Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Drugs Seized in Chirang:চিৰাঙত নিষিদ্ধ ড্ৰাগছ সহ এজনক আটক

    Abhi- Neel Murder Case:সোমবাৰে অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান 

    Abhi- Neel Murder Case Judgement:অভি-নীল হত্যাকাণ্ডৰ দোষীৰ শাস্তি ঘোষণা আদালতৰ

    অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া

    ৰাঘৱ চাড্ডাসহ সাত জন সাংসদ বিজেপিত যোগদান

    British Parliament:ব্ৰিটিছ সংসদলৈ আমন্ত্ৰণ মাজুলীৰ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডঃ পীতাম্বৰ দেৱগোস্বামীক

    তুৰস্কত ১৫ বছৰৰ তলৰ শিশুৰ বাবে নিষিদ্ধ ছ’চিয়েল মিডিয়া

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

দীপাৱলীৰ প্ৰাহ্মণত ভীষণ ব্যস্ত বৰভাগৰ সমীপৱৰ্তী চৰিয়াৰ মৃৎশিল্পীসকল

publisher by publisher
October 17, 2025
in News, Assam
Reading Time: 1 min read
0
দীপাৱলীৰ প্ৰাহ্মণত ভীষণ ব্যস্ত বৰভাগৰ সমীপৱৰ্তী চৰিয়াৰ মৃৎশিল্পীসকল
1
SHARES
9
VIEWS
ShareShareShareShare

Diwali:✒️পোহৰৰ উৎসৱ দীপাৱলীলৈ মাজত মাথোঁ আৰু তিনিটা দিন বাকী। দীপাৱলীৰ প্রাকৃক্ষণত ভীষণ ব্যস্ততা ৰাজ্যৰ মৃৎশিল্পীসকলৰ। দিনে-নিশাই ‘চাক’ ঘূৰাই নিৰ্মাণ কৰি গৈছে হেজাৰ হেজাৰ মাটিৰ চাকি। নলবাৰীৰ এখন গাঁৱতো প্ৰতি বছৰে দেখা যায় দীপাৱলীৰ প্ৰাক্ষণত ভীষণ ব্যস্ততা। মূৰ তুলি চাবলৈ আহৰি নাই। পুৱাৰে পৰা নিশালৈ কেৱল মাটিৰ চাকি নির্মাণত ব্যস্ত তেওঁলোক। জুবিন গার্গবিহীন অসমত প্রথমটো পোহৰৰ উৎসৱ যদিও সকলোতে সেমেকা পৰিৱেশ। কোনো এটা উৎসৱক লৈ যেন নাই কাৰো মনত আনন্দ। তথাপি পৰম্পৰা ৰক্ষা কৰিবই লাগিব। এইবাৰ সকলোতে উঠিছে এটাই চর্চা-পোহৰৰ উৎসৱ জুবিনদাৰ বাবে কেৱল মাটিৰ চাকিৰে পোহৰাই উদ্যাপন কৰা হ’ব।

ADVERTISEMENT

সেই হেতুকে মৃৎশিল্পীসকলেও পূৰ্বৰ পৰম্পৰা ৰক্ষা কৰি এইবাৰো তেওঁলোক মাটিৰ চাকি নির্মাণত বর্তমান ব্যস্ত। যদিও অইনবাৰৰ দৰে বিক্ৰী বজাৰ ভাল নহয়, তথাপি নলবাৰীৰ বৰভাগৰ সমীপৱৰ্তী চৰিয়াগাঁৱৰ কে’বাটাও চুবুৰিত নিৰ্মাণ হৈছে হেজাৰ হেজাৰ মাটিৰ চাকি। প্ৰতিঘৰ লোকে ১০-২০ হেজাৰ মাটিৰ চাকি উলিয়াই ইতিমধ্যে বিক্ৰী কৰিছে যদিও আন বহুতো পৰিয়ালে ৫০-৮০ হেজাৰলৈ নিৰ্মাণ কৰি উলিয়াইছে চাকি। ইয়াৰে আধা অংশ ইতিমধ্যে বিক্রী হোৱা বুলি মৃৎশিল্পীসকলে জানিবলৈ দিয়ে। মহিলাসকল যদি নির্মাণত ব্যস্ত, সমান্তৰালকৈ পুৰুষসকলে সেইসমূহ চাকি বজাৰত বিক্ৰীৰ বাবে উলিয়াই নিয়াত ব্যস্ত। তাৰ মাজতে প্ৰাণৰ শিল্পীগৰাকী নোহোৱা হোৱাতো দুখ প্রকাশ কৰিছে মৃৎশিল্পীসকলে। ‘আগৰ দৰে এইবাৰ বিক্ৰী সিমান ভাল নহয়। জুবিন গাৰ্গৰ মৃত্যু হোৱা বাবে সকলোৰে মনত দুখ আৰু অশান্তি! তাৰে মাজতে আমিও চলিব লাগিব। ব্যৱসায়টোও কৰিব লাগিব, তেতিয়াহে আমি খাবলৈ পাম। বিক্রী নহ’লে আমি দুখীয়া মানুহে কি কৰি খাব।’

RelatedPosts

ছয় লক্ষাধিক কোটি টকাৰ বিক্ৰী: এইবাৰৰ দীপাৱলীৰ নতুন অভিলেখ

দীপাৱালীৰ পাছতে ৰাজ্যত উৰ্ধগামী হৈছে বায়ুৰ গুণামান সূচকাংক 

প্ৰাণৰ শিল্পী জুবিনৰ দুৰ্ভাগ্যজনক মৃত্যুৱে গ্ৰাস কৰিলে দীপাৱলীৰ আনন্দ

এইদৰে দুখ প্ৰকাশ কৰিলে মৃৎশিল্পী অঞ্জনা দাসে। ‘এইবাৰ তেওঁলোকৰ ১৫-২০ হেজাৰ মাটিৰ চাকি ইতিমধ্যে নির্মাণ কৰি উলিওৱা হৈ গৈছে। তাৰ আধা অংশ বিক্রীও হৈছে। কিন্তু কষ্টৰ প্ৰতি মূল্য হিচাপে উচিত দাম নাপাওঁ।’ এনেদৰে দুখ প্রকাশ কৰে মৃৎশিল্পী অঞ্জনা দাসে। মাটিৰ চাকি নির্মাণত মৃৎশিল্পীৰ সমস্যাৰ অন্ত নাই। তৎসত্ত্বেও কে’বাগৰাকী মৃৎশিল্পীয়ে কৈ গ’ল তেওঁলোকৰ সমস্যাবোৰৰ কথা।

‘আমি মাটিবোৰ গুৱাহাটীৰ আমিনগাঁৱৰ সমীপৰ আজ্ঞাঠুৰিৰ পৰা আনিব লাগে। তাৰ পৰা অনা মাটিবোৰ আমাৰ ইয়াৰে মাটিৰ লগত ভালকৈ মিহলাই ল’ব লাগে। আমি নিশা ১২ বজা পর্যন্ত কাম কৰিয়েই থাকিব লাগে। ভীষণ কষ্টও হয় এই কৰ্মৰ লগত।’

কাঠৰ চাকত এখন হাতেৰে ঘূৰাই চাকিবোৰ নিৰ্মাণ কৰিব লাগে তেওঁলোকে। সেয়েহে চৰিয়াগাঁৱৰ হীৰা মানুহখিনিয়ে এটা প্রশিক্ষণ শিবিৰো বিচাৰিছে। যাতে কষ্ট কিছু কম হয় আৰু তাৰ প্ৰাপ্যখিনি উপাৰ্জনৰ মাজেৰে পায়। ‘মাটিবোৰ আজ্ঞাঠুৰিৰ পৰা ট্রাক অথবা ট্রেক্টৰেৰে আনিব লাগে। য’ত পাঁচ হেজাৰকৈ গাড়ী ভাড়া দিব লাগে। আকৌ তাত পাঁচজন লোকে গোটেই নিশা মাটি উলিয়াই দুদিনলৈকে থাকিব লাগে। তেওঁলোকৰ খা-খৰচৰ উপৰি গাড়ী ভাড়াৰে যথেষ্টখিনি প্রত্যাহ্বান হয়। তেনে ক্ষেত্ৰত আমাৰ এক গাড়ী মাটিত ২০ হেজাৰকৈ টকা খৰচ হয়। কষ্ট অনুযায়ী উচিত মূল্য নাপাওঁ আমি।’

এনেদৰে দুখ প্রকাশ কৰে শিল্পীগৰাকীয়ে। আনহাতে, বাৰিষাৰ সময়ত তেওঁলোকে যথেষ্ট প্রত্যাহ্বানৰ সম্মুখীন হয়। নিৰ্মাণ কৰি উলিওৱা মাটিৰ সমাগ্রীসমূহ বৰষুণ দিলে তেনেকৈয়েই বোকা-পানীৰে মিহল হৈ সকলো কষ্ট থানবান হৈ যায়। সেয়েহে তেওঁলোকে চৰকাৰৰ পৰা একোখনকৈ টিনৰ চালি বিচাৰিছে। তেওঁলোকে কয়, ‘বাৰিষা আমাৰ বহুত লোকচান হয়। যেতিয়া বৰষুণে আমাৰ সাজি উলিওৱা সামগ্রীসমূহ নষ্ট কৰি দিয়ে। আমি দিনে-ৰাতিয়ে ব্যস্ত হৈ এইবোৰ সাজি উলিয়াও। মাটিবোৰ যদিও বাৰিষা ক্ৰয় কৰি অনাত কষ্ট হয়। সেয়েহে আমি খৰালিতেই যোগান ধৰি থও। হ’লে আমি সামগ্রী সাজি উলিয়াই ক’তো শুকুৱাব নোৱাৰো বাৰিষা কালত। সেয়েহে আমাক হীৰা মানুহখিনিক একোখন টিনৰ চালিৰ বহুত প্রয়োজন। ক’ৰবাত আঠ-১০খনকৈও যদি চৰকাৰে টিনপাত দিলে হয়! আমি বহুত সকাহ পালো হয়।’

এনেদৰে অভাৱ, আৱিষ্কাৰ আৰু দুখ উজাৰে নলবাৰীৰ চৰিয়াগাঁৱৰ মৃৎশিল্পীসকলে। লগতে স্থানীয় বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্রী জয়ন্ত মল্ল বৰুৱাকো তেওঁলোকৰ আহ্বান। তেওঁলোকৰ কিছু কিছু পৰিয়ালে চৰকাৰী আৱাস অথবা অন্যান্য আঁচনি পাই আহিছে যদিও তেওঁলোকৰ আই-বোপাৰ দিনৰ পৰম্পৰা আৰু কৰ্মটি যাতে জীয়াই ৰাখিবলৈ তেওঁলোকৰ অভাৱখিনি পূৰণ কৰি দিয়ে। আই-বোপাৰ দিনৰে পৰা গাঁওখনত চলি অহা পৰম্পৰা ৰক্ষা কৰি আজিৰ প্রজন্মলৈকে সকলোৱে জড়িত মৃৎশিল্পৰ লগত। সেয়েহে গাঁওখনত এটি প্রশিক্ষণ শিবিৰ আৰু ঘৰে ঘৰে একোখনকৈ মাটিৰ বাচন, সামগ্ৰী নিৰ্মাণ কৰাত সুবিধাৰ বাবে টিনৰ চালি যাতে যোগান ধৰি দিয়ে। সেয়াই আহ্বান মৃৎশিল্পীসকলৰ।

তেওঁলোকৰ পৰিশ্ৰম আৰু উৎপাদিত সামগ্ৰীৰ চাহিদা ‘আমি মাটিবোৰ আজ্ঞাঠুৰিৰ পৰা ক্ৰয় কৰি আনি আমাৰ ইয়াৰে মাটিৰ স’তে মিহলাই লওঁ। সেই মাটিবোৰ একেলগে মিহলাই দ’ম কৰি লওঁ। পাছত আমি যিকোনো সামগ্রী নিৰ্মাণৰ বাবে চাকত বহাই সকলো নিৰ্মাণ কৰি যাওঁ। সকলো পিতৃ-মাতৃ, পুত্ৰ-বোৱাৰী লগ লাগি এই কৰ্মৰ স’তেই আমি জড়িত। আমি মহিলাসকলে সাজি উলিৱাও পুৰুষসকলে বজাৰলৈ নি বিক্ৰী কৰে। যদিও স্থানীয় বজাৰ ওচৰত নাই নলবাৰী চহৰ অথবা অন্যান্য প্ৰান্তৰ চ’ক বজাৰসমূহত এইবোৰ বিক্ৰীৰ বাবে উলিৱাও। প্রতি এশটা মাটিৰ চাকিত আমাক ৮০ টকাকৈ দিয়ে পাইকাৰীসমূহে। বজাৰত নিলে এক টকাকৈ দিয়ে একোটা চাকিত। সেয়েহে আমাৰ কষ্ট, আমাৰ পৰিশ্ৰমৰ আমি উচিত মূল্য নাপাওঁ।’

তেওঁলোকক এখন স্থায়ী বজাৰৰ প্রয়োজন। তেওঁলোকৰ এইসমূহ সামগ্রী অকল নলবাৰীৰেই নহয়, ইয়াৰ পাৰ্শ্বৱৰ্তী হাজো, ৰঙিয়াকে আদি কৰি বৰপেটা জিলাৰো কিছু ঠাইলৈ ৰপ্তানি হয়। তেওঁলোকৰ যি পৰিশ্ৰম সেই পৰিশ্ৰমৰ উচিত মূল্য পোৱাৰ বাবে, শিল্প কলাটো জীয়াই ৰাখিবলৈও আহ্বান শিল্পীসকলৰ। আনহাতে, প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ উচিত ন্যায় বিচাৰিছে নলবাৰীৰ এইসকল মৃৎশিল্পীয়ে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Diwali
publisher

publisher

Related Posts

Drugs Seized in Chirang:চিৰাঙত নিষিদ্ধ ড্ৰাগছ সহ এজনক আটক
News

April 24, 2026
Abhi- Neel Murder Case:সোমবাৰে অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান 
Crime

Abhi- Neel Murder Case Judgement:অভি-নীল হত্যাকাণ্ডৰ দোষীৰ শাস্তি ঘোষণা আদালতৰ

April 24, 2026
অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া
News

অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া

April 24, 2026
ৰাঘৱ চাড্ডাসহ সাত জন সাংসদ বিজেপিত যোগদান
News

ৰাঘৱ চাড্ডাসহ সাত জন সাংসদ বিজেপিত যোগদান

April 24, 2026
British Parliament:ব্ৰিটিছ সংসদলৈ আমন্ত্ৰণ মাজুলীৰ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডঃ পীতাম্বৰ দেৱগোস্বামীক
News

British Parliament:ব্ৰিটিছ সংসদলৈ আমন্ত্ৰণ মাজুলীৰ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডঃ পীতাম্বৰ দেৱগোস্বামীক

April 24, 2026
তুৰস্কত ১৫ বছৰৰ তলৰ শিশুৰ বাবে নিষিদ্ধ ছ’চিয়েল মিডিয়া
News

তুৰস্কত ১৫ বছৰৰ তলৰ শিশুৰ বাবে নিষিদ্ধ ছ’চিয়েল মিডিয়া

April 24, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d