Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    তুৰস্কত ১৫ বছৰৰ তলৰ শিশুৰ বাবে নিষিদ্ধ ছ’চিয়েল মিডিয়া

    Bikaji Foods Founder Shiv ratan Agarwal Passes Away:’বিকাজী’ৰ প্রতিষ্ঠাপক শিৱ ৰতন আগৰৱালাৰ দেহাৱসান

    কেৰালাত তীব্ৰ তাপপ্ৰবাহ: ১১ বজাৰ পৰা তিনি বজালৈ

    Brutal murder in Digboi:ডিগবৈৰ পানধোৱা গাঁৱত নৃশংস হত্যাকাণ্ড

    Keralam:বহিঃৰাজ্যত পুনৰ অসমৰ যুৱকৰ ৰহস্যজনক মৃত্যু

    বান-শিলাবৃষ্টিত এটা বর্ষতে অসমত বিনষ্ট ২০ হেজাৰ একৰ ভূমিৰ শস্য

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

টিকট নোপোৱাৰ সম্ভাৱনা দেখি কান্দোনত ভাগি পৰিল প্রার্থিত্বপ্রত্যাশী

publisher by publisher
March 19, 2026
in Assam, News
Reading Time: 1 min read
0
টিকট নোপোৱাৰ সম্ভাৱনা দেখি কান্দোনত ভাগি পৰিল প্রার্থিত্বপ্রত্যাশী
2
SHARES
21
VIEWS
ShareShareShareShare

Denied ticket:✒️বঙাইগাঁও জিলাৰ অভয়াপুৰী সমষ্টিত প্রার্থিত্বক কেন্দ্ৰ কৰি শাসক দল বিজেপিত অন্তঃকন্দলৰ সৃষ্টি হৈছে। বছৰ বছৰ ধৰি দলক সেবা আগবঢ়াই অহাৰ পাছতো অন্তিম সময়ত আন দলৰ পৰা অহা নেতাই প্রার্থিত্ব লাভৰ সম্ভাৱনাত অনিশ্চয়তাৰ সৃষ্টি হৈছে বিজেপিৰ প্রার্থিত্ব প্রত্যাশীৰ মাজত। এনে এজন প্রার্থিত্ব প্রতাশী তথা যুৱ নেতা সঞ্জয় ৰায়ে কালি সম্ভাৱনা ক্ষীণ দেখি হুক হুকাই কান্দোনত ভাগি পৰে।

ADVERTISEMENT

উল্লেখ্য যে পূৰ্বৰ দক্ষিণ অভয়াপুৰী বিধানসভা সমষ্টি অনুসূচিত জাতিৰ বাবে সংৰক্ষিত আছিল যদিও সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত নৱগঠিত অভয়াপুৰী সমষ্টি সংৰক্ষণমুক্ত হৈ পৰে। সমষ্টিটোত ১৯৮৫ৰ পৰা ক্ৰমে ইউএনএফ, কংগ্রেছ, অগপ, এআইইউডিএফৰ পৰা প্ৰতিনিধিত্ব কৰি আহিছিল আৰু সময়ে সময়ে বিজেপিয়ে প্রতিদ্বন্দ্বিতা আগবঢ়ায় যদিও কোনোবাৰে দলীয় প্রার্থীয়ে জয়লাভ কৰা নাছিল।

RelatedPosts

Abhayapuri Murder:অভয়াপুৰীৰ টিলাপৰাত লোমহৰ্ষক হত্যাকাণ্ড !

জয়াল পৰিৱেশত পৰিত্যক্ত বাসগৃহত অকলশৰীয়া এজন যুৱকৰ বন্দিত্বৰ জীৱন

Govt.Employed Arrested:পুনৰ ঘোচ লৈ হাত দাঙিলে চৰকাৰী কৰ্মচাৰীয়ে

অৱশ্যে পৰৱৰ্তী সময়ত সমষ্টিটোত শাসক দলৰ ভেটি শক্তিশালী হৈ উঠে। ইয়াৰ পৰিপ্ৰেক্ষিতত সমষ্টিটোৰ একমাত্ৰ পৌৰসভা অভয়াপুৰী এককভাৱে বিজেপিয়ে দখল কৰাৰ উপৰি বিগত পঞ্চায়ত নির্বাচনত ব্যাপক সফলতা অর্জন কৰে। গতিকে সমষ্টিটোৰ দলীয় স্থিতিৰ প্ৰতি লক্ষ্য ৰাখি জিলা বিজেপিৰ সভাপতি উজ্জ্বল কান্তি ৰায়, সমাজকর্মী ৰুদ্ৰ কুমাৰ পাঠক, বিজেপি যুৱ মৰ্চাৰ কেন্দ্ৰীয় সভাপতি সঞ্জয় ৰায়, প্রাক্তন জিলা সভাপতিদ্বয় হিমানী অধিকাৰী আৰু সুকেন ৰায়, চিকিৎসক ইতিশ বৰদলৈ আদিয়ে এইবাৰ সমষ্টিটোৰ পৰা দলীয় প্রার্থিত্ব প্রত্যাশা কৰে।

আনহাতে মিত্রজোটৰ অংশীদাৰ অগপৰ দপৰা প্ৰাক্তন বিধায়ক ভূপেন ৰায় প্রার্থিত্ব প্রত্যাশী হৈ উঠাত মিত্রজোটৰ মাজত প্রার্থিত্বকেন্দ্রিক যুঁজ আৰম্ভ হয়। শেহতীয়াভাৱে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই বিজেপিয়ে অভয়াপুৰীত নির্বাচন খেলিব বুলি নিশ্চিতি দিয়াত প্রাক্তন বিধায়ক ৰায়ৰ অংকত আউল লাগে। এনে অৱস্থাত দলীয় প্রার্থিত্ব পালে তেওঁ বিজেপিত যোগদান কৰিবলৈ মনস্থ কৰে। সেই মর্মে তেওঁ গেৰুৱা বসন পৰিধান কৰে। চাৰিবাৰৰ বিধায়ক ৰায়ৰ এই বিজেপি গমনে দলৰ প্ৰাৰ্থিত্ব প্রত্যাশীসকলৰ আশাত চেঁচা পানী ঢালে। প্রার্থিত্বৰ পৰা বঞ্চিত হোৱাৰ উমান পাই আজি কান্দোনত ভাঙি পৰে সঞ্জয় ৰায়।

সুদীর্ঘ ১২ বছৰৰো অধিক কাল দললৈ সেৱা আগবঢ়াই অহাৰ পাছত শেষ মুহূৰ্তত প্রার্থিত্বৰ পৰা বঞ্চিত হোৱাৰ সম্ভাৱনা প্রকট হোৱাত ৰায়ে নির্দলীয়ভাৱে নির্বাচনত অৱতীৰ্ণ হ’বলৈ যো-জা চলোৱা বুলি সূত্ৰই প্ৰকাশ কৰিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AbhayapuriDenied ticket
publisher

publisher

Related Posts

তুৰস্কত ১৫ বছৰৰ তলৰ শিশুৰ বাবে নিষিদ্ধ ছ’চিয়েল মিডিয়া
News

April 24, 2026
Bikaji Foods Founder Shiv ratan Agarwal Passes Away:’বিকাজী’ৰ প্রতিষ্ঠাপক শিৱ ৰতন আগৰৱালাৰ দেহাৱসান
News

Bikaji Foods Founder Shiv ratan Agarwal Passes Away:’বিকাজী’ৰ প্রতিষ্ঠাপক শিৱ ৰতন আগৰৱালাৰ দেহাৱসান

April 24, 2026
কেৰালাত তীব্ৰ তাপপ্ৰবাহ: ১১ বজাৰ পৰা তিনি বজালৈ
India

কেৰালাত তীব্ৰ তাপপ্ৰবাহ: ১১ বজাৰ পৰা তিনি বজালৈ

April 24, 2026
Brutal murder in Digboi:ডিগবৈৰ পানধোৱা গাঁৱত নৃশংস হত্যাকাণ্ড
News

Brutal murder in Digboi:ডিগবৈৰ পানধোৱা গাঁৱত নৃশংস হত্যাকাণ্ড

April 24, 2026
Keralam:বহিঃৰাজ্যত পুনৰ অসমৰ যুৱকৰ ৰহস্যজনক মৃত্যু
News

Keralam:বহিঃৰাজ্যত পুনৰ অসমৰ যুৱকৰ ৰহস্যজনক মৃত্যু

April 24, 2026
বান-শিলাবৃষ্টিত এটা বর্ষতে অসমত বিনষ্ট ২০ হেজাৰ একৰ ভূমিৰ শস্য
News

বান-শিলাবৃষ্টিত এটা বর্ষতে অসমত বিনষ্ট ২০ হেজাৰ একৰ ভূমিৰ শস্য

April 24, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d