Deadbody Recovered:
বিজয়া দশমীৰ আনন্দ উছাহৰ মাজতে গান্ধীবস্তিত চাঞ্চল্য ৷ অঞ্চলটোৰ এটা বাসগৃহৰ চাঁদত উদ্ধাৰ এটা মৃতদেহ ৷ উদ্ধাৰ হোৱা মৃতদেহটো এই পর্যন্ত হোৱা নাই চিনাক্ত ৷ ঘটনাৰ খবৰ লাভ কৰাৰ পিছতে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো জিএমচিএইচৰ মৰ্গলৈ প্ৰেৰণ কৰি আৰম্ভ কৰিছে প্ৰাৰম্ভিক তদন্ত ৷
ADVERTISEMENT






























