Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    তুৰস্কত ১৫ বছৰৰ তলৰ শিশুৰ বাবে নিষিদ্ধ ছ’চিয়েল মিডিয়া

    Bikaji Foods Founder Shiv ratan Agarwal Passes Away:’বিকাজী’ৰ প্রতিষ্ঠাপক শিৱ ৰতন আগৰৱালাৰ দেহাৱসান

    কেৰালাত তীব্ৰ তাপপ্ৰবাহ: ১১ বজাৰ পৰা তিনি বজালৈ

    Brutal murder in Digboi:ডিগবৈৰ পানধোৱা গাঁৱত নৃশংস হত্যাকাণ্ড

    Keralam:বহিঃৰাজ্যত পুনৰ অসমৰ যুৱকৰ ৰহস্যজনক মৃত্যু

    বান-শিলাবৃষ্টিত এটা বর্ষতে অসমত বিনষ্ট ২০ হেজাৰ একৰ ভূমিৰ শস্য

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

১৫ মহলীয়া অট্টালিকাত বাস কৰিছে একেটা পৰিয়ালৰ চাৰিটা প্ৰজন্মৰ শতাধিকে

publisher by publisher
March 24, 2026
in News, world
Reading Time: 1 min read
0
১৫ মহলীয়া অট্টালিকাত বাস কৰিছে একেটা পৰিয়ালৰ চাৰিটা প্ৰজন্মৰ শতাধিকে
2
SHARES
15
VIEWS
ShareShareShareShare

Chinese family:✒️দূৰদূৰণিত কর্মসূত্রে হওক বা আন সূত্রেই হওক বাস কৰা বহুতে মাজে সময়ে নিজৰ পুৰণি ঠাইৰ ঘৰত থাকিবলৈ বিচাৰে। ইয়ে মনলৈ এক সজীৱতা আনে বুলিও বহুতে বিশ্বাস কৰে। এনে কাৰণতে চীনৰ জুয়ুয়ান গাঁৱত এটা ১৫ মহলীয়া প্রকাণ্ড অট্টালিকা গঢ় লৈ উঠিছে।

ADVERTISEMENT

এই অট্টালিকাত একেটা পৰিয়ালৰ চাবিটা প্ৰজন্মৰ শতাধিক লোকে বাস কৰে। অট্টালিকাটোত ২২ টা এপার্টমেন্ট আছে। একেদৰে অট্টালিকাটোত এলিভেটব, ভূগর্ভস্থ পার্কিংস্থল আৰু মাজে মাজে মুকলি ঠায়ো আছে। গতিকে এই অট্টালিকা এক উন্নত মানৰ এপার্টমেণ্টৰ দৰে লাগে। কিন্তু এই অট্টালিকা দৰাচলতে এক ক্ষুদ্র উলম্ব চুবুৰি সদৃশহে।

RelatedPosts

No Content Available

এই অট্টালিকাৰ গৰাকীসকলৰ মনলৈ এনে এটা অট্টালিকা নিৰ্মাণৰ পৰিকল্পনা আহে যেতিয়া তেওঁলোকৰ পুৰণি ঘৰবোৰে জৰাজীৰ্ণ ৰূপ ল’বলৈ

ধৰে। এইসকলৰ পুত্র-কন্যাসকলে ইতিমধ্যে বিভিন্ন সূত্রে আন নগৰ-চহৰত বাস কৰিবলৈ লৈছে। দূৰৈত বাস কৰাসকলেও মাজে সময়ে পিতৃগৃহলৈ আহি কিছুদিন কটাবলৈ বিচাৰে। ইয়ে এই অট্টালিকাৰ গৰাকীসকলক এনে এটা বৃহৎ তথা সুউচ্চ অট্টালিকা নির্মাণ কৰাবলৈ উদ্বুদ্ধ কৰে। ভবা মতে কাম।

অৱশেষত তেওঁলোকে এই ১৫ মহলীয়া সুউচ্চ অট্টালিকা নির্মাণ কৰায়। লক্ষ্যণীয়ভাবে গৃহ নিৰ্মাণৰ স’তে জলবায়ুৰো এক প্রত্যক্ষ সংযোগ থাকে। ৰাষ্ট্ৰসংঘৰ পৰিৱেশ কৰ্মসূচীৰ মতে, পকী গৃহ আৰু অন্যান্য নির্মাণকার্য বিশ্বৰ ৩৪ শতাংশ কার্বন নির্গমনৰ বাবে দায়ী। গতিকে সুকীয়াকৈ গৃহ নির্মাণৰ পৰিৱৰ্তে এই বৃহৎ পৰিয়ালে একে ঠাইতে এটা অট্টালিকা নির্মাণ কৰাটো পৰিবেশগত দিশৰ পৰাও প্রশংসনীয় বুলি চর্চা হৈছে।

তদুপৰি ঘৰটোত বাস কৰা পৰিয়ালসমূহে একেটা ঘৰতে বাস কৰাৰ বাবে ব্যক্তিগত গোপনীয়তাও হেৰুৱাবলগীয়া হোৱা নাই। এই ঘৰটো মুঠ ২০টা পৰিয়ালে ঐক্যবদ্ধ হৈ নিৰ্মাণ কৰে। অট্টালিকাটোত ২২টা গৃহ আছে।

ইয়াৰ ভূমি মহলা প্ৰথম অৱস্থাত গুদামৰূপে ব্যৱহাৰ কৰিবলৈ ৰখা হৈছিল। অৱশ্যে এতিয়া এই মহলা খাদ্যৰ ভঁৰালৰূপে ব্যৱহাৰ কৰা হয়। অট্টালিকাটোত বাস কৰা পৰিয়ালসমূহৰ ল’ৰা-ছোৱালীয়ে খেলাৰ বাবে চৌহদত মুকলি ঠায়ো আছে। গতিকে আন বহু এপার্টমেন্টতকৈ এই অট্টালিকা সুকীয়া। এই অট্টালিকাৰ বাসিন্দাসকলৰ মাজৰ এজন জ্যেষ্ঠ ব্যক্তিয়ে জনায় যে প্রথমে তেওঁৰ আত্মীয়-স্বজনসকলে সুকীয়াকৈ গৃহ নিৰ্মাণৰ পৰিকল্পনাও কৰিছিল।

কিন্তু পৰৱৰ্তী সময়ত তেওঁলোকে সিদ্ধান্ত সলনি কৰে। তেওঁলোকে একেলগে একেটা ঘৰতে বাস কৰাৰ সিদ্ধান্ত লৈ এই সুউচ্চ অট্টালিকা নিৰ্মাণ কৰোৱায়। অৱশ্যে এই অট্টালিকা নিৰ্মাণৰ ক্ষেত্ৰত পৰিৱেশ সচেতনতায়ো ক্ৰিয়া কৰে। অট্টালিকাটোৰ নির্মাতাসকলে বিবেচনা কৰে যে একোটা গৃহ কেৱল আশ্রয়স্থলে নহয়। একোটা ঘৰে কিমান ভূমি আগুৰি লয় আৰু ঘৰটো নিৰ্মাণৰ বাবে কেনে ধৰণৰ সামগ্ৰীৰ প্রয়োজন তাৰ প্ৰতিও দৃষ্টি ৰাখে তেওঁলোকে।

কাৰণ নতুন নতুন পকী ঘৰ নিৰ্মাণে পৰিৱেশৰ ওপৰতো বিৰূপ প্রভাৱ পেলাইছে। জলবায়ু পৰিৱৰ্তনৰ প্ৰতি অৰিহণা যোগাইছে। সেয়েহে এই অট্টালিকা নিৰ্মাণকাৰীসকলে নিৰ্মাণ কাৰ্যৰ ফলত যাতে পৰিৱেশৰ ওপৰত অশুভ প্ৰভাৱ নপৰে তাৰ প্ৰতি দৃষ্টি ৰাখিও পৰিয়ালৰ সকলোৰে বাবে মাথোঁ এটা গৃহ নির্মাণ কৰোৱায়। ইয়াৰ ফলত আন ঠাইত গছ-বন কটাৰ প্ৰয়োজন নহ’ল।

অন্যথা শতাধিক লোকে বাস কৰিবৰ বাবে আন ঠাইত গছ-বন কাটি পৰিৱেশ ধ্বংস কৰিবলগীয়া হ’লহেঁতেন। উল্লেখ্য যে চীনত জলবায়ু পৰিৱৰ্তনে ভয়াৱহ প্ৰভাৱ পেলাবলৈ লৈছে। ইয়াৰ প্ৰতিও লক্ষ্য ৰাখি এই পৰিয়ালে এই সুউচ্চ অট্টালিকা নির্মাণ কৰোৱায়। ইয়াৰ সুবাদত পৰিয়ালটোৰ চাৰিটা প্ৰজন্মৰ শতাধিক সদস্যই একেলগে বাস কৰিব পৰা হৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Chinese family
publisher

publisher

Related Posts

তুৰস্কত ১৫ বছৰৰ তলৰ শিশুৰ বাবে নিষিদ্ধ ছ’চিয়েল মিডিয়া
News

April 24, 2026
Bikaji Foods Founder Shiv ratan Agarwal Passes Away:’বিকাজী’ৰ প্রতিষ্ঠাপক শিৱ ৰতন আগৰৱালাৰ দেহাৱসান
News

Bikaji Foods Founder Shiv ratan Agarwal Passes Away:’বিকাজী’ৰ প্রতিষ্ঠাপক শিৱ ৰতন আগৰৱালাৰ দেহাৱসান

April 24, 2026
কেৰালাত তীব্ৰ তাপপ্ৰবাহ: ১১ বজাৰ পৰা তিনি বজালৈ
India

কেৰালাত তীব্ৰ তাপপ্ৰবাহ: ১১ বজাৰ পৰা তিনি বজালৈ

April 24, 2026
Brutal murder in Digboi:ডিগবৈৰ পানধোৱা গাঁৱত নৃশংস হত্যাকাণ্ড
News

Brutal murder in Digboi:ডিগবৈৰ পানধোৱা গাঁৱত নৃশংস হত্যাকাণ্ড

April 24, 2026
Keralam:বহিঃৰাজ্যত পুনৰ অসমৰ যুৱকৰ ৰহস্যজনক মৃত্যু
News

Keralam:বহিঃৰাজ্যত পুনৰ অসমৰ যুৱকৰ ৰহস্যজনক মৃত্যু

April 24, 2026
বান-শিলাবৃষ্টিত এটা বর্ষতে অসমত বিনষ্ট ২০ হেজাৰ একৰ ভূমিৰ শস্য
News

বান-শিলাবৃষ্টিত এটা বর্ষতে অসমত বিনষ্ট ২০ হেজাৰ একৰ ভূমিৰ শস্য

April 24, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d