিদ্যালয় পৰিদৰ্শক, জিলা প্রাথমিক শিক্ষা বিষয়া, খণ্ড প্রাথমিক শিক্ষা বিষয়া আদিৰ অংশগ্ৰহণৰে অনুষ্ঠিত এই পর্যালোচনা সভাত আন বিষয়াৰ লগতে ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিৰ সংখ্যাৰ লগত মধ্যাহ্ন ভোজন গ্ৰহণ কৰা শিক্ষাৰ্থীৰ সংখ্যাত বৃহৎ অমিলৰ বিষয়টো আলোচনা কৰা হয়।

প্ৰথমবাৰৰ বাবে বিষয়টো কালি আলোচনা কৰাৰ পাছত জিলাসমূহৰ বিষয়াসকলক তৎকালে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়া হয়। উপস্থিতি আৰু মধ্যাহ্ন ভোজন গ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা সমান হ’বই লাগিব বুলি মিছন সঞ্চালকজনে জিলাবোৰক জনাই দিয়ে। শিক্ষা বিভাগৰ সূত্ৰই সদৰী কৰা অনুসৰি, অধিকাংশ জিলাতে এনে অমিলৰ ঘটনা সংঘটিত হৈছে।

এদিন-দুদিন নহয়, ধাৰাবাহিকভাৱে এনে ঘটনা সংঘটিত হৈছে। অথচ এনে হোৱাটো সম্ভৱ নহয়। শিক্ষা সেতু এপৰ জৰিয়তে যিহেতু সকলো বিষয়া নিয়ন্ত্রিত হয়, তেনে ক্ষেত্ৰত এই ধৰণৰ অমিল গুৰুতৰ হিচাপে গণ্য কৰা হৈছে। এই গড়মিল কিহৰ বাবে হৈছে, তাৰ অনুসন্ধান কৰিবলৈয়ো জিলা পৰ্যায়ৰ বিষয়াসকলক নির্দেশ দিয়া হৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Mid Day MealMission Director Dr.Om PrakashSamagra Shiksha AbhijanSpl Order
publisher

publisher

Related Posts

Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !
National

March 10, 2026
Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী
News

Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী

March 10, 2026
Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !
National

Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !

March 10, 2026
Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ
News

Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ

March 10, 2026
AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা
News

AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা

March 10, 2026
Heroin Seized:ড্ৰাগছৰ বিৰুদ্ধে পাণবাৰী আৰু বিজনী আৰক্ষীৰ বৃহৎ সফলতা
Crime

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d