Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !

    Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী

    Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !

    Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ

    AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা

    Heroin Seized:ড্ৰাগছৰ বিৰুদ্ধে পাণবাৰী আৰু বিজনী আৰক্ষীৰ বৃহৎ সফলতা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

মাৰ্চত ভাৰতৰ ৰাষ্ট্ৰপতি মুর্মুলৈ গোপন পত্ৰ প্ৰেৰণ কৰিছিল চীনা ৰাষ্ট্ৰপতিয়ে: মার্কিন সংবাদ মাধ্যমৰ দাবী

publisher by publisher
August 30, 2025
in India, News
Reading Time: 1 min read
0
মাৰ্চত ভাৰতৰ ৰাষ্ট্ৰপতি মুর্মুলৈ গোপন পত্ৰ প্ৰেৰণ কৰিছিল চীনা ৰাষ্ট্ৰপতিয়ে: মার্কিন সংবাদ মাধ্যমৰ দাবী
1
SHARES
9
VIEWS
ShareShareShareShare

Donald Trump:✒️মার্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পৰ শুল্ক নীতিয়ে বিশ্বৰ সাম্প্ৰতিক ভূ-ৰাজনৈতিক পৰিস্থিতিক এনে নাটকীয় ৰূপ দিছে যে চীনৰ স’তে হাত মিলাই ভাৰত অগ্ৰসৰ হোৱাৰ পোষকতা কৰিলে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে। সম্প্রতি জাপান ভ্ৰমণৰত অৱস্থাত থকা প্রধানমন্ত্রী মোদীয়ে আজি কয় যে ভাৰত আৰু চীনে বিশ্বৰ অৰ্থনীতিলৈ সুস্থিৰতা আনিব পাৰে।

ADVERTISEMENT

দুই দেশৰ মাজৰ শক্তিশালী সম্পর্ক গুৰুত্বপূৰ্ণ বুলি মোদীয়ে মতপোষণ কৰিছে। তেওঁ কয় যে চীন-ভাৰতৰ শক্তিশালী সম্পর্কই আঞ্চলিক শান্তি আৰু সমৃদ্ধিত এক ইতিবাচক প্রভাৱ পেলাব। আনকি দুয়োখন দেশৰ মাজৰ দৃঢ় সম্পর্কই বিশ্ব অর্থনীতিৰ শৃংখলালৈ সুস্থিৰতা আনিব বুলিও মোদীয়ে মন্তব্য কৰে।

RelatedPosts

মোদীৰ শাসনত দেশত এবছৰতে ৫৭জন অর্বুদপতিৰ সংখ্যা বৃদ্ধি

এপষ্টেইন তদন্তৰ নথি প্ৰকাশ: ড’নাল্ড ট্ৰাম্পৰ বিৰুদ্ধে অচিনাক্ত মহিলাৰ গুৰুতৰ অভিযোগ

ইৰান যুদ্ধত ১৮.৮৭ লাখ কোটি টকা ব্যয় হ’ব পাৰে ট্রাম্প প্ৰশাসনৰ

শুকুৰবাৰে টকিঅ’ত জাপানী সংবাদ মাধ্যমৰ আগত প্রধানমন্ত্রীয়ে লগতে কয়, ‘পৃথিৱীৰ দুখন সর্ববৃহৎ ৰাষ্ট্ৰ ভাৰত আৰু চীনৰ মাজত সুস্থিৰ, নিৰ্ভৰযোগ্য আৰু সৌহার্দ্যপূর্ণ দ্বিপাক্ষিক সম্পর্কই আঞ্চলিক আৰু গোলকীয় শান্তি আৰু সমৃদ্ধিত এক ইতিবাচক প্রভাব পেলাব পাৰে।’

চীন-ভাৰতৰ সম্পৰ্ক বহু মেৰুত বিভক্ত এছিয়া আৰু বিশ্বৰ বাবেও গুরুত্বপূর্ণ বুলিও মোদীয়ে কয়। উল্লেখ্য যে অহা দেওবাৰৰ পৰা দুদিনীয়াকৈ চীনৰ টিয়ানজিনত অনুষ্ঠিত হ’ব লগা ছাংহাই সহযোগিতা সংস্থা (এছচিঅ’) বৈঠকতো মোদীয়ে অংশগ্রহণ কৰিব। এই সম্মিলনলৈ আমন্ত্রণ জনাবলৈ অলপতে ভাৰত ভ্ৰমণ কৰা চীনৰ বৈদেশিক মন্ত্রী বাং য়িক দিল্লীত প্রধানমন্ত্রী মোদীয়ে সাক্ষাৎ কৰে। এই সাক্ষাতৰ সময়ত চীনা বৈদেশিক মন্ত্রীজনে চীন-ভাৰতৰ মাজৰ সম্পৰ্ক উন্নীত কৰাত গুৰুত্ব আৰোপ কৰে। অৱশ্যে ইয়াৰ পূৰ্বৰে পৰা বিশেষকৈ যোৱা মাৰ্চৰ পৰা চীনে ভাৰতৰ স’তে সম্পর্ক উন্নত কৰিবলৈ বিচৰাৰ লক্ষণে দেখা দিবলৈ ধৰে। ইয়াৰ কাৰণ হৈছে মার্কিন ৰাষ্ট্ৰপতি ট্রাম্পৰ ‘শুল্ক সন্ত্রাস’।

আগন্তুক ছাংহাই সহযোগিতা সংস্থাৰ সম্মিলনত অংশগ্রহণ কৰিব বুলি উল্লেখ কৰি কালি মোদীয়ে কয়, ‘ৰাষ্ট্ৰপতি জি জিনপিঙৰ আমন্ত্রণ মর্মে মই এছচিত্র’ সম্মিলনত অংশগ্ৰহণৰ উদ্দেশ্যে টিয়ানজিং ভ্রমণ কৰিম। যোৱা বছৰ কাজান (ৰাছিয়া)ত ৰাষ্ট্ৰপতি জিনপিঙৰ স’তে মোৰ সাক্ষাতৰ পাছৰে পৰা আমাৰ দ্বিপাক্ষিক সম্পৰ্কৰ ইতিবাচক অগ্রগতি ধীৰে ধীৰে আহে।’

সূত্ৰই প্ৰকাশ কৰা অনুসৰি এছচিঅ’ সম্মিলনত অংশগ্ৰহণৰ উদ্দেশ্যে চীনত উপস্থিত হোৱাৰ পাছতে প্রধানমন্ত্রী মোদী ৰাষ্ট্রপতি জিনপিঙৰ স’তে এক দ্বিপাক্ষিক আলোচনাতো মিলিত হ’ব। দুয়োৰে এই দ্বিপাক্ষিক আলোচনা অহা দেওবাৰে অনুষ্ঠিত হোৱাৰ সম্ভাবনা ব্যক্ত কৰিছে সূত্রই। গতিকে পূৰ্বৰ সংঘাত পাহৰি চীন-ভাৰত উভয়ে দ্বিপাক্ষিক সম্পর্ক উন্নত কৰাত মনোনিৱেশ কৰিছে বুলি ব্যাপক চৰ্চা হৈছে।

সূত্ৰৰ মতে, যোৱা মাৰ্চৰ পৰা চলিত মাহলৈ বিশ্বৰ ভূ-ৰাজনৈতিক পৰিস্থিতিৰ অনেক সলনি হয়। ৰাছিয়াৰ পৰা ভাৰতৰ খাৰুৱা তেল আমদানি বন্ধ কৰিব নোৱাৰি ট্রাম্পে ভাৰতীয় সামগ্রীত মাত্রাধিক শুল্ক আৰোপ কৰা কাৰ্যই পৰিস্থিতি সলনিত মূল ভূমিকা লয়। কালি মোদীয়ে কয় যে তেওঁ জাপান ভ্ৰমণৰ পাছতে চীনলৈ উৰা মাৰিব। এই দুদিনীয়া জাপান ভ্ৰমণৰ সময়ত মোদীয়ে ভাৰতে কিনিবলৈ আগ্রহ প্রকাশ কৰা ই১০ শিনকানছেন বুলেট ট্রেইনৰ ক্ষুদ্র সংস্কৰণ (প্রট’টাইপ) চোৱাৰ লগতে জাপানৰ স’তে প্রতিৰক্ষা, বাণিজ্য, প্রযুক্তি আৰু ব্যৱসায়ৰ ক্ষেত্ৰত বুজাবুজিৰ চুক্তি (এমঅ’ইউ) স্বাক্ষৰ কৰিব।

লক্ষ্যণীয় যে চাৰিদেশীয় ‘কোৱাড’ সংস্থাৰ দুই সদস্য ৰাষ্ট্ৰ হৈছে ভাৰত আৰু জাপান। অস্ট্রেলিয়া আৰু আমেৰিকা যুক্তৰাষ্ট্ৰকো সদস্য ৰাষ্ট্ৰৰূপে লৈ গঠিত কোৱাডে অৱশ্যে এছিয়া আৰু প্রশান্ত মহাসাগৰীয় অঞ্চলত চীনৰ প্ৰভাৱ বোধৰ উদ্দেশ্যে কাম কৰি অহা বুলি চর্চা হয়। অৱশ্যে ট্রাম্প শুল্ক নীতিয়ে ভূ-ৰাজনৈতিক পৰিস্থিতিলৈ নাটকীয় পৰিৱৰ্তন আনিছে।

শেহতীয়া ভাৰত ভ্ৰমণৰ সময়ত চীনৰ বৈদেশিক মন্ত্রী য়িয়ে প্রভুত্ববাদ আৰু ক্ষমতাৰ ৰাজনীতিৰ বিৰোধিতা কৰি দিল্লী আৰু বেইজিঙক ট্রাম্পৰ ‘দাদাগিৰী’ৰ বিৰুদ্ধে থিয় হ’বলৈ আহ্বান জনায়। আজি মোদীৰ কণ্ঠত চীনা বৈদেশিক মন্ত্ৰীৰ মন্তব্যৰ সুৰ প্ৰতিফলিত হয়। উল্লেখ্য যে য়িয়ে অলপতে মন্তব্য কৰে যে ড্রেগন আৰু হাতীক নাচিবলৈ দিয়াটো হ’ব একমাত্র সঠিক পছন্দ।

বৈদেশিক মন্ত্রীজনৰ এই ব্যঞ্জনা পৰৱৰ্তী সময়ত চীনৰ ৰাষ্ট্রপতি জিনপিঙেও ব্যৱহাৰ কৰে। ইয়াৰ জৰিয়তে চীনা ৰাষ্ট্ৰপতিজনে নতুন দিল্লীৰ স’তে বেইজিঙৰ সম্পৰ্ক উন্নত কৰাৰ বিষয়টো গুৰুত্বসহকাৰে লোৱাৰ ইংগিত দিয়ে। কার্যতঃ চীনা ৰাষ্ট্ৰপতিজনলৈ ইতিবাচক সঁহাৰি দি প্রধানমন্ত্রী মোদীয়ে কয়, ‘বিশ্ব অর্থনীতি অস্থিৰ হৈ থকাৰ পৰিপ্ৰেক্ষিতত চীন আৰু ভাৰতে বিশ্ব অর্থনীতিক সুস্থিৰ কৰাৰ স্বাৰ্থত একেলগে কাম কৰাৰ প্ৰয়োজন হৈছে। পাৰস্পৰিক স্বাৰ্থৰ ভিত্তিত দীর্ঘম্যাদী দৃষ্টিভংগীৰে এক ৰণনীতিগত সম্পৰ্কৰ পৰা উন্নত দ্বিপাক্ষিক সম্পৰ্কৰ বাবে ভাৰত সাজু আছে।’

বিশেষজ্ঞসকলৰ মতে, মোদীয়ে উল্লেখ কৰা পাৰস্পৰিক স্বার্থ জড়িত বিষয়সমূহে বিৰল ভূগর্ভস্থ ধাতু (ৰেয়াৰ আর্থ মেটেল) নিৰ্ভৰ বৈদ্যুতিক বাহন আৰু আন উদ্যোগক সামৰি লোৱাৰ সম্ভাৱনা আছে। লক্ষ্যণীয় যে বিৰল ভূগর্ভস্থ ধাতুৰ ক্ষেত্রত বিশ্বতে একাধিপত্য সাব্যস্ত কৰি ৰাখিছে চীনে। স্বাভাবিকতে নতুন দিল্লী-বেইজিঙৰ সম্পৰ্ক উন্নত হ’লে এই ক্ষেত্রত ভাৰত লাভান্বিত হ’ব। ইতিমধ্যে চীনা বৈদেশিক মন্ত্রী য়িয়ে ভাৰতলৈ সহযোগিতা আগবঢ়াব বুলি ঘোষণা কৰিছে। উল্লেখ্য যে আগন্তুক এছচিঅ’ সম্মিলনত মোদীৰ লগতে কছ ৰাষ্ট্ৰপতি ভাডিমীৰ পুটিনেও অংশ ল’ব।

যোৱা মাৰ্চত মুর্মুলৈ গোপন পত্ৰ প্ৰেৰণ কৰিছিল জিনপিঙে

যোৱা মাৰ্চত ভাৰতৰ ৰাষ্ট্ৰপতি দ্রৌপদী মুর্মুলৈ এখন গোপন পত্ৰ প্ৰেৰণ কৰিছিল চীনা ৰাষ্ট্ৰপতিয়ে। উল্লেখ্য যে মাৰ্চৰ পৰাই চীন-ভাৰতৰ মাজৰ সম্পৰ্কৰ জটিলতাৰ ইতি পৰাৰ আভাস স্পষ্ট হ’বলৈ ধৰে। মার্কিন সংবাদ মাধ্যম ব্লুমবার্গৰ শেহতীয়া এক প্রতিবেদনত দাবী কৰা হৈছে যে ভাৰতৰ স’তে সম্পর্ক উন্নত কৰিবলৈ বিচাৰি জিনপিঙে মুর্মুলৈ এই পত্র প্ৰেৰণ কৰে।

ভাৰতৰ এজন শীর্ষ চৰকাৰী বিষয়াৰ উদ্ধৃতি দি প্রতিবেদনখনত কোৱা হয় যে চীনা ৰাষ্ট্ৰপতিয়ে প্ৰেৰণ কৰা এই পত্ৰ পৰৱৰ্তী সময়ত প্রধানমন্ত্রী মোদীৰ ওচৰলৈ যায়। এই পত্ৰৰ পাছতে যোৱা জুনৰ পৰা দুয়োখন দেশে সম্পর্ক উন্নত তথা স্বাভাৱিক কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰে বুলিও ব্লুমবার্গৰ প্ৰতিবেদনত দাবী কৰা হৈছে। ইয়াৰ অংশৰূপে চীন-ভাৰতে সীমা সংঘাত দূৰ কৰাৰ চেষ্টা কৰে।

এনেদবে চীন- ভাৰতৰ সম্পৰ্ক উন্নত হোৱাৰ আভাস স্পষ্ট হ’বলৈ ধৰাত ক্ষুব্ধ হৈ ট্রাম্পে ভাৰতৰ ওপৰত মাত্ৰাধিক শুল্ক হেঁচা আৰোপ কৰা বুলি চর্চা হৈছে। লক্ষ্যণীয়ভাৱে চীন-ভাৰত উভয়ৰে সম্মুখত অভিন্ন প্রত্যাহ্বানৰূপে থিয় দি আছে ট্রাম্প প্রশাসন।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: DONALD TRUMPNarendra Modi
publisher

publisher

Related Posts

Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !
National

March 10, 2026
Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী
News

Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী

March 10, 2026
Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !
National

Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !

March 10, 2026
Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ
News

Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ

March 10, 2026
AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা
News

AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা

March 10, 2026
Heroin Seized:ড্ৰাগছৰ বিৰুদ্ধে পাণবাৰী আৰু বিজনী আৰক্ষীৰ বৃহৎ সফলতা
Crime

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d