Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    যুদ্ধ কিমান দিনলৈ? পৰস্পৰ বিৰোধী দাবী আমেৰিকা-ইৰানৰ

    Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !

    Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী

    Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !

    Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ

    AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

PM Modi Assam Visit:আজি দুদিনীয়া ভ্রমণসূচীৰে অসমলৈ প্রধানমন্ত্রী

কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে মহানগৰীত ,শোভাযাত্রা-সমদল নিষিদ্ধ মহানগৰ প্ৰশাসনৰ

publisher by publisher
September 13, 2025
in News, Assam
Reading Time: 1 min read
0
PM Modi Assam Visit:আজি দুদিনীয়া ভ্রমণসূচীৰে অসমলৈ প্রধানমন্ত্রী
1
SHARES
12
VIEWS
ShareShareShareShare

PM Modi Assam Visit:

দুদিনীয়া অসম ভ্রমণসূচীৰে আজি বিয়লি বিশেষ বিমানেৰে গুৱাহাটীত উপস্থিত হ’ব প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী। সন্ধিয়া প্রধানমন্ত্রীয়ে ড:ভূপেন হাজৰিকাৰ জন্মশতবৰ্ষৰ এক কার্যসূচীত ভাগ ল’ব। খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত হ’বলগীয়া এই কাৰ্যসূচীত অসমৰ কনিষ্ঠৰ পৰা জ্যেষ্ঠলৈকে এহেজাৰ শিল্পীয়ে একেটা সুৰত ভাৰতৰত্ন ড° হাজৰিকাৰ ১৪টা গীত অংশ অংশ কৰি পৰিবেশন কৰিব। এই অনুষ্ঠানতে প্রধানমন্ত্রীয়ে ভাৰতীয় ৰিজার্ভ বেংকে প্রস্তুত কৰি উলিওৱা ড° ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবি সম্বলিত এটি এশটকীয়া মুদ্রা উন্মোচন কৰাৰ লগতে সুধাকণ্ঠৰ এখন জীৱনী গ্রন্থও উন্মোচন কৰিব। ১৪ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰীয়ে মঙলদৈ আৰু নুমলীগড়ত দুখন বৃহৎ ৰাজহুৱা সভাত অংশগ্ৰহণ কৰিব। মঙলদৈৰ সভাখনত মোদীয়ে কে’বাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। বিয়লি নুমলীগড়ত উপস্থিত হৈ প্রধানমন্ত্রীয়ে নুমলীগড় শোধনাগাৰত স্থাপন কৰা বাঁহৰ পৰা ইথানল প্ৰস্তুত কৰা প্ৰথমটো শোধনাগাৰ উদ্বোধন কৰিব।

ADVERTISEMENT

যদিও তিনিটা চৰকাৰী কাৰ্যসূচী লৈ প্রধানমন্ত্রী অসমলৈ আহিব, আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবেও তেওঁৰ এই ভ্রমণ বিজেপিৰ বাবে গুৰুত্বপূৰ্ণ বিবেচিত হৈছে। দুয়োখন ৰাজহুৱা সভাতে বৃহৎ সংখ্যক লোকক সমৱেত কৰাৰ লক্ষ্য নির্ধাৰণ কৰিছে ৰাজ্য চৰকাৰ তথা ৰাজ্যিক বিজেপিয়ে। মঙলদৈৰ সভাখনলৈ উত্তৰ অসমৰ লগতে কামৰূপ, নলবাৰী জিলাৰ পৰাও দলীয় কর্মী-সমর্থক সমৱেত হ’ব। ইয়াৰ বাবে প্রয়োজনীয় ব্যৱস্থা বিজেপি দল আৰু চৰকাৰে গ্ৰহণ কৰিছে। একেদৰে নুমলীগড়ৰ ৰাজহুৱা সভাখনত সমগ্র পূব অসমৰ লগতে কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাকো সামৰি লোৱা হৈছে। দুয়োখন সভাৰ জৰিয়তে বিজেপিয়ে অসমত দলৰ নিৰ্বাচনী তৎপৰতাক অধিক গতি দিয়াৰ লক্ষ্য লৈছে। দুয়োখন সভা সফল কৰি তুলিবলৈ মন্ত্রী-বিধায়কক ভাগে ভাগে দায়িত্ব দিয়া হৈছে।

RelatedPosts

Ex.Union Minister Biren Sing Engti Passes Away:প্রাক্তন কেন্দ্ৰীয় ৰাজ্যিক মন্ত্রী বীৰেনছিং ইংতিৰ দেহাৱসান

Maharaj PrithuFly Over:আজি আনুষ্ঠানিকভাৱে মুকলি হ’ব উত্তৰ- পূৰ্বাঞ্চলৰ দীৰ্ঘতম মহাৰাজ পৃথু উৰণসেতু

ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত প্ৰশাসনিক বিষয়াৰ সালসলনি

ইপিনে, প্ৰধানমন্ত্ৰীৰ আগমনক লৈ নিৰাপত্তা ব্যৱস্থাও কটকটীয়া কৰি তোলা হৈছে। শুকুৰবাৰে গুৱাহাটী আৰক্ষী আয়ুক্ত কার্যালয়ে প্ৰধানমন্ত্ৰীৰ আগমনক লক্ষ্য কৰি কে’বাটাও নিষেধাজ্ঞা আৰোপ কৰে। আৰক্ষী আয়ুক্তৰ প্ৰশাসনিক উপ-আৰক্ষী আয়ুক্তই জাৰি কৰা এক নির্দেশনা অনুসৰি তৎকালে কাৰ্যকৰী হোৱাকৈ গুৱাহাটীত সকলো ধৰণৰ শোভাযাত্রা, সমদল, দৌৰ, মাৰাথন, ৱাকাথন আদি নিষিদ্ধ কৰা হৈছে। গুৱাহাটীৰ যাতায়াত ব্যৱস্থা স্বাভাৱিক কৰি ৰখাৰ কাৰণ দর্শাই এই নিষেধাজ্ঞা আৰোপ কৰা হৈছে। ইয়াৰ লগতে স্পষ্ট কৰি দিয়া হৈছে যে কোনোৱে যদি এই নিষেধাজ্ঞা ভংগ কৰে, তেন্তে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ১৬৩ ধাৰা অনুসৰি আৰক্ষীয়ে কঠোৰ ব্যৱস্থা গ্রহণ কৰিব। ইয়াৰ উপৰি সমগ্ৰ গুৱাহাটীত আৰক্ষীয়ে কে’বা তৰপীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিছে। সন্দেহজনক যানবাহন আৰু স্থানত তালাচী পর্যন্ত চলোৱা হৈছে। চোৰাংচোৱা ব্যৱস্থাকো অধিক সক্ৰিয় কৰিবলৈ অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত বিগত কে’বাদিনৰ পৰা ধাৰাবাহিক বৈঠক অনুষ্ঠিত হৈছে।

একেদৰে মঙলদৈ আৰু নুমলীগড়তো ব্যাপক সুৰক্ষা ব্যৱস্থা গ্রহণ কৰা হৈছে। মঙলদৈৰ সভাখনৰ বাবে কালি নিশা ১২ বজাৰ পৰা কাইলৈ নিশা ১২ বজালৈকে কাৰ্যকৰী হোৱাকৈ বাইহাটা চাৰিআলিৰ পৰা মিছন চাৰিআলিলৈকে ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সকলো ধৰণৰ গধুৰ বাণিজ্যিক বাহনৰ চলাচল নিষিদ্ধ কৰা হৈছে। একেদৰে চাৰিচকীয়া লঘু বাহনৰ ক্ষেত্ৰতো বিকল্প পথ নির্ধাৰণ কৰি দিয়া হৈছে। আনকি বিশেষ জৰুৰী নাথাকিলে সাধাৰণ ৰাইজকো এই পথেৰে যাতায়াত নকৰিবলৈ আৰক্ষীয়ে আহ্বান জনাইছে I

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Guwahatipm modi assam visitTwo day tour
publisher

publisher

Related Posts

যুদ্ধ কিমান দিনলৈ? পৰস্পৰ বিৰোধী দাবী আমেৰিকা-ইৰানৰ
News

March 11, 2026
Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !
National

March 10, 2026
Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী
News

Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী

March 10, 2026
Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !
National

Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !

March 10, 2026
Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ
News

Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ

March 10, 2026
AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা
News

AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা

March 10, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d