Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    New York Mayor Zahran Mamdani:কহিনুৰ হীৰা ভাৰতক ঘূৰাই দিয়াৰ দাবী উদ্থাপনৰ ঘোষণা নিউয়ৰ্কৰ মেয়ৰ জহৰাণ মামদানীৰ

    ঘগ্ৰাপাৰৰ লাটিমা পথৰ দুৰৱস্থাঃ ছাত্ৰ-ছাত্ৰী, পথচাৰীৰ দুর্ভোগ

    সর্বাধিক পর্যটকে ভ্রমণ কৰা বিশ্বৰ ১০ শীর্ষ চহৰ

    Heavy hail storm in Bengaluru:বেংগালুৰুত প্ৰৱল শিলাবৃষ্টি- ধুমুহা

    Terrible accident on the Delhi-Mumbai expressway in Alwar,Rajasthan:ৰাজস্থানৰ আলৱাৰত দিল্লী-মুম্বাই এক্সপ্ৰেছৱেত ভয়ংকৰ দুৰ্ঘটনা

    বিয়াৰ আনন্দত ‘ডিজে’ৰ তাণ্ডৱ, উচ্চ শব্দত ১৪০টা কুকুৰাৰ মৃত্যু

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

দেশত প্ৰতি তিনি মিনিটৰ মূৰে মূৰে পথ দুৰ্ঘটনাত এজন লোকৰ মৃত্যু হয়!

প্রকাশ্যেত কেন্দ্রৰ ভয়াৱহ প্ৰতিবেদন 

publisher by publisher
September 8, 2025
in India, News
Reading Time: 1 min read
0
দেশত প্ৰতি তিনি মিনিটৰ মূৰে মূৰে পথ দুৰ্ঘটনাত এজন লোকৰ মৃত্যু হয়!
1
SHARES
5
VIEWS
ShareShareShareShare

Road Accidents:✒️পথ দুৰ্ঘটনা হ্ৰাস কৰাৰ বাবে সহস্ৰাধিক ব্যৱস্থা গ্ৰহণ কৰিছে কেন্দ্ৰ আৰু ৰাজ্য প্ৰশাসনে । যোৱা কেইবছৰমানৰ পৰা সমগ্ৰ দেশতে আন্তঃগাঁথনিৰ ক্ষেত্ৰত কাম কৰা হৈছে। বৃদ্ধি পাইছে বাট-পথ আৰু উৰণীয়া সেতু ।

ADVERTISEMENT

তথাপিও কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰালয়ৰ দুৰ্ঘটনাৰ প্ৰতিবেদন আতংকজনক। প্ৰতিবেদন অনুসৰি ২০২৩ চনত দেশত মুঠ ৪,৮০,৫৮৩ টা পথ দুৰ্ঘটনা সংঘটিত হৈছে।গড়ে দেশত প্ৰতি তিনি মিনিটৰ মূৰে মূৰে পথ দুৰ্ঘটনাত এজন লোকৰ মৃত্যু হয়।

RelatedPosts

বিয়াৰ আনন্দত ‘ডিজে’ৰ তাণ্ডৱ, উচ্চ শব্দত ১৪০টা কুকুৰাৰ মৃত্যু

উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

Uttar Pradesh Firing incident:উত্তৰ প্ৰদেশৰ বুলণ্ডশ্বহৰ খুৰজা নগৰৰ এটা জীমত গুলীচালনাৰ ঘটনা

কেন্দ্ৰৰ প্ৰতিবেদনত কোৱা হৈছে যে ২০২৩ চনত দেশত মুঠ ৪,৮০,৫৮৩ টা পথ দুৰ্ঘটনা সংঘটিত হৈছিল। ফলত ১,৭২,৮৯০ জন লোকৰ মৃত্যু হয়।দেশ তথা ৰাজ্যত ২০১৯ চনৰ তুলনাত ২০২০ চনত পথ দুৰ্ঘটনা হ্ৰাস পাইছে।

২০১৯ চনত সমগ্ৰ দেশতে ৪৫৬,৯৫৯ টা পথ দুৰ্ঘটনা সংঘটিত হৈছিল। ২০২০ চনত ৩,২৭২,১৮১ টা হ্ৰাস পাইছে। সেই অনুসৰি কমি আহিল মৃত্যুৰ সংখ্যা। অৱশ্যে ২০২১ চনৰ পৰা পুনৰ বৃদ্ধি পাবলৈ আৰম্ভ কৰে।

দেশ তথা ৰাজ্যত দুৰ্ঘটনা হ্ৰাস পোৱাৰ কাৰণ আছিল কভিড আৰু লকডাউন।পথৰ গাঁতৰ ফলত সৰ্বাধিক দুৰ্ঘটনা আৰু মৃত্যু হৈছে উত্তৰ প্ৰদেশ আৰু মধ্যপ্ৰদেশত।

২০২৩ চনত ৰাজ্য দুখনত গাঁতৰ বাবে ক্ৰমে ১,৩২০ আৰু ১৭৭জন লোকৰ দুৰ্ঘটনাত মৃত্যু হৈছিল।

পথ পৰিবহণ মন্ত্ৰালয়ৰ তথ্য অনুসৰি ২০২৩ চনত পথ দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ প্ৰায় ৪৫ শতাংশ (৭৭,৫৩৯) বাইক বা স্কুটাৰৰ স’তে জড়িত। হেলমেট পৰিধান নকৰাৰ বাবে ৫৪,৫৬৮ জন লোকৰ মৃত্যু হয়।

ছিটবেল্ট পৰিধান নকৰাৰ বাবে চলিত বৰ্ষত ১৬ হাজাৰৰো অধিক লোকৰ মৃত্যু হয়।২০২৩ চনত তামিলনাডুত পথ দুৰ্ঘটনাৰ হাৰ আটাইতকৈ বেছি আছিল, সেই বছৰত ৬৭,২১৩টা দুৰ্ঘটনা সংঘটিত হৈছিল।

ইয়াৰ পাছত মধ্যপ্ৰদেশ, কেৰালা, উত্তৰ প্ৰদেশ আৰু কৰ্ণাটক। সেই বছৰ উত্তৰ প্ৰদেশত সৰ্বাধিক পথ দুৰ্ঘটনাত মৃত্যু হৈছিল আৰু ২৩,৬৫২ জন লোকৰ মৃত্যু হৈছিল। মন কৰিবলগীয়া যে ২০২৩ চনত পথ দুৰ্ঘটনাৰ ক্ষেত্ৰত পশ্চিম বংগে ১১ নম্বৰ স্থান লাভ কৰিছিল।আনহাতে পথ দুৰ্ঘটনাত মৃত্যুৰ ক্ষেত্ৰত ১২ নম্বৰ স্থান লাভ কৰিছিল।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Road AccidentUttar Pradesh
publisher

publisher

Related Posts

New York Mayor Zahran Mamdani:কহিনুৰ হীৰা ভাৰতক ঘূৰাই দিয়াৰ দাবী উদ্থাপনৰ ঘোষণা নিউয়ৰ্কৰ মেয়ৰ জহৰাণ মামদানীৰ
News

April 30, 2026
ঘগ্ৰাপাৰৰ লাটিমা পথৰ দুৰৱস্থাঃ ছাত্ৰ-ছাত্ৰী, পথচাৰীৰ দুর্ভোগ
Assam

ঘগ্ৰাপাৰৰ লাটিমা পথৰ দুৰৱস্থাঃ ছাত্ৰ-ছাত্ৰী, পথচাৰীৰ দুর্ভোগ

April 30, 2026
সর্বাধিক পর্যটকে ভ্রমণ কৰা বিশ্বৰ ১০ শীর্ষ চহৰ
News

সর্বাধিক পর্যটকে ভ্রমণ কৰা বিশ্বৰ ১০ শীর্ষ চহৰ

April 30, 2026
Heavy hail storm in Bengaluru:বেংগালুৰুত প্ৰৱল শিলাবৃষ্টি- ধুমুহা
News

Heavy hail storm in Bengaluru:বেংগালুৰুত প্ৰৱল শিলাবৃষ্টি- ধুমুহা

April 30, 2026
Terrible accident on the Delhi-Mumbai expressway in Alwar,Rajasthan:ৰাজস্থানৰ আলৱাৰত দিল্লী-মুম্বাই এক্সপ্ৰেছৱেত ভয়ংকৰ দুৰ্ঘটনা
News

Terrible accident on the Delhi-Mumbai expressway in Alwar,Rajasthan:ৰাজস্থানৰ আলৱাৰত দিল্লী-মুম্বাই এক্সপ্ৰেছৱেত ভয়ংকৰ দুৰ্ঘটনা

April 30, 2026
বিয়াৰ আনন্দত ‘ডিজে’ৰ তাণ্ডৱ, উচ্চ শব্দত ১৪০টা কুকুৰাৰ মৃত্যু
News

বিয়াৰ আনন্দত ‘ডিজে’ৰ তাণ্ডৱ, উচ্চ শব্দত ১৪০টা কুকুৰাৰ মৃত্যু

April 30, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d