Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Mamata Banerjee Pressmeet :বংগত দলৰ শোচনীয় পৰাজয়ৰ পিছতে সংবাদমেল সম্বোধন মমতা বেনাৰ্জী

    Gaurav Gogoi Pressmeet in Rajib bhawan:দলৰ শোচনীয় পৰাজয়ৰ পাছত সংবাদমেল সম্বোধন গৌৰৱ গগৈৰ

    Cm Pressmeet:বিধানসভা নিৰ্বাচনত বিজেপিৰ বিজয়ৰ পিছত সংবাদমেল সম্বোধন ড:হিমন্ত বিশ্বশৰ্মাৰ

    Gaurav Gogoi:সোমবাৰে ঘোষিত বিধানসভা নিৰ্বাচন ফলাফল সন্দৰ্ভত ছ’চিয়েল মেডিয়া যোগে গৌৰৱ গগৈৰ মন্তব্য

    WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত

    Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Lifestyle

আপোনাৰ খং বেছি নেকি?

publisher by publisher
October 5, 2025
in Lifestyle
Reading Time: 1 min read
0
আপোনাৰ খং বেছি নেকি?
1
SHARES
14
VIEWS
ShareShareShareShare

সামান্য কথাতে খঙত ফাটি পৰে বা মুখ গোমোথা কৰি বহি থাকে নেকি? কিন্তু মনত ৰাখিব, এয়া অৱশ্যে শৰীৰৰ বাবে উপকাৰী নহয়। এক গৱেষণাত দেখা গৈছে যে অতিমাত্রা খঙৰ বাবে মানুহৰ কম বয়সতে ৰক্তচাপ বৃদ্ধি পায়, ইস্কিমিয়া হয় আৰু হার্ট এটেকৰ আশংকা বাড়ে। আকৌ উচ্চ ৰক্তচাপ নাথাকিলেও আপুনি বিপদমুক্ত বুলি ভাবিব নোৱাৰে।

ADVERTISEMENT

ৰক্তচাপ স্বাভাৱিক থকা অৱস্থাতো অত্যধিক খং থকা মানুহৰ ক্ষেত্ৰত ‘ইস্কিমিক হার্ট ডিজিজ’ৰ আশংকা খং বেছি নথকা মানুহৰ তুলনাত প্রায় দুগুণ আৰু হার্ট এটেকৰ আশংকা তিনিগুণ। অবশ্যে মানুহ মাত্রেই আবেগ থাকে।

RelatedPosts

Mamata Banerjee Pressmeet :বংগত দলৰ শোচনীয় পৰাজয়ৰ পিছতে সংবাদমেল সম্বোধন মমতা বেনাৰ্জী

Gaurav Gogoi Pressmeet in Rajib bhawan:দলৰ শোচনীয় পৰাজয়ৰ পাছত সংবাদমেল সম্বোধন গৌৰৱ গগৈৰ

Cm Pressmeet:বিধানসভা নিৰ্বাচনত বিজেপিৰ বিজয়ৰ পিছত সংবাদমেল সম্বোধন ড:হিমন্ত বিশ্বশৰ্মাৰ

আবেগ থাকিলে খং, দুখ আদি অনুভূতিও থাকিবই। গতিকে কেতিয়াবা মানুহৰ খং উঠা, কাৰোবাক দুই-এষাৰ টান কথা কোৱা বা ঠেহ পাতি বহি থকাটো স্বাভাৱিক। সেইক্ষেত্রত তেনে কোনো ক্ষতিৰ আশংকা নাই। কিন্তু খঙে মাত্রা চেৰাই গ’লেই বা অনবৰতে খং উঠি থাকিলেহে বিপদ।

প্রচলিত এষাৰ কথা আছে, খং নামেই চণ্ডাল। প্রাচীন কালত চণ্ডাল সম্প্রদায়ক সমাজৰ নিম্ন শ্ৰেণীৰূপে গণ্য কৰা হৈছিল। সেয়ে মানুহৰ অনুভূতিবোৰৰ ভিতৰত খঙক চণ্ডালৰ স’তে তুলনা কৰা হৈছে।

বিজ্ঞানীসকলৰ মতে, প্রচণ্ড খঙে পোনপটীয়াকৈ হৃৎপিণ্ড আৰু ধমনীক ক্ষতিগ্রস্ত কৰে। প্রচণ্ড খং উঠাৰ লগে লগে শৰীৰত আৰম্ভ হয় ‘ফাইট অব ফ্লাইট বেছপন্স’। ইয়াৰ জৰিয়তে প্ৰচুৰ ষ্ট্ৰেছ হৰম’ন তথা নিউৰ’কেমিকেল ক্ষৰণ হ’বলৈ আৰম্ভ কৰে।

সেইবোৰৰ প্ৰভাৱত হৃৎস্পণ্ডনৰ গতি আৰু ৰক্তচাপ বাঢ়ে। কৰ’নেৰী আৰ্টেৰী সংকুচিত হয়।আকৌ কৰ’নেৰী আর্টেৰীত যদি চৰ্বিৰ চামনি থাকে, তেন্তে চৰ্বিৰ সেই চামনি ফাটি যোৱাৰ আশংকা থাকে। এনে প্রভার থাকে প্রায় দুঘণ্টা পর্যন্ত।

ফলত সেই সময়খিনিত হার্ট এটেকৰ আশংকা বাঢ়ি যায়। এক বিশেষজ্ঞৰ মতে, প্রচণ্ড খং উঠি থকাৰ সময়ত যিসকলে ব্যায়ামৰ দ্বাৰা খং কমোৱাৰ চেষ্টা কৰে, তেওঁলোকৰ ক্ষেত্ৰত হার্ট এটেকৰ আশংকা বাঢ়িহে যায়।

আকৌ প্রচণ্ড মানসিক উত্তেজনাৰ ফলত হৃৎপিণ্ডৰ ‘ইলেকট্রিকেল ইমপাল ডিছৰাপ্টেড’ হৈ বিপজ্জনক ‘হার্ট বিডম ডিষ্টাৰবেন্স’ৰ সূত্রপাত ঘটে। যাৰ বাবে এজন লোকৰ মৃত্যুও হ’ব পাৰে।

আন এক গৱেষণাত দেখা গৈছে যে শৰীৰত ষ্টেছ হৰম’ন বৃদ্ধি পালে তেজত চি-বিয়েস্তি প্ৰ’টিন (চি আৰ পি) বাঢ়িবলৈ আৰম্ভ কৰে। গৱেষকৰ মতে, যিসকলৰ খং আৰু হ’ষ্টিলিটী অতি বেছি বা যিসকল কথাই কথাই উত্তেজিত বা বিষণ্ণ হৈ পৰে, তেওঁলোকৰ তেজত সাধাৰণ মানুহৰ তুলনাত চি আৰ পি বেছি হোৱাৰ সম্ভাৱনা প্রায় দুই-তিনি গুণ অধিক; যাক হার্ট এটেকৰ অন্যতম সংকেত বুলি ক’ব পাৰি।

বিশেষজ্ঞৰ মতে, খং বা বিষণ্ণতা, উদ্বীগ্নতা আদি যাৱতীয় নেতিবাচক আবেগ যিসকলৰ অধিক, তেওঁলোক সততে বৰ-বেছি স্বাস্থ্য সচেতন নহয় কাৰণেও বিপদৰ আশংকা থাকে। কটিন মানি চলা, অসুখ-বিসুখত চিকিৎসক পৰামৰ্শ মানি নচলাটো তেওঁলোকৰ অভ্যাসৰ দৰে। বৰঞ্চ ধূমপান, মদ্যপান বা আন কোনো নিচাত মগ্ন হৈ পৰে, যিকোনো খাদ্য খায় আৰু শুই-বহি জীৱন কটায়।

সেইবোৰ কাৰণতে ৰক্তচাপ-শৰ্কৰা-কলেষ্টেৰ’ল আদি বাঢ়ি বাঢ়ি হৃদৰোগৰ এখন বহল ক্ষেত্র তৈয়াৰ কৰে। তাৰ পাছতো সতর্ক নহ’লে পৰিণামস্বৰূপে আশংকা বাঢ়ে হার্ট এটেকৰ। চিকিৎসকৰ মতে, প্রচণ্ড খং আৰু চিঞৰ-বাখৰ কৰি থকা অৱস্থাত হঠাৎ হার্ট এটেক হোৱা ৰোগীৰ সংখ্যা অনেক।

আনহাতে, বিশেষজ্ঞই দাবী কৰে যে প্ৰচণ্ড খং এনে এক বস্তু, যি মানুহক অকলশৰীয়া কৰি পেলায়। সেই একাকীত্বৰ আলম লৈয়ে বাঢ়িবলৈ ধৰে বিষণ্ণতা, মানসিক উত্তেজনা, অৱসাদ আদি। এই সকলোবোৰেই হৃৎপিণ্ডৰ বাবে ক্ষতিকাৰক।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
publisher

publisher

Related Posts

ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল
Lifestyle

May 3, 2026
সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ
Lifestyle

সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

May 2, 2026
কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক
Lifestyle

কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

May 1, 2026
গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক
Lifestyle

গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

April 28, 2026
সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?
Lifestyle

সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

April 28, 2026
অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ
Lifestyle

অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

April 28, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d