Dibrugarh:✒️ডিব্ৰুগড় কাছাৰীঘাটৰ গৰাখহনীয়া পৰিদৰ্শন কৰি শেহতীয়া পৰিস্থিতিৰ বুজ ল’লে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।জিঅ’লজিকেল চাৰ্ভে কৰি সমস্যা সমাধানৰ নিৰ্দেশ সোণোৱালৰ।
ADVERTISEMENT
গৰাখহনীয়া পৰিদৰ্শনৰ সময়ত পূৰ্বৰে পৰা জিঅ’বেগ আৰু পাৰ্কোপাইন পদ্ধতিৰে প্ৰতিৰোধৰ চেষ্টা চলাই অহা পাছতো ডিব্ৰুগড়ত ভয়ংকৰ খহনীয়াই আতংকৰ সৃষ্টি কৰি আহিছে বুলি কৈ খহনীয়াৰ প্ৰতিৰোধৰ ক্ষেত্ৰত অধিক উন্নত আৰু শক্তিশালী পদক্ষেপ গ্ৰহণৰ নিৰ্দেশ মন্ত্ৰীগৰাকীৰ।





























