Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News National

Kochi:অভ্যন্তৰীণ জলপথ উন্নয়ন পৰিষদে ভাৰতৰ অন্তর্দেশীয় জলপথসমূহত সেউজ গতিশীলতা প্ৰদানৰ উপৰি মালবাহী পৰিবহণ আৰু নদী পর্যটনক আগুৱাই নিবলৈ ১,৫০০ কোটি টকাৰো অধিক প্ৰকল্পত অনুমোদন

পৰিষদে কেন্দ্ৰ-ৰাজ্যৰ অন্তৰ্দেশীয় জল পৰিবহণৰ বিকাশৰ সমন্বিত প্রচেষ্টাক শক্তিশালী কৰিছে: কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

publisher by publisher
January 23, 2026
in National
Reading Time: 1 min read
0
Kochi:অভ্যন্তৰীণ জলপথ উন্নয়ন পৰিষদে ভাৰতৰ অন্তর্দেশীয় জলপথসমূহত সেউজ গতিশীলতা প্ৰদানৰ উপৰি মালবাহী পৰিবহণ আৰু নদী পর্যটনক আগুৱাই নিবলৈ ১,৫০০ কোটি টকাৰো অধিক প্ৰকল্পত অনুমোদন
0
SHARES
4
VIEWS
ShareShareShareShare

Kochi:

অভ্যন্তৰীণ জলপথ উন্নয়ন পৰিষদ (IWDC 3.0)ৰ তৃতীয় অধিবেশন কেৰেলাত কোচিত সফলতাৰে অনুষ্ঠিত হৈছে, য’ত ভাৰতৰ অন্তৰ্দেশীয় জল পৰিবহণ নেটৱৰ্কৰ সম্প্ৰসাৰণৰ এক বিস্তৃত ৰোডমেপ, আন্তঃগাঁথনিগত বিনিয়োগত অনুমোদন আৰু কেন্দ্ৰ-ৰাজ্যৰ সমন্বয় শক্তিশালী কৰি দেশৰ নদীসমূহৰ সম্পূৰ্ণ অর্থনৈতিক সম্ভাৱনা মুকলি কৰাৰ কথা ঘোষণা কৰা হৈছে।

ADVERTISEMENT

কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অধ্যক্ষতাত অনুষ্ঠিত এই এদিনীয়া বৈঠকত হিমাচল প্ৰদেশৰ উপ-মুখ্যমন্ত্রী মুকেশ অগ্নিহোত্রী,বিহাৰ চৰকাৰৰ পৰিবহণ মন্ত্ৰী শ্ৰৱণ কুমাৰ,নাগালেণ্ড চৰকাৰৰ বিদ্যুৎ আৰু সংসদীয় কার্য বিভাগৰ মন্ত্ৰী কে. জি. কেন্যে,অৰুণাচল প্রদেশ চৰকাৰৰ গ্ৰামোন্নয়ন মন্ত্রী আজিং তাচিং, উত্তৰ প্ৰদেশ চৰকাৰৰ পৰিবহণ মন্ত্ৰী দয়া শংকৰ সিং আৰু পঞ্জাৱ চৰকাৰৰ জলসম্পদ মন্ত্ৰী বাৰিন্দৰ কুমাৰ গোয়েল আদি উপস্থিত থাকে।

RelatedPosts

Sarbananda Sonowal:উত্তৰ-পূবৰ ৰাজ্যসমূহত আভ্যন্তৰীণ জল পৰিবহণ সুবিধা সমূহৰ আধুনিকীকৰণকৰা হ’ব

ডিব্ৰুগড় কাছাৰীঘাটৰ গৰাখহনীয়া পৰিদৰ্শন কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

New Delhi:নতুন দিল্লীত বিশ্ববৰেণ্য ড ভূপেন হাজৰিকা জন্ম শতবর্ষ উদযাপন

এই বৈঠকে ভাৰতৰ অন্তৰ্দেশীয় জল পৰিবহণক দীর্ঘম্যাদী আৰু দক্ষ লজিষ্টিকছৰ মূল স্তম্ভ হিচাপে শক্তিশালী কৰাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি চিহ্নিত কৰিছে।

WhatsApp Image 2026 01 23 at 6.51.24 PMএই বৈঠকত ১,৫০০ কোটি টকাৰো অধিক মূল্যৰ প্ৰকল্প ক্ষিপ্ৰতাৰে ৰূপায়ণ কৰাত গুৰুত্ব আৰোপ কৰা হয়, যিয়ে সেউজ গতিশীলতা ত্বৰান্বিত কৰা,মাল্টিম’ডেল লজিষ্টিক শক্তিশালী কৰা আৰু নদী-নিৰ্ভৰ অৰ্থনৈতিক বিকাশক প্ৰসাৰিত কৰাৰ লক্ষ্য ৰাখিছে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ১৫০ কোটি টকাৰো অধিক মূল্যৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে, যাৰ ভিতৰত কেৰালা, গুজৰাট, কর্ণাটক, ওড়িশা আৰু তেলেংগানাত নদী ক্রুজ জেটি অন্তর্ভুক্ত কৰা হৈছে, যিয়ে দেশজুৰি ক্রুজ পর্যটন চার্কিট সম্প্ৰসাৰণত সহায় কৰিব।

অন্ধ্রপ্রদেশৰ কৃষ্ণা নদীৰ মুক্ত্যালা আৰু হৰিশ্চন্দ্ৰপুৰমত ৰো-ৰো আৰু মালবাহী টার্মিনেলৰ বিকাশৰ বিষয়ে বৈঠকত আলোচনা কৰা হয়, যিয়ে মালবাহী পৰিবহণক শক্তিশালী কৰিব। জম্মু আৰু কাশ্মীৰৰ জেলাম নদীত যাত্ৰী পৰিবহণ আৰু পৰ্যটন পৰিকাঠামোৰ বাবে অন-শ্ব’ৰ সুবিধা অনুমোদিত হৈছে। ৰাষ্ট্ৰীয় জলপথ-৪৯ত মুঠ ১০খন হাইব্রিড ইলেক্ট্রিক জাহাজ মোতায়েন কৰা হ’ব।

৪৬৫ কোটি টকাৰো অধিক মূল্যৰ সম্পত্তি সংগ্ৰহৰ বিষয়েও আজি ঘোষণা কৰা হৈছে।

কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালৰ অধ্যক্ষতাত ৯০০ কোটি টকাৰো অধিক মূল্যৰ নতুন প্ৰকল্পৰ ৰূপায়ণৰ বিষয়ে আজি বৈঠকত আলোচনা কৰা হৈছে, য’ত কোচিত স্লিপৱে সুবিধা বিকাশ, মুঠ ১১০টা জেটি (ওড়িশাত ২৫টা) আৰু (উত্তৰ-পূবত ৮৫টা) নির্মাণ, মহাৰাষ্ট্ৰত ৰাষ্ট্ৰীয় নদী ট্রেফিক আৰু নেভিগেচন ছিষ্টেমৰ ৰূপায়ণ, গুৱাহাটীৰ উজান বজাৰ ঘাটত ৭০ কোটি টকাৰ ক্রুজ 5 টার্মিনেল আৰু ডিব্ৰুগড়ৰ বগীবিল নদী বন্দৰৰ সৈতে ১৪৪ কোটি টকাৰ এপ্ৰ’চ ৰোড (Approach Road) সংযোগ প্ৰকল্পৰ নিৰ্মাণৰ কথা অন্তর্ভুক্ত আছে।

বৈঠকত সম্বোধন কৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত অন্তর্দেশীয় জলপথসমূহ ভাৰতৰ পৰিবহণ আৰু লজিষ্টিকছ ৰূপান্তৰৰ কৌশলগত স্তম্ভ হিচাপে উদ্ভাসিত হৈছে। “আমাৰ গতিশীল প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে অন্তর্দেশীয় জলপথসমূহক বিশেষ গুৰুত্ব দিছে, যিয়ে ৰাস্তাত মালবাহী বাহনৰ ভিৰ হ্ৰাস কৰিছে, লজিষ্টিকৰ খৰচ হ্ৰাস কৰিছে আৰু ব্যৱসায়ৰ সহজতা শক্তিশালী কৰিছে। এই দৃষ্টিভংগীৰ দ্বাৰা পৰিচালিত হৈ নদীসমূহক কেৱল প্রাকৃতিক সম্পদ হিচাপে নহয়; অর্থনৈতিক বৃদ্ধি, দীর্ঘম্যাদী প্ৰভাৱ আৰু সংযোগচালিত আর্থ-সামাজিক জীৱনৰেখা হিচাপে ত্বৰান্বিত কৰা হৈছে,” তেওঁ কয়।

কেৰালাৰ বিস্তৃত বেকৱাটাৰ আৰু খাল নেটৱৰ্কক অন্তর্দেশীয় জলপথৰ এক বৃহৎ সুযোগ হিচাপে প্রতীয়মান কৰা হৈছে। পৰিষদে ভাৰতীয় অভ্যন্তৰীণ জলপথ প্ৰাধিকৰণৰ দ্বাৰা গুৱাহাটী, বাৰাণসী, পাটনা, তেজপুৰ, ডিব্ৰুগড় আদি ১৮খন চহৰত নগৰীয় জল পৰিবহণৰ সম্ভাব্যতা অধ্যয়নৰ বিষয়েও আলোকপাত কৰে।

কেৰালাত আজি কেইবাটাও ডাঙৰ ঘোষণাৰ জৰিয়তে অন্তর্দেশীয় জল পৰিবহণ আৰু লজিষ্টিক ব্যৱস্থাক শক্তিশালী কৰাত গুৰুত্ব দিয়া হৈছে।জলবাহক মালবাহী প্ৰচাৰ আঁচনি অন্য ৰাষ্ট্ৰীয় জলপথসমূহলৈও সম্প্ৰসাৰণত গুৰুত্ব দিয়া হৈছে, যাৰ অধীনত অন্তর্দেশীয় জলপথৰ জৰিয়তে মালবাহী পৰিবহণত হোৱা মুঠ কাৰ্যকৰী ব্যয়ৰ ৩৫% পর্যন্ত ভাট্টা চৰকাৰে প্ৰদান কৰিব। এই আঁচনিয়ে ব্যক্তিগত খণ্ডৰ অংশগ্ৰহণকাৰীক উৎসাহিত কৰিব যাতে

“প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ গতিশীল নেতৃত্বত ভাৰতৰ অন্তর্দেশীয় জলপথসমূহক সেউজ বৃদ্ধি, ডিজিটেল ৰূপান্তৰ আৰু পৰ্যটন-নিৰ্ভৰ বিকাশৰ শক্তিশালী গুণক হিচাপে উদ্ভাসিত কৰা হৈছে। মালবাহী পৰিবহণ, যাত্রী সেৱা আৰু ক্রুজ পৰ্যটনৰ দ্রুত সম্প্ৰসাৰণৰ সৈতে আমাৰ নদীসমূহ দীর্ঘম্যাদী গতিশীলতা আৰু অর্থনৈতিক সুযোগৰ নতুন ইঞ্জিন হৈ পৰিছে। কোচিৰ ৱাটাৰ মেট্ৰ’ৰ সফলতাই দেখুৱাইছে যে নদীসমূহে নগৰীয় গতিশীলতাক কেনেকৈ ৰূপান্তৰিত কৰিব পাৰে। আৰু আমি গুৱাহাটী, বাৰাণসী, পাটনা, তেজপুৰ আৰু ডিব্ৰুগড়কে ধৰি বিভিন্ন চহৰত এই আৰ্হিৰ পুনৰাবৃত্তি কৰিবলৈ সাজু হৈছোঁ, যাতে ভাৰতৰ জলপথসমূহে বিকশিত আৰু আত্মনিৰ্ভৰ ভাৰতৰ দিশত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে,” সোণোৱালে উল্লেখ কৰে।

WhatsApp Image 2026 01 23 at 6.51.25 PMঅসম তথা উত্তৰ-পূব অঞ্চলৰ জল পৰিবহণ খণ্ডৰ উন্নয়নত বিশেষ গুৰুত্ব দিয়া হৈছে, য’ত জলপথ প্রকল্পই সংযোগ, বাণিজ্য, পর্যটন আৰু নদীকেন্দ্ৰিক সম্প্ৰদায়ৰ জীৱিকা যথেষ্ট বৃদ্ধি কৰিব বুলি আশা কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰে উত্তৰ-পূৰ্বাঞ্চলত ৫০০ কোটি টকাৰো অধিক বিনিয়োগৰে ৮৫টা জেটি বিকাশৰ বাবে অগ্ৰসৰ হৈছে, যিয়ে আঞ্চলিক লজিষ্টিকছ সংযোজনক শক্তিশালী কৰিব।

“উত্তৰ-পূব ভাৰতৰ অন্তৰ্দেশীয় জলপথৰ বিকাশৰ দৃষ্টিভংগীক কেন্দ্ৰীয় চৰকাৰে বিশেষ অগ্ৰাধিকাৰ প্ৰদান কৰিছে। ইয়াৰ বিস্তৃত নদী নেটৱৰ্কৰ সৈতে সমগ্ৰ অঞ্চলটো দীর্ঘম্যাদী পৰিবহণ, বাণিজ্য আৰু পৰ্যটনৰ এক প্ৰধান কেন্দ্র হিচাপে উদ্ভাসিত হ’ব পাৰে। ৫০০ কোটি টকাৰো অধিক বিনিয়োগেৰে ৮৫টা জেটিৰ বিকাশে সমগ্ৰ অঞ্চলটোৰ সংযোগ শক্তিশালী কৰিব, আঞ্চলিক লজিষ্টিকছ বৃদ্ধি কৰিব আৰু নদীকেন্দ্ৰিক সম্প্ৰদায়ৰ বাবে নতুন জীৱিকাৰ সুযোগ সৃষ্টি কৰিব। অন্তর্দেশীয় জলপথসমূহে উত্তৰ-পূবক ৰাষ্ট্ৰীয় বজাৰৰ ওচৰলৈ আনিব আৰু সমৃদ্ধি আৰু আঞ্চলিক সংযোজনৰ দুৱাৰ হিচাপে ইয়াৰ ভূমিকা মুকলি কৰিব,” সৰ্বানন্দ সোণোৱালে কয়।

“অসমৰ বাবে পৰিষদে গুৱাহাটীৰ উজান বজাৰ ঘাটত ৭০ কোটি টকাৰ ক্রুজ টার্মিনেল আৰু ডিব্ৰুগড়ৰ বগীবিল নদী বন্দৰলৈ ১৪৪ কোটি টকাৰ এপ্ৰ’চ ৰোড সংযোগ প্ৰকল্পৰ নিৰ্মাণৰ পথ প্রশস্ত কৰিছে। এই প্রকল্পসমূহে ৰাজ্যৰ অন্তৰ্দেশীয় জলপথ পৰিকাঠামোক যথেষ্ট শক্তিশালী কৰিব, নদী ক্রুজ পর্যটনক উৎসাহিত কৰিব আৰু শেষ-মাইল সংযোগ উন্নত কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দৃষ্টিভংগীৰ দ্বাৰা পৰিচালিত হৈ উত্তৰ-পূবক অষ্টলক্ষ্মী হিচাপে নতুন ভাৰতৰ অৰ্থনৈতিক বৃদ্ধি নতুন ইঞ্জিন হিচাপে গঢ়ি তোলাৰ লগতে এই পদক্ষেপসমূহে ব্রহ্মপুত্ৰক কেন্দ্ৰ কৰি বাণিজ্য, নিয়োগ আৰু দীর্ঘম্যাদী বিকাশৰ নতুন সুযোগ সৃষ্টি কৰিব।”, সোণোৱালে ভাষণ প্ৰসংগত আজি কয়।

বৈঠকত বিগত দশকত জল পৰিবহণ খণ্ডটোৰ দ্রুত সম্প্ৰসাৰণৰ পৰ্যালোচনা কৰা হয়। ৰাষ্ট্ৰীয় জলপথত মালবাহী পৰিবহণ ২০১৩-১৪ চনত ১৮ মিলিয়ন টনৰ পৰা ২০২৪-২৫ চনত ১৪৫.৮৪ মিলিয়ন টনলৈ বৃদ্ধি পাইছে, আনহাতে কাৰ্যকৰী ৰাষ্ট্ৰীয় জলপথৰ সংখ্যা ৩ৰ পৰা ৩২লৈ- মুঠ দহগুণ বৃদ্ধি পাইছে। বিলাসী নদী ক্রুজ জাহাজৰ সংখ্যা ৫ৰ পৰা ২৫লৈ বৃদ্ধি পাইছে, যিয়ে উদ্যোগ, বিনিয়োগকাৰী আৰু ৰাজ্য চৰকাৰসমূহৰ ক্ৰমবর্ধমান আস্থাক প্রতিফলিত কৰিছে। কাৰ্যকৰী টার্মিনেলৰ সংখ্যা ১৫ৰ পৰা ২৫লৈ আৰু ফ্ল’টিং জেটি ৩০ৰ পৰা ১০০লৈ বৃদ্ধি পাইছে।

ৰাজ্যসমূহে উত্থাপন কৰা গুৰুত্বপূৰ্ণ বিষয় আৰু উদ্বেগসমূহ আজি বিস্তৃতভাৱে পর্যালোচনা কৰা হৈছে আৰু কেন্দ্ৰীয় চৰকাৰ তথা ৰাজ্য চৰকাৰৰ সমন্বিত প্ৰচেষ্টাৰ জৰিয়তে কাৰ্যকৰী কৰাত গুৰুত্ব দিয়া হৈছে।

বৈঠকত কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ৰ সচিব বিজয় কুমাৰ,ভাৰতীয় অভ্যন্তৰীণ জলপথ প্ৰাধিকৰণৰ অধ্যক্ষ সুনীল পালিওয়াল,উপাধ্যক্ষ সুনীল কুমাৰ সিং আদি কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ উচ্চপদস্থ বিষয়া, উদ্যোগ খণ্ডৰ প্ৰতিনিধি আৰু বিশেষজ্ঞসকল উপস্থিত থাকে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: IWDCKOCHIMinistry Of Ports And Ships Transport SSarbananda Sonowal
publisher

publisher

Related Posts

Center has banned TRP ratings:মধ্যপ্ৰাচ্যৰ যুদ্ধৰ মাজতে তথ্য মন্ত্ৰালয়ৰ এক বৃহৎ সিদ্ধান্ত
National

Center has banned TRP ratings:মধ্যপ্ৰাচ্যৰ যুদ্ধৰ মাজতে তথ্য মন্ত্ৰালয়ৰ এক বৃহৎ সিদ্ধান্ত

March 7, 2026
New Governor Appointed:পশ্চিমবংগ সহ কে’বাখনো ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত সলনি ৰাজ্যপাল
National

New Governor Appointed:পশ্চিমবংগ সহ কে’বাখনো ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত সলনি ৰাজ্যপাল

March 6, 2026
Nitish Kumar  :বিহাৰত নীতিশ কুমাৰৰ যুগৰ অন্ত !
National

Nitish Kumar :বিহাৰত নীতিশ কুমাৰৰ যুগৰ অন্ত !

March 5, 2026
Arvind kejriwal:অৱশেষত সুৰা কেলেংকাৰীত দোষমুক্ত দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱাল
National

Arvind kejriwal:অৱশেষত সুৰা কেলেংকাৰীত দোষমুক্ত দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱাল

February 27, 2026
Supreme Court :কোনো সম্প্রদায়ক লক্ষ্য কৰি আক্ৰমণ নকৰিবলৈ মন্ত্রীক সকীয়নি সর্বোচ্চ ন্যায়ালয়ৰ
National

Supreme Court :কোনো সম্প্রদায়ক লক্ষ্য কৰি আক্ৰমণ নকৰিবলৈ মন্ত্রীক সকীয়নি সর্বোচ্চ ন্যায়ালয়ৰ

February 26, 2026
Two Accused Arrested for Abusing Arunachali Women:অৰুণাচলৰ তিনি যুৱতীক দিল্লীত পুনৰ জাত-পাতত ধৰি অপমান কৰা দুই পুৰুষ-মহিলাক গ্ৰেপ্তাৰ দিল্লী আৰক্ষীৰ
Crime

Two Accused Arrested for Abusing Arunachali Women:অৰুণাচলৰ তিনি যুৱতীক দিল্লীত পুনৰ জাত-পাতত ধৰি অপমান কৰা দুই পুৰুষ-মহিলাক গ্ৰেপ্তাৰ দিল্লী আৰক্ষীৰ

February 25, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d