Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ডিজিটেল গ্ৰেপ্তাৰ”ৰ ফান্দ! 

    ডিজিটেল গ্ৰেপ্তাৰ”ৰ ফান্দ! 

    ইন্ধন সুৰক্ষাক লৈ ডাঙৰ সতর্কবাণী! 

    ইন্ধন সুৰক্ষাক লৈ ডাঙৰ সতর্কবাণী! 

    Helicopter crash in East Nepal:পূব নেপালৰ খোটাঙত ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনা

    পৱিত্ৰ গংগাত নাওত বিৰিয়ানি পাৰ্টি!

    পৱিত্ৰ গংগাত নাওত বিৰিয়ানি পাৰ্টি!

    “ডিগ্ৰী আছে, কিন্তু চাকৰি নাই!”—ভাৰতত উচ্চশিক্ষিত যুৱকৰ নিৱনুৱাক লৈ গভীৰ উদ্বেগ

    BJP Candidate List:আজিয়েই ঘোষণা হ’ব পাৰে বিজেপিৰ ৮৯ জনীয়া প্ৰাৰ্থী তালিকা !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    তিক্ততা পাহৰি ‘ৰাজনীতি ২’ত অভিনয় কৰিব ৰণবীৰ-কেটৰিণাই!

    বিয়াত বহিল মহাকুম্ভৰ ভাইৰেল গাৰ্ল মনালিছা! 

    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    লাইট জুলাই বা টিভি চলাই শোৱাৰ অভ্যাস!

    লাইট জুলাই বা টিভি চলাই শোৱাৰ অভ্যাস!

    চাকৰিৰ জগতত নতুন ট্রেন্ড ‘লিলি পেডিং’

    চাকৰিৰ জগতত নতুন ট্রেন্ড ‘লিলি পেডিং’

    আপোনাৰ ফোনত কেমেৰা ৰিং লগোৱাটো প্রয়োজনীয় নেকি?

    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

Nagaon:দিল্লীত প্রদ্যুৎ বৰদলৈয়ে গেৰুৱাবসন পিন্ধাৰ পিছতে নগাঁৱৰ ৰাজীৱ ভৱনত উত্তাল পৰিৱেশ

ক্ষুব্ধ কৰ্মীয়ে বৰদলৈৰ ফটো,পোষ্টাৰ ভাঙি লণ্ড- ভণ্ড কৰে

publisher by publisher
March 18, 2026
in News
Reading Time: 1 min read
0
Nagaon:দিল্লীত প্রদ্যুৎ বৰদলৈয়ে গেৰুৱাবসন পিন্ধাৰ পিছতে নগাঁৱৰ ৰাজীৱ ভৱনত উত্তাল পৰিৱেশ
1
SHARES
13
VIEWS
ShareShareShareShare

Nagaon:

দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স :–প্ৰয়াত তৰুণ গগৈৰ মন্ত্ৰীসভাৰ সদস্য পদ শুৱনি কৰি ২০১৬ ত নিজ গৃহ সমষ্টি মাৰ্ঘেৰিটাত পৰাভূত হোৱাৰ পিছতো কংগ্ৰেছ দলে নগাঁৱত সংস্থাপিত কৰি বিগত দুটা লোকসভা নিৰ্বাচনত জয়ী কৰাইছিল প্ৰদ্যুৎ বৰদলৈক ৷ কিন্ত বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ ২১দিন থকা অৱস্থাত লাহৰিঘাটৰ বৰ্তমানৰ বিধায়কজনক দলীয় টিকট দিয়াৰ বিৰোধিতা কৰি প্ৰদ্যুৎ বৰদলৈয়ে মঙলবাৰে কংগ্ৰেছৰ পৰা দলত্যাগ কৰাৰ পিছত বুধবাৰে দুপৰীয়া মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ দিল্লীস্থ বাসগৃহত আনুষ্ঠানিকভাৱে যোগদান কৰে বিজেপিত ৷

ADVERTISEMENT

নগাঁৱৰ সাংসদ গৰাকীৰ বিজেপি বসনপিন্ধাৰ পিছত ক্ষোভৰ বহি:প্ৰকাশ হয় নগাঁৱত ৷ বৰদলৈক দুবাৰকৈ সাংসহ হিচাপে জয়ী কৰাত অগ্ৰণী ভূমিকা লোৱা কংগ্ৰেছ কৰ্মী সকলে নগাঁও জিলা কংগ্ৰেছ কাৰ্যালয় ৰাজীৱ ভৱনত উপস্থিত হৈ এফালৰ পৰা প্ৰদ্যুৎ বৰদলৈৰ ফটো ,পোষ্টাৰ আদি এৰুৱাই ভাঙি লণ্ড- ভণ্ড কৰে ৷

RelatedPosts

Bjp Joining:গেৰুৱা বসন পিন্ধিলে অগপৰ চাৰিবাৰৰ প্ৰাক্তন বিধায়ক ভূপেন ৰায়ে

Bjp Joining Three Congress MLAs:বাজপেয়ী ভৱনত গেৰুৱা বসন পিন্ধিলে তিনি কংগ্ৰেছী বিধায়কে

Bjp Joining:আজি গেৰুৱা বসন পিন্ধিব প্ৰাক্তন আছু নেতা শংকৰজ্যোতি বৰুৱাই

আনহাতে ৰাজীৱ ভৱনত উপস্থিত থকা নগাঁও- বটদ্ৰৱা সমষ্টিৰ কংগ্ৰেছৰ টিকট প্ৰত্যাশি মৃণাল হাজৰিকাই বৰদলৈৰ বিজেপি গমনত তীব্ৰ ক্ষোভ প্ৰকাশ কৰি কয় এইয়া নগঞা ৰাইজৰ প্ৰতি তেওঁৰ বিশ্বাসঘাটকতা ৷ পাঁচ বছৰৰৰ বাবে তেওঁক লোকসভালৈ বিপুল ভোটেৰে নিৰ্বাচিত কৰাৰ পিছত নিজৰ ব্যক্তিগত স্বাৰ্থ আৰু ক্ষমতাৰ লালসাত দলত্যাগ কৰি নিজৰ নগ্ন ৰূপটো পুনৰ উদঙাই দিলে ৷ আগন্তুক দিনত ইয়াৰ যোগ্য প্ৰত্যুত্তৰ অসমৰ ৰাইজে দিব ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: BJP Joiningcongress protestnagaon congress officePradyut Bardoloi
publisher

publisher

Related Posts

ডিজিটেল গ্ৰেপ্তাৰ”ৰ ফান্দ! 
India

ডিজিটেল গ্ৰেপ্তাৰ”ৰ ফান্দ! 

March 18, 2026
ইন্ধন সুৰক্ষাক লৈ ডাঙৰ সতর্কবাণী! 
India

ইন্ধন সুৰক্ষাক লৈ ডাঙৰ সতর্কবাণী! 

March 18, 2026
Helicopter crash in East Nepal:পূব নেপালৰ খোটাঙত ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনা
International

Helicopter crash in East Nepal:পূব নেপালৰ খোটাঙত ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনা

March 18, 2026
পৱিত্ৰ গংগাত নাওত বিৰিয়ানি পাৰ্টি!
News

পৱিত্ৰ গংগাত নাওত বিৰিয়ানি পাৰ্টি!

March 18, 2026
“ডিগ্ৰী আছে, কিন্তু চাকৰি নাই!”—ভাৰতত উচ্চশিক্ষিত যুৱকৰ নিৱনুৱাক লৈ গভীৰ উদ্বেগ
India

“ডিগ্ৰী আছে, কিন্তু চাকৰি নাই!”—ভাৰতত উচ্চশিক্ষিত যুৱকৰ নিৱনুৱাক লৈ গভীৰ উদ্বেগ

March 18, 2026
BJP Candidate List:আজিয়েই ঘোষণা হ’ব পাৰে বিজেপিৰ ৮৯ জনীয়া প্ৰাৰ্থী তালিকা !
News

BJP Candidate List:আজিয়েই ঘোষণা হ’ব পাৰে বিজেপিৰ ৮৯ জনীয়া প্ৰাৰ্থী তালিকা !

March 18, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d