Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    পাঠ্যপুথি অধ্যয়নৰ সমান্তৰালকৈ কৰি গৈছে শিল্প সাধনা

    উত্তৰপ্ৰদেশত প্ৰবল ধুমুহা-বজ্ৰপাতৰ তাণ্ডৱ: ৪৮ ঘণ্টাত ২৪ জনৰ মৃত্যু, বহু আহত

    আমেৰিকাত ভাৰতীয় ছাত্ৰৰ মৃতদেহ উদ্ধাৰ!

    আমেৰিকাত ভাৰতীয় ছাত্ৰৰ মৃতদেহ উদ্ধাৰ!

    Nagaon:নগাঁৱত উদ্ধাৰ হোৱা চুৰি ম’বাইল গৰাকীক গতাই দিলে আৰক্ষীয়ে

    Manas National Park :মানাহৰ অৰণ্যত পুনৰ দেখা গ’ল বিৰল ‘ঘোং’

    বিশ্বজুৰি ইন্ধন সংকটৰ প্ৰভাৱ,বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্যত বৃহৎ বৃদ্ধি

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

অজিত পাৱাৰৰ মৃত্যুত ভাঙিল পুনৰমিলনৰ সমীকৰণ

মহাৰাষ্ট্ৰ ৰাজনীতিত ৰহস্য, স্বস্তিত বিজেপি!

publisher by publisher
January 30, 2026
in India, News
Reading Time: 1 min read
0
অজিত পাৱাৰৰ মৃত্যুত ভাঙিল পুনৰমিলনৰ সমীকৰণ
1
SHARES
13
VIEWS
ShareShareShareShare

বিবাদ পাহৰি একত্ৰিত হোৱাটো মাথোঁ সময়ৰ অপেক্ষা আছিল। এনচিপিৰ দুই শিবিৰে সকলো কথা প্ৰায় চূড়ান্ত কৰিছিল। সকলো ঠিকে থাকিলে অহা আঠ ফেব্ৰুৱাৰীত কাকা শৰদ পাৱাৰৰ স’তে ‘পুনৰমিলন’ ঘোষণা কৰাৰ কথা আছিল অজিত পাৱাৰৰ।

ADVERTISEMENT

কিন্তু তাৰ ১১ দিন আগতেই হঠাৎ হোৱা বিমান দুৰ্ঘটনাত অজিত পাৱাৰৰ মৃত্যুৱে সকলো সমীকৰণ ওলটাই দিলে।

RelatedPosts

পাঠ্যপুথি অধ্যয়নৰ সমান্তৰালকৈ কৰি গৈছে শিল্প সাধনা

উত্তৰপ্ৰদেশত প্ৰবল ধুমুহা-বজ্ৰপাতৰ তাণ্ডৱ: ৪৮ ঘণ্টাত ২৪ জনৰ মৃত্যু, বহু আহত

কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

এনচিপিৰ দুই শিবিৰ একেলগে মিলি গ’লে ৰাজনৈতিকভাৱে আটাইতকৈ ক্ষতিগ্ৰস্ত হ’বলগীয়া আছিল বিজেপি তথা শাসক শিবিৰ। অজিতৰ মৃত্যুত সেই আশংকা আপাতত দূৰ হ’ল।

শেহতীয়াকৈ পিম্পৰি-চিঞ্চৱাড় আৰু পুণে পৌৰসভা নিৰ্বাচনত এনচিপিৰ দুয়ো শিবিৰে একত্ৰিতভাৱে প্ৰতিদ্বন্দ্বিতা কৰিছিল। যদিও ফলাফল বিশেষ আশানুৰূপ নহ’ল, সেয়া আছিল জোটৰ ভিতৰত। দুয়ো শিবিৰে বেলেগ বেলেগ প্ৰতীক ব্যৱহাৰ কৰিছিল।

কিন্তু আগন্তুক জিলা পৰিষদ নিৰ্বাচনত একেলগে, একে প্ৰতীকে—অজিত পাৱাৰৰ এনচিপিৰ ‘ঘড়ী’ প্ৰতীক লোৱাৰ সিদ্ধান্ত চূড়ান্ত হৈছিল। এই সিদ্ধান্ত কাৰ্যকৰী হ’লে বাৰামতি-পুণে অঞ্চলত বিজেপি বৃহৎ স্থবিৰতা হ’ল হয়। কাৰণ ‘ঘড়ী’ প্ৰতীকেই এনচিপিৰ মূল প্ৰতীক, যিটো হেৰুৱাৰ পাছত শৰদ পাৱাৰৰ ভোটববেংকত বিভাজন ধৰিছিল। সেই বিভাজন পুনৰুদ্ধাৰ কৰাটোৱেই লক্ষ্য আছিল।

সূত্ৰৰ মতে, পৰ্দাৰ আঁৰত শৰদ পাৱাৰৰ এনচিপি আৰু অজিত পাৱাৰৰ এনচিপি একেলগে মিলোৱাৰ ক্ষেত্ৰত অজিতে ইতিমধ্যে চিলমোহৰ দিছিল। পদ ফেব্ৰুৱাৰীত জিলা পৰিষদ নিৰ্বাচনত যৌথভাৱে খেলৰ কথা আছিল। আনকি যৌথ প্ৰাৰ্থীৰ বাবে প্ৰচাৰ কৰিবলৈ অজিত বাৰামতিলৈ যোৱাৰো পৰিকল্পনা আছিল।

ফলাফল ঘোষণাৰ পাছতে আঠ ফেব্ৰুৱাৰীত পুনৰমিলনৰ আনুষ্ঠানিক ঘোষণা হোৱাৰ কথা আছিল।।

কিন্তু অজিত পাৱাৰৰ আকস্মিক মৃত্যুৱে সকলো পৰিকল্পনা অন্ত পেলালে। স্বাভাৱিকতেই তেওঁৰ মৃত্যু বহু লোকৰ বাবে এতিয়াও ৰহস্যময়।

তথাপি, অজিতৰ মৃত্যুতেও এনচিপিৰ দুই শিবিৰ একেলগে মিলাৰ সম্ভাৱনা একেবাৰে নাকচ কৰা হোৱা নাই। দুয়ো শিবিৰৰ নেতাসকলে জনাইছে—আলোচনা এতিয়াও চলি আছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
publisher

publisher

Related Posts

পাঠ্যপুথি অধ্যয়নৰ সমান্তৰালকৈ কৰি গৈছে শিল্প সাধনা
News

May 1, 2026
উত্তৰপ্ৰদেশত প্ৰবল ধুমুহা-বজ্ৰপাতৰ তাণ্ডৱ: ৪৮ ঘণ্টাত ২৪ জনৰ মৃত্যু, বহু আহত
India

উত্তৰপ্ৰদেশত প্ৰবল ধুমুহা-বজ্ৰপাতৰ তাণ্ডৱ: ৪৮ ঘণ্টাত ২৪ জনৰ মৃত্যু, বহু আহত

May 1, 2026
আমেৰিকাত ভাৰতীয় ছাত্ৰৰ মৃতদেহ উদ্ধাৰ!
News

আমেৰিকাত ভাৰতীয় ছাত্ৰৰ মৃতদেহ উদ্ধাৰ!

May 1, 2026
Nagaon:নগাঁৱত উদ্ধাৰ হোৱা চুৰি ম’বাইল গৰাকীক গতাই দিলে আৰক্ষীয়ে
News

Nagaon:নগাঁৱত উদ্ধাৰ হোৱা চুৰি ম’বাইল গৰাকীক গতাই দিলে আৰক্ষীয়ে

May 1, 2026
Manas National Park :মানাহৰ অৰণ্যত পুনৰ দেখা গ’ল বিৰল ‘ঘোং’
News

Manas National Park :মানাহৰ অৰণ্যত পুনৰ দেখা গ’ল বিৰল ‘ঘোং’

May 1, 2026
বিশ্বজুৰি ইন্ধন সংকটৰ প্ৰভাৱ,বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্যত বৃহৎ বৃদ্ধি
India

বিশ্বজুৰি ইন্ধন সংকটৰ প্ৰভাৱ,বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্যত বৃহৎ বৃদ্ধি

May 1, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d