Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Election Commission Notice:নির্বাচন আয়োগে বদলি কৰিলে ৰাজ্যৰ পাঁচ আইপিএছ বিষয়াক

    Assembly Election Code of Conduct in Assam:আজিৰ পৰা ৰাজ্যত তৎকালীনভাৱে প্ৰযোজ্য হোৱাকৈ বলৱৎ হ’ল নিৰ্বাচনী আচৰণ বিধি

    ডুবাই বিমানবন্দৰৰ কাষত ড্ৰ’ন বিস্ফোৰণ!

    ডুবাই বিমানবন্দৰৰ কাষত ড্ৰ’ন বিস্ফোৰণ!

    Nagaon:নগাঁও জিলা অখিল ভাৰতীয় সাহিত্য পৰিষদৰ শাখা গঠন

    বিয়াত ৰসগোল্লা খাই শ্বাসৰুদ্ধ হৈ মৃত্যু !

    পশ্চিম এছিয়া যুদ্ধৰ মাজত বিভ্ৰান্তিকৰ পোষ্ট: ইউএইত ১৯ ভাৰতীয়ৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    তিক্ততা পাহৰি ‘ৰাজনীতি ২’ত অভিনয় কৰিব ৰণবীৰ-কেটৰিণাই!

    বিয়াত বহিল মহাকুম্ভৰ ভাইৰেল গাৰ্ল মনালিছা! 

    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপোনাৰ ফোনত কেমেৰা ৰিং লগোৱাটো প্রয়োজনীয় নেকি?

    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

Nagaon:নগাঁও জিলা অখিল ভাৰতীয় সাহিত্য পৰিষদৰ শাখা গঠন

কবিতা পাঠ আৰু গ্ৰন্থ উন্মোচনী সভা

publisher by publisher
March 16, 2026
in News
Reading Time: 1 min read
0
Nagaon:নগাঁও জিলা অখিল ভাৰতীয় সাহিত্য পৰিষদৰ শাখা গঠন
1
SHARES
14
VIEWS
ShareShareShareShare

Nagaon:

অখিল ভাৰতীয় সাহিত্য পৰিষদ,নগাঁও জিলা আৰু পুৰণিগুদাম কবি সন্মিলনৰ যুটীয়া উদ্যোগত পুৰণিগুদামৰ উচ্চ শিক্ষাৰ প্ৰাণকেন্দ্ৰ ড° বিৰিঞ্চি কুমাৰ বৰুৱা মহাবিদ্যলয়ৰ ড° ভূপেন হাজৰিকা প্ৰেক্ষাগৃহত পুৰণিগুদামৰ সুসন্তান প্ৰয়াত কবি নৱকান্ত বৰুৱাৰ জন্মশতবৰ্ষ উপলক্ষে এখনি কবি সন্মিলন আৰু গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত কৰা হয়।পুৰণিগুদাম কবি সন্মিলনৰ যুটীয়া সচিব ড° মণ্টুল কুমাৰ শৰ্মাই আঁতধৰা আৰু পুৰণিগুদাম কবি সন্মিলনৰ সভাপতি তথা অঃ ভাঃ সাঃ পৰিষদ,নগাঁও জিলাৰ সচিব নবীন কলিতাই উদ্দেশ্য বাখ্যা কৰা সভাখনিত সভাপতিত্ব কৰে নগাঁও জিলা অঃ ভাঃ সাঃ পৰিষদৰ সভাপতি ড° দিলীপ শৰ্মাই।সভাত আদৰণী ভাষন প্ৰদান কৰে ড° বিৰিঞ্চি কুমাৰ বৰুৱা মহাবিদ্যালয়ৰ উপাধ্যক্ষ ড° সোমনাথ বৰাই।

ADVERTISEMENT

WhatsApp Image 2026 03 15 at 9.22.57 AMআমন্ত্ৰিত অতিথি নগাঁও খাগৰিজান মহাবিদ্যলয়ৰ অধ্যক্ষ ড° ৰমেশ নাথে অনুপ্ৰেৰণা মুলক ভাষন আগবঢ়াই। অনুষ্ঠানটোৰ লগত সংগতি ৰাখি শিশু বন্ধু দুলাল বৰাৰ টেবুল গ্ৰন্থ মেলা উন্মোচন কৰে অনিল বৈৰাগীয়ে।চৰাইবাহী উচ্চত্বৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা তথা অঃ ভাঃ সাঃ পৰিসদ,মৰিগাঁও জিলাৰ সভাপতি ৰেখামণি বুঢ়াগোঁহায়ে সন্মানীয় অতিথি হিচাপে থকা সভাত নবীন কলিতাই ৰচনা কৰা আৰু নগাঁও জিলা অঃ ভাঃ সাঃ পৰিষদৰ সভাপতি তথা নগাঁও মহাবিদ্যালয়ৰ প্ৰক্তন উপাধ্যক্ষ ড° দিলীপ শৰ্মাই হিন্দীলৈ অনুবাদ কৰা “নগঞা শইকীয়া ভোটাই ডেকা” শীৰ্ষক গ্ৰন্থ উন্মোচন কৰে অসমৰ অখিল ভাৰতীয় সাহিত্য পৰিষদৰ সচিব প্ৰধান ড° প্ৰণতি তালুকদাৰ মুদিয়াৰে।

RelatedPosts

Nagaon:নগাঁও শাখা লেখিকা সংস্থাৰ উদ্যোগত আন্তৰ্জাতিক নাৰী দিৱস উদযাপন

ইউপিএছচিৰ অসামৰিক সেৱাত বাছনি ৯৫৮ৰ ভিতৰত অসমৰ তিনি

Batadova Doul Yatra:গুৰুজনাৰ ওপজাভূমি শ্ৰী শ্ৰী বটদ্ৰৱা থানত পাঁচদিনীয়াকৈ আৰম্ভ দৌলযাত্ৰা মহোৎসৱ

WhatsApp Image 2026 03 15 at 9.22.58 AMউক্ত সভাতে ৰাষ্ট্ৰীয় অনুষ্ঠান অঃ ভাঃসাঃ পৰিষদৰ পুৰণিগুদাম শাখা এটি গঠন কৰে।অনুষ্ঠানটো আৰম্ভনীৰ পুৰ্বে প্ৰখ্যাত কবি নৱকান্ত বৰুৱাৰ প্ৰতিচ্ছৱিৰ সন্মুখত বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধা জ্ঞাপন কৰে অসম কবি সন্মিলনৰ কাৰ্যকৰী সভাপতি ত্ৰিদীপ লস্কৰে আৰু তেখেতৰ পৰিচালনাতে কবিতা পাঠৰ অনুষ্ঠান আৰম্ভ কৰা হয়।অসমৰ অখিল ভাৰতীয় সাহিত্য পৰিষদৰ সভাপতি মৃনালিনী দেবীয়ে দুৰভাষৰ মাধ্যমেৰে নৱগঠিত সমিতিলৈ শুভেচ্ছা জনাই এটি কবিতা পাঠ কৰি শুনাই।

WhatsApp Image 2026 03 15 at 9.22.58 AM 1সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ এটি গীতৰে প্ৰফুল্ল বৰাই শুভাৰম্ভ কৰা কবিতা পাঠৰ অনুষ্ঠানটোত ড° দিলীপ শৰ্মা,নাৰায়ন কলিতা, অশোক ৰাম ভট্টাচাৰ্য, সুনিল শৰ্মা,নীলৰঞ্জন শৰ্মা,গুণ কান্ত শৰ্মা, কাবেৰী মহন্ত,স্বপ্না দেৱী,জেউতি হাজৰিকা,উজ্জলজ্যোতি দাস,অনিল কুমাৰ শৰ্মা,ইন্দিৰা গোস্বামী ভট্টাচাৰ্য,কিশোৰ দাস,লক্ষিমী মহন্ত,মিচিমী মহন্ত,জগমোহন শৰ্মা,কবিতা দাস, অনুভৱ বৰাকে প্ৰমুখ্য কৰি প্ৰায় দুকুৰিমান কবিয়ে কবিতা পাঠ কৰি সভাখনি উদ্‌জ্জীৱিত কৰি তোলে।

WhatsApp Image 2026 03 15 at 9.22.57 AM 1

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Akhil Bharatiya Sahitya ParishadNagaonPuranigudam
publisher

publisher

Related Posts

Election Commission Notice:নির্বাচন আয়োগে বদলি কৰিলে ৰাজ্যৰ পাঁচ আইপিএছ বিষয়াক
News

Election Commission Notice:নির্বাচন আয়োগে বদলি কৰিলে ৰাজ্যৰ পাঁচ আইপিএছ বিষয়াক

March 16, 2026
Assembly Election Code of Conduct in Assam:আজিৰ পৰা ৰাজ্যত তৎকালীনভাৱে প্ৰযোজ্য হোৱাকৈ বলৱৎ হ’ল নিৰ্বাচনী আচৰণ বিধি
News

Assembly Election Code of Conduct in Assam:আজিৰ পৰা ৰাজ্যত তৎকালীনভাৱে প্ৰযোজ্য হোৱাকৈ বলৱৎ হ’ল নিৰ্বাচনী আচৰণ বিধি

March 16, 2026
ডুবাই বিমানবন্দৰৰ কাষত ড্ৰ’ন বিস্ফোৰণ!
News

ডুবাই বিমানবন্দৰৰ কাষত ড্ৰ’ন বিস্ফোৰণ!

March 16, 2026
বিয়াত ৰসগোল্লা খাই শ্বাসৰুদ্ধ হৈ মৃত্যু !
India

বিয়াত ৰসগোল্লা খাই শ্বাসৰুদ্ধ হৈ মৃত্যু !

March 16, 2026
পশ্চিম এছিয়া যুদ্ধৰ মাজত বিভ্ৰান্তিকৰ পোষ্ট: ইউএইত ১৯ ভাৰতীয়ৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা
News

পশ্চিম এছিয়া যুদ্ধৰ মাজত বিভ্ৰান্তিকৰ পোষ্ট: ইউএইত ১৯ ভাৰতীয়ৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা

March 16, 2026
Pradyut Bordoloi :এপিচিচিত গৃহকন্দল ! চিকিৎসক এজনক প্ৰাৰ্থীত্ব দিয়াৰ স্বাৰ্থত বিধায়ক ডা:নাজাৰৰ প্ৰাৰ্থীত্বৰ  বিৰোধীতা সাংসদ প্রদ্যুৎ বৰদলৈৰ

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d