Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 

    Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

    Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

    ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

    Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

    উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

বৃদ্ধি পাইছে যুদ্ধৰ তীব্রতা!

ইৰানত সৰ্ববৃহৎ বোমা আক্ৰমণ ইজৰাইলৰ

publisher by publisher
March 8, 2026
in News, International
Reading Time: 1 min read
0
বৃদ্ধি পাইছে যুদ্ধৰ তীব্রতা!
4
SHARES
42
VIEWS
ShareShareShareShare

Israel-Iran Conflict:✒️মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পৰ কঠোৰ সকীয়নিত কেতিয়াও হাৰ নামানে বুলি ওলোটাই ভাবুকি দিছে ইৰানৰ ৰাষ্ট্ৰপতি মাছুদ পেজেস্কিয়ানে। ইয়াৰ বিপৰীতে ট্রাম্পলৈ কঠোৰ বাৰ্তা প্ৰেৰণ কৰি ৰাষ্ট্ৰপতি পেজেস্কিয়ানে প্রতিবেশী দেশসমূহৰ ওচৰত ক্ষমা মার্জনাও বিচাৰে। তেওঁ কয় যে ইৰানৰ বিৰুদ্ধে মার্কিন বা ইজৰাইলৰ আক্রমণত সহায়-সমর্থন নকৰিলে কোনো প্রতিবেশী দেশকে তেওঁলোকে আক্রমণ নকৰে। উপসাগৰীয় অঞ্চলৰ দেশসমূহৰ স’তে ইৰানৰ শত্রুতা নাই বুলিও স্পষ্ট কৰি দিয়ে।

ADVERTISEMENT

ইপিনে, ট্রাম্পেও চর্তবিহীন আত্মসমর্পণ কৰিবলৈ ইৰানক হেঁচা দিছে যদিও তেহবানে ইজৰাইল আৰু উপসাগৰীয় অঞ্চলত ধাৰাবাহিকভাবে বিভিন্ন লক্ষ্যস্থলীত আক্রমণ কৰিয়ে আছে। আমেৰিকা আৰু ইজৰাইলৰ যুদ্ধই দ্বিতীয় সপ্তাহত ভৰি দিলে যদিও ক্ষান্ত হোৱাৰ কোনো লক্ষণ নাই। ট্রাম্পে ইৰানৰ বিৰুদ্ধে অতি কঠোৰ আক্ৰমণৰ ভাবুকি দিছে আৰু ইৰানৰ ভাষ্যৰ পৰিপ্ৰেক্ষিতত দাবী কবে যে ইৰানে চুবুৰীয়া দেশসমূহৰ ওচৰত আত্মসমর্পণ কৰিলে।

RelatedPosts

যুদ্ধৰ প্ৰকোপত বিশ্বৰ দীর্ঘতম ‘ডিজিটেল সংকট’ত ইৰান

প্ৰতিৱেশী উপসাগৰীয় দেশক চাৰিগুণ আক্ৰমণৰ ভাবুকি ইৰানৰ

ইৰাণ-আমেৰিকাৰ মাজত নতুন কূটনৈতিক তৎপৰতা, উত্তেজনা হ্ৰাসৰ সম্ভাৱনা

উল্লেখ্য যে মার্কিন-ইজৰাইলৰ যৌথ আক্ৰমণত ইৰানৰ সর্বোচ্চ নেতা আয়াতুল্লা আলী খামেনেইৰ মৃত্যুৰ পাছত প্রাথমিকভাৱে তেহৰানে এক অন্তর্বর্তী পৰিষদ গঠন কৰে। ৰাষ্ট্রপতি পেজেস্কিয়ানসহ তিনি সদস্যৰ পৰিষদৰ সম্প্রতি আছে দেশ চলোৱাৰ দায়িত্ব। পেজেস্কিয়ানে জনোৱা মতে এই অন্তর্বর্তী পৰিষদে প্রতিবেশী দেশসমূহত আক্রমণ নকৰাৰ সিদ্ধান্ত লৈছে।

উপসাগৰীয় অঞ্চলৰ কোনো দেশসমূহে যদি ইৰানক আক্রমণ নকৰে তেন্তে ইৰানেও আক্রমণ নকৰে বুলি সিদ্ধান্ত গ্রহণ কৰে বুলিও পেজেস্কিয়ানে কয়।

মার্কিন-ইজৰাইলৰ আক্ৰমণৰ প্ৰত্যুত্তৰত ভিন্ন দেশৰ মার্কিন ঘাটিত আক্রমণ চলাইছিল তেহৰানে। ইয়াকে লৈ কিছুমান দেশে সমালোচনা কৰিছে যে তেহৰানে শান্তিপূর্ণ দেশসমূহক অযথা যুদ্ধৰ মাজলৈ ঠেলি দিছে। অবশ্যে ইমানদিনে এনে কোনো সমালোচনাই টলাব পৰা নাছিল ইৰানক। তেওঁলোকৰ দাবী যে উদ্ভৱ হোৱা পৰিস্থিতিৰ বাবে দায়ী ইজৰাইল আৰু আমেৰিকা। কিয়নো তেওঁলোকে যুদ্ধ আৰম্ভ কৰা নাই। অৱশেষত এই সুৰ নৰম কৰিলে তেহৰানে। পেজেস্কিয়ানে দাবী কৰে যে সামৰিক বাহিনীৰ মাজত ভুল বুজাবুজিৰ বাবে এই পৰিস্থিতিৰ সৃষ্টি হৈছিল। এতিয়াৰে পৰা ইৰানে অযথা কোনো প্রতিবেশী দেশৰ বিৰুদ্ধে আক্রমণ নকৰে।

আনহাতে সম্প্ৰতি ট্রাম্পে কয় যে ইৰানে নিঃচর্ত আত্মসমর্পণ কৰিব লাগে। তাৰ পাছতেই ৰাষ্ট্ৰখনৰ নেতা নিৰ্বাচন কৰি উন্নয়নৰ কাম কৰিব ইৰানে। এই দাবীৰ প্ৰত্যুত্তৰ দি পেজেস্কিয়ানে কয়, ‘এয়া ট্রাম্পৰ এক সপোন। এই সপোন লৈয়ে তেওঁ সমাধিস্থ হ’ব লাগিব।’ প্রতিবেশীৰ বিৰুদ্ধে আগ্রাসন বন্ধ কৰিলেও ইৰানে এতিয়াও শিৰনত নকৰে বুলি স্পষ্ট কৰে।

উল্লেখ্য যে কালিও বাহৰেইন, জর্দান, ছৌদি আৰব, সংযুক্ত আৰব, আমিবশ্বাহিক ইৰানে আক্রমণ কৰে।তিনিদিনত ধ্বংসপ্রাপ্ত ইৰানৰ ৪২ খন নৌ যুদ্ধাস্ত্র মার্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পে দাবী কৰে যে তিনিদিনত নৌ যুদ্ধাস্ত্র ধ্বংস কৰা হৈছে। ইপিনে, ইৰানৰ জল বিশুদ্ধিকৰণ কেন্দ্ৰত আমেৰিকাই আক্ৰমণ কৰা বুলি অভিযোগ কৰে ইৰানৰ বৈদেশিক মন্ত্রী আব্বাছ আৰাঘচিয়ে। এই কেন্দ্ৰটোক সাগৰৰ লুণীয়া পানীক পেয় জললৈ পৰিশোধিত কৰা হয়। ইৰানে দাবী কৰে যে আক্ৰমণৰ ফলত ৩০ খন গাঁৱলৈ বিশুদ্ধ খোৱাপানী সৰবৰাহ ব্যাহত হৈছে।

আক্রমণ-প্রত্যাক্রমণ

ইৰানী সেনাই কালি পুনৰ সকীয়নি দিয়ে যে মার্কিন আৰু ইজৰাইলৰ সামৰিক ঘাটি আক্ৰমণৰ মূল লক্ষ্য হ’ব। আজিও লেবাননৰ চহৰত ইজৰাইলৰ আকাশী-স্থল অভিযানৰ ফলত কমেও ৫০ জন লোকে প্রাণ হেৰুৱায়। লেবাননৰ স্বাস্থ্য মন্ত্রীয়ে কয় যে হিজবুল্লা আৰু ইজৰাইলী সেনাৰ মাজত ছিৰিয়াৰ সীমান্তবর্তী বেকা উপত্যকাত সংঘাতৰ ফলত এই নিৰীহ নাগৰিকসকলে প্রাণ হেৰুৱালে। একে সময়তে ইজৰাইলৰ প্রধানমন্ত্রী বেঞ্জামিন নেতানিয়াহুৱেও এই আক্ৰমণৰ বিষয়ে সদৰী কৰে। সামাজিক মাধ্যম ‘এক্স’ত এক বিবৃতিত নেতানিয়াহুরে কয় যে ৪০ বছৰ পূৰ্বে লেবাননত বন্দী হোৱা ৰণ আৰাদ নামৰ ইজৰাইলী পাইলটৰ দেহৰ অৱশিষ্টৰ উদ্ধাৰৰ বাবে এই অভিযান চলোৱা হৈছিল যদিও তেওঁলোকে একো বিচাৰি নাপালে। সন্ত্রাসবাদী সংগঠন হিজবুল্লাই দাবী কৰে যে ছিৰিয়াৰ দিশৰ পৰা ইজৰাইলৰ সামৰিক হেলিকপ্টাৰে এই আক্রমণ চলাইছে আৰু স্থলসেনায়ো অভিযান চলাইছে।

ইপিনে, ইজৰাইলে দাবী কৰে যে বিগত ৪৮ ঘণ্টাত ইৰানৰ তিনিশতকৈ অধিক লক্ষ্যস্থলীত আঘাত হানিছে ইজৰাইলী সেনাই আৰু একে সময়তে লেবাননৰ ১৭০তকৈ অধিক স্থানত আক্রমণ কৰে। ইজৰাইলী সেনাই ইৰানৰ ইছলামিক ৰিভলিউচনেৰী গাৰ্ডছ কর্পছ বায়ুসেনা বাহিনীৰ তেহৰানৰ মাজমজিয়াত থকা কেন্দ্রীয় বিমান প্রতিবক্ষা কমাণ্ড কেন্দ্রত আক্ৰমণ কৰা বুলি দাবী কৰে।ইপিনে, এই যুদ্ধ আৰম্ভণিৰ পাছত প্ৰথমবাৰৰ বাবে সংযুক্ত আৰব আমিৰশ্বাহিৰ ৰাষ্ট্ৰপতি শ্বেইখ মহম্মদ বিন জায়েদ অল নাহয়ানে কয় যে এয়া যুদ্ধৰ সময়। নিজ দেশ আৰু এয়া নাগৰিকৰ প্ৰতি দায়িত্ব পালন কৰিব বুলি এক সাক্ষাৎকাৰত কয়। তেওঁ হুংকাৰ দিয়ে, ‘আৰব আমিৰশ্বাহিৰ ছাল ডাঠ আৰু মাংসও তিতা, আমি সহজ চিকাৰ নহয়।’

আক্রমণ-প্রত্যাক্রমণ

ইৰানে কালি উপসাগৰীয় দেশসমূহত কে’বালানি ক্ষেপণাস্ত্ৰ আৰু ড্র’নৰে আক্ৰমণ কৰে। ইয়াৰ পৰিৱৰ্তে ইজৰাইল-মার্কিন বাহিনীয়ে তেহৰানৰ বিমান বন্দৰতো বৃহৎ আক্রমণ সংঘটিত কৰে যদিও ইয়াক নিষ্ক্রিয় কৰা বুলি দাবী কৰে ইৰানে। একেদৰে ইজৰাইলৰ জেৰুজালেম, কাটাৰৰ ড’হাৰ উপৰি সংযুক্ত আৰব আমিৰশ্বাহি আৰু বাহৰেইনত আজি পুৱা তথা আবেলিও বৃহৎ বিস্ফোৰণৰ শব্দ শুনিবলৈ পোৱা যায়।

আমিৰশ্বাহিয়ে কয় যে ৰাষ্ট্ৰখনৰ বিমান প্ৰতিৰোধী ব্যৱস্থাৱলীয়ে ১৫ টা ক্ষেপণাস্ত্র আৰু ১১৯ টা ড্র’ন আজি পুৱা নিষ্ক্রিয় কৰিবলৈ সক্ষম হয়। সামাজিক মাধ্যমত প্ৰচাৰিত ভিডিঅ’ ফুটেজত দেখা গৈছে যে ডুবাইৰ বিমান বন্দৰতো ভাঙি পৰিছে যুদ্ধাস্ত্র। ডুবাইৰ অন্যতম ব্যস্ততম বিমান বন্দৰৰ বিল্ডিংটোৰ সন্মুখত পাৰ্ক কৰি থোৱা বিমানৰ সমীপতে বৃহৎ বিস্ফোৰণ সংঘটিত হয় আৰু ইয়াৰ সমীপৰে এখন ৰেলো চলাচল কৰি আছিল। ম’বাইল ফোনৰ ভিডিঅ’ ফুটেজত এই তথ্য উদ্ধাৰ হৈছে। এই আক্ৰমণৰ পাছত ইৰানৰ কঠোৰপন্থী ন্যায়িক মুৰব্বী গোলাম হুছেইন মহচিনি ইজেয়ে কয় যে ইৰানৰ সেনাবাহিনীৰ হাতত থকা প্রমাণে স্পষ্ট কৰিছে যে এই অঞ্চলটোৰ কিছুমান দেশৰ ভূমি মুকলিকৈ অথবা গোপনভাৱে শত্ৰুৰ দখলত আছে।

এনে লক্ষ্যস্থলীত আক্রমণ অব্যাহত থাকিব বুলি তেওঁ সকীয়নি দিয়ে। উল্লেখ্য যে ইয়াৰ পূৰ্বে পেজেস্কিয়ানে চুবুৰীয়া দেশসমূহৰ ওচৰত ক্ষমা বিচাৰিছিল। ইপিনে, ছৌদি আৰবে প্রকাশ কৰে যে ৰাষ্ট্ৰখনত থকা মার্কিন বায়ুসেনা ঘাটিলৈ ইৰানে ক্ষেপণাস্ত্র নিক্ষেপ কৰিছে আৰু একেদৰে জর্দানেও ইৰানৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি কয় যে বিগত এসপ্তাহ ধৰি ৰাষ্ট্ৰখনত গুৰুত্বপূর্ণ আন্তঃগাঁথনি অহৰহ আক্রমণ চলাইছে ইৰানে।

বাঢ়িছে যুদ্ধৰ তীব্রতা

কালি ইৰানক তীব্র আক্রমণ কৰা হ’ব বুলি ট্রাম্পে তেওঁৰ নিজস্ব সামাজিক মাধ্যমত প্রকাশ কৰাৰ পাছতে ইজৰাইলে বিগত সপ্তাহৰ ভিতৰত সৰ্ববৃহৎ বোমা আক্রমণ কৰে ইৰানৰ এক সামৰিক একাডেমী, ভূতলৰ এক কমাণ্ড চেণ্টাৰ আৰু এক ক্ষেপণাস্ত্র ভাণ্ডাৰত।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: IranIsraelIsrael-Iran ConflictWar
publisher

publisher

Related Posts

উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 
News

April 28, 2026
Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন
News

Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

April 28, 2026
Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
News

Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

April 28, 2026
ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
India

ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

April 28, 2026
Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি
News

Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

April 28, 2026
উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ
India

উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

April 28, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d