Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    জালুকবাৰীত হিমন্ত বিশ্ব শৰ্মাৰ জয়লাভ

    জালুকবাৰীত হিমন্ত বিশ্ব শৰ্মাৰ জয়লাভ

    গোলাঘাটত বিজেপিৰ জয়ধ্বনি, বিজয়ী অজন্তা নেওগ

    গোলাঘাটত বিজেপিৰ জয়ধ্বনি, বিজয়ী অজন্তা নেওগ

    যোৰহাটত পৰাস্ত গৌৰৱ গগৈ

    যোৰহাটত পৰাস্ত গৌৰৱ গগৈ

    উৎকণ্ঠা চৰমত! এইবাৰ চৰকাৰ কাৰ?

    কামৰূপ মহানগৰত এনডিএৰ অগ্ৰগতি

    বিজয় উৎসৱৰ প্ৰস্তুতিত ব্যস্ত বিজেপি মুখ্য কাৰ্যালয়

    বিজয় উৎসৱৰ প্ৰস্তুতিত ব্যস্ত বিজেপি মুখ্য কাৰ্যালয়

    WB Election Result:পশ্চিমবংগত নিশ্চিত বিজয়ৰ দিশে অগ্ৰসৰ বিজেপি

    WB Election Result:পশ্চিমবংগত নিশ্চিত বিজয়ৰ দিশে অগ্ৰসৰ বিজেপি

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

২০২৪ৰ অগ্রগতি ধৰি ৰাখিব নোৱাৰিলে বিৰোধীয়ে

publisher by publisher
December 31, 2025
in News, India
Reading Time: 1 min read
0
২০২৪ৰ অগ্রগতি ধৰি ৰাখিব নোৱাৰিলে বিৰোধীয়ে
2
SHARES
16
VIEWS
ShareShareShareShare

২০২৫ বৰ্ষটো ভাৰতীয় ৰাজনীতিৰ বাবে একাধিক দিশৰ পৰা তাৎপৰ্যপূৰ্ণ আছিল। মূলতঃ দুই ৰাজ্যৰ নির্বাচনী ফলাফল, কে’বাখনো বিতর্কিত বিধেয়ক, নির্বাচন আয়োগৰ ভূমিকা, বিৰোধীৰ এটাৰ পাছত আনটো অভিযোগ উত্থাপনে একপ্ৰকাৰ উত্তপ্ত কৰি ৰাখিছিল বিদায়ী বৰ্ষটোৰ দেশৰ ৰাজনীতি।

ADVERTISEMENT

বছৰৰ আৰম্ভণিতে দেশৰ ৰাজনীতিত এক চমক দিছিল দিল্লী বিধানসভাৰ নিৰ্বাচনৰ ফলাফলে। এই নিৰ্বাচনত অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন আম আদমী পার্টি (আপ)ৰ চৰকাৰক ক্ষমতাচ্যুত কৰি বিজেপিয়ে চমকপ্রদ জয় সাব্যস্ত কৰে।

RelatedPosts

জালুকবাৰীত হিমন্ত বিশ্ব শৰ্মাৰ জয়লাভ

গোলাঘাটত বিজেপিৰ জয়ধ্বনি, বিজয়ী অজন্তা নেওগ

যোৰহাটত পৰাস্ত গৌৰৱ গগৈ

দিল্লী বিধানসভাৰ ফেব্ৰুৱাৰীৰ নির্বাচনত ৭০ সমষ্টিৰ ৪৮ত বিজেপিৰ প্রার্থী জয়ী হোৱাৰ বিপৰীতে আপে লাভ কৰিছিল ২২ সমষ্টি। এই জয়ৰ জৰিয়তে বিজেপিয়ে ২৭ বছৰৰ পাছত দিল্লীব ক্ষমতা দখল কৰিছিল। দিল্লী বিধানসভাৰ নিৰ্বাচনত একেৰাহে তৃতীয় বাৰৰ বাবে কংগ্ৰেছে এখনো আসন লাভ কৰিব নোৱাৰিলে।

দিল্লীৰ সবাতোকৈ মন কৰিবলগা দিশটো কেৱল বিজেপিৰ উত্থানে নাছিল, তাতোকৈ গুৰুত্বপূর্ণ আছিল কেজৰিৱালৰ আকস্মিক পতন। দুর্নীতি বিৰোধী আন্দোলনৰ জৰিয়তে ভাৰতীয় ৰাজনীতিত সমাজকর্মী আন্না হাজাৰেৰ এনে সহযোগী হিচাপে আত্মপ্রকাশ কৰি পৰৱৰ্তী সময়ত সক্রিয় ৰাজনীতিত জড়িত হৈ দুবাৰকৈ দিল্লীৰ ক্ষমতা দখল কৰা আপৰ মুৰব্বীয়ে বিদায়ী বৰ্ষত দেশৰ ৰাজধানীৰ পৰা ক্ষমতাচ্যুত হোৱাই নহয়, কেজৰিৱাল নিজেও এই নির্বাচনত পৰাজিত হৈছিল।

দিল্লীত হঠাতে বিজেপিৰ তিনি দশকৰ পাছৰ চমকপ্রদ উত্থান আৰু কেজৰিৱালৰ পতন আছিল বছৰটোৰ ৰাজনীতিৰ এক চাঞ্চল্যকৰ ঘটনা দিল্লী দখলৰে বিজেপিয়ে যাত্রা আৰম্ভ কৰি বছৰৰ অন্তিম ভাগত বিহাৰৰ নির্বাচনতো নিজৰ শক্তি পুনৰ প্ৰদৰ্শন কৰিলে।

বিহাৰত এনডিএ চৰকাৰক ক্ষমতাচ্যুত কৰিবলৈ আৰজেডি-কংগ্ৰেছৰ মহাগঠবন্ধনে হুংকাৰ দি ব্যাপক প্রস্তুতি চলাইছিল যদিও নির্বাচনত বিবোধী মচাই বৰ বেয়াকৈ মুখ থেকেচা খাইছিল। এই নির্বাচনত এনডিএই নিৰংকুশ সংখ্যাগৰিষ্ঠতা অর্জন কৰাব লগতে বিজেপিয়ে ৮৯ আৰু জেডিইউৱে ৮৫ সমষ্টি দখলেৰে শক্তি প্রদর্শন কৰাৰ বিপৰীতে মহাগঠবন্ধৰ আৰডেজিয়ে ২৫ আৰু কংগ্রেছে ছখন আসনতে আবদ্ধ থাকিল।

বিহাৰ পুনৰ দখলৰে নীতিশ কুমাৰ দশমবাৰৰ বাবে ৰাজ্যখনৰ মুখ্যমন্ত্রী হিচাপে শপতগ্রহণ কৰে। বিহাৰৰ নির্বাচনত বহুতে ধাৰণা কৰিছিল যে এনডিএৰ বাবে পুনৰ ক্ষমতা দখল যথেষ্ট প্রত্যাহ্বানমূলক হ হ’ব, কিন্তু বাস্তৱত বিৰোধীয়ে শাসক দলক কোনো প্রত্যাহ্বান জনাবলৈ সফল নহ’ল, বৰঞ্চ এই নির্বাচনত বিহাৰৰ মূল বিৰোধী দল আৰজেডি বৰ বেয়াকৈ বিধ্বস্ত হ’ল।

একেদৰে কংগ্ৰেছেও বিহাৰত ব্যর্থতাৰ ধাৰাবাহিকতাকে বাহাল ৰাখিলে। বিহাৰবাসীয়ে লালু প্রসাদ যাদৱৰ পৰিয়ালকেন্দ্রিক ৰাজনীতিক বিদায়ী বর্ষটোত আকৌ এবাৰ নাকচ কৰাই নহয়, তেজস্বী যাদৱৰ মুখ্যমন্ত্রী হোৱাৰ স্বপ্নও ছাৰখাৰ কৰিলে।

২০২৫ৰ দেশৰ ৰাজনীতিৰ আন এক উল্লেখনীয় ঘটনা আছিল উপ-বাষ্ট্রপতি জগদীপ ধনখড়ৰ পদত্যাগ। জুলাইত হঠাতে ধনখড়ে স্বাস্থ্যজনিত কাৰণত ৰাষ্ট্ৰপতি পদৰ পৰা ইস্তফা দিয়াৰ কথা ঘোষণা কৰিছিল। কার্যকাল সম্পূর্ণ নকৰাকৈ পদত্যাগ কৰা ধনখৰ আছিল দেশৰ তৃতীয়জন উপ-ৰাষ্ট্ৰপতি।

ৰাজ্যসভাৰ সভাপতি হিচাপে উচ্চ সদনত বিৰোধীৰ স’তে ধনখড়ৰ প্ৰায়ে সংঘাত হৈছিল আৰু অপ্রত্যাশিতভাবে তেওঁ পদত্যাগৰ কথা ঘোষণা কৰাত ৰাষ্ট্ৰীয় ৰাজনীতিত চাঞ্চল্যৰ সৃষ্টি হৈছিল। ধনখড়ব পদত্যাগৰ পাছত ছেপ্টেম্বৰত অনুষ্ঠিত উপ-বাষ্ট্রপতির নির্বাচনত এনডিএৰ প্রার্থী চিপি ৰাধাকৃষ্ণণ উপ-ৰাষ্ট্রপতি নির্বাচিত হয়।

বিদায়ী বর্ষত দুখন বাজ্যৰ ৰাজনৈতিক সংঘাতেও দেশবাসীৰ দৃষ্টি আকর্ষণ কৰিছিল। কেৰালা আৰু কৰ্ণাটকত একাধিকবাৰ ৰাজনৈতিক বিতর্ক আৰু সংঘাতে বৰ্ষটোৰ এক চৰ্চাৰ বিষয় আছিল। কেৰালাৰ দুই শাসক মর্চা এলডিএফ আৰু ইউডিএফৰ মাজত বর্ষটোত একাধিকবাৰ সংঘাত প্রত্যক্ষ হৈছিল।

কংগ্ৰেছৰ ইউডিএফত অন্তর্দ্বন্দ্ব আৰু চিপিআইএমৰ এলডিএফত নীতিগত সংঘাতে কেৰালাত বাম মৰ্চাৰ চৰকাৰক নানা প্রশ্নৰ সম্মুখীন কৰাইছিল। মুখ্যমন্ত্রী পিনাৰাই বিজয়নৰ এলডিএফে কেৰালাৰ পঞ্চায়ত নির্বাচনত চাৰি পৌৰ নিগম, চাৰি জিলা পঞ্চায়ত, ২০০ৰ অধিক গ্রাম পঞ্চায়ত, অর্ধেক পৌৰসভা আৰু সম পমিৰাণৰ ব্লক পঞ্চায়তৰ পৰাজয় বৰণ কৰা ঘটনাও বাম গণতান্ত্রিক মৰ্চাৰ জনপ্রিয়তা হাসব এক প্রমাণ হিচাপে পৰিগণতি হ’ল।

২০১০ৰ পাছত কেৰালাৰ পঞ্চায়ত নির্বাচনত ইউডিএফৰ উত্থান ঘটিল। সবাতোকৈ তাৎপর্যপর্ণ ঘটনাটো হ’ল বামশাসিত ৰাজ্যখনৰ তিকৱনন্তপুৰম পৌৰ নিগম বিজেপিয়ে দখল কৰাটো। বিজেপিৰ ভি ভি বাজেশ তিকৱনন্তপুৰমৰ মেয়ৰ নিৰ্বাচিত হোৱাৰ লগতে বিজেপিয়ে প্রথমবাৰৰ বাবে কেৰালাত কে’বাখনো পৌৰ পঞ্চায়ত দখল কৰিলে।

সবাতোকৈ আশ্চর্যকৰ ঘটনাটো হৈছে চিপিআইএমৰ এলিডএফক বাধা দিবলৈ মট্টাতুৰ পঞ্চায়তত বিসম্বাদী কংগ্রেছ সদস্যই বিজেপিবে মিত্রতা কৰি এজন প্রাক্তন কংগ্রেছী নির্দলীয়ক পঞ্চায়তৰ সভাপতি নির্বাচিত কৰিলে। পঞ্চায়তৰ নিৰ্বাচনত কেৰালাৰ শাসক মৰ্চাৰ এনে অন্তর্দ্বন্দ্বই বাজ্যখনত বাম ৰাজনীতিৰ ভৱিষ্যৎ সন্দর্ভতো প্রশ্ন উত্থাপন কৰিলে।

একেদৰে কেৰালাৰ ঋণৰ বোজা ৰাজ্যিক মুঠ ঘৰুৱা উৎপাদন (জিএছডিপি)ৰ ৩৭শতাংশলৈ বৃদ্ধি পোৱা আৰু নবেম্বৰত মুদ্রাস্ফীতিৰ হাৰ ৮.৬ শতাংশ হোৱাটোও বর্ষটোৰ এক লক্ষ্যণীয় দিশ আছিল। আনহাতে, কংগ্রেছ শাসিত কর্ণটিকতো বিদায়ী বর্ষটোত শাসক দলৰ মাজত একাধিকবাৰ সংঘাত সৃষ্টিৰ বাতৰিয়ে বিশেষ চর্চা লাভ কৰিছিল। কর্ণাটকৰ মুখ্যমন্ত্রী ছিদ্দাবামাইয়া আৰু উপ-মুখ্যমন্ত্রী ডি কে শিৱকুমাৰৰ মাজত বৰ্ষৰ আৰম্ভণিৰে পৰা এক সংঘাত প্রত্যক্ষ হৈছিল।

শিৱ কুমাৰে একাধিকাৰ মুখ্যমন্ত্ৰীৰ পদ দাবীৰে ৰাজ্যখনৰ ৰাজনীতিত বিতৰ্কৰ সৃষ্টি কৰাৰ লগতে হিন্দাৰামাইয়া চৰকাৰৰ পাৰদর্শিতাক লৈও প্রশ্ন উত্থাপন কৰিছিল। অৱশ্যে শিৱকুমাবে মুখ্যমন্ত্রীৰ পদৰ তেওঁ দাবীদাৰ নহয় বুলি মন্তব্য কৰাৰ লগতে কংগ্ৰেছ চৰকাৰত কোনো সংঘাত নাই বুলিও দাবী কৰি আহিছে।

ৱাকফ ব’ৰ্ডক লৈও বিদায়ী বর্ষত এক দীঘলীয়া বিতর্ক হৈছিল। বাকফ ব’ৰ্ডৰ সংস্কাৰ সাধনৰ বাবে কেন্দ্ৰৰ চৰকাৰে ৪০ টা নতুন সংশোধনী প্রস্তাৱৰে এক বিধেয়ক প্রস্তুত কৰাত মুছলমান সংগঠন আৰু বিৰোধীৰ দলসমূহে দেশজুৰি তীব্র বিৰোধিতা কৰিছিল। আনকি বাকফ ব’ৰ্ডৰ সংশোধনৰ এই চৰকাৰী পদক্ষেপৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত ৬৫ ৰো অধিক আবেদন দাখিল হৈছিল। দেশজুৰি ব্যাপক প্রতিক্রিয়া আৰু বিৰোধিতা অব্যাহত থকাৰ মাজতে এপ্রিলত যৌথ সংসদীয় সমিতিৰ পৰীক্ষণৰ পাছত বাকফ বিধেয়ক গৃহীত হৈছিল আৰু ৰাষ্ট্ৰপতিয়ে এই বিধেয়কত স্বাক্ষৰ কৰিছিল।

বিদায়ী বর্ষত বিতৰ্কৰ সৃষ্টি কৰা আন এক বিষয় হৈছে ভোটাৰ তালিকাৰ বিশেষ গভীৰ পুনৰীক্ষণ (এছআইআব)। ২৭অক্টোবৰত দেশৰ মুখ্য নির্বাচন আয়ুক্ত জ্ঞানেশ কুমাবে দেশজুৰি ভোটাৰ তালিকাৰ এছআইআৰ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ কথা ঘোষণা কৰাৰ লগে লগে দেশত ব্যাপক প্রতিক্রিয়া আৰম্ভ হৈছিল। কংগ্ৰেছ, তৃণমূল কংগ্ৰেছ, আৰজেডি, চিপিআইএম, সমাজবাদী দল, ডিএমকে আদি দলে এছআইআবৰ তীব্র বিৰোধিতা কৰি দেশৰ ৰাজনীতি উত্তপ্ত কবি তোলে।

অৱশ্যে এছআইআৰ কোনো নতুন প্রক্রিয়া নাছিল, সাংবিধানিক এক প্রক্রিয়া হিচাপে নির্বাচন আয়োগে এছআইআৰ আৰম্ভ কৰিছিল যাতে মৃত ব্যক্তি, সন্দেহজনক নাগৰিক বা অযোগ্য ব্যক্তিৰ নাম ভোটাদাতাৰ তালিকাৰ পৰা বাদ দিব পৰা যায়। পূর্বেও দেশত ১৯৫২ৰ পৰা আৰম্ভ কৰি ২০০৪ বর্ষলৈকে মুঠ ১৩ বাৰ নির্বাচন আয়োগে এছআইআৰ সম্পন্ন কৰিছিল। কিন্তু বিৰোধীয়ে অভিযোগ কৰে যে চৰকাৰে নির্দিষ্ট সম্প্রদায়ৰ ভোটদাতাক গণতান্ত্রিক অধিকাৰৰ পৰা বঞ্চিত কৰাবলৈহে এছআইআর প্রক্রিয়াৰ অপব্যৱহাৰ কৰিছে। বিষয়টোরে সংসদৰ শীতকালীন অধিবেশনতো বিশেষ চর্চা লাভ কৰিছিল।

এছআইআৰৰ লগতে বিদায়ী বর্ষত চর্চিত আন এক ৰাজনৈতিক অভিযোগ আছিল ‘ভোট চুৰি’ কংগ্রেছ সাংসদ আৰু লোকসভাৰ বিৰোধীৰ নেতা বাহুল গান্ধীয়ে দেশৰ কে’বাখনো ৰাজ্যত বিজেপিয়ে নির্বাচনত ‘ভোট চুৰি’ কৰাৰ অভিযোগ উত্থাপন কৰি চাঞ্চল্যৰ সৃষ্টি কৰিছিল। কিছুমান তথ্য দাখিল কৰি কংগ্রেছ সাংসদজনে দাবী কৰিছিল যে হাৰিয়ানাসহ কে’বাখনো ৰাজ্যত বিজেপিয়ে ভুৱা ভোটৰ জৰিয়তে ভোট চুৰি কৰি ক্ষমতা দখল কৰিছিল। ৰাহুলৰ এই অভিযোগৰ প্রতি তৃণমূল কংগ্ৰেছ, আৰজেডি, আপ আদিয়েও সমর্থন জনাই ৰাজনীতি উত্তপ্ত কৰিছিল যদিও বিহাৰৰ নিৰ্বাচনৰ পূৰ্বে আৰম্ভকৰা কংগ্ৰেছ সাংসদৰ এই প্ৰচাৰে নিৰ্বাচনত দলটোক সহায় নকৰিলে আৰু এছআৰআই প্রক্রিয়াই ভোটাৰ তালিকাৰ সংশোধনী কাম আৰম্ভ কৰিলে।

২০২৫ত মণিপুৰৰ উত্তপ্ত পৰিস্থিতিয়েও বিশেষ চর্চা লাভ কৰিছিল। দুই নৃগোষ্ঠী মেইটেই আৰু কুকি-জ’ৰ মাজত ২০২৩তে আৰম্ভ হোৱা সংঘাতে বিদায়ী বৰ্ষত অধিক ভয়াৱহ ৰূপ ধাৰণ কৰে। ফেব্ৰুৱাৰীত হঠাতে পুনৰ হিংসাত উত্তপ্ত হৈ উঠা মণিপুৰত কমেও ২৫০জন লোকৰ প্রাণহানি হোৱাৰ লগতে ৬০ হেজাৰৰ অধিক লোক স্থানান্তৰিত হৈছিল। ১৩ ফেব্ৰুৱাৰীত একাদশবাৰৰ বাবে মণিপুৰত ৰাষ্ট্ৰপতিৰ শাসন বলবৎ কৰা হৈছিল আৰু বর্তমানেও অশান্ত ৰাজ্যখন ৰাষ্ট্ৰপতিৰ শাসনতে আছে।

ভাৰতে পাকিস্তান আৰু পাক অধিকৃত ভূমিত সন্ত্রাস নির্মূলৰ বাবে চলোৱা ‘অপাৰেছন সিন্দুৰে’ও বিদায়ী বর্ষৰ ৰাজনীতিত চাঞ্চল্যৰ সৃষ্টি কৰিছিল। ২২ এপ্রিলত সন্ত্রাসবাদীয়ে জম্মু-কাশ্মীৰৰ পহলগামত ২৬ জন পর্যটকক গুলীয়াহ হত্যা কৰিছিল আৰু এই ঘটনাৰ স’তে পাকিস্তানৰ সন্ত্রাসবাদী সংগঠন জড়িত থকাৰ প্ৰমাণ লাভৰ পাছত সাত মে’ত ভাৰতীয় বায়ুসেনাই এয়াবস্ট্রাইক চলাই পাকিস্তান আৰু অধিকৃত কাশ্মীৰত থকা সন্ত্রাসবাদীৰ নটা ঘাটি ধ্বংস কৰিছিল। ভাৰতৰ ‘অপাৰেছন সিন্দূৰ’ৰ পাছত পাকিস্তানেও ড্র’ন, ক্ষেপণাস্ত্র নিক্ষেপৰে চাৰিদিন যুদ্ধসদৃশ পৰিস্থিতিৰ সৃষ্টি কৰিছিল যদিও ১০ মে’ত উভয় দেশৰ সেনাই যুদ্ধৰিবতি ঘোষণা কৰিছিল। পাছত সংসদৰ বর্ষাকালীন অধিবেশনত ‘অপাৰেছন সিন্দুৰ’ প্রসংগই বিশেষ চর্চা লাভ কৰিছিল।

ৰাজনৈতিক দিশত সামগ্রিকভাবে বিদায়ী বর্ষত দেশত শাসক এনডিএৰ পুনৰ উত্থান প্রত্যক্ষ হোৱাৰ বিপৰীতে বিৰোধীৰ দুৰ্বলতা অধিক প্রকট হ’ল। ২০২৪ৰ লোকসভাৰ নিৰ্বাচনত ক্ষমতা দখলত ব্যর্থ হ’লেও কংগ্ৰেছ আৰু বিেেৰাধীৰ ইণ্ডি মৰ্চাৰ কিছু উত্থান প্রত্যক্ষ হৈছিল এনডিএৰ আসনৰ সংখ্যা এই নির্বাচনত ২৯৩ হ’লেও বিজেপিৰ আসন ২০১৯ৰ তুলনাত ৬৩ খন হাসবে ২৪০ লৈ অৱনমিত হৈছিল।

আনহাতে, ২০২৪ত লোকসভাত ইন্ডি মৰ্চাৰ আসন ২৩৪ লৈ বৃদ্ধি পোৱাৰ লগতে কংগ্রেছৰো ৪৭ খন আসন বাঢ়ি ১৯খন হৈছিল। কিন্তু ২০২৪ৰ এই সফলতা বিদায়ী বৰ্ষৰ নিৰ্বাচনী ৰাজনীতিত অব্যাহত ৰাখিব নোৱাৰিলে কংগ্ৰেছসহ বিৰোধীয়ে। বিশেষকৈ সাংগঠনিক দিশত এই বৰ্ষত বিৰোধীক বৰ দুৰ্বল প্রত্যক্ষ হৈছিল।

বিৰোধী নেতাৰূপে ৰাহুল গান্ধীয়ে সংসদৰ বাহিৰে-ভিতৰে প্ৰায়ে নানা বিষয়ত সৰব হৈ দেশবাসীৰ দৃষ্টি আকৰ্ষণ কৰিলেও নির্বাচনী ৰাজনীতিত বিৰোধীৰ একত্রিত শক্তি প্রত্যক্ষ নহ’ল। বিৰোধীয়ে বর্ষটোত এজেণ্ডা আধাৰিত ৰণকৌশল অবলম্বনৰ পৰিৱৰ্তে কেবল প্রতিক্রিয়াশীল আচৰণ প্রদর্শনতে আবদ্ধ থাকিল আৰু বিৰোধীৰ এনে ভূমিকাই শাসক পক্ষক অধিক আত্মবিশ্বাসী কবি ২০২৫ত পুনৰ উত্থানত সহায় কৰিলে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
publisher

publisher

Related Posts

জালুকবাৰীত হিমন্ত বিশ্ব শৰ্মাৰ জয়লাভ
Assam

জালুকবাৰীত হিমন্ত বিশ্ব শৰ্মাৰ জয়লাভ

May 4, 2026
গোলাঘাটত বিজেপিৰ জয়ধ্বনি, বিজয়ী অজন্তা নেওগ
News

গোলাঘাটত বিজেপিৰ জয়ধ্বনি, বিজয়ী অজন্তা নেওগ

May 4, 2026
যোৰহাটত পৰাস্ত গৌৰৱ গগৈ
News

যোৰহাটত পৰাস্ত গৌৰৱ গগৈ

May 4, 2026
উৎকণ্ঠা চৰমত! এইবাৰ চৰকাৰ কাৰ?
News

কামৰূপ মহানগৰত এনডিএৰ অগ্ৰগতি

May 4, 2026
বিজয় উৎসৱৰ প্ৰস্তুতিত ব্যস্ত বিজেপি মুখ্য কাৰ্যালয়
India

বিজয় উৎসৱৰ প্ৰস্তুতিত ব্যস্ত বিজেপি মুখ্য কাৰ্যালয়

May 4, 2026
WB Election Result:পশ্চিমবংগত নিশ্চিত বিজয়ৰ দিশে অগ্ৰসৰ বিজেপি
National

WB Election Result:পশ্চিমবংগত নিশ্চিত বিজয়ৰ দিশে অগ্ৰসৰ বিজেপি

May 4, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d