Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home world

কৃত্রিম বুদ্ধিমত্তাৰ লক্ষ্য মহিলা কৰ্মচাৰী

publisher by publisher
December 26, 2025
in world, News
Reading Time: 1 min read
0
কৃত্রিম বুদ্ধিমত্তাৰ লক্ষ্য মহিলা কৰ্মচাৰী
1
SHARES
13
VIEWS
ShareShareShareShare

RelatedPosts

এলএচিএচত চীনক প্ৰতিহত কৰিবলৈ ভাৰতীয় সেনাৰ নতুন অস্ত্ৰ—কৃত্ৰিম বুদ্ধিমত্তা

কৃত্রিম বুদ্ধিমত্তা পৰিচালিত যন্ত্ৰই মানৱৰ নিৰ্দেশ অমান্য কৰিবঃমাইক্ৰ’ছফটৰ এআই বিশেষজ্ঞৰ সকীয়নি

AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

AI:✒️সম্প্ৰতি ৰাষ্ট্ৰসংঘৰ এক গুৰুত্বপূৰ্ণ সমীক্ষাত কোৱা হৈছে যে এছিয়া আৰু প্রশান্ত মহাসাগৰীয় অঞ্চলেই এতিয়া বিশ্বৰ কৃত্রিম বুদ্ধিমত্তাৰ বিৰাট পৰীক্ষাগাৰ। এই অঞ্চলতে আছে বিশ্বৰ সবাতোকৈ বৃহৎ আর্থিক আৰু ডিজেটেল বৈষম্য।

ADVERTISEMENT

এই অঞ্চলৰ ধনী আৰু দৰিদ্ৰ দেশৰ মাজত প্রায় দুশ গুণ পার্থক্য আছে। ক’ৰবাত যদি শক্তিশালী ডিজিটেল ইক’ছিষ্টেম আৰু উন্নত আন্তঃগাঁথনি, আকৌ ক’ৰবাত ইণ্টাৰনেট সংযোগ, দক্ষতা আৰু প্রযুক্তিগত ভিত্তিৰ অভাৱ।

এই বৈষম্যই ঠিক কৰি দিব, কোনে এআই (কৃত্রিম বুদ্ধিমততা) ৰ সুফল পাব আৰু কোনে নাপাব।প্রতিবেদনত সতৰ্ক কৰি কোৱা হৈছে যে কৃত্রিম বুদ্ধিমত্তাই ঐতিহাসিক গতিৰে আগুৱাই গৈছে, কিন্তু সকলো দেশে একেটা স্থানৰ পৰা আৰম্ভ কৰিব পৰা নাই।

পৰিকল্পিত উদ্যোগ গ্রহণ নকৰিলে কৃত্রিম বুদ্ধিমত্তাই আয়, সুযোগ আৰু শাসন ব্যৱস্থাৰ ক্ষেত্ৰত বৈষম্য আৰু বৃদ্ধি কৰিব পাৰে। আনকি দাৰিদ্র্য হ্রাস কৰোৱাৰ ক্ষেত্ৰত বিগত কিছু দশকৰ অগ্রগতিও ওলোটাই দিব পাৰে।

সম্প্ৰতি এছিয়া-প্রশান্ত মহাসাগৰীয় অঞ্চলত বিশ্বৰ অর্ধেকৰো বেছি এআই ব্যৱহাৰকাৰী আছে আৰু প্রায় ৭০ শতাংশ এআই পেটেন্ট ইয়াৰ পৰাই আহিছে। প্রতিবেদন অনুসৰি,এআইয়ে এই অঞ্চলত জিডিপি বৃদ্ধিৰ হাৰ প্ৰায় দুই শতাংশ পর্যন্ত বৃদ্ধি কৰিব পাৰে আৰু গুৰুত্বপূর্ণ ক্ষেত্রসমূহত উৎপাদনশীলতা পাঁচ শতাংশ পর্যন্ত বৃদ্ধি পাব পাৰে; কিন্তু এই লাভ সকলোৰে মাজত সমানভাবে আবণ্টিত নহ’ব।

যিবোৰ দেশত ডিজিটেল সংযোগ, ডেটা আৰু প্ৰতিষ্ঠানিক সক্ষমতা সীমিত, তেওঁলোক আৰম্ভণিতেই পিছুৱাই যোৱাৰ আশংকাত পৰিছে। য’ত কিছুমান দেশ দ্রুতগতিৰে আগুৱাই যাব আৰু বহুতেই পিছ পৰি যাব।

নাৰী আৰু তৰুণসকলৰ ক্ষেত্রত এই আশংকা আৰু গভীৰ।সমীক্ষাত দেখা গৈছে যে মহিলাসকলৰ হাতত থকা চাকৰি পুৰুষৰ তুলনাত প্রায় দ্বিগুণ হাৰত কমিব। ইতিমধ্যেই এআই ক্ষেত্রত তৰুণসকলৰ কৰ্মসংস্থান কমিবলৈ আৰম্ভ কৰিছে।

বিশেষকৈ ২২ৰ পৰা ২৫ বছৰ বয়সৰ তৰুণসকলৰ ভিতৰত যিসকলৰ নিজৰ কর্মজীৱনৰ আৰম্ভণিতেই ডাঙৰ বাধা হৈ উঠিব পাৰে। দক্ষিণ এছিয়াত মহিলাসকল পুৰুষৰ তুলনাত প্রায় ৪০ শতাংশ কম স্মার্টফোনৰ গৰাকী। ফলত ডিজিটেল সুযোগৰ পৰা তেওঁলোক আৰু দূৰত আছে। গ্রামীণ আৰু আদিবাসী জনগোষ্ঠীও বিৰাট সমস্যাৰ মুখত আছে।

ইয়াৰ ফলত এলগৰিদমিক পক্ষপাত বাঢ়ে আৰু জৰুৰী সেৱাৰ পৰাও তেওঁলোক বাদ পৰাৰ আশংকা সৃষ্টি হয়।

ৰাষ্ট্ৰসংঘৰ সহকাৰী মহাসচিব আৰু ইউএনডিপিৰ এছিয়া-প্রশান্ত মহাসাগৰীয় অঞ্চলৰ প্ৰধান কান্নি উইগনাৰাজাই কয়, ‘এআই দ্রুতগতিৰে আগুৱাই গৈছে, কিন্তু বহু দেশত এতিয়াও লাইনতে থিয় দি আছে। এই অঞ্চলে দেখুৱাই দিছে, কিদৰে অতি কম সময়ৰ ভিতৰতে এআই গঢ়ি তোলা দেশসমূহৰ স’তে এআইৰ দ্বাৰা প্ৰভাৱিত দেশসমূহৰ ব্যৱধান বিশাল হৈ উঠিব পাৰে।’

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: ai
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d