Kamakhya Jongsong:
উত্তৰ – পূবৰ ৰে’ল সেৱাত ঐতিহাসিক সংযোজন ঘটিল বন্দে ভাৰত শ্লীপাৰ এক্সপ্ৰেছ ৷ দেশৰ প্ৰথমখন বন্দে ভাৰত শ্লীপাৰ ৰে’ল সেৱা গুৱাহাটীৰ পৰা হাওৰালৈ আজিৰে পৰা আৰম্ভ হয় ৷ কামাখ্যা জংচনৰ পৰা এক্সপ্ৰেছৰ ফ্লেগ অফ কৰে মুখ্যমন্ত্রী ড:হিমন্ত বিশ্ব শর্মাই ৷ আনহাতে হাওৰাৰ পৰা প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে ভার্চুৱেলী ফ্লেগ অফ কৰে ৷
ADVERTISEMENT

কামাখ্যা জংচনৰ পৰা আৰম্ভ হোৱা বন্দে ভাৰত শ্লীপাৰ ৰে’ল সেৱাৰ বিশেষ অনুষ্ঠানত অংশ লয় ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আৰ্চায,কেন্দ্ৰীয় বৈদেশিক ৰাজ্য মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা,মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী,সাংসদদ্বয় ভূৱনেশ্বৰ কলিতা আৰু প্ৰদান বৰুৱাই ৷



































