Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Keralam:বহিঃৰাজ্যত পুনৰ অসমৰ যুৱকৰ ৰহস্যজনক মৃত্যু

    বান-শিলাবৃষ্টিত এটা বর্ষতে অসমত বিনষ্ট ২০ হেজাৰ একৰ ভূমিৰ শস্য

    Moral policing incident in Dergaon:দেৰগাঁৱত ম’ৰেল পুলিচিঙৰ ঘটনা

    Life imprisonment:নিজ দুই কন্যা শিশুক হত্যা কৰা জন্মদাত্ৰী মাতৃক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত

    অসমত এনৰেগাৰ ব্যৰ্থতাৰ অভিলেখ

    অসমত এনৰেগাৰ ব্যৰ্থতাৰ অভিলেখ

    বাংলাদেশতকৈও শোচনীয় অৱস্থা ভাৰতৰ : জনমূৰি জিডিপিত চেৰ পেলালে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Lifestyle

এআই এপত জমা দিয়া ফটো ডিলিট কৰিব নোৱাৰিব

publisher by publisher
October 4, 2025
in Lifestyle
Reading Time: 1 min read
0
এআই এপত জমা দিয়া ফটো ডিলিট কৰিব নোৱাৰিব
1
SHARES
11
VIEWS
ShareShareShareShare

AI:✒️গুগল জেমিনীৰ নেনো বেনানা এআই ট্রেন্ড দ্রুতগতিত ভাইৰেল হৈছে ছ’চিয়েল মিডিয়াত। মানুহে নিজৰ ফটো আপলোড কৰি এআইৰ দ্বাৰা সৃষ্টি আৰু সম্পাদনা কৰি হাইপাৰ-ৰিয়েলিস্টিক ছবি তৈয়াৰ কৰিছে। ইফালে, আইপিএছ বিষয়া ভি চি সজ্জনাৰে এই ধাৰাটোৰ ফলত অনলাইন জালিয়াতিৰ সৃষ্টি হ’ব পাৰে বুলি সতর্কবাণী জাৰি কৰিছে।

ADVERTISEMENT

ভুৱা ৱেবছাইট আৰু এপসমূহে তথ্য চুৰি কৰিব পাৰে আইপিএছ বিষয়াগৰাকীয়ে নিজৰ প’ষ্টত লিখিছে, ‘ইণ্টাৰনেটৰ ট্ৰেণ্ডৰ প্ৰতি সাৱধান হওক। ‘নেনো বেনানা’ৰ দৰে ট্রেণ্ডত যোগদান কৰিবলৈ ভুবা বেবছাইট বা অকর্তৃত্বশীল এপত ফটো আৰু ব্যক্তিগত তথ্য শ্বেয়াৰ কৰাটো অত্যন্ত বিপজ্জনক হ’ব পাৰে।

RelatedPosts

এলএচিএচত চীনক প্ৰতিহত কৰিবলৈ ভাৰতীয় সেনাৰ নতুন অস্ত্ৰ—কৃত্ৰিম বুদ্ধিমত্তা

কৃত্রিম বুদ্ধিমত্তা পৰিচালিত যন্ত্ৰই মানৱৰ নিৰ্দেশ অমান্য কৰিবঃমাইক্ৰ’ছফটৰ এআই বিশেষজ্ঞৰ সকীয়নি

কৃত্রিম বুদ্ধিমত্তাৰ লক্ষ্য মহিলা কৰ্মচাৰী

মাত্র এটা ক্লিকে আপোনাৰ বেংক একাউন্ট খালী কৰিব পাৰে।’ তেওঁ কেতিয়াও ভুৱা বেবছাইট বা অজ্ঞাত এপত ফটো বা ব্যক্তিগত তথ্য আপলোড নকৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

ডাটা গোপনীয়তা শীর্ষ অগ্রাধিকাৰ বিষয়াগৰাকীয়ে লগতে কয় যে ছ’চিয়েল মিডিয়াত সুখৰ মুহূৰ্ত শ্বেয়াৰ কৰাটো ভুল নহয়, কিন্তু নিৰাপত্তা সদায় শীর্ষ অগ্রাধিকাৰ হ’ব লাগে। ট্রেণ্ড আহে আৰু যায়, কিন্তু এবাৰ ভুৱা চাইটলৈ ডাটা হেৰাই গ’লে ইয়াক উদ্ধাৰ কৰাটো প্রায় অসম্ভব।’

তেওঁ সতৰ্ক কৰি দিছিল, ‘অজ্ঞাত পথত ভৰি দিলে নিশ্চিতভাৱে এটা ফান্দৰ সৃষ্টি হ’ব। ফটো বা ব্যক্তিগত তথ্য আপলোড কৰাৰ আগতে সদায় দুবাৰ চিন্তা কৰক। মনত ৰাখিব, ই আপোনাৰ ডাটা, আপোনাৰ ধন আৰু আপোনাৰ দায়িত্ব।’

নেনো বেনানা এআই ইমেজ ট্রেন্ডিং গুগল জেমিনী এআইৰ ফটো এডিটিং সঁজুলি নেনো বেনানাই এই ধাৰাক ইন্ধন যোগাইছে। মানুহে ইয়াক ব্যৱহাৰ কৰি শাৰীত নিজৰ ফটো আৰু বেট্ট’ ইমেজৰ থ্রীডি মডেল তৈয়াৰ কৰিছে। মানুহে ইয়াৰ প্ৰমপ্টবোৰ ছ’চিয়েল মিডিয়াত ভাইৰেল কৰি তুলিছে, যাৰ ফলত সকলোৱে একে ধৰণৰ ছবি সৃষ্টি কৰিছে। এই ছবিবোৰ ইমানেই বাস্তবিক দেখা যায় যে সকলোৱে এটা সৃষ্টি কৰিব বিচাৰে।

গুগলৰ জেমিনি নেনো মডেলৰ ওপৰত ভিত্তি কৰি এই সঁজুলিটোৱে সাধাৰণ চেলফিক খেলনাৰ দবে থ্রীডি প’ট্রেইটলৈ ৰূপান্তৰিত কৰে বা ১৯৭০-৮০ৰ দশকৰ বলিউডৰ ৰূপৰে উপস্থাপন কৰে।

চিন্তনীয় কথাটো হ’ল যে মানুহে এই ছবিসমূহ সৃষ্টি কৰিবলৈ কেৱল গুগল জেমিনী ব্যৱহাৰ কৰাই নহয়, অনলাইনত উপলব্ধ অসংখ্য এআই এপ আৰু ৱেবছাইট ব্যৱহাৰ কৰিছে যিয়ে আপোনাৰ তথ্যৰ সুৰক্ষাৰ কোনো দায়িত্ব লোৱা নাই। লাখ লাখ লোকে এআই ব্যবহাৰ কৰি এই ছবিবোৰ সৃষ্টি কৰি আছে। ইয়াৰ ফলত এই ছবিসমূহৰ অপব্যৱহাৰৰ সম্ভাৱনা বৃদ্ধি পায়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: aiGemini
publisher

publisher

Related Posts

ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়
Lifestyle

ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

April 24, 2026
ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়
Lifestyle

ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

April 23, 2026
ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি
Lifestyle

ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

April 22, 2026
পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ
Lifestyle

পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

April 21, 2026
গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?
Lifestyle

গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

April 21, 2026
আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?
Lifestyle

আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

April 20, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d