Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Panjabari :মহানগৰীৰ পাঞ্জাৱাৰীৰ বতাহঘুলিত গজৰাজৰ মুক্ত বিচৰণ,আতংকিত ৰাইজ

    Ghagrapar:দৰিদ্ৰতাই নোৱাৰিলে বাধা দিব,পিতৃহাৰা চিন্ময় পাঠকৰ উজ্জ্বল সাফল্যত উৎফুল্ল পূৱ নলবাৰীৰ সন্ধাবাসী

    Akhil Gogoi’s open letter:মুখ্যমন্ত্রীৰ আক্রমণৰ প্ৰত্যুত্তৰ দি ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ মুকলি পত্ৰ

    উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 

    Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

    Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

দেশৰ ভিতৰতে সৰ্বাধিক নিৰিখত অসমে আদানীৰ পৰা ক্ৰয় কৰিব বিদ্যুৎ

publisher by publisher
November 9, 2025
in News, Assam
Reading Time: 1 min read
0
দেশৰ ভিতৰতে সৰ্বাধিক নিৰিখত অসমে আদানীৰ পৰা ক্ৰয় কৰিব বিদ্যুৎ

FILE PHOTO: Indian billionaire Gautam Adani speaks during an interview with Reuters at his office in the western Indian city of Ahmedabad April 2, 2014. Picture taken April 2, 2014. REUTERS/Amit Dave/File Photo

1
SHARES
12
VIEWS
ShareShareShareShare

শিল্পী জুবিন গাৰ্গৰ মৃত্যুত বাজ্যবাসী শোকস্তব্ধ হৈ থকাৰ সময়তে ৰহস্যজনকভাবে আদানী গ্রুপে তাপবিদ্যুৎ প্ৰকল্পৰ নিবিদা লাভ কৰা বুলি মন্তব্য কৰে কৃষক মুক্তি সংগ্রাম সমিতিয়ে। এক বিবৃতিত কৃষক মুক্তিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াই কয়, ‘এপিডিচিএলএ ৩২ হেজাৰ মেগাৱাট কয়লাৰ পৰা উৎপাদিত বিদ্যুৎ ক্ৰয় কৰিবৰ বাবে বিগত আগষ্টত নিবিদা আহ্বান কৰিছিল। যদিও ৰাইজক দেখাবলৈ পাঁচখন নিবিদা জমা দিয়া হৈছিল, এই পাঁচখন নিবিদাৰ বাকী চাৰিওখনেই আছিল আদানীৰ সহযোগী নিবিদা।

ADVERTISEMENT

ইতিমধ্যে আদানীৰ প্ৰকল্পৰ স্বাৰ্থত বহু গাঁৱৰ ৰাইজক তেওঁলোকৰ সম্মতি অবিহনে জোৰ জুলুমকৈ পৈতৃক ভূমিব পৰা উচ্ছেদ কৰাক লৈ প্রতিবাদ চলি থকাৰ মাজতে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ আকস্মিক মৃত্যুৰ ঘটনাই ৰাজ্যবাসীক জোঁকাৰি যোৱা সময়খিনিত সুযোগ বুজি অতি সংগোপনে এটা প্রক্রিয়া আৰম্ভ কৰি কেৱল ১২টা দিনত ৰাইজক আন্ধাৰত ৰাখি চুক্তিত ছীল-মোহৰ মাৰি দি ৰাজ্যবাসীক লুণ্ঠন চলোৱাৰ এটা নতুন পথ নিৰ্মাণ কৰি দিয়া হ’ল বুলি তেওঁ অভিযোগ কৰে।

RelatedPosts

এছিয়াৰ সবাতোকৈ ধনী ব্যক্তি গৌতম আদানী

Asia’s Richest person:এছিয়াৰ ধণাঢ্য ব্যক্তিৰ তালিকাৰ শীৰ্ষত গৌতম আদানী

মোদীৰ শাসনত দেশত এবছৰতে ৫৭জন অর্বুদপতিৰ সংখ্যা বৃদ্ধি

স্বয়ং মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ পৃষ্ঠপোষকত এই কার্য সম্পাদন হোৱা বুলি শইকীয়াই অভিযোগ কৰি লগতে কয় যে উত্তৰ প্ৰদেশ, মহাৰাষ্ট্ৰই প্ৰতি ইউনিট বিদ্যুৎ ৫.৩৯ টকা, মধ্যপ্রদেশে প্রতি ইউনিট ৫.৮১-৫.৮৩ টকাৰ বিপৰীতে অসমে প্রতি ইউনিটত ৬.৩০ টকাত ক্ৰয় কৰিব আদানীৰ পৰা। অর্থাৎ দেশৰ ভিতৰতে সৰ্বাধিক নিৰিখত অসমে আদানীৰ পৰা প্ৰায় ২৫ বছৰলৈ বিদ্যুৎ ক্ৰয় কৰিব।

যিখন ৰাজ্যত ইতিমধ্যে স্মার্ট মিটাৰৰ শোষণকাৰী বিলে ৰাইজক ত্রাহি মধুসূধন সোঁৱৰাই আহিছে, সেইখন ৰাজ্যত এই নিৰিখে যে ৰাইজক মৰণফান্দত পেলাব সেইটো খাটাং বুলি মন্তব্য কৰি কৃষক মুক্তিৰ সাধাৰণ সম্পাদক শইকীয়াই অভিযোগ কৰি আৰু কয় যে এপিডিচিএলএ আহ্বান কৰা এই নিবিদা প্রক্রিয়াত এনটিপিচি (নেচনেল থার্মেল পাৱাৰ ক’ৰ্পৰেচন) জড়িত নথকাটো এক ৰহস্যজনক বিষয়।

তদুপৰি অসমত এপিজিচিএল নামৰ এটা কোম্পানী থকাৰ পাছতো তেওঁলোককো এই প্রক্ৰিয়াটোৰ পৰা আঁতৰাই ৰখাটোও একপ্ৰকাৰৰ সন্দেহজনক কথা। এপিজিচিএলএ মাত্র তিনিশ মেগাৱাট বিদ্যুৎ উৎপাদন ক্ষমতা লৈয়ে জীয়াই থাকিব নেকি বুলি তেওঁ প্রশ্ন কৰে। এনটিপিচি, এপিজিচিএলৰ দৰে ৰাজহুৱা প্রতিষ্ঠানক জড়িত নকৰাৰ অন্যতম কাৰণ কমিছনৰ অংক বুলি তেওঁ উল্লেখ কৰি লগতে কয় যে নিবিদা খোলাৰ পৰা এপিডিচিএলৰ ব’ৰ্ডৰ সিদ্ধান্তকে ধৰি নিয়ন্ত্রক আয়োগে ইমান কম সময়ত যি তৎপৰতাৰে আদানীৰ প্রস্তাৱত ছীল-মোহৰ মাৰিলে সেই তৎপৰতাই বহু প্ৰশ্নৰ অৱতাৰণা কৰিছে।

তিনি অক্টোবৰৰ পৰা ২০ অক্টোবৰলৈ নিবিদা খোলাৰ পৰা অনুমতিলৈকে সকলো কাম শেষ। নিয়ন্ত্রক আয়োগৰ অধ্যক্ষ সঞ্জয় কিষাণে অৱসৰৰ দুদিন পূর্বে এনে এক সিদ্ধান্ত মোহৰ মাৰি গৈছিল বুলি শইকীয়াই উল্লেখ কৰে। অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে ৰাজহুৱাভাৱে এই চুক্তি সমাপন কৰিবলৈ আদানীৰ লগতে এজন বিজেপিৰ সাংসদৰ (নিশিকান্ত ডুবে) ঘৰলৈ যোৱা সম্পর্কে অনা গুৰুতৰ অভিযোগ সন্দৰ্ভত সততে সৰৱ মুখ্যমন্ত্ৰীৰ মৌনতাই কি সূচায় বুলিও কৃষক মুক্তিৰ নেতাজনে প্রশ্ন কৰে।

লগতে নেতাজনে কয় যে যদি অসমৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে লুৰীণজ্যোতি গগৈয়ে ভিত্তিহীন অভিযোগ আনিছে, তেন্তে তেওঁ ন্যায়ৰ দ্বাৰস্থ এই মূহূৰ্তলৈ কিয় হোৱা নাই? তেওঁ লগতে কয়, ‘জুবিন গাৰ্গৰ ন্যায় বিচাৰোতেই ভিক্তৰ দাস, অজয় ফুকনৰ দৰে বহুজনক কাৰাগাৰলৈ নিক্ষেপ কৰা গৃহমন্ত্ৰী আৰু মুখ্যমন্ত্রী এই অভিযোগৰ বেলিকা মৌন কিয়? এইধৰণৰ বৃহৎ কয়লা ভিত্তিক প্ৰকল্পৰ স’তে পৰিৱেশৰ দৰে স্পৰ্শকাতৰ বিষয় জড়িত হৈ আছে।’

পৰিৱেশতন্ত্র ধ্বংস, প্ৰদূষণৰ সমস্যাৰ দৰে বিষয় জড়িত থকা বিষয়ত ৰাজহুৱা শুনানিকে ধৰি ইয়াৰ বিধিবদ্ধ প্ৰক্ৰিয়াবোৰ সম্পন্ন নকৰাটোৱে কি ইংগিত বহন কৰিছে বুলিও প্রশ্ন কৰে কৃষক মুক্তিৰ নেতাজনে। এনে এক গুৰুত্বপূর্ণ বিষয়ত প্রধান বিৰোধী দল কংগ্ৰেছৰ স্থিতি স্পষ্ট কৰাৰ আহ্বান জনাই শইকীয়াই একত্রিত প্রতিবাদৰ প্ৰয়োজনীয়তা দোহাৰে। অসমৰ সাম্প্রতিক পৰিস্থিতিয়ে বিজেপি তথা মুখ্যমন্ত্রী ড° শৰ্মাৰ জনবিৰোধী চৰিত্ৰ উলংগ ৰূপত প্ৰকাশ কৰাৰ পৰিপ্ৰেক্ষিতত সমাগত ২০২৬ৰ নিৰ্বাচনৰ ৰাজনৈতিক বৈতৰণী পাৰ কৰাৰ স্বাৰ্থত বৃহৎ অর্থ প্ৰয়োগৰ অংকৰে কমিছনৰ বিনিময়ত এই অসম বিৰোধী নিবিদা আদানীক গতাই দিয়াৰ ষড়যন্ত্ৰত লিপ্ত হৈছে বুলি অভিযোগ কৰে কৃষক মুক্তিৰ সাধাৰণ সম্পাদক শইকীয়াই।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Gautam Adani
publisher

publisher

Related Posts

Panjabari :মহানগৰীৰ পাঞ্জাৱাৰীৰ বতাহঘুলিত গজৰাজৰ মুক্ত বিচৰণ,আতংকিত ৰাইজ
News

April 29, 2026
Ghagrapar:দৰিদ্ৰতাই নোৱাৰিলে বাধা দিব,পিতৃহাৰা চিন্ময় পাঠকৰ উজ্জ্বল সাফল্যত উৎফুল্ল পূৱ নলবাৰীৰ সন্ধাবাসী
News

Ghagrapar:দৰিদ্ৰতাই নোৱাৰিলে বাধা দিব,পিতৃহাৰা চিন্ময় পাঠকৰ উজ্জ্বল সাফল্যত উৎফুল্ল পূৱ নলবাৰীৰ সন্ধাবাসী

April 29, 2026
Akhil Gogoi’s open letter:মুখ্যমন্ত্রীৰ আক্রমণৰ প্ৰত্যুত্তৰ দি ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ মুকলি পত্ৰ
News

Akhil Gogoi’s open letter:মুখ্যমন্ত্রীৰ আক্রমণৰ প্ৰত্যুত্তৰ দি ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ মুকলি পত্ৰ

April 29, 2026
উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 
News

উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 

April 28, 2026
Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন
News

Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

April 28, 2026
Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
News

Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

April 28, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d