Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    পাঠ্যপুথি অধ্যয়নৰ সমান্তৰালকৈ কৰি গৈছে শিল্প সাধনা

    উত্তৰপ্ৰদেশত প্ৰবল ধুমুহা-বজ্ৰপাতৰ তাণ্ডৱ: ৪৮ ঘণ্টাত ২৪ জনৰ মৃত্যু, বহু আহত

    আমেৰিকাত ভাৰতীয় ছাত্ৰৰ মৃতদেহ উদ্ধাৰ!

    আমেৰিকাত ভাৰতীয় ছাত্ৰৰ মৃতদেহ উদ্ধাৰ!

    Nagaon:নগাঁৱত উদ্ধাৰ হোৱা চুৰি ম’বাইল গৰাকীক গতাই দিলে আৰক্ষীয়ে

    Manas National Park :মানাহৰ অৰণ্যত পুনৰ দেখা গ’ল বিৰল ‘ঘোং’

    বিশ্বজুৰি ইন্ধন সংকটৰ প্ৰভাৱ,বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্যত বৃহৎ বৃদ্ধি

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

টোপনিক ‘বিদায়’ জনোৱা মোহনলাল দ্বিবেদীৰ অবিশ্বাস্য কাহিনী: মধ্য প্ৰদেশৰ প্ৰাক্তন চৰকাৰী বিষয়াৰ অস্বাভাৱিক জীৱনক লৈ গৱেষণা

publisher by publisher
January 24, 2026
in India, News
Reading Time: 1 min read
0
টোপনিক ‘বিদায়’ জনোৱা মোহনলাল দ্বিবেদীৰ অবিশ্বাস্য কাহিনী: মধ্য প্ৰদেশৰ প্ৰাক্তন চৰকাৰী বিষয়াৰ অস্বাভাৱিক জীৱনক লৈ গৱেষণা
2
SHARES
15
VIEWS
ShareShareShareShare

সুস্বাস্থ্যৰ বাবে সুনিদ্ৰাৰ প্ৰয়োজন বুলি কোৱা হয়। অর্থাৎ সুষম খাদ্যৰ সমান্তৰালভাৱে সুনিদ্রাইহে স্বাস্থ্য সুস্থ-সবল কৰি ৰাখে বুলি চিকিৎসকসকলে কৈ আহিছে।

ADVERTISEMENT

চিকিৎসকসকলৰ মতে নিতৌ ছয়-সাত ঘণ্টা টোপনি নামাৰিলে দেহ-মনলৈ ক্লান্তি আহে, শৰীৰ দুৰ্বল হয়, অৱসাদৰ সৃষ্টি হ’ব পাৰে। আনকি বহু সময়ত গুৰুতৰ স্বাস্থ্যজনিত জটিলতায়ো দেখা দিয়াৰ আশংকা থাকে।

RelatedPosts

পাঠ্যপুথি অধ্যয়নৰ সমান্তৰালকৈ কৰি গৈছে শিল্প সাধনা

উত্তৰপ্ৰদেশত প্ৰবল ধুমুহা-বজ্ৰপাতৰ তাণ্ডৱ: ৪৮ ঘণ্টাত ২৪ জনৰ মৃত্যু, বহু আহত

কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

কিন্তু অবিশ্বাস্য হ’লেও সত্য যে মধ্য প্ৰদেশৰ ৰেওয়া জিলাৰ এজন ৭৫ ঊর্ধ্বৰ ব্যক্তিয়ে বিগত ৫০ বছৰ ধৰি এটা পলকৰ বাবেও টোপনি মৰা নাই। এনে অৱস্থাতো তেওঁ সুস্বাস্থ্যৰ ঘূৰা-পকা কৰি আছে। ৰেওয়া জিলাৰ চাণক্যপুৰী কল’নী নিৱাসী এই ব্যক্তিজনৰ বয়স সম্প্রতি ৭৫ বছৰ।

তেওঁৰ নাম মোহনলাল দ্বিবেদী। তেওঁ জানিবলৈ দিয়া অনুসৰি তেওঁ ১৯৭৩তে একপ্ৰকাৰ টোপনিক বিদায় দিয়ে। তেতিয়াৰে পৰা তেওঁ আজিলৈ কোনোদিনে টোপনিৰ মুখ দেখা নাই। তৎসত্ত্বেও তেওঁৰ স্বাস্থ্য অটুট আছে। এনে অৱস্থাৰে তেওঁ আন লোকৰ দৰে ঘূৰা-পকা কৰি আছে। দিনটোৰ পৰিশ্ৰমৰ অন্তত আনে যেতিয়া নিশা টোপনিৰ কোলাত ঢলি পৰে।

তেতিয়াও দ্বিবেদী সাৰে থাকে। এনেদৰে তেওঁ প্রতিটো দিনৰে নিশা উজাগৰে পাৰ কৰি আহিছে। উল্লেখ্য যে কিছুদিন পূর্বে এনে এজন ব্যক্তিৰ সন্ধান পোৱা গৈছিল ভিয়েটনামত। এই লোকজনেও দাবী কৰিছিল যে তেৱোঁ ৫০ বছৰ ধৰি শোৱা নাই। দীর্ঘকাল ধৰি চকুৰ পতা নজপোৱাকৈ থকা এই লোকজনেও সুস্থ-সবল ৰূপত জীৱন অতিবাহিত কৰিছে।

দ্বিবেদীৰ ক্ষেত্ৰত আন এক অস্বাভাৱিক ঘটনা হ’ল যে তেওঁ শৰীৰত আঘাত পালেও আনৰ দৰে বিশেষ বিষ-বেদনা অনুভৱ নকৰে। দিনৰ পাছত দিন ধৰি মাহৰ পাছত মাহ ধৰি তথা বছৰৰ পাছত বছৰ ধৰি নিশাও নোশোৱাকৈ থাকিলেও কোনোদিনে শাৰীৰিক দুৰ্বলতা বা ক্লান্তি অনুভৱ কৰা নাই বুলিও দ্বিবেদীয়ে জনায়।

তদুপৰি তেওঁৰ দৃষ্টিশক্তিৰ কোনো সমস্যাও নাই। একেদৰে আন কোনো বেমাৰ-আজাৰো নাই। এই ক্ষেত্রত ততোধিক আশ্চৰ্যকৰ কথাটো হ’ল যে আন বহুততকৈ দ্বিবেদী অধিক সুস্থ-সবল। দিন-ৰাতি সকলো সময়তে তেওঁ সক্রিয় হৈ থাকে। টোপনি নোহোৱাৰ সমস্যা প্রথম অৱস্থাত তেওঁ পৰিয়ালৰ লোকক জনোৱাত পৰিয়ালে তেওঁক চিকিৎসকৰ ওচৰলৈ নিয়ে।

প্রথমে স্থানীয় চিকিৎসালয় তথা চিকিৎসকৰ ওচৰত তেওঁৰ স্বাস্থ্য পৰীক্ষা কৰোৱা হয়। বিভিন্ন ঔষধ খোৱাৰ পাছতো তেওঁ সমস্যাটোৰ পৰা মুক্তি নোপোৱাত তেওঁক পৰিয়ালৰ লোকে দিল্লী আৰু মুম্বাইৰ বিখ্যাত হাস্পতাললৈও নিয়ে। এই চিকিৎসালয়সমূহত তেওঁৰ একাধিক পৰীক্ষা-নিৰীক্ষা কৰোৱা হয় যদিও চিকিৎসকে তেওঁৰ নিদ্রাহীনতাৰ কোনো কাৰণ উদ্ধাৰ কৰিব নোৱাৰিলে। বৰ্তমানলৈ তেওঁৰ নিদ্রাহীনতাৰ ৰহস্য ভেদ হোৱা নাই। আনহাতে, নিদ্রাবিহীন নিশা কটালেও তেওঁৰ মন-শৰীৰত বিৰূপ প্ৰভাৱ নপৰাত সমস্যাটোৰ বিষয়ে মোহনলালেও চিন্তা কৰিবলৈ এৰে।

১৯৭৩ত তেওঁ মহাবিদ্যালয়ৰ প্ৰবক্তাৰূপে কৰ্ম জীৱন আৰম্ভকৰে। ইয়াৰ পাছৰ বছৰ তেওঁ মধ্য প্রদেশ লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ হৈ উপ-আয়ুক্তৰূপে নিযুক্তি লাভ কৰে। কর্ম জীৱনত তেওঁ পদোন্নতিও লাভ কৰে। অৱশেষত ২০০১ত তেওঁ যুটীয়া আয়ুক্তৰূপে অৱসৰ গ্ৰহণ কৰে। তেওঁ জনোৱা মতে, অনিদ্রাই তেওঁৰ কামত কোনোদিনে ক্ষতি কৰিব পৰা নাই। গোটেই নিশা সাৰে থাকিলেও তেওঁ পুৱা নির্দিষ্ট সময়ত কর্মস্থলীত উপস্থিত হৈ দায়িত্ব সম্পাদন কৰে। কর্ম জীৱনত কোনোদিনে তেওঁৰ বিৰুদ্ধে কোনেও কর্তব্যৰ প্ৰতি অবহেলাৰ অভিযোগ উত্থাপন কৰিব পৰা নাছিল। আনহাতে, অৱসৰ গ্ৰহণৰ পাছৰে পৰা তেওঁ দিনটোৰ অধিকাংশ সময় পঢ়া-শুনা কৰিয়ে পাৰ কৰে।

গভীৰ নিশালৈ তেওঁ ঘৰৰ বাৰাণ্ডাত পঢ়া-শুনা কৰি থকা বহুতে প্রত্যক্ষ কৰে। লক্ষ্যণীয়ভাৱে তেওঁৰ পত্নীয়েও দিনটোত তিনি-চাৰি ঘণ্টা সময়হে শোৱে। আনহাতে, মোহনলালৰ এই অস্বাভাৱিক সমস্যাক চিকিৎসা বিজ্ঞানৰ ক্ষেত্ৰত অত্যন্ত আশ্চর্যজনক বুলি আখ্যা দিছে ৰেওয়াৰ সঞ্জয় গান্ধী হাস্পতালৰ অধীক্ষক ডাঃ ৰাহুল মিশ্ৰই। চিকিৎসকজনৰ মতে অধিক দিন অনিদ্ৰাৰে থাকিলে মৃত্যু নিশ্চিত। তৎসত্ত্বেও মোহনলালে ৫০ বছৰ কাল অনিদ্ৰাৰে থকাই নহয়, কর্মময় জীৱনো পাৰ কৰিছে। এই সমস্যাৰ বাবে মোহনলালক ডাঃ মিশ্রই মানসিক ৰোগ চিকিৎসকৰ দ্বাৰস্থ হ’বলৈ পৰামৰ্শ দিছে।

মোহনলালে জনোৱা মতে তেওঁ প্রথম অৱস্থাত এল’পেথিক চিকিৎসকৰ উপৰি আয়ুর্বেদিক চিকিৎসকৰ দ্বাৰস্থ হোৱাৰ উপৰি ব্যায়াম কৰিবলৈ লৈছিল। কিন্তু একোৱেই তেওঁক সমস্যাটোৰ পৰা মুক্তি দিব নোৱাৰিলে। এনে অস্বাভাৱিক জীৱনৰ উপৰি মোহনলালক লৈ একাংশ চিকিৎসকে গৱেষণাও আৰম্ভ কৰিছে। উল্লেখ্য যে মোহনলালৰ দৰে ভিয়েটনামৰ যিজন ব্যক্তি ৫০ বছৰ ধৰি শোৱা নাই সেই ব্যক্তিজনৰ নাম হৈছে টাই নিয়প। ১৯৪২৩ কুৱাং নামৰ প্ৰদেশত নিয়পৰ জন্ম হয়। মোহনলালৰ দৰে টাই নিয়পৰো এই অনিদ্ৰাৰ সমস্যা

১৯৭৩তে আৰম্ভ হয়। তেতিয়াৰ পৰা তেওঁ কেতিয়াও এদিনো চকুৰ দুই পতা জপোৱা নাই। তৎসত্ত্বেও তেওঁ মোহনলালৰ দৰে সুস্থ-সবল জীৱন যাপন কৰি আছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
publisher

publisher

Related Posts

পাঠ্যপুথি অধ্যয়নৰ সমান্তৰালকৈ কৰি গৈছে শিল্প সাধনা
News

May 1, 2026
উত্তৰপ্ৰদেশত প্ৰবল ধুমুহা-বজ্ৰপাতৰ তাণ্ডৱ: ৪৮ ঘণ্টাত ২৪ জনৰ মৃত্যু, বহু আহত
India

উত্তৰপ্ৰদেশত প্ৰবল ধুমুহা-বজ্ৰপাতৰ তাণ্ডৱ: ৪৮ ঘণ্টাত ২৪ জনৰ মৃত্যু, বহু আহত

May 1, 2026
আমেৰিকাত ভাৰতীয় ছাত্ৰৰ মৃতদেহ উদ্ধাৰ!
News

আমেৰিকাত ভাৰতীয় ছাত্ৰৰ মৃতদেহ উদ্ধাৰ!

May 1, 2026
Nagaon:নগাঁৱত উদ্ধাৰ হোৱা চুৰি ম’বাইল গৰাকীক গতাই দিলে আৰক্ষীয়ে
News

Nagaon:নগাঁৱত উদ্ধাৰ হোৱা চুৰি ম’বাইল গৰাকীক গতাই দিলে আৰক্ষীয়ে

May 1, 2026
Manas National Park :মানাহৰ অৰণ্যত পুনৰ দেখা গ’ল বিৰল ‘ঘোং’
News

Manas National Park :মানাহৰ অৰণ্যত পুনৰ দেখা গ’ল বিৰল ‘ঘোং’

May 1, 2026
বিশ্বজুৰি ইন্ধন সংকটৰ প্ৰভাৱ,বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্যত বৃহৎ বৃদ্ধি
India

বিশ্বজুৰি ইন্ধন সংকটৰ প্ৰভাৱ,বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্যত বৃহৎ বৃদ্ধি

May 1, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d