Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    DCP Pressmeet:মঠঘৰীয়া ভয়ংকৰ পথ দুৰ্ঘটনাৰ আঁৰৰ ন ন তথ্য সদৰি ডিচিপি জয়ন্ত সাৰথি বৰাৰ

    DCP Pressmeet:মঠঘৰীয়া ভয়ংকৰ পথ দুৰ্ঘটনাৰ আঁৰৰ ন ন তথ্য সদৰি ডিচিপি জয়ন্ত সাৰথি বৰাৰ

    যুদ্ধৰ প্ৰকোপত বিশ্বৰ দীর্ঘতম ‘ডিজিটেল সংকট’ত ইৰান

    যুদ্ধৰ প্ৰকোপত বিশ্বৰ দীর্ঘতম ‘ডিজিটেল সংকট’ত ইৰান

    কাইলৈ ব্রিটেইনত নিলাম হ’ব জয়পুৰৰ ঐতিহাসিক ‘ছুপাৰ কম্পিউটাৰ’

    কাইলৈ ব্রিটেইনত নিলাম হ’ব জয়পুৰৰ ঐতিহাসিক ‘ছুপাৰ কম্পিউটাৰ’

    Nagaon shocking robbery Incident update:নগাঁৱৰ মৰিকলঙৰ চিকিৎসক দম্পতীৰ স’তে ভয়ংকৰ কাণ্ড সংঘটিত কৰা তৃতীয়টো ডকাইত আৰক্ষীৰ জালত

    Nagaon shocking robbery Incident update:নগাঁৱৰ মৰিকলঙৰ চিকিৎসক দম্পতীৰ স’তে ভয়ংকৰ কাণ্ড সংঘটিত কৰা তৃতীয়টো ডকাইত আৰক্ষীৰ জালত

    ব্রাজিলৰ সেউজ যোদ্ধাই গঢ়িলে ৩১ হেক্টৰৰ বনাঞ্চল

    ব্রাজিলৰ সেউজ যোদ্ধাই গঢ়িলে ৩১ হেক্টৰৰ বনাঞ্চল

    Mathgharia Accident Update:মঠঘৰীয়াৰ ভয়ংকৰ পথ দুৰ্ঘটনাৰে জড়িত গাড়ী চালক ছামিম আহমেদক ডিব্ৰুগড় গ্ৰেপ্তাৰ

    Mathgharia Accident Update:মঠঘৰীয়াৰ ভয়ংকৰ পথ দুৰ্ঘটনাৰে জড়িত গাড়ী চালক ছামিম আহমেদক ডিব্ৰুগড় গ্ৰেপ্তাৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

মাদুৰ’ আৰু চিলিয়াক যুদ্ধ জাহাজত বন্দী কৰি আনিলে আমেৰিকালৈ

সপত্নীক ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতিক অপহৰণ ট্রাম্পৰ

publisher by publisher
January 4, 2026
in News, International
Reading Time: 1 min read
0
মাদুৰ’ আৰু চিলিয়াক যুদ্ধ জাহাজত বন্দী কৰি আনিলে আমেৰিকালৈ
1
SHARES
11
VIEWS
ShareShareShareShare

US President Donald Trump:✒️ভেনিজুৱেলাৰ স্বয়ং ৰাষ্ট্ৰপতি আৰু তেওঁৰ পত্নীক বন্দী কৰি আমেৰিকা যুক্তৰাষ্ট্ৰলৈ আনিলে মার্কিন প্রতিৰক্ষা বাহিনীয়ে। পত্নীসহ ৰাষ্ট্ৰপতিক বন্দী কৰাৰ পূৰ্বে (স্থানীয় সময় মতে) শুকুৰবাৰে পুৱতি নিশা দুই বজাত মার্কিন বাহিনীয়ে ৰাজধানী কাৰাকাছকে ধৰি বিভিন্ন স্থানত এলানি বোমাবর্ষণ সংঘটিত কৰে। তাৰ পাছতে বাঁওপন্থী ৰাষ্ট্ৰপতি নিক’লাছ মাদুৰ’ আৰু তেওঁৰ পত্নী চিলিয়া ফ্ল’ৰেছক মার্কিন বাহিনীয়ে বন্দী কৰি এখন যুদ্ধ জাহাজত তুলি আমেৰিকা যুক্তৰাষ্ট্ৰলৈ অনাৰ ব্যৱস্থা কৰা হয় বুলি মার্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পে সদৰী কৰিছে।

ADVERTISEMENT

সংবাদ মাধ্যমৰ আগত ট্রাম্পে কয়, ‘নিউয়র্কলৈ বুলি যাত্রা কৰা এখন জাহাজত তেওঁলোক (মাদুৰ’ আৰু চিলিয়া)ক আনি থকা হৈছে। হেলিকপ্টাৰৰে তেওঁলোকক বাহিৰলৈ আনিব।’ সামৰিক অভিযানৰ পাছত মার্কিন বাহিনীৰ আইঅ’ জিম্মা জাহাজত পত্নীসহ মাদুৰ’ক আমেৰিকা যুক্তৰাষ্ট্ৰলৈ অনা হৈছে বুলিও ট্রাম্পে সদৰী কৰে। মার্কিন ৰাষ্ট্ৰপতিজনে লগতে কয়, ‘মাদুৰ’ এটা দুর্গত আছিল।

RelatedPosts

No Content Available

অভিযানত আমি কাকো হত্যা নকৰাটো চিত্তাকর্ষক। একাংশ লোক আঘাতপ্রাপ্ত হয় যদিও তেওঁলোকৰ অৱস্থা ভালে আছে। মই চাই আছিলো। স্বৰূপার্থতে এক টেলিভিছন দর্শনী চাই থকাৰ দৰে লাগিছিল। যি গতিত অভিযান চলিল সেয়া আপোনালোকে চোৱা হ’লে আপোনালোকৰো তেনে অনুভৱ হ’লহেঁতেন।’

ভেনিজুৱেলাত মার্কিন হস্তক্ষেপ অব্যাহত ৰখাৰো ইংগিত দিয়ে ট্রাম্পে। তেওঁ কয়, ‘আমি ত্যাগ কৰা স্থান কাকো ল’বলৈ নিদিওঁ। আমি ইয়াৰ স’তে অতিকৈ জড়িত হ’ম।’ উল্লেখ্য যে বিগত কিছুমাহ ধৰি কেৰিবিয়ান সাগৰত এক বিপুল সংখ্যক মার্কিন প্রতিৰক্ষা বাহিনীৰ লোকে যুদ্ধ বিমানকে ধৰি সমৰাস্ত্রসহ অৱস্থান কৰি ভেনিজুবেলাক ঘেৰি ধৰি আছিল। মার্কিন বাহিনীৰ সহায়ৰ অৰ্থে সাগৰত জেৰাৰ্ল্ড আৰ ফ’ৰ্ড যুদ্ধ বিমানবাহী জাহাজেও অৱস্থান কৰি থকাত ভেনিজুৱেলাত এক ৰুদ্ধশ্বাস পৰিৱেশ সৃষ্টি হয়। এনে পৰিস্থিতিৰ মাজতে পুৱতি নিশা দুই বজাত মার্কিন বাহিনীয়ে কাৰাকাছকে ধৰি আন কেতবোৰ অঞ্চলত বোমাবর্ষণ কৰে। বোমাবর্ষণত বিধ্বস্ত হয় কাৰাকাছস্থিত ৰাষ্ট্ৰপতিৰ বাসভৱনৰ কটকটীয়া নিৰাপত্তা বেষ্টনী।

এই সম্পর্কত দেশখনৰ শাসক দলৰ জ্যেষ্ঠ নেতা নাহুম ফার্নান্ডেজে সংবাদ মাধ্যমক জনোৱা মতে আক্রমণ সংঘটিত হোৱাৰ সময়ত সপত্নীক ৰাষ্ট্ৰপতি মাদুৰ’ টিউনা দুর্গ সামৰিক চৌহদস্থিত বাসভৱনত আছিল। নিৰাপত্তাৰক্ষীয়ে অভেদ্য দুর্গ কৰি ৰখা সত্ত্বেও ৰক্ষা নপৰিল মাদুৰ’ আৰু তেওঁৰ পত্নী। ধাৰাসাৰ বোমাবর্ষণত ছেদেলি ভেদেলি হৈ পৰে কঠোৰ নিৰাপত্তা বেষ্টনী। সেয়েহে মার্কিন বাহিনীয়ে ৰাষ্ট্ৰপতি আৰু তেওঁৰ পত্নীক বন্দী কৰি লৈ যাবলৈ সক্ষম হয়। দুয়োকে নিজৰ শোৱাকোঠাৰ পৰা মার্কিন বাহিনীয়ে চোচৰাই নি বন্দী কৰি স্বদেশমুৱা হয় বুলি সূত্রই জনায়। এই সম্পর্কত ফার্নান্ডেজে কয়, ‘ইয়াত তেওঁলোকে বোমাবর্ষণ কৰে। আক্রমণ কৰি তেওঁলোকে ৰাষ্ট্ৰপতি আৰু এই দেশৰ প্ৰথম মহিলাক অপহৰণ কৰে।’

কাৰাকাছ চহৰৰ স্থানীয় লোকৰ মতে নিশাৰ নিস্তব্ধতা ভেদ কৰি কিছু সময় বিৰতিৰ মূৰে মূৰে সাতবাৰ বিস্ফোৰণৰ শব্দ শুনিবলৈ পোৱা গ’ল। ইয়াৰ সমান্তৰালভাৱে দেশখনৰ মিৰাণ্ডা, আৰগুয়াকে ধৰি কেতবোৰ প্ৰদেশতো ভয়াবহ বিস্ফোৰণৰ শব্দ শুনিবলৈ পোৱা গৈছিল। প্রথম অৱস্থাত এই বিস্ফোৰণৰ আঁৰত কোন আছে সেয়া স্পষ্ট হোৱা নাছিল। ইয়াকে লৈ চর্চা চলি থকাৰ সময়তে মার্কিন ৰাষ্ট্ৰপতি ট্রাম্পে তেওঁৰ ‘টুথ ছ’চিয়েল’ সামাজিক মাধ্যমত এই বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰি প’ষ্ট দিয়ে। প’ষ্টত তেওঁ লিখে আমেৰিকাই ভেনিজুৱেলা আৰু দেশখনৰ নেতা নিক’লাছ মাদুৰ’ৰ বিৰুদ্ধে এক বৃহৎ মাত্ৰাৰ সফল অভিযান চলালে। মাদুৰ’ আৰু তেওঁৰ পত্নীক বন্দী কৰা হৈছে। তেওঁলোকক দেশৰ বাহিৰলৈ নিয়া হৈছে।’

আনহাতে, মার্কিন বাহিনীৰ মাজনিশাৰ এই আক্ৰমণক কঠোৰ ভাষাৰে গৰিহণা দিছে ভেনিজুৱেলাই। দেশখনৰ চৰকাৰে অভিযোগ উত্থাপন কৰিছে যে ভেনিজুৱেলাৰ খনিজ তেল আৰু আন প্রাকৃতিক সম্পদ হস্তগত কৰাৰ উদ্দেশ্যে ট্রাম্পে দেশখনত এই আক্রমণ সংঘটিত কৰিছে। ট্রাম্প চৰকাৰৰ এই চেষ্টা সফল হ’বলৈ দিয়া নহ’ব বুলিও ভেনিজুৱেলা চৰকাৰে হুংকাৰ দিছে। দেশখনৰ চৰকাৰে লগতে অভিযোগ উত্থাপন কৰিছে যে মার্কিন বাহিনীয়ে দেশখনৰ সামৰিক বাহিনীৰ উপৰি সাধাৰণ লোকে বাস কৰা অঞ্চলসমূহতো বোমাবর্ষণ কৰে।

অৱশ্যে এই বোমাবর্ষণৰ ফলত হোৱা জন ধনৰ ক্ষতিৰ সবিশেষ তথ্য পোহৰলৈ অহা নাই। ইতিমধ্যে সমগ্র দেশখনত জৰুৰী অৱস্থা ঘোষণা কৰা হৈছে।

ৰাষ্ট্ৰপতি মাদুৰ’ক ড্ৰাগছ মাফিয়া আখ্যা, ৰাষ্ট্ৰীয় নিৰাপত্তাৰ স্বাৰ্থত আক্রমণ!

ৰাষ্ট্ৰীয় নিৰাপত্তাৰ অজুহাতত ট্রাম্পে ভেনিজুবেলা আক্ৰমণ কৰিলে বুলি ব্যাপক চর্চা হৈছে। সামাজিক মাধ্যমত তেবোঁ প্রকাশ কৰিছে যে এই আক্ৰমণৰ অন্যতম কাৰণ হ’ল ৰাষ্ট্ৰীয় নিৰাপত্তা অক্ষত ৰখা। স্বয়ং ৰাষ্ট্ৰষ্ট্রপতি মাদুৰ’ৰ নেতৃত্বত ভেনিজুবেলাই নিষিদ্ধ ড্ৰাগছ তথা ক’কেইনৰ সৰবৰাহ কৰি আছিল বুলি ট্রাম্পে অভিযোগ উত্থাপন কৰিছে। তদুপৰি মাদুৰ’ৰ উদ্‌গনিত আমেৰিকা যুক্তৰাষ্ট্ৰলৈ ব্যাপক হাৰত প্ৰব্ৰজন ঘটাত ৰাষ্ট্ৰীয় নিৰাপত্তাক লৈ ভাবুকিৰ সৃষ্টি হোৱা বুলি ট্রাম্পে দাবী কৰিছে। আনকি তেওঁ মাদুৰ’ক ড্ৰাগছ মাফিয়া চক্ৰৰ মুৰব্বীৰূপেও আখ্যা দিছে। এনেদৰে মাদুৰ’ৰ নেতৃত্বত ড্রাগছ তথা নিচাযুক্ত সামগ্ৰীৰ এক সন্ত্রাসবাদ চলি আহিছে বুলি ট্রাম্প সৰৱ হৈ আহিছে। এই তিনিটা কাৰণত মার্কিন বাহিনীয়ে আর্থিকভাবে দুর্বল হৈ পৰা ভেনিজুবেলাক আক্রমণ কৰে। শেহতীয়াভাবে আমেৰিকা যুক্তৰাষ্ট্ৰৰ দক্ষিণ সীমান্তবে লাখ লাখ অনুপ্ৰৱেশকাৰীয়ে দেশখনত প্ৰৱেশ কৰে বুলিও ট্রাম্পে ক্ষোভ কৰি আহিছে।

ভেনিজুৱেলাৰ বিৰুদ্ধে এনে অভিযোগ উত্থাপনত তেওঁক সহায় কৰে এক প্রতিবেদনে। এই প্রতিবেদন অনুসৰি, ২০১৩ৰ পৰা কমেও ৮০ লাখ ভেনিজুৱেলাৰ নাগৰিকে অবৈধভাৱে আমেৰিকা যুক্তৰাষ্ট্ৰত প্ৰৱেশ কৰে। এই বৃহৎ সংখ্যক নাগৰিকৰ দেশ ত্যাগৰ কাৰণ ৰাষ্ট্ৰপতি মাদুৰ’ৰ এক দশকজোৰা অপশাসন বুলি ট্রাম্প প্রশাসনে অভিযোগ উত্থাপন কৰি আহিছে।

উল্লেখ্য যে শেহতীয়াভাবে ভেনিজুৱেলাৰ অর্থনৈতিক পৰিকাঠামো ভাঙি পৰিছে। ইয়াৰ সমান্তৰালভাৱে সাধাৰণ লোকৰ ওপৰত ৰাজনৈতিক দমন উৎপীড়ন বৃদ্ধি কৰিছে। অৱশ্যে ট্রাম্পে কোনো তথ্য-প্রমাণ দাখিল নকৰাকৈ ৰাষ্ট্ৰপতি মাদুৰ’ৰ বিৰুদ্ধে ড্ৰাগছৰ বেহা চলোৱাকে ধৰি বিভিন্ন অভিযোগ উত্থাপন কৰি আহিছে।

তেওঁ লগতে অভিযোগ কৰা অনুসৰি, মাদুৰ’ৰ নির্দেশত ভেনিজুৱেলাৰ কাৰাগাৰসমূহ আৰু মানসিক ৰোগ চিকিৎসালয়সমূহ খালী কৰি এইসমূহত ৰখাসকলক আমেৰিকা যুক্তৰাষ্ট্ৰত প্রব্রজিত হ’বলৈ বাধ্য কৰা হৈছে। অৱশ্যে ট্রাম্পৰ এই অভিযোগ স্পষ্টভাবে নাকচ কৰিছে ভেনিজুৱেলাৰ চৰকাৰে।

ভেনিজুৱেলা আক্ৰমণৰ কাৰণৰূপে ট্রাম্পে দিয়া দ্বিতীয়টো যুক্তি হ’ল ৰাষ্ট্ৰপতিৰ নেতৃত্বত চলা ড্ৰাগছৰ বেহা। ট্রাম্পে অভিযোগ কৰা অনুসৰি, ভেনিজুৱেলাৰ মাজেৰে বৃহৎ পৰিমাণৰ ক’কেইনৰ সৰবৰাহ ঘটি আছে। ট্রাম্পৰ মতে দেশখন ড্ৰাগছ সৰবৰাহৰ পথত পৰিণত হৈছে। আমেৰিকা যুক্তৰাষ্ট্ৰত সৃষ্ট ফেণ্টানাইলৰ সংকটৰ বাবেও ট্রাম্পে মাদুৰ’ক জগৰীয়া কৰিছে।

আনকি তেওঁ দেশখনৰ দুটা সংস্থা ট্রেন ডি আৰাগুৱা আৰু কার্টেল ডি ল’ছ ছ’লছক বিদেশী সন্ত্রাসবাদী সংগঠন (এফটি’) ৰূপে চিহ্নিত কৰিছে।

ট্রাম্পে অভিযোগ কৰা অনুসৰি, ইয়াৰে ডি ল’ছ ছ’লছক স্বয়ং ৰাষ্ট্ৰপতি মাদুৰ’ই নেতৃত্বই প্রদান কৰি আহিছে। অৱশ্যে ভেনিজুৱেলা চৰকাৰে অভিযোগ কৰা অনুসৰি, ট্রাম্পে ড্ৰাগছ বিৰোধী যুদ্ধক দেশখনৰ শাসক সলনিৰ অস্ত্ৰত পৰিণত কৰিছে। আনহাতে, ভেনিজুবেলাত চলোৱা সফল অভিযানৰ বাবে ট্রাম্পে মার্কিন বাহিনীক প্রশংসা কৰিছে।

ভেনিজুৱেলাৰ সামৰিক শিবিৰৰ চাৰিওফালে বিদ্যুৎ সংযোগ বিচ্ছিন্ন

কাৰাকাছৰ স্থানীয় লোকে প্ৰকাশ কৰা অনুসৰি, তেওঁলোকে বিস্ফোৰণৰ শব্দ শুনাৰ পাছতে ৰাজধানী মহানগৰস্থিত সামৰিক শিবিৰসমূহৰ চাৰিওফালে বিদ্যুৎ সংযোগ বিচ্ছিন্ন হয়। বোমাবর্ষণৰ ফলত ভয়ংকৰ জুইৰ সূত্রপাত ঘটে। ৰাজধানী চহৰ মহানগৰৰ আকাশ ধোঁৱাই ঢাকি ধৰে। একেই পৰিস্থিতিৰ সৃষ্টি হয় মার্কিন বাহিনীয়ে বোমাবর্ষণ কৰা দেশখনৰ আন অঞ্চলসমূহতো। এই মার্কিন আক্রমণক বাহ্যিক অশান্তি আখ্যা দি চৰকাৰে সমগ্ৰ দেশত জৰুৰী অৱস্থা ঘোষণা কৰিছে। লগতে চৰকাৰে সমর্থকসকলক জাগ্রত হ’বলৈও আহ্বান জনাইছে। ঘনিষ্ঠ শীর্ষ বিষয়াৰ বাদে সকলোকে অন্ধকাৰত ৰাখি ট্রাম্পৰ আক্ৰমণ ৰাষ্ট্ৰপতি ট্রাম্পে ভেনিজুৱেলাত সংঘটিত কৰা এই আক্রমণ অত্যন্ত গোপন আছিল।

ৰাষ্ট্ৰপতিৰ ঘনিষ্ঠ একাংশ চৰকাৰী শীর্ষ বিষয়াৰ বাহিৰে আনে এই আক্ৰমণৰ পৰিকল্পনাৰ আগতীয়া কোনো ভূ পোৱা নাছিল। আনকি মার্কিন সংসদৰ উচ্চ সদন ছিনেটৰ সশস্ত্র সেরা সমিতিকো ট্রাম্পে অন্ধকাৰত ৰাখি এই আক্ৰমণৰ পৰিকল্পনা প্রস্তুত আৰু কাৰ্যকৰী কৰে। উল্লেখ্য যে মার্কিন ৰাষ্ট্ৰপতিয়ে ভেনিজুবেলাত তেল পৰিবাহী টেংকাৰৰ চলাচলত সম্পূর্ণ নিষেধাজ্ঞা আৰোপ কৰিছে। তেওঁ স্পষ্ট কৰি দিছে যে ভেনিজুবেলা সীমান্তত কোনো তেলৰ টেংকাৰে চলাচল কৰিব নোৱাৰে। আনকি তেওঁ দেশখনৰ চৰকাৰক সন্ত্রাসবাদী আখ্যাও দিয়ে। একেদৰে ৰাষ্ট্ৰপতি মাদুৰ’ক তেওঁ অবৈধ শাসক বুলিও অভিহিত কৰে। ট্রাম্প প্রশাসনৰ আন এক অভিযোগ হ’ল যে মাদক দ্রব্যৰ বেহা আৰু অন্যান্য অপৰাধৰ বাবে ভেনিজুৱেলাই তেল ব্যৱহাৰ কৰিছে।

বিভিন্ন খনিৰ পৰা দেশখনে তেল চুৰি কৰে। পাছত বিক্ৰী কৰা এই তেলৰ পৰা পোৱা ধন সন্ত্রাসবাদী কার্যকলাপত ব্যৱহাৰ হয় বুলিও ট্রাম্প সৰৱ হৈ আহিছে। উল্লেখ্য যে ভেনিজুবেলাত নিতৌ প্রায় ১০ লক্ষ বেৰেল তেল উৎপাদন হয়। বিশেষজ্ঞসকলৰ মতে, দেশখনত বিশ্বৰ বৃহত্তম খনিজ তেলৰ ভাণ্ডাৰ আছে।

চীন-ৰাছিয়াৰ স’তে ঘনিষ্ঠতা বৃদ্ধিৰ পোতক!

একাংশৰ মতে, ট্রাম্পে ভেনিজুৱেলা আক্ৰমণৰ কাৰণ হ’ল চীন আৰু ৰাছিয়াৰ স’তে মাদুৰ’ চৰকাৰৰ ঘনিষ্ঠতা বৃদ্ধি। ইয়াক লৈ অসন্তুষ্ট হৈ ট্রাম্প প্রশাসনে দেশখনত এই আক্রমণ সংঘটিত কৰা বুলি চর্চা হৈছে। ইতিমধ্যে এই মার্কিন আক্রমণক নিন্দা কৰি সৰৱ হৈ উঠিছে ৰাছিয়া, ইৰান, কিউবা আদি দেশ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: US President Donald Trump
publisher

publisher

Related Posts

DCP Pressmeet:মঠঘৰীয়া ভয়ংকৰ পথ দুৰ্ঘটনাৰ আঁৰৰ ন ন তথ্য সদৰি ডিচিপি জয়ন্ত সাৰথি বৰাৰ
News

DCP Pressmeet:মঠঘৰীয়া ভয়ংকৰ পথ দুৰ্ঘটনাৰ আঁৰৰ ন ন তথ্য সদৰি ডিচিপি জয়ন্ত সাৰথি বৰাৰ

April 28, 2026
যুদ্ধৰ প্ৰকোপত বিশ্বৰ দীর্ঘতম ‘ডিজিটেল সংকট’ত ইৰান
News

যুদ্ধৰ প্ৰকোপত বিশ্বৰ দীর্ঘতম ‘ডিজিটেল সংকট’ত ইৰান

April 28, 2026
কাইলৈ ব্রিটেইনত নিলাম হ’ব জয়পুৰৰ ঐতিহাসিক ‘ছুপাৰ কম্পিউটাৰ’
India

কাইলৈ ব্রিটেইনত নিলাম হ’ব জয়পুৰৰ ঐতিহাসিক ‘ছুপাৰ কম্পিউটাৰ’

April 28, 2026
Nagaon shocking robbery Incident update:নগাঁৱৰ মৰিকলঙৰ চিকিৎসক দম্পতীৰ স’তে ভয়ংকৰ কাণ্ড সংঘটিত কৰা তৃতীয়টো ডকাইত আৰক্ষীৰ জালত
News

Nagaon shocking robbery Incident update:নগাঁৱৰ মৰিকলঙৰ চিকিৎসক দম্পতীৰ স’তে ভয়ংকৰ কাণ্ড সংঘটিত কৰা তৃতীয়টো ডকাইত আৰক্ষীৰ জালত

April 28, 2026
ব্রাজিলৰ সেউজ যোদ্ধাই গঢ়িলে ৩১ হেক্টৰৰ বনাঞ্চল
News

ব্রাজিলৰ সেউজ যোদ্ধাই গঢ়িলে ৩১ হেক্টৰৰ বনাঞ্চল

April 28, 2026
Mathgharia Accident Update:মঠঘৰীয়াৰ ভয়ংকৰ পথ দুৰ্ঘটনাৰে জড়িত গাড়ী চালক ছামিম আহমেদক ডিব্ৰুগড় গ্ৰেপ্তাৰ
News

Mathgharia Accident Update:মঠঘৰীয়াৰ ভয়ংকৰ পথ দুৰ্ঘটনাৰে জড়িত গাড়ী চালক ছামিম আহমেদক ডিব্ৰুগড় গ্ৰেপ্তাৰ

April 28, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d