✒️দিল্লীত জেপি নাড্ডাৰ বাসগৃহত আৰম্ভ বিজেপিৰ ক’ৰ কমিটীৰ বৈঠক
ADVERTISEMENT
✒️জে পি নড্ডাৰ বাসগৃহত চলা বৈঠকতে প্ৰাৰ্থীৰ তালিকা
মোহৰ মৰাৰ সম্ভাৱনা
✒️বৈঠকত উপস্থিত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ, ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন, মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা, কেন্দীয় মন্ত্রী সর্বানন্দ সোণোৱাল আৰু ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া
✒️অগপৰে আসন বুজাপৰা সম্পৰ্কত বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বৰে অতুল বৰাৰ বৈঠক
✒️ভিডিঅ কনফাৰেন্সৰ জৰিয়তে বৈঠকত অংশ ল’ব অগপ সভাপতিজনে
✒️আসনৰ ভাগ-বাটোৱাৰাক এই আলোচনাতে চুড়ান্ত ৰূপ দিয়াৰ সম্ভাৱনা
✒️মধ্য গুৱাহাটী আৰু চাবুৱা-লাহোৱাল সমষ্টিক লৈয়ো হ’ব আলোচনা































