SLC Scheme:
অসম চৰকাৰৰ কৰ্মচাৰী সকলৰ সুবিধা হোৱাকৈ ৰাজ্য চৰকাৰে প্ৰৱৰ্তন কৰা Employee Salary-Linked Credit (SLC) Scheme-এ ইতিমধ্যে উৎসাহজনক সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছে। আঁচনি আৰম্ভ হোৱাৰ ১২ ঘণ্টাৰ ভিতৰতে ১২০জন আবেদনকাৰীয়ে লাভ কৰিবলৈ হ’ল প্ৰায় ৯০ লাখ টকাৰ ঋণ ৷
ADVERTISEMENT
উল্লেখ্য অসম চৰকাৰৰ বিত্ত বিভাগে ডিজিটেল প্লেটফৰ্মৰ জৰিয়তে Employee Salary-Linked Credit আঁচনিয়ে চৰকাৰী কৰ্মচাৰীসকলক দ্ৰুত, কাগজবিহীন আৰু স্বচ্ছভাৱে ঋণ লাভ কৰাৰ সুবিধা প্ৰদান কৰিছে।






























