Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News National

Beef Exports:গো- মাংস ৰপ্তানিকাৰীৰ ৪০ কোটি টকা বিজেপিলৈ !

পুনৰ স্বৰূপ ফাদিল মোদী চৰকাৰৰ

publisher by publisher
February 25, 2026
in National, News
Reading Time: 1 min read
0
Beef Exports:গো- মাংস ৰপ্তানিকাৰীৰ ৪০ কোটি টকা বিজেপিলৈ !
1
SHARES
11
VIEWS
ShareShareShareShare

RelatedPosts

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

ধনু ভঙা পণ লৈ ২৮ বছৰ খালী ভৰিৰে আছিল আঙুৰবালা

বিজেপিৰ কাৰ্যালয়ো গংগাজল চটিয়াই শুদ্ধিকৰণ কৰা হ’ল

Beef Exports:

বিগত ১১ বছৰ ধৰি গো-মাংসক লৈ নৰেন্দ্ৰ মোদী চৰকাৰে দুমুখীয়া নীতি গ্রহণ কৰি থকাটো পুনৰ তথ্য সহকাৰে প্ৰতিপন্ন হ’ল। ইয়ে প্রধানমন্ত্রী মোদীৰো স্বৰূপ উদঙাই দিলে। গো-মাংস ব্যৱসায়ৰ আঁত ধৰি পূৰ্বৰ ইউপিএ চৰকাৰক সমালোচনাৰে থকা-সৰকা কৰা মোদীৰ দিনত গো-ধনৰ মাংসৰ উদ্যোগ অধিকহে প্রস্ফুটিত হোৱাৰ তথ্য পোহৰলৈ আহিছে। গতিকে কার্যতঃ এনে উদ্যোগক চৰকাৰে হাত খুলি সহায় কৰাৰ অভিযোগো উত্থাপন হৈছে। ইয়াৰ আঁৰত বিজেপিৰ স’তে গো-ম’হৰ মাংস ব্যৱসায়িক প্ৰতিষ্ঠানৰ ধনৰ লেনদেন জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে।

ADVERTISEMENT

শেহতীয়াকৈ পোহৰলৈ অহা অনুসৰি, ২০২৪-২৫ত শাসকীয় বিজেপিয়ে দেশৰ সৰ্ববৃহৎ গো-ধনৰ মাংস ৰপ্তানিকাৰী প্রতিষ্ঠান আলানা গ্রুপৰ পৰা ৩০ কোটি টকাৰ বৰঙণি আদায় কৰে। ইয়াৰ সুবাদতে প্রতিষ্ঠানটোৱে বিদেশলৈয়ো গো-ম’হৰ মাংস ৰপ্তানি অব্যাহত ৰাখিবলৈ সক্ষম হোৱা বুলি চৰ্চা হৈছে। অৱশ্যে এইবাৰেই প্ৰথম নহয়, ইয়াৰ পূৰ্বেও ইৰফান আলানা মালিকানাধীন আলানা গ্রুপে বিজেপিলৈ বৃহৎ বৰঙণি আগবঢ়াইছিল।

উল্লেখ্য যে ২০১৮ৰ পাছত ২০২৪-২৫ত প্রতিষ্ঠানটোৱে শাসক দললৈ সর্বাধিক ধনৰ বৰঙণি আগবঢ়ায়। মাথো ১১ বছৰ পূৰ্বে গো-ধনৰ মাংস ব্যৱসায়ীক সহায় কৰা বুলি পূৰ্বৰ ড° মনমোহন সিং চৰকাৰক সমালোচনাৰে থকা-সৰকা কৰা মোদীৰ দিনত গো-ধনৰ মাংসৰ এই ৰমৰমীয়া ব্যৱসায়ক লৈ সৰ্বত্রে চর্চা হৈছে। লক্ষ্যণীয় যে ২০২৪-২৫ত ভাৰতৰ পৰা ৩৬ হেজাৰ কোটিৰো অধিক টকাৰ গো-ম’হৰ মাংস বিদেশলৈ ৰপ্তানি হয়। অথচ বিজেপিৰ ২০১৪ৰ প্ৰধানমন্ত্ৰী পদৰ প্রার্থী মোদীয়ে নিৰ্বাচনী প্ৰচাৰত তদানীন্তন ইউপিএ চৰকাৰক সমালোচনা কৰি কৈছিল, ‘আমাৰ সমগ্ৰ গ্ৰামাঞ্চলত প্রাণী বধ চলি আছে।

সমগ্র দেশত বৃহৎ সংখ্যক কচাইখানা চলি আছে। ইউপিএ চৰকাৰে গো ম’হ বধত সহায় কৰিছে আৰু গুলপীয়া বিপ্লৱৰ উত্তৰণ সাধন কৰিছে।’ কেৱল সেয়াই নহয়, বিজেপি আৰু ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ (আৰএছএছ)ৰ প্ৰভাৱপুষ্ট কেতবোৰ সংগঠনেও স্বয়ম্ভূ গো-ৰক্ষকৰ ভূমিকাত অৱতীৰ্ণ হৈছে। দেশৰ বহু ঠাইত একাংশ মুছলমান ব্যক্তি স্বয়ম্ভু গো-ৰক্ষকৰ আক্ৰমণৰো বলি হৈছে। হিন্দুত্ববাদী সংগঠনে সংঘটিত কৰা এনে বৰ্বৰ ঘটনাৰ বাবে উত্তৰ প্ৰদেশত আলানা গ্ৰুপৰ ব্যৱসায়িক কাম-কাজ বাৰুকৈ ক্ষতিগ্রস্তও হয়। তদুপৰি ২০১৯ত আয়কৰ বিভাগে প্রতিষ্ঠানটোৰ স’তে জড়িত শতাধিক স্থানত থকা বিভিন্ন সংস্থাত তালাচীও চলায়। উক্ত বছৰৰ এপ্ৰিলত আয়কৰ বিভাগৰ বিষয়াবৰ্গই অভিযোগ কৰিছিল যে আলানা গ্রুপে কমেও দুহেজাৰ কোটি টকাৰ কৰ ফাকি দিছে।

#আয়কৰৰ তালাচীৰ মাজতে নির্বাচনী বণ্ড ক্ৰয় আলানা গ্ৰুপৰ

আয়কৰ বিভাগে আলানা গ্ৰুপৰ বিৰুদ্ধে তালাচী চলাই থকা অৱস্থাতে গো-ম’হৰ মাংসৰ ব্যৱসায়ৰ স’তে জড়িত প্রতিষ্ঠানটোৱে নির্বাচনী বণ্ড ক্ৰয় কৰিবলৈ আৰম্ভ কৰে। চৰকাৰী তথ্য অনুসৰি, ২০১৯ত প্রতিষ্ঠানটোৱে সাত কোটি টকাৰ নির্বাচনী বণ্ড ক্রয় কৰে। ইয়াৰে পাঁচ কোটি টকাৰ বণ্ড শিবসেনা আৰু দুই কোটি টকাৰ বণ্ড বিজেপিৰ আছিল। উল্লেখ্য যে তেতিয়া বিজেপি-শিৱসেনাই মহাৰাষ্ট্ৰ চৰকাৰ আৰু মুম্বাই পৌৰ নিগমৰ ক্ষমতাত আছিল। কোৱা বাহুল্য যে গো-ম’হৰ মাংসৰ ব্যৱসায়ৰ স’তে জড়িত প্ৰতিষ্ঠানটোৰ পৰা আৰ্থিক বৰঙণি লোৱা শিৱসেনা আৰু বিজেপি দুয়োটা দলেই হিন্দুত্ববাদী দল।

#বিজেপিৰ স’তে প্রত্যক্ষ বিত্তীয় সম্পর্ক স্থাপন গো-মাংস ব্যবসায়ীৰ

মোদীয়ে প্ৰথমবাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰীৰূপে শপত লোৱাৰ পূৰ্বে আলানা গ্রুপে বিজেপিলৈ আর্থিক সাহায্য আগবঢ়াবলৈ লোৱাৰ তথ্য পোহৰলৈ আহিছে। সেই অনুসৰি, দেশত ‘মোদী যুগ’ আৰম্ভ হোৱাৰ পূৰ্বৰে পৰা গো-ধনৰ মাংসৰ ব্যৱসায়িক প্ৰতিষ্ঠানটোৱে বিজেপিলৈ প্রত্যক্ষ বিত্তীয় সাহায্য আগবঢ়াই আহিছে। ২০১৩-১৪ত এই প্রতিষ্ঠানে দুই কোটি আৰু ইয়াৰ প্ৰৱৰ্তী বিত্তীয় বৰ্ষত ৫০ লাখ টকাৰ দান আগবঢ়ায় বিজেপিলৈ।

ইয়াৰ পাছতে ২০১৯ত প্রতিষ্ঠানটোরে নির্বাচনী বণ্ড ক্ৰয়ৰ জৰিয়তে দলটোলৈ দুই কোটি টকাৰ বৰঙণি দিয়ে। আনকি ২০২৩-২৪ত প্রতিষ্ঠানটোৱে ইয়াৰ শাখা প্রতিষ্ঠান ফ্রিগেৰিঅ’ কনজার্ভা আলানা প্রাইভেট লিমিটেডৰ জৰিয়তেও শাসক দলটোলৈ দুই কোটি টকাৰ বৰঙণি আগবঢ়ায়। প্রতিষ্ঠানটোৱে বিজেপিলৈ আগবঢ়োৱা ধনৰ বৰঙণিৰ পৰিমাণ ২০২৪-২৫ত ১৫ গুণ বৃদ্ধি পাই ৩০ কোটি টকা হয়। শাসক দললৈ এই ধনৰ বৰঙণি প্রতিষ্ঠানটোৱে ইয়াৰ চাৰিটা প্রাথমিক শাখা প্রতিষ্ঠান ক্রমে এলানছনছ প্রাইভেট লিমিটেড, ফ্রিগেৰিঅ’ কনজার্ভা আলানা প্রাইভেট লিমিটেড, ফ্রিগ’ৰিফিক’ আলানা প্রাইভেট লিমিটেড আৰু ইণ্ডাগ্র’ ফুডছ প্রাইভেট লিমিটেডৰ সহায় লয়।

অভিযোগ অনুসৰি, ২০১৯ত আয়কৰ বিভাগে প্রতিষ্ঠানটোত অভিযান চলোৱাৰ পৰিপ্ৰেক্ষিতত এনে জঞ্জালৰ পৰা হাত সৰাৰ উদ্দেশ্যে প্রতিষ্ঠানটোৱে বিজেপিলৈ অধিক পৰিমাণৰ ধনৰ বৰঙণি আগবঢ়াবলৈ লয়। আশ্চর্যজনকভাৱে গো-ধনৰ মাংসৰ ব্যৱসায়ৰ স’তে জড়িত প্রতিষ্ঠানটোৰ পৰা গো-ৰক্ষাৰ ধ্বনি দিয়া দলটোৱে বিনাসংকোচে ধন আদায় লৈ আহিছে। একাংশৰ মতে, প্রথমে যদি আয়কৰ বিভাগৰ ৰোষৰ পৰা হাত সাৰিবলৈ প্রতিষ্ঠানটোৱে শাসক দললৈ ধনৰ বৰঙণি আগবঢ়াইছিল, পৰৱৰ্তী সময়ত বিশেষকৈ ২০২৪-২৫ত ব্যৱসায় সম্প্ৰসাৰণৰ উদ্দেশ্যে শাসক দলটোক হাতৰ মুঠিত ৰাখিবলৈ বিপুল অংকৰ ধনৰ বৰঙণি আদায় দিয়ে।

#মোদীৰ দিনত অধিক শ্রীবৃদ্ধি গো-ধনৰ মাংস ব্যৱসায়ীৰ

মোদীৰ দুমুখীয়া আচৰণৰ সুযোগ লৈ দেশৰ গো-মাংস ব্যৱসায়ীয়ে বিগত কিছু বছৰত অধিক শ্রীবৃদ্ধি ঘটাইছে ব্যৱসায়ৰ। পৰিণতিত সম্প্ৰতি বিশ্বৰ তৃতীয় সৰ্ববৃহৎ গো-ম’হৰ মাংস ৰপ্তানিকাৰী দেশত পৰিণত হৈছে ভাৰত। বিগত বছৰসমূহত এই উদ্যোগৰ বৃহৎ প্ৰসাৰ ঘটে। আনকি বিদেশৰ বহু দেশতো গো-ধনৰ মাংস ৰপ্তানিকাৰীসকলে ব্যৱসায়িক শাখা স্থাপন কৰিবলৈ সক্ষম হয়। অৱশ্যে ২০১৯৩ চীনে অবৈধ মাংস ব্যৱসায়ৰ বিৰুদ্ধে অভিযান চলোৱাত এই ব্যৱসায়ত বাধা জন্মিছিল।

তেতিয়া ভাৰতীয় গো-ম’হৰ মাংস ৰপ্তানিকাৰী আলানা গ্রুপে বিদেশত বিশেষকৈ ইছলামিক দেশসমূহত নতুন বজাৰৰ সন্ধান কৰে সেই সূত্রে ইজিপ্ত আৰু মালয়েছিয়ালৈ ভাৰতৰ পৰা গো-ম’হৰ মাংস ৰপ্তানি হ’বলৈ ধৰে। ২০২৪-২৫ত এই দেশসমূহলৈ ভাৰতৰ পৰা গো-ম’হৰ মাংসৰ ৰপ্তানি দুগুণলৈ বৃদ্ধি পায়। সম্প্রতি ভাৰত ইজিপ্তৰ বাবে দ্বিতীয় সর্ববৃহৎ গো-ম’হৰ মাংস ৰপ্তানিকাৰী দেশত পৰিণত হৈছে। ২০২৪ৰ জুলাইত ইজিপ্তে ঘোষণা কৰে যে দেশখনে ভাৰতত এটা কার্যালয় মুকলি কৰিব। এই কাৰ্যালয়ৰ জৰিয়তে ভাৰতে ৰপ্তানি কৰা মাংস হালাল কৰা হয় নে নহয়, সেয়া নিৰীক্ষণৰ লক্ষ্য লয়।

আনহাতে, বিদেশলৈ ৰপ্তানি বৃদ্ধি পাবলৈ প্ৰাত আলানা গ্ৰুপৰ বিত্তীয় অৱস্থা বিগত তিনি-চাৰি বছৰত যথেষ্ট শক্তিশালী হয়। আনকি ২০২৪-২৫ত প্রতিষ্ঠানটোৰ ৰাজহৰ পৰিমাণ ১০.৩২০ কোটি টকালৈ বৃদ্ধি পায় বুলি কোম্পানী পঞ্জীয়কৰ তথ্যত পোহৰলৈ আহিছে। লক্ষ্যণীয় যে মোদীৰ দিনত ‘হাৰাশাস্তি’ৰ সন্মুখীন হোৱাৰ পাছতো বিজেপিলৈ কিয় বৰঙণি আগবঢ়াই আহিছে বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত আলানা গ্ৰুপৰ কাৰ্যবাহী সঞ্চালক ফৌজান আলাভিয়ে কয়, ‘বহনক্ষম বৃদ্ধিৰ বাবে বিজেপি চৰকাৰৰ দিনত ইতিবাচক ৰূপান্তৰ সাধন হৈছে।

এখন বিকশিত ভাৰতৰ বাবে অধিক বৃদ্ধি আৰু বিকাশৰ স্বাৰ্থত আলানা গ্রুপে ইতিবাচক ধৰণে বৰঙণি আগবঢ়াই যাবলৈ চেষ্টা অব্যাহত ৰাখিছে।’ এনে অৱস্থাতে পোহৰলৈ আহিছে যে ইন্দোনেছিয়াইও ভাৰতৰ পৰা গো-ম’হৰ মাংস আমদানি বৃদ্ধি কৰিবলৈ সিদ্ধান্ত লৈছে I

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Allana GroupBeef ExportsBJPdonation
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d