Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    নেপালত প্ৰকৃতিৰ ৰুদ্ৰমূৰ্তি, ধাৰাসাৰ বৰষুণ-ভূমিস্খলনত ৭২ ঘণ্টাত প্ৰায় ১৪ জনৰ মৃত্যু

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই

    মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

    মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

    জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

    জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

    নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Himanta Viswa Sarma:এইদৰে চলে নেকি? অলপ বিভাগটো ঠিক কৰক

আদর্শ বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ দৰমহাত বিলম্ব কিয় ?: মন্ত্রী পেগুক প্রশ্ন মুখ্যমন্ত্ৰীৰ

publisher by publisher
July 11, 2025
in Assam, News
Reading Time: 1 min read
0
Himanta Viswa Sarma:এইদৰে চলে নেকি? অলপ বিভাগটো ঠিক কৰক
1
SHARES
6
VIEWS
ShareShareShareShare

RelatedPosts

Cm Himanta Viswa Sarma:১২মে’ত অসমত এনডিএ চৰকাৰৰ শপত গ্ৰহণৰ ইংগিত মুখ্যমন্ত্ৰীৰ

Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

Akhil Gogoi’s open letter:মুখ্যমন্ত্রীৰ আক্রমণৰ প্ৰত্যুত্তৰ দি ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ মুকলি পত্ৰ

Himanta Viswa Sarma:

‘ক’ত কাম কৰে আপুনি?’ হাতত ম’বাইল ফোন লৈ থকা প্রধান শিক্ষকজনক প্রচণ্ড ধমক দিলে মুখ্যমন্ত্রী মক দি মুখ্যমন্ত্রীয়ে কয়, এইটো তোমাৰ কি স্কিম হ’ল যে ম’বাইলটো আগত লৈ তুমি মাইকত কথা ক’বা, এইটো কি ষ্টাইল কওঁক?’ তাৰ পাছত মুখ্যমন্ত্ৰীয়ে কঠিন সুৰত সোধে, ‘ক’ত কাম কৰে আপুনি? ম’বাইলটো হাতত থিয় কৰি লৈ আপুনি কথা পাতিব আৰু তাৰ পাছত লগৰ মানুহখিনিক ক’ব যে মই এইদৰে ক’লো। এইবিলাক কি ধৰণৰ প্ৰৱণতা? এজন প্রধান শিক্ষক, অলপতো জ্ঞান থাকিব লাগে।’

ADVERTISEMENT

তেওঁ কয়, ‘এইবোৰ নকৰিব। ল’ৰা-ছোৱালীবোৰ বেয়া হ’ব। ম’বাইলটো কিয় খুলি থৈছে? বহ!’ শিক্ষকজনে ভুলতে হোৱা বুলি কোৱাত মুখ্যমন্ত্রীয়ে কয়, ‘ভুলতে নহয় বাবা। মোৰো ৫৫ বছৰ হ’ল। ইমানতো বুজি পাওঁ।’ তাৰ পাছত মুখ্যমন্ত্ৰীৰ চকু গ’ল উপস্থিত সাংবাদিকৰ দললৈ। এইবাৰ মুখত হাঁহি বিৰিঙাই সুৰ কমল কৰি তেওঁ ক’লে, সাংবাদিকসকলে ইয়াত কি কৰিব? আপোনালোক বাহিৰত থাকিব। মই ওলাই যাওঁতে বাহিৰত ক’ম।’

এইবাৰ মুখ্যমন্ত্ৰীৰ হঠাতে অনুভৱ হ’ল যে বিভাগীয় পুনৰীক্ষণ বৈঠকৰ ভিতৰত সাংবাদিক কিয় বহি আছে। তেওঁ ওচৰত থকা বিষয়াক কয়, ‘সাংবাদিকসকলক কোনে মাতিছে? ভাই, বিভাগটো অলপ ঠিক কৰক। সাংবাদিকে পুনৰীক্ষণ বৈঠকত শুনি থাকে নেকি? কেনেকৈ আহিব পাৰে? কি যে কৰে নহয়… চৰকাৰ ! এনেকৈ চৰকাৰ চলে নেকি?’ এইবাৰ সাংবাদিকক কয়, ‘বাবা, মই বাহিৰত স্টেমেণ্ট দিম।’

উল্লেখ্য যে আদর্শ বিদ্যালয়ৰ প্ৰধান শিক্ষকজনে মুখ্যমন্ত্রীৰে মত বিনিময় কৰাৰ সময়ত ভিডিঅ’ কৰি থকা বাবেই তেওঁ ক্ষুব্ধ হৈ পৰে। মহানগৰীৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় প্রেক্ষাগৃহত শিক্ষকবে গুৰুপূর্ণিমাৰ দিনা মত বিনিময় কৰাৰ সময়তে একাংশ শিক্ষকৰ আচৰণত মুখ্যমন্ত্রী ক্ষুণ্ণ হয়। ম’বাইল হাতত লৈ চাহ বাগিচাৰ আদর্শ বিদ্যালয়ৰ প্ৰধান শিক্ষকজনে ভিডিঅ’ কৰা দেখি প্রচণ্ড ধমক শোধাই মুখ্যমন্ত্রীয়ে ক’লে যে হাতত ম’বাইল লৈ তেওঁ ভিডিঅ’ কৰি লগৰ শিক্ষকসকলক দেখুৱাব যে তেওঁ বৈঠকত কি কৈছিল।

ইপিনে, আদর্শ বিদ্যালয়ৰ শিক্ষকে কে’বা মাহো দৰমহা নোপোৱা বিষয়টোত অগ্নিশর্মা হৈ শিক্ষামন্ত্রী ৰণোজ পেগুকো প্রশ্ন কৰে। তেওঁ শিক্ষকসকলক সোধে যে তেওঁলোকে কিমান দিন দৰমহা পোৱা নাই। বছৰত কিমানদিন দৰমহা নোপোৱাকৈ থাকে। বিত্তীয় বৰ্ষৰ প্ৰথমৰ ফালে এপ্রিল-মে’ত এনে হয় আদি উত্তৰ শিক্ষকে দিয়াৰ পাছত তেওঁ উপস্থিত শিক্ষামন্ত্রী ৰণোজ পেগুক প্রশ্ন কৰে, ‘ৰণোজ দা এইটো কিয় হয়।’ এপ্রিল, মে’ আৰু জুনৰ দৰমহা পাওঁতে কিয় পলম হয় আদর্শ বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Cm Himanta Biswa SarmaEducation minister Dr. Ranoj PeguPrincipal MeetSamagra Shiksha AbhijanTea Garden Model School
publisher

publisher

Related Posts

নেপালত প্ৰকৃতিৰ ৰুদ্ৰমূৰ্তি, ধাৰাসাৰ বৰষুণ-ভূমিস্খলনত ৭২ ঘণ্টাত প্ৰায় ১৪ জনৰ মৃত্যু
International

September 27, 2026
পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’
Entertainment

পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

September 27, 2026
ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই
International

ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই

September 27, 2026
মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!
India

মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

September 27, 2026
জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক
India

জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

September 27, 2026
নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল
Assam

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d