The Wire:
The Wireৰ প্ৰতিষ্ঠাপক সম্পাদক সিদ্ধার্থ ভৰদৰাজনলৈ জাননী জাৰি গুৱাহাটী আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাৰ ৷ ২২ আগষ্টত দিনৰ ১১.৩০ বজাত ক্ৰাইম বাঞ্চত হাজিৰ হোৱাৰ নিৰ্দেশনা সম্পাদক গৰাকীক ৷
ADVERTISEMENT
উল্লেখ্য যে, অপাৰেচন সিন্দুৰ’ক লৈ আপত্তিজনক বাতৰি প্ৰচাৰ হৈছিল The Wireত ৷ যাৰবাবে গুৱাহাটী আৰক্ষীৰ ক্ৰাইম বাঞ্চে The Wireৰ বিৰুদ্ধে বিএন এছৰ অধীনত কে’বাটাও ধাৰাত নিজাববীয়াকৈ ৰজু কৰিছিল গোচৰ ৷
ক্ৰাইম বাঞ্চে ৰজু কৰা গোচৰটোত The Wire ৰ বিৰুদ্ধে দেশৰ ঐক্য, সংহতি, অখণ্ডতাৰ বিনষ্ট কৰাৰ অভিযোগ সন্নিৱিষ্ট হৈছে ৷






























