Ropeway:
মহানগৰীৰ কামাখ্যা ৰে’লৱে ষ্টেচনৰ পৰা নীলাচল পাহাৰত থকা শক্তিপীঠ কামাখ্যা মন্দিৰলৈ হ’ব ৰোপৱে ৷ এই কথা সামাজিক মাধ্যম যোগে সদৰি কৰে কেন্দ্ৰীয় পথ পৰিবহন মন্ত্ৰী নীতিন গাডকাৰীয়ে।
ADVERTISEMENT
উল্লেখ্য যে কামাখ্যা ৰে’লৱে ষ্টেচনৰ পৰা কামাখ্যা মন্দিৰলৈ দূৰত্ব প্ৰায় ১.৪৩ কিলোমিটাৰ ৷ ৰোপৱে নিৰ্মাণ পথ পৰিবহন মন্ত্ৰণালয়ে ব্যয় কৰিব প্ৰায় ২১৩.২৪ কোটি ৷




































