Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    তুৰস্কত ১৫ বছৰৰ তলৰ শিশুৰ বাবে নিষিদ্ধ ছ’চিয়েল মিডিয়া

    তুৰস্কত ১৫ বছৰৰ তলৰ শিশুৰ বাবে নিষিদ্ধ ছ’চিয়েল মিডিয়া

    Bikaji Foods Founder Shiv ratan Agarwal Passes Away:’বিকাজী’ৰ প্রতিষ্ঠাপক শিৱ ৰতন আগৰৱালাৰ দেহাৱসান

    Bikaji Foods Founder Shiv ratan Agarwal Passes Away:’বিকাজী’ৰ প্রতিষ্ঠাপক শিৱ ৰতন আগৰৱালাৰ দেহাৱসান

    কেৰালাত তীব্ৰ তাপপ্ৰবাহ: ১১ বজাৰ পৰা তিনি বজালৈ

    কেৰালাত তীব্ৰ তাপপ্ৰবাহ: ১১ বজাৰ পৰা তিনি বজালৈ

    Brutal murder in Digboi:ডিগবৈৰ পানধোৱা গাঁৱত নৃশংস হত্যাকাণ্ড

    Brutal murder in Digboi:ডিগবৈৰ পানধোৱা গাঁৱত নৃশংস হত্যাকাণ্ড

    Keralam:বহিঃৰাজ্যত পুনৰ অসমৰ যুৱকৰ ৰহস্যজনক মৃত্যু

    Keralam:বহিঃৰাজ্যত পুনৰ অসমৰ যুৱকৰ ৰহস্যজনক মৃত্যু

    বান-শিলাবৃষ্টিত এটা বর্ষতে অসমত বিনষ্ট ২০ হেজাৰ একৰ ভূমিৰ শস্য

    বান-শিলাবৃষ্টিত এটা বর্ষতে অসমত বিনষ্ট ২০ হেজাৰ একৰ ভূমিৰ শস্য

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

বিধায়কৰ পৰা জিলা পৰ্যায়ৰ নেতালৈ নির্দলীয় ৰূপত প্রতিদ্বন্দ্বিতাৰ তৎপৰতাত উদ্বেগ

ক্ষোভৰ জুই ঢাকিবলৈ আপ্রাণ চেষ্টা বিজেপিৰ

publisher by publisher
March 22, 2026
in News, Assam
Reading Time: 1 min read
0
বিজেপিৰ তালিকাত মহিলা শক্তি !
2
SHARES
18
VIEWS
ShareShareShareShare

প্রার্থিত্বকেন্দ্রিক ক্ষোভ-অসন্তুষ্টিয়ে জৰ্জৰিত কৰিছে শাসক বিজেপিক। সমষ্টিয়ে সমষ্টিয়ে বিয়পি পৰা এনে ক্ষোভে গুৰুতৰ ৰূপ গ্ৰহণ কৰাত দুশ্চিন্তাত ভুগিছে নেতৃত্ব। এই ক্ষোভক ৰাজহুৱা হ’বলৈ নিদিয়াৰ সর্বান্তকৰণে তৎপৰতা গ্রহণ কৰিছে দলটোৱে। তাৰ বাবে প্রলোভনৰ উপৰি প্রলোভন দিছে ক্ষুব্ধ অসন্তুষ্ট তৃণমূলৰ নেতা আৰু বঞ্চিত প্রার্থিত্ব প্রত্যাশীক।

ADVERTISEMENT

বিজেপিৰ বাবে এই সময়ত প্রত্যাহ্বান হৈছে কংগ্ৰেছৰ নেতৃত্বত গঠন হোৱা মিত্রজোট। তাৰ ওপৰতে দলীয় সংঘাতে ধাৰণ কৰা গুৰুতৰ ৰূপ মূৰৰ কামোৰণি হৈ পৰিছে। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই বিজেপিত কোনো অসন্তুষ্টি নাই, প্রার্থী তালিকাক লৈ ক’তো বিৰোধ নাই বুলি দাবী কৰিলেও সেয়া কেৱল পৰিস্থিতিক থাপি-থুপি থোৱাৰহে প্রচেষ্টা বুলি স্পষ্ট হৈছে। তৃণমূল পর্যায়ত বাহ্যিক আৰু আভ্যন্তৰীণ ক্ষোভৰ তীব্রতা দেখি বাজপেয়ী ভৱনতে উদ্বেগৰ সৃষ্টি হৈছে। সেইবাবে স্বয়ং মুখ্যমন্ত্রীয়েই ঢপলিয়াই ফুৰিবলগীয়া হৈছে ক্ষোভ উপশমৰ বাবে। ঢপলিয়াই আহিবলগীয়া হৈছে ৰাষ্ট্ৰীয় নেতাও। তথাপি উপশম হোৱা নাই পৰিস্থিতিৰ। বৰঞ্চ ক্ষোভৰ প্ৰতিফলনত নির্দলীয় প্রার্থী হ’বলৈ আগবাঢ়িছে কে’বাজনো বিধায়ক তথা প্রার্থিত্ব বঞ্চিত নেতা।

RelatedPosts

BJP-ৰ IT Cell আৰু একাংশ নেতাৰ বিৰুদ্ধে গোচৰ

গুৱাহাটীত যুৱ মৰ্চাৰ ৰাষ্ট্ৰীয় সভাপতি তেজস্বী সূৰ্য, Gen-Z ভোটাৰ লক্ষ্যত বিজেপিৰ জোৰদাৰ প্ৰচাৰ

Pm Modi Election Rally in Bihali:গোগামুখৰ পিচত বিহালীত বিশাল সভা সম্বোধন প্রধানমন্ত্রী মোদীৰ

অৱশ্যে নির্দলীয়ভাৱে নির্বাচনত যুঁজিবলৈ সাজু হোৱা সকলক যাতে দলৰ কোনেও সমর্থন নজনায়, তাৰ বাবে নেতা-কর্মীলৈ বার্তা প্ৰেৰণ কৰা হৈছে। তৎসত্ত্বেও ক্ষোভ প্রশমিত হোৱাৰ নাম-গোন্ধ নাই; বৰঞ্চ তেনে বার্তাই অধিক ক্ষুণ্ণ কৰাত তাক প্রত্যাহ্বান হিচাপেহে গ্রহণ কৰিছে একাংশই।

ক্ষোভৰ গুৰুতৰ ৰূপৰ বাবেই কালি স্বয়ং মুখ্যমন্ত্রী উপস্থিত হয় দিছপুৰৰ বিধায়ক অতুল বৰাৰ গৃহত। মুখ্যমন্ত্রীয়ে বুজনি আৰু তেওঁক অধিক শক্তিশালী কৰি তোলাৰ আশ্বাস দিলেও বৰা এশ শতাংশ পতিয়ন যোৱা নাই। আন এজন দিছপুৰৰ প্রার্থিত্ব প্রত্যাশী জয়ন্ত কুমাৰ দাসক লৈ হোৱা পৰিস্থিতি যেন ইয়াতকৈয়ো গুৰুতৰ। সম্প্ৰতি ৰাষ্ট্ৰীয় নেতৃত্বৰ প্রতিনিধি ঘৰলৈ আহিও দাসৰ ক্ষোভ প্রশমিত কৰিব নোৱাৰিলে। কালিও ৰাজ্যিক নেতৃত্বৰ প্ৰতিনিধি পুৱাতেই দাসৰ ঘৰত উপস্থিত হয়। চর্চা অনুসৰি, দাসক প্রলোভিত কৰাৰো চেষ্টা চলোৱা হয়। সেই সকলো প্রচেষ্টাক অর্থহীন কৰি দাসে কালি বিজেপি ত্যাগ কৰাৰ লগতে নতুন দল গঠনৰো হুংকাৰ দিয়ে।

আনহাতে, শিলচৰৰ বিধায়ক দ্বীপায়ন চক্রবর্তী প্রার্থিত্বৰ পৰা বঞ্চিত হোৱাৰ পাছত বুজনি দিবলৈ আজি শিলচৰলৈ দৌৰি যাবলৈ বাধ্য হয় মন্ত্রী জয়ন্ত মল্লবৰুৱা। সাধাৰণ দিনত একে দলৰ হ’লেও মন্ত্রীক লগ কৰিবলৈ বিধায়কে দিনৰ পাছত দিন খাপ পিটি ব’বলগীয়া হয়; কিন্তু ভোটৰ সময়ত জ্বলা জুই প্রশমিত কৰিবলৈ মন্ত্রী দৌৰিবলগীয়া হৈছে বিধায়কৰ ওচৰলৈ। একমাত্র মুখ্যমন্ত্ৰীৰ বাবেই প্রার্থিত্বৰ পৰা বঞ্চিত হয় বিহপুৰীয়াৰ বিধায়ক অমিয় কুমাৰ ভূঞা। কংগ্ৰেছৰ পৰা যোগদান কৰা ভূপেন বৰাক সংস্থাপিত কৰিবলৈ পাখি কটা হয় ভূঞাৰ। অথচ বিগত দিনবোৰত বিহপুৰীয়াত দলক শক্তিশালী কৰি ৰাখিবলৈ ভূঞা সফল হৈছিল। যোৱা পঞ্চায়ত নির্বাচনতো লক্ষ্যণীয় সফলতা ভূঞাই লাভ কৰিছিল। কেৱল মাত্র ভূপেন বৰাক প্রার্থিত্ব দিবলৈকে ভূঞাক বলি দিয়া হয়।

তাৰেই ক্ষোভত এতিয়া ভূঞাই নির্দলীয়ৰূপে প্রতিদ্বন্দ্বিতাৰ বাবে অগ্ৰসৰ হৈছে। ভূঞাৰ ক্ষোভ প্রশমিত কৰিবলৈয়ো ইজনৰ পাছত সিজন প্রতিনিধি প্ৰেৰণ কৰা হৈছে। সেই সকলোকে নস্যাৎ কৰি ভূঞাই কয়, ‘অসমত বিজেপি মানে এতিয়া এজনেই। সামুহিক বুলিও বিজেপিত এতিয়া একো নাই।’ তেওঁ কাৰো নাম উল্লেখ নকৰিলেও মুখ্যমন্ত্রীকে যে আঙুলিয়াই সেয়া স্পষ্ট হোৱা বুলি চর্চা চলিছে।

একেদৰে নিউ গুৱাহাটীত প্রার্থিত্বৰ পৰা বঞ্চিত হোৱা বিধায়ক তথা দলৰ প্রাক্তন ৰাজ্যিক সভাপতি সিদ্ধার্থ ভট্টাচার্যক সৈমান কৰিবলৈ দিল্লীৰ পৰা দৌৰি আহিবলগীয়া হয় ৰাষ্ট্ৰীয় নেতৃত্বৰ প্ৰতিনিধি। হোজাইত প্রার্থিত্বৰ পৰা বঞ্চিত হৈ বিধায়ক ৰামকৃষ্ণ ঘোষে ৰাজহুৱাভাৱে তীব্র ক্ষোভ প্রকাশ কৰে। আনকি তেওঁ নতুন পৰিকল্পনা কৰা বুলিও সদৰী কৰাৰ পাছতো থৰকাছুটি হেৰুৱায় বিজেপিৰ ৰাজ্যিক নেতৃত্বই। ঘোষক যিকোনো প্ৰকাৰে সৈমান কৰিবলৈ যোগাযোগ কৰে একাধিক মন্ত্রীয়ে। চর্চা অনুসৰি, মুখ্যমন্ত্রীয়েও ফোনযোগে তেওঁৰ স’তে যোগাযোগ কৰে। সেই বুলি ঘোষৰ ক্ষোভ প্রশমিত হোৱা নাই। সেয়েহে হোজাইত প্রার্থিত্ব দিয়া প্রাক্তন বিধায়ক শিলাদিত্য দেৱৰ বিজয়ক লৈ অদ্যাপি সংশয়ত আছে শাসক দলটো।

বিজনীৰ বিধায়ক অজয় কুমাৰ ৰায়ক কেৱল প্রার্থিত্বৰ পৰা বঞ্চিত কৰাই নহয়, সমষ্টিটোৰ পৰা প্ৰক্ষেপ কৰা হৈছে বহু বিতর্কিত অৰূপ কুমাৰ দে’ক; অথচ দেৰ সমষ্টিৰ বাসিন্দাই নহয়। বায়ে নির্দলীয়ৰূপে প্রতিদ্বন্দিতাৰ চিন্তা-চৰ্চা ৰাখিছে আৰু বিজেপিয়ে সর্বতোপ্রকাৰে ইয়াত বাধা দিয়াৰ চেষ্টা চলাইছে। ৰায়ে যাতে ৰাজহুৱাভাৱে ক্ষোভ প্রকাশ নকৰে, তাৰ বাবে নানান প্রলোভন দিয়াৰো অভিযোগ উঠিছে। সেই বুলি কিন্তু বায়ব সমর্থকে মুখ নেমেলাকৈ থকা নাই।

ইপিনে, মন্ত্রী নন্দিতা গর্লোছাই প্রার্থিত্বৰ পৰা বঞ্চিত হৈ আন দলত যোগদানৰ তৎপৰতা চলাইছে। গলোছাৰ লগত কংগ্ৰেছৰ যোগাযোগো স্থাপন হয়। গর্লোছাক প্রলোভন দি সদ্যহতে বিজেপি বিৰোধী কোনো পদক্ষেপ নল’বলৈ কাতৰ অনুৰোধ জনাইছে বাজপেয়ী ভবনে। কে’বাজনো মন্ত্রীয়ে গর্লোছাক যোগাযোগ কৰে। মুখ্যমন্ত্রীয়েও তেওঁক বিশেষ আশ্বাস দিয়া বুলি চর্চা চলিছে। ইপিনে, প্রার্থিত্বৰ পৰা বঞ্চিত হৈ ইতিমধ্যে দলত্যাগ কৰিছে ধলাইৰ বিধায়ক নিহাৰ ৰঞ্জন দাসে। মন্ত্রী-বিধায়কৰ এই তালিকাৰ উপৰি ৰাজ্যিক আৰু জিলা পৰ্যায়ৰ নেতাৰ ক্ষোভেও জোঁকাৰিছে বিজেপিক। ধাৰাবাহিক তৃতীয়বাৰলৈ চৰকাৰ গঠনৰ সপোন দেখা দলটোৱে তৃণমূলত সৃষ্টি হোৱা ক্ষোভক লৈ সেই কাৰণে বিবুধিত পৰিছে।

এনে ক্ষোভে মিত্ৰদলৰ প্রার্থীকো প্ৰভাৱিত কৰাৰ আশংকা কৰা হৈছে। সেই কাৰণে মিত্রদল বিশেষকৈ অসম গণ পৰিষদকো পৰিস্থিতি চম্ভালিবলৈ সতর্ক কৰি দিয়া হৈছে। প্রার্থিত্বৰ পৰা বঞ্চিত হৈ বঙাইগাঁও সমষ্টিৰ প্রার্থিত্ব প্রত্যাশী চক্ৰধৰ দাসে কেৱল বিজেপিৰ নেতৃত্বকে সমালোচনা কৰা নাই, ইয়াৰ লগতে ফণীভূষণ চৌধুৰীকো তীব্র সমালোচনাৰ লক্ষ্য কৰি লৈছে। সাংসদ চৌধুৰীয়ে বঙাইগাঁৱত পৰিয়ালকেন্দ্রিক ছিণ্ডিকেট চলোৱা বুলিও সৰৱ হৈছে। ইয়াৰ লগতে নির্দলীয় প্রার্থীৰূপে প্রতিদ্বন্দ্বিতা কৰিব বুলিও দাসে ঘোষণা কৰি বিজেপি ত্যাগ কৰে। তথাপি চক্ৰধৰ দাসক যিকোনো প্ৰকাৰে সৈমানৰ চেষ্টা অব্যাহত ৰাখিছে বিজেপিয়ে। ইপিনে, লক্ষ্যণীয়ভাৱে প্রার্থিত্বৰ পৰা বঞ্চিত হৈ কাটিগড়াৰ প্ৰাক্তন বিজেপি বিধায়ক অমৰ চান্দ জৈনে আজি নিশা গুৱাহাটীৰ ৰাজীৱ ভৱনত উপস্থিত হৈ কংগ্রেছত যোগদান কৰে।

তেনেদৰেই প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হোৱা অগপৰ জ্যেষ্ঠ বিধায়ক তথা মধ্য গুৱাহাটীৰ প্রার্থিত্বৰ দাবীদাৰ ৰমেন্দ্ৰ নাৰায়ণ কলিতাক সৈমান কৰিবলৈ জঁপিয়াই পৰিছে বিজেপিও। মুখ্যমন্ত্রী আৰু একাধিক মন্ত্রীয়ে বুজনি দিবলৈ চেষ্টা কৰা কলিতাক আজি সমষ্টিটোৰ পৰা বিজেপিৰ প্রার্থিত্ব লাভ কৰা বিজয় গুপ্তাই সাক্ষাৎ কৰি সহযোগিতা বিচাৰে। অৱশ্যে কলিতাই স্পষ্টভারে সহযোগিতা নাকচ কৰে। আজি নিশা মুখ্যমন্ত্রীয়েও তেওঁক সাক্ষাৎ কৰে।

শিৱসাগৰত মনোনয়ন দাখিলৰ বাবে সাজু থাকিবলৈ কোৱা সত্ত্বেও কুশল দুৱৰীক আজিলৈকে বিজেপিয়ে প্রার্থিত্ব প্রদান কৰা নাই। দুৱৰীয়ে নির্দলীয় ৰূপতো প্রতিদ্বন্দ্বিতাৰ বাবে সাজু হৈছে। আজি দুৱৰীয়ে সমষ্টিটোৰ বিজেপিৰ বুথৰ অধিকাংশ সভাপতিৰ লগতো বিষয়টো আলোচনা কৰে। ক্ষোভৰ জুই প্রশমিত কৰিবলৈ বিজেপিয়ে যিমানে চেষ্টা নকৰক কিয়, বাস্তৱত তাৰ প্ৰতিফলন অদ্যাপি ঘটা নাই; বৰঞ্চ দলৰ নিৰ্দেশকো উপেক্ষা কৰি নেতৃত্বৰ বিৰুদ্ধে পোটক তুলিবলৈহে সাজু হৈছে বহু নেতা-কর্মী।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: BJP
publisher

publisher

Related Posts

তুৰস্কত ১৫ বছৰৰ তলৰ শিশুৰ বাবে নিষিদ্ধ ছ’চিয়েল মিডিয়া
News

তুৰস্কত ১৫ বছৰৰ তলৰ শিশুৰ বাবে নিষিদ্ধ ছ’চিয়েল মিডিয়া

April 24, 2026
Bikaji Foods Founder Shiv ratan Agarwal Passes Away:’বিকাজী’ৰ প্রতিষ্ঠাপক শিৱ ৰতন আগৰৱালাৰ দেহাৱসান
News

Bikaji Foods Founder Shiv ratan Agarwal Passes Away:’বিকাজী’ৰ প্রতিষ্ঠাপক শিৱ ৰতন আগৰৱালাৰ দেহাৱসান

April 24, 2026
কেৰালাত তীব্ৰ তাপপ্ৰবাহ: ১১ বজাৰ পৰা তিনি বজালৈ
India

কেৰালাত তীব্ৰ তাপপ্ৰবাহ: ১১ বজাৰ পৰা তিনি বজালৈ

April 24, 2026
Brutal murder in Digboi:ডিগবৈৰ পানধোৱা গাঁৱত নৃশংস হত্যাকাণ্ড
News

Brutal murder in Digboi:ডিগবৈৰ পানধোৱা গাঁৱত নৃশংস হত্যাকাণ্ড

April 24, 2026
Keralam:বহিঃৰাজ্যত পুনৰ অসমৰ যুৱকৰ ৰহস্যজনক মৃত্যু
News

Keralam:বহিঃৰাজ্যত পুনৰ অসমৰ যুৱকৰ ৰহস্যজনক মৃত্যু

April 24, 2026
বান-শিলাবৃষ্টিত এটা বর্ষতে অসমত বিনষ্ট ২০ হেজাৰ একৰ ভূমিৰ শস্য
News

বান-শিলাবৃষ্টিত এটা বর্ষতে অসমত বিনষ্ট ২০ হেজাৰ একৰ ভূমিৰ শস্য

April 24, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d