Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Mathgharia Accident Update:মঠঘৰীয়াৰ ভয়ংকৰ পথ দুৰ্ঘটনাৰে জড়িত গাড়ী চালক ছামিম আহমেদক ডিব্ৰুগড় গ্ৰেপ্তাৰ

    Result HS 2026

    Result HS 2026

    প্ৰতিৱেশী উপসাগৰীয় দেশক চাৰিগুণ আক্ৰমণৰ ভাবুকি ইৰানৰ

    H.S Final Exami Result 2026:ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল

    বংগৰ ফলাফলে নিৰ্ণয় কৰিব ২০২৯ৰ দিশ

    বংগৰ ফলাফলে নিৰ্ণয় কৰিব ২০২৯ৰ দিশ

    ওড়িশাত তাপপ্ৰবাহৰ মাজতে দুদিনত দুজনৰ মৃত্যু, হিটষ্ট্ৰোক সন্দেহ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

ৰাঁচীত ৰহস্যময় বিমান দুৰ্ঘটনা!

উৰনৰ ২৩ মিনিটতেই ৰাডাৰৰ পৰা অন্তৰ্ধান Beechcraft C90

publisher by publisher
February 24, 2026
in India, News
Reading Time: 1 min read
0
ৰাঁচীত ৰহস্যময় বিমান দুৰ্ঘটনা!
2
SHARES
20
VIEWS
ShareShareShareShare

Ranchi:✒️ৰাঁচীৰ বীৰছা মুণ্ডা বিমানবন্দৰ(Birsa Munda Airport)ৰ পৰা দিল্লীৰ উদ্দেশ্যে উৰা এখন এয়াৰ অ্যাম্বুলেন্স বিমান উৰাণৰ মাত্ৰ ২৩ মিনিট পাছতেই ৰাডাৰৰ পৰা অন্তৰ্ধান হয়। তাৰ কিছু সময় পাছতে ঝাৰখণ্ডৰ চত্ৰা জিলাৰ ছিমাৰিয়া অঞ্চলত বিমানখন দুৰ্ঘটনাগ্ৰস্ত অৱস্থাত উদ্ধাৰ কৰা হয়। এই শোকাৱহ ঘটনাত বিমানখনত থকা সকলোৰে মৃত্যু হৈছে।

ADVERTISEMENT

তথ্য অনুসৰি, বিমানখন আছিল Redbird Airways Pvt Ltdৰ Beechcraft C90 ধৰণৰ এয়াৰ অ্যাম্বুলেন্স। সোমবাৰে সন্ধিয়া প্ৰায় ৭:১১ বজাত উৰা বিমানখন কিছু সময় পাছতে বিমান চলাচল নিয়ন্ত্ৰণ ব্যৱস্থা (Air Traffic Control)ৰ স’তে যোগাযোগ স্থাপন কৰিছিল। কিন্তু প্ৰতিকূল বতৰৰ বাবে পথ সলনি কৰাৰ অনুৰোধ কৰাৰ পিছতেই হঠাৎ যোগাযোগ বিচ্ছিন্ন হৈ পৰে।

RelatedPosts

East Zone Atheletics :ৰাষ্ট্ৰীয় পৰ্যায়ৰ ইষ্ট জ’ন এথেলেকটিছত সোণৰ পদকেৰে অসমলৈ গৌৰৱ কঢ়িয়ালে জ্যোতিষ্মান বৰুৱাই

ৰেলৰ নিয়মিত যাত্ৰীৰ ৰূপত হনুমান

Car Caught Fire : চলন্ত অৱস্থাত দাউদাউকৈ জ্বলি উঠিল গাড়ী, ভিতৰত আৱদ্ধ শিশু,মহিলা ! কি হ’ল তাৰ পাছত

প্ৰায় ৭:৩৪ বজাত, উৰাণৰ ২৩ মিনিট সম্পূৰ্ণ হোৱাৰ আগতেই বিমানখনৰ স’তে সকলো যোগাযোগ বন্ধ হৈ যায়। শেষবাৰৰ বাবে বিমানখনক ৰাডাৰত দেখা গৈছিল। তাৰ পিছতেই অনুসন্ধান আৰম্ভ কৰা হয় আৰু চত্ৰা জিলাৰ বনাঞ্চলত ধ্বংসাৱশেষ উদ্ধাৰ কৰা হয়।

বিমানখনত দুজন পাইলট, এজন ৰোগী, এজন চিকিৎসক, এজন পেৰামেডিক আৰু দুজন আত্মীয় আছিল। উদ্ধাৰকাৰী দলে ঘটনাস্থলীৰ পৰা সকলো দেহ উদ্ধাৰ কৰি মৰোনত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।

ঘটনাৰ তদন্ত আৰম্ভ কৰিছে নাগৰিক বিমান চলাচল মহাপৰিচালক দপ্তৰ (Directorate General of Civil Aviation )আৰু বিমান দুৰ্ঘটনা অনুসন্ধান ব্যুৰো(Aircraft Accident Investigation Bureau)য়ে। পাইলটৰ শেষ বাৰ্তা, প্ৰতিকূল বতৰৰ তথ্য আৰু বিমানখনৰ কাৰিকৰী দিশসমূহ খতিয়াই চাই দুৰ্ঘটনাৰ সঠিক কাৰণ নিৰ্ণয় কৰা হ’ব।

এই দুৰ্ঘটনাই পুনৰ এবাৰ দেশৰ বিমান সুৰক্ষাক লৈ গভীৰ চিন্তাৰ সৃষ্টি কৰিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Birsa Munda airportRanchiRedbird Airways Pvt Ltd
publisher

publisher

Related Posts

Mathgharia Accident Update:মঠঘৰীয়াৰ ভয়ংকৰ পথ দুৰ্ঘটনাৰে জড়িত গাড়ী চালক ছামিম আহমেদক ডিব্ৰুগড় গ্ৰেপ্তাৰ
News

April 28, 2026
Result HS 2026
News

Result HS 2026

April 28, 2026
প্ৰতিৱেশী উপসাগৰীয় দেশক চাৰিগুণ আক্ৰমণৰ ভাবুকি ইৰানৰ
News

প্ৰতিৱেশী উপসাগৰীয় দেশক চাৰিগুণ আক্ৰমণৰ ভাবুকি ইৰানৰ

April 28, 2026
H.S Final Exami Result 2026:ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল
News

H.S Final Exami Result 2026:ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল

April 28, 2026
বংগৰ ফলাফলে নিৰ্ণয় কৰিব ২০২৯ৰ দিশ
News

বংগৰ ফলাফলে নিৰ্ণয় কৰিব ২০২৯ৰ দিশ

April 28, 2026
ওড়িশাত তাপপ্ৰবাহৰ মাজতে দুদিনত দুজনৰ মৃত্যু, হিটষ্ট্ৰোক সন্দেহ
News

ওড়িশাত তাপপ্ৰবাহৰ মাজতে দুদিনত দুজনৰ মৃত্যু, হিটষ্ট্ৰোক সন্দেহ

April 27, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d