Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Mamata Banerjee Pressmeet :বংগত দলৰ শোচনীয় পৰাজয়ৰ পিছতে সংবাদমেল সম্বোধন মমতা বেনাৰ্জী

    Gaurav Gogoi Pressmeet in Rajib bhawan:দলৰ শোচনীয় পৰাজয়ৰ পাছত সংবাদমেল সম্বোধন গৌৰৱ গগৈৰ

    Cm Pressmeet:বিধানসভা নিৰ্বাচনত বিজেপিৰ বিজয়ৰ পিছত সংবাদমেল সম্বোধন ড:হিমন্ত বিশ্বশৰ্মাৰ

    Gaurav Gogoi:সোমবাৰে ঘোষিত বিধানসভা নিৰ্বাচন ফলাফল সন্দৰ্ভত ছ’চিয়েল মেডিয়া যোগে গৌৰৱ গগৈৰ মন্তব্য

    WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত

    Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Lifestyle

দাঁতৰ স্বাস্থ্যৰক্ষাৰ সহজ উপায়

publisher by publisher
October 28, 2025
in Lifestyle
Reading Time: 1 min read
0
দাঁতৰ স্বাস্থ্যৰক্ষাৰ সহজ উপায়
1
SHARES
12
VIEWS
ShareShareShareShare

প্রতিদিনে কমেও দুবাৰ দাঁত ব্ৰাছ কৰাটো জৰুৰী বুলি আমি প্রায় সকলোৱেই জানো। বহুতেই দিনতে দুবাৰকৈ দাঁত ব্ৰাছ কৰে আৰু শিশুকো দাঁতৰ যত্ন ল’বলৈ শিকায়। তৎসত্ত্বেও বিভিন্ন কাৰণত দাঁত আৰু দাঁতৰ আলুত বেক্টেৰিয়াৰ সংক্ৰমণৰ বাবে অকালতে দাঁতৰ ক্ষয়, দাঁতৰ আলুৰ বিষ আদি নানা সমস্যা লাগিয়ে থাকে।

ADVERTISEMENT

দাঁতৰ ক্ষয়ক লৈ মানুহৰ দুশ্চিন্তাৰ অন্ত নাথাকে। অথচ লোভনীয় খাদ্যবোৰো পৰিহাৰ কৰিব নোৱাৰি। যাৰ বাবে চিন্তা বেছিকৈ হয়। হৰম’নৰ ভাৰসাম্যহীনতা, খাদ্য তালিকাত খনিজ, ভিটামিন ‘এ’, ভিটামিন ‘ডি’ৰ অভাৱ আদি কাৰণতে দাঁত ক্ষয়ৰ সমস্যা হয়। সুস্থ থাকিবলৈ দাঁতৰ যত্ন লোৱাটো অতিশয় জৰুৰী। গতিকে জানি লওক দাঁত ক্ষয় ৰোধৰ কিছু সহজ উপায়

RelatedPosts

Mamata Banerjee Pressmeet :বংগত দলৰ শোচনীয় পৰাজয়ৰ পিছতে সংবাদমেল সম্বোধন মমতা বেনাৰ্জী

Gaurav Gogoi Pressmeet in Rajib bhawan:দলৰ শোচনীয় পৰাজয়ৰ পাছত সংবাদমেল সম্বোধন গৌৰৱ গগৈৰ

Cm Pressmeet:বিধানসভা নিৰ্বাচনত বিজেপিৰ বিজয়ৰ পিছত সংবাদমেল সম্বোধন ড:হিমন্ত বিশ্বশৰ্মাৰ

পুষ্টিকৰ খাদ্য খাব

খাদ্য তালিকাত ৰাখিব ভিটামিন আৰু খনিজ সমৃদ্ধ খাদ্য। এইবোৰ খাদ্যত থকা ফেট ছলিউবল প্রকৃতিয়ে দাঁতৰ ক্ষয় ৰোধৰ কাম কৰে। শাক-পাচলি খোৱাৰ লগতে নাৰিকলৰ তেল, এভ’কেডো, বাদাম আদি স্বাস্থ্যকৰ চৰ্বি খাদ্য তালিকাত ৰাখিব।

টুথপেষ্ট হওক ভেষজ

ৰাসায়নিক উপাদান কম থকা টুথপেষ্টহে ব্যৱহাৰ কৰিব। ভেষজ উপাদানেৰে তৈয়াৰী প্ৰচুৰ আয়ুর্বেদিক টুথপেষ্ট বজাৰত উপলব্ধ। দাঁতৰ ক্ষয় ৰোধ কৰাত এইবোৰৰ বেছিকৈ ব্যৱহাৰ কৰিব।

দাঁত পৰিষ্কাৰ কৰিব

নিশা খোৱাৰ পাছত আৰু পুৱা খোৱাৰ পাছত দাঁত ব্ৰাছ কৰিব। এই ক্ষেত্রত নৰম টুথব্ৰাছ ব্যৱহাৰ কৰাই শ্রেয়। দাঁত ব্রাছ কৰাৰ সময়ত জিভাও পৰিষ্কাৰ কৰিব।

মিঠা খাদ্য পৰিহাৰ

যিকোনো ধৰণৰ মিঠাযুক্ত খাদ্য আপোনাৰ খাদ্য তালিকাৰ পৰা বাদ দিব লাগিব। বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, মিঠা জাতীয় খাদ্যই দাঁত ক্ষয়ৰ মাত্ৰা বহুগুণে বৃদ্ধি কৰে। সেয়ে মিঠা পৰিহাৰ কৰিব লাগিব।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
publisher

publisher

Related Posts

ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল
Lifestyle

May 3, 2026
সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ
Lifestyle

সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

May 2, 2026
কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক
Lifestyle

কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

May 1, 2026
গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক
Lifestyle

গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

April 28, 2026
সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?
Lifestyle

সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

April 28, 2026
অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ
Lifestyle

অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

April 28, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d