Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Mamata Banerjee Pressmeet :বংগত দলৰ শোচনীয় পৰাজয়ৰ পিছতে সংবাদমেল সম্বোধন মমতা বেনাৰ্জী

    Gaurav Gogoi Pressmeet in Rajib bhawan:দলৰ শোচনীয় পৰাজয়ৰ পাছত সংবাদমেল সম্বোধন গৌৰৱ গগৈৰ

    Cm Pressmeet:বিধানসভা নিৰ্বাচনত বিজেপিৰ বিজয়ৰ পিছত সংবাদমেল সম্বোধন ড:হিমন্ত বিশ্বশৰ্মাৰ

    Gaurav Gogoi:সোমবাৰে ঘোষিত বিধানসভা নিৰ্বাচন ফলাফল সন্দৰ্ভত ছ’চিয়েল মেডিয়া যোগে গৌৰৱ গগৈৰ মন্তব্য

    WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত

    Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home world

অনাহাৰে-অর্ধাহাৰে সময় পাৰ কৰিছে ৩৪ মুছলমান প্রধান দেশৰ সিংহভাগ জনতাই

ৰাজভঁৰাল শূন্য: ইছলামিক ' নাটো' গঠন কৰিবলৈ তৎপৰ পাকিস্তান

publisher by publisher
October 12, 2025
in world, News
Reading Time: 1 min read
0
অনাহাৰে-অর্ধাহাৰে সময় পাৰ কৰিছে ৩৪ মুছলমান প্রধান দেশৰ সিংহভাগ জনতাই
2
SHARES
15
VIEWS
ShareShareShareShare

সম্প্রতি বিশ্বৰ অধিকাংশ ইছলামিক ৰাষ্ট্ৰৰ সিংহভাগ লোকে এমুঠি খাদ্যৰ বাবে হাহাকাৰ কৰি আছে। অর্ধাহাৰে-অনাহাৰে দিন পাৰ কৰিছে এই দেশসমূহৰ কোটি কোটি লোকে। এনে এক অৱস্থাতে বিশ্বৰ ইছলামিক দেশসমূহক লৈ পাকিস্তানে পশ্চিমীয়া বিশ্বৰ ‘নাটো’ সদৃশ এটা ইছলামিক সংগঠন প্রতিষ্ঠা কৰিবলৈ তৎপৰ হৈছে। মূলতঃ ক্ষমতাশালীসকলৰ দুর্নীতি-ভ্ৰষ্টাচাৰৰ ফলত অধিকাংশ ইছলামিক দেশৰ ৰাজভঁৰাল একপ্ৰকাৰ শূন্য হৈছে।

ADVERTISEMENT

সাধাৰণ কাম-কাজ পৰিচালনা কৰিবলৈও চৰকাৰে আন্তর্জাতিক সাহায্য বিচাৰিব লগা হৈছে। তেনে সময়তে ইছলামিক ‘নাটো’ গঠন কৰিবলৈ ব্যাপক তৎপৰতা আৰম্ভকৰিছে ইছলামাবাদে। কেরল সেয়াই নহয়, পৰমাণু শক্তি সুৰক্ষাৰ অজুহাতত পাকিস্তানে বিভিন্ন দেশৰ স’তে সামৰিক চুক্তি স্বাক্ষৰ কৰিবলৈও তৎপৰ হৈছে।

RelatedPosts

No Content Available

একাংশ বিশেষজ্ঞৰ মতে, ভাৰতৰ বৈৰী ৰাষ্ট্র পাকিস্তানে বিশ্বৰ ৫৭ খন ইছলামিক দেশৰ সংগঠন ‘অর্গেনাইজেছন অব ইছলামিক কান্ট্রিজ’ (অ’আইচি)ক সম্পূৰ্ণৰূপে ‘নাটো’ সদৃশ সংগঠনলৈ ৰূপান্তৰৰ পৰিকল্পনা কৰিছে। উল্লেখ্য যে সম্প্রতি বিশ্বৰ ৩৪ খন ইছলামিক ৰাষ্ট্ৰ ভয়াৱহ দুর্ভিক্ষৰ কবলত আছে। গতিকে বিশ্বৰ মুঠ ঘৰুৱা উৎপাদন বা জিডিপিলৈ ইছলামিক ৰাষ্ট্ৰসমূহৰ অৱদান মাথোঁ আঠ শতাংশহে। অধিকাংশ ইছলামিক ৰাষ্ট্ৰৰ জনতাৰ দুৰ্দশাৰ মাজতে পাকিস্তান চৰকাৰ আৰু পাক সেনাবাহিনীয়ে বিশ্বৰ ইছলামিক ৰাষ্ট্ৰসমূহক সামৰি ‘নাটো’ সদৃশ সংগঠন প্রতিষ্ঠাৰ কুচকাৱাজ চলাইছে।

অৱশ্যে দেশখনৰ এই সপোন কলিতেই মৰহাৰ আশংকা প্ৰৱল। কাৰণ বিশ্বৰ অধিকাংশ ইছলামিক ৰাষ্ট্ৰই চৰম দৰিদ্ৰতাৰ কবলত পৰি ছটফটাই আছে। দুর্ভিক্ষৰ কবলত পৰা এই ৩৪ দেশৰ মাজৰ ২৪ খনৰ জনমূৰি গড় আয় মাত্র ২,৫০০ ডলাৰ। সামগ্রিকভাৱে বিশ্বত জনমূৰি গড় আয় ১৩ হেজাৰ ডলাৰ।

অৰ্থাৎ আন্তঃৰাষ্ট্ৰীয় হিচাপত এই দেশসমূহৰ লোকৰ আয় পাঁচগুণ কম। গতিকে এই দেশসমূহৰ পক্ষে প্ৰতিৰক্ষাৰ ক্ষেত্ৰত বিপুল অংকৰ ধন ব্যয় কৰাটো সম্ভৱ নহয়। লক্ষ্যণীয়ভাবে ‘নাটো’ সদৃশ যিটো সংস্থা গঠন কৰিবলৈ পাকিস্তানে পৰিকল্পনা কৰিছে, সেই সংগঠনৰ স’তে সামৰিক বুজাপৰাৰ দিশটোও জড়িত কৰাৰ অংক কৰিছে ইছলামাবাদে।

কাৰণ ‘নাটো’ মূলতঃ সামৰিক সহযোগিতামূলক সংস্থা। আকাশত চাং পতাৰ লেখীয়া সপোন দেখি পাকিস্তানে ‘নাটো’ সদৃশ প্রতিষ্ঠাৰ পৰিকল্পনা কৰিলেও ৰাষ্ট্ৰসংঘৰ সমীক্ষাই এটা সুকীয়া দিশ পোহৰলৈ আনিছে। উল্লেখ্য যে ৰাষ্ট্ৰসংঘৰ শেহতীয়া এক সমীক্ষা অনুসৰি বিশ্বৰ অন্যতম ইছলামিক দেশ ছিৰিয়াৰ মুঠ জনসংখ্যাৰ ৯০ শতাংশই দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰি আছে। একেদৰে আফগানিস্তান আৰু ছোমালিয়াৰ ক্ৰমে ৮৫ আৰু ৫৪ শতাংশ লোক দৰিদ্ৰ সীমাৰেখাৰ তলত আছে।

অনুৰূপ ধৰণে আফ্ৰিকাৰ দেশ মালিৰ ৪৪ শতাংশ লোকে চৰম দৰিদ্ৰতাৰ স’তে সহবাস কৰি আছে। এনে অবস্থাতো পাকিস্তানে কিদৰে ‘নাটো’ সদৃশ সংগঠন প্রতিষ্ঠাৰ সপোন দেখিব পাৰে তাক লৈ বহু বিশেষজ্ঞই তবধ মানিছে। অধিকাংশ ইছলামিক দেশ দৰিদ্ৰতাই নহয়, পাকিস্তানৰ ‘নাটো’ সদৃশ সংগঠন প্রতিষ্ঠাৰ বাটত আন এটা হেঙাৰো আছে। সেয়া হ’ল প্রায় সমগ্র বিশ্বজুৰি বিৰাজ কৰি থকা ছিয়া-ছুন্নীৰ সংঘাত।

বর্তমানে সমগ্ৰ বিশ্বৰ ইছলামিক ধৰ্মাৱলম্বীসকলৰ অধিকাংশ তথা ৮৫ৰ পৰা ৯০ শতাংশই হ’ল ছুন্নী পন্থী। বাকীসকলে ছিয়া মতাদর্শ অনুসৰণ কৰে। উল্লেখ্য যে ছুন্নী মতবাদক সাৰথি কৰি অ’আইচিসহ সমগ্র ইছলামিক বিশ্বক নিয়ন্ত্রণ কৰাৰ সপোন পুহি ৰাখিছে ছৌদি আৰবে। পাকিস্তান ইয়াৰ পৰা পৃথক। কিন্তু পাৰস্য উপসাগৰৰ কোলাৰ ছিয়া প্রধান ইৰানে পাকিস্তান বা ছৌদি আৰবৰ আহ্বান কিমান গ্রহণ কৰিব তাক লৈও অনিশ্চয়তা আছে।

উল্লেখ্য যে ১৯৭৯৩ ইছলামিক বিপ্লৱৰ পাছত ইৰানৰ ক্ষমতা দখল কৰে কট্টৰপন্থী ছিয়া ধর্মগুক আয়াতুল্লা খামেনেই। তেতিয়া প্রতিবেশী ৰাষ্ট্ৰ ইৰাকৰ ক্ষমতাত আছিল ছুন্নীপন্থী ছাদ্দাম হুছেইন। তেহৰান বিপ্লৱৰ পাছত আঠ বছৰ ধৰি ইৰাক-ইৰান যুদ্ধ চলে। ইয়াৰ ৩৭ বছৰ পাছতো দেশ দুখনৰ মাজৰ সম্পৰ্কৰ পৰা জটিলতা দূৰ হোৱা নাই।

আনহাতে, যোৱা শতিকাৰ ৮০ দশকৰ পৰা পাকিস্তান সন্ত্রাসবাদী সংগঠনৰ ৰম্যপুৰীত পৰিণত হয়। পৰৱৰ্তী চাৰিটা দশকত এই সন্ত্রাসবাদী সংগঠনসমূহৰ বিৰুদ্ধে বহু হেজাৰ ছিয়া ধৰ্মাৱলম্বী লোকক হত্যাৰ অভিযোগ উত্থাপন হয়। এনে অৱস্থাত ছিয়া আৰু ছুন্নীৰ বুজাপৰা হোৱাৰ সম্ভাৱনা ক্ষীণ। উল্লেখ্য যে ১৯৯১৩ ইৰাকৰ ছাদ্দাম হুছেইনৰ শাসনৰ বিৰুদ্ধে দেশখনৰ ছিয়াসকলৰ একাংশ প্রতিবাদত মিলিত হয়।

ছাদ্দামৰ স্বৈৰাচাৰৰ বিৰুদ্ধে সৰৱ হোৱা ছিয়াসকলৰ ১০ হেজাৰক নিশাটোৰ ভিতৰতে হত্যা কৰা হয়। পৰৱৰ্তী সময়ত ২০০৩ত ছাদ্দামৰ বিৰুদ্ধে গণবিধ্বংসী অস্ত্ৰ ৰখাৰ অভিযোগ উত্থাপন কৰি ইৰাক আক্রমণ কৰে মার্কিন বাহিনীয়ে। সেই যুদ্ধত ছাদ্দামৰ পতনৰ সহায়ক হোৱাকৈ ইৰাকৰ ছিয়া বিদ্রোহী সংগঠনসমূহক পৰ্দাৰ আঁৰত থাকি ইৰানে সহায় কৰে।

ফলত পশ্চিম এছিয়াৰ পৰিস্থিতি জটিলৰ পৰা জটিলতৰ হয়।আনহাতে, ২০১২ত ছিয়া ধর্মগুৰু শেখ নিমৰেৰ মৃত্যুদণ্ড কার্যকৰী কৰে ছৌদি আৰবে। ফলত দেশখনৰ স’তে ইৰানৰ সংঘাত তীব্ৰতৰ হয়। উল্লেখ্য যে বিশ্বৰ অধিকাংশ ইছলামিক দেশৰ চৰম আর্থিক বিপৰ্যয়ৰ বাবে ক্ষমতাশালীৰ দুর্নীতি-ভ্ৰষ্টাচাৰৰ লগতে এই দেশসমূহৰ দুৰ্বল বেংকিং ব্যৱস্থাক দায়ী কৰিছে একাংশ বিশ্লেষকে।

সাধাৰণভাৱে এই ৰাষ্ট্ৰসমূহত বেংকসমূহে ধর্মীয় অনুশাসন মানি কাৰ্য পৰিচালনা কৰে। গতিকে এই বেংকসমূহৰ স’তে বজাৰ অৰ্থনীতিৰ কোনো সম্পর্ক নাই। ফলত বিপুল লোকচানৰ সন্মুখীন হৈছে এই বেংকসমূহ। আনহাতে, পাকিস্তান-আফগানিস্তান আৰু ইৰানে মাদক দ্রব্যৰ জৰিয়তে আয়ৰ এটা বিকল্প পথ মুকলি কৰি থৈছে। এই তিনি দেশত ভাঙৰ ব্যাপক প্রচলন আছে।

তদুপৰি ইছলামিক দেশসমূহৰ আন এটা ডাঙৰ সমস্যা হ’ল সন্ত্রাসবাদ। সন্ত্রাসবাদৰ পৃষ্ঠপোষকতা কৰা ইছলামিক দেশসমূহৰ অন্যতম হ’ল পাকিস্তান, ইৰান, ছিৰিয়া, আফগানিস্তান আৰু তুৰস্ক আদি। এই দেশসমূহৰ সন্ত্রাসবাদী সংগঠনে আফ্ৰিকাৰ ইছলামিক ৰাষ্ট্ৰসমূহলৈও জাল বিস্তাৰ কৰিছে। ফলত বিভিন্ন আফ্রিকান-ইছলামিক ৰাষ্ট্ৰত গৃহযুদ্ধৰ পৰিস্থিতি বিৰাজ কৰি আছে। ইয়াৰ সমান্তৰালভাৱে মৌলবাদেও চৰম ৰূপ ধাৰণ কৰিছে।

একেদৰে অ’আইচিৰ অন্তর্ভুক্ত দেশসমূহৰ অধিকাংশই বিজ্ঞান-প্রযুক্তিৰ ক্ষেত্ৰতো বহুদূৰ পিছুৱাই আছে। উল্লেখ্য যে জনসংখ্যাৰ দিশৰ পৰা বিশ্বৰ ২৫ শতাংশ লোকেই ইছলাম ধর্মাৱলম্বী। তৎসত্ত্বেও এই পর্যন্ত ইছলামিক দেশসমূহৰ মাথোঁ তিনিজনেহে ন’বেল বঁটা লাভকৰিছে। আনহাতে, বিশ্বৰ মুঠ জনসংখ্যাৰ এক শতাংশতকৈও কম ইহুদীসকলৰ হাতলৈ গৈছে ১৬৫ টা ন’বেল বঁটা।

এই ক্ষেত্রত ইছলামিক দেশসমূহৰ মাজত কেৱল সংযুক্ত আৰৱ আমিৰ শ্বাহিৰ অৱস্থা কিছু উন্নত। লক্ষ্যণীয়ভাৱে বিশ্বৰ অধিকাংশ ইছলামিক দেশৰ লোক ধর্মীয় শিক্ষাত বিশ্বাসী। ফলত বিজ্ঞান-প্ৰযুক্তিৰ ক্ষেত্ৰত এই দেশসমূহৰ লোক বহু পিছ পৰি ৰৈছে। সম্প্ৰতি আধুনিক যুদ্ধৰ বহুলাংশে কৃত্রিম বুদ্ধিমত্তা, কৃত্রিম উপগ্ৰহ আদিত নিৰ্ভৰশীল। এনে প্রযুক্তি ইছলামিক দেশসমূহৰ হাতত নাই বুলিবই পাৰি। কেৱল সেয়াই নহয়, অত্যাধুনিক অস্ত্র-শস্ত্ৰৰ ক্ষেত্ৰতো আমেৰিকা যুক্তৰাষ্ট্ৰ বা পশ্চিমীয়া দেশৰ ওপৰত সম্পূৰ্ণৰূপে নিৰ্ভৰশীল। এনে পৰিস্থিতিত পাকিস্তানৰ ‘নাটো’ সংগঠন প্ৰতিষ্ঠাৰ সপোন বাস্তৱত পৰিণত নোহোৱাৰ সম্ভাৱনাই অধিক।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Islamic NATO
publisher

publisher

Related Posts

Mamata Banerjee Pressmeet :বংগত দলৰ শোচনীয় পৰাজয়ৰ পিছতে সংবাদমেল সম্বোধন মমতা বেনাৰ্জী
News

May 5, 2026
Gaurav Gogoi Pressmeet in Rajib bhawan:দলৰ শোচনীয় পৰাজয়ৰ পাছত সংবাদমেল সম্বোধন গৌৰৱ গগৈৰ
News

Gaurav Gogoi Pressmeet in Rajib bhawan:দলৰ শোচনীয় পৰাজয়ৰ পাছত সংবাদমেল সম্বোধন গৌৰৱ গগৈৰ

May 5, 2026
Cm Pressmeet:বিধানসভা নিৰ্বাচনত বিজেপিৰ বিজয়ৰ পিছত সংবাদমেল সম্বোধন ড:হিমন্ত বিশ্বশৰ্মাৰ
News

Cm Pressmeet:বিধানসভা নিৰ্বাচনত বিজেপিৰ বিজয়ৰ পিছত সংবাদমেল সম্বোধন ড:হিমন্ত বিশ্বশৰ্মাৰ

May 5, 2026
Gaurav Gogoi:সোমবাৰে ঘোষিত বিধানসভা নিৰ্বাচন ফলাফল সন্দৰ্ভত ছ’চিয়েল মেডিয়া যোগে গৌৰৱ গগৈৰ মন্তব্য
News

Gaurav Gogoi:সোমবাৰে ঘোষিত বিধানসভা নিৰ্বাচন ফলাফল সন্দৰ্ভত ছ’চিয়েল মেডিয়া যোগে গৌৰৱ গগৈৰ মন্তব্য

May 5, 2026
WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত
News

WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত

May 5, 2026
Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ
News

Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

May 5, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d