Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Drugs Seized in Chirang:চিৰাঙত নিষিদ্ধ ড্ৰাগছ সহ এজনক আটক

    Abhi- Neel Murder Case:সোমবাৰে অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান 

    Abhi- Neel Murder Case Judgement:অভি-নীল হত্যাকাণ্ডৰ দোষীৰ শাস্তি ঘোষণা আদালতৰ

    অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া

    ৰাঘৱ চাড্ডাসহ সাত জন সাংসদ বিজেপিত যোগদান

    British Parliament:ব্ৰিটিছ সংসদলৈ আমন্ত্ৰণ মাজুলীৰ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডঃ পীতাম্বৰ দেৱগোস্বামীক

    তুৰস্কত ১৫ বছৰৰ তলৰ শিশুৰ বাবে নিষিদ্ধ ছ’চিয়েল মিডিয়া

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Lifestyle

অনলাইন গে’ম খেলা কিমান সুৰক্ষিত?

publisher by publisher
March 28, 2026
in Lifestyle
Reading Time: 1 min read
0
অনলাইন গে’ম খেলা কিমান সুৰক্ষিত?
2
SHARES
24
VIEWS
ShareShareShareShare

Online gaming:✒️অনলাইন গে’ম আজিকালি সকলো বয়সৰ লোকৰ মাজতে জনপ্রিয় হৈছে। অনলাইনত গে’ম খেলি বহুতে দিনটোৰ অনেক সময় ব্যয় কৰে। মনোৰঞ্জনৰ এক জনপ্রিয় মাধ্যমত পৰিণত হৈছে অনলাইন গে’ম। অনলাইনত নানা ধৰণৰ গে’ম খেলিব পাৰি। কিন্তু প্রশ্ন হয়, অনলাইত গে’ম খেলা কিমান সুৰক্ষিত?

ADVERTISEMENT

অনলাইন গে’মৰ ইতিবাচক দিশ

RelatedPosts

No Content Available

অনলাইনত গে’ম খেলি মনোৰঞ্জন লাভ কৰাৰ লগতে মানসিক হেঁচা বা ষ্ট্ৰেছ দূৰ কৰিব পাৰি। গে’ম খেলি মানসিক আনন্দ অনুভৱ কৰিব পাৰি।

একাংশ অনলাইন গে’মত মাল্টিপ্লেয়াৰ মুড থাকে। এনে খেলত অংশ ল’লে বিশ্বৰ নানা দেশৰ প্লেয়াৰৰ স’তে জড়িত বা চিনাকি হ’ব পাৰে। ইয়াৰ ফলত অনলাইনত নতুন বন্ধু লাভ কৰাৰ লগতে সামাজিক যোগাযোগৰ পৰিসৰ বৃদ্ধি পায়।

একাংশ অনলাইন গে’ম খেলিলে স্ট্রেটেজী, প্লেন, তাৎক্ষণিক সিদ্ধান্ত গ্রহণৰ ক্ষমতা বা দক্ষতাৰ বিকাশত সহায়ক হয়। এনে গে’মে সমস্যা সমাদানৰ ক্ষমতাও বৃদ্ধি কৰে। মানসিক বিকাশত সহায় কৰে।

অনলাইনত কিছুমান গে’ম খেলি ধন বা আন পুৰস্কাৰো লাভ কৰিব পাৰি।

অনলাইন গে’মৰ নেতিবাচক দিশ

বহুতে অনলাইন গে’মত ঘণ্টাৰ পাছত ঘণ্টা ব্যয় কৰে। অনলাইন গে’মৰ এই আসক্তিয়ে সময় অপব্যয় কৰাৰ লগতে অধ্যয়নত মনোনিবেশ কৰা আৰু আন কামৰ ক্ষতি কৰে।

দীর্ঘ সময় একেৰাহে অনলাইন গে’ম খেলিলে স্বাস্থ্যৰ নানা সমস্যা যেনে চকুৰ ৰোগ, মেদবহুলতা, মানসিক অৱসাদ আদিত আক্রান্ত হ’ব পাৰে। পুষ্টিহীনতাত ভোগাৰো শংকা আছে।

অনলাইন গেমিং প্লেটফর্মত হেকিং, ফিশিং আৰু অন্য

চাইবাৰ অপৰাধৰ শংকা থাকে। ব্যক্তিগত তথ্য চুৰি হ’ব পাৰে আৰু ইয়াৰ অপব্যৱহাৰ হ’ব পাৰে।

অনলাইন গে’মিঙৰ সুৰক্ষাৰ টিপছ

শক্তিশালী পাছৱ’ৰ্ড ব্যৱহাৰ কৰক। নিজৰ গে’মিং একাউণ্টৰ পাছৱ’ৰ্ড সময়ে সময়ে সলনি কৰক আৰু আনৰ স’তে পাছৱ’ৰ্ড শ্বেয়াৰ নকৰিব।

গে’মিং প্লেটফৰ্মৰ প্রাইভেচি ছেটিং ব্যৱহাৰ কৰোতে কেৱল অতি জৰুৰী তথ্যহে দিয়ক। একান্ত ব্যক্তিগত তথ্য নিদিব।

Rush app ৰ দৰে প্রতিষ্ঠিত তথা বিশ্বাসনীয় প্লেটফ’র্মতহে অনলাইন গে’ম খেলা উচিত। কোনো গে’ম ডাউনলোড কৰাৰ পূৰ্বে ইয়াৰ ৰেটিং আৰু বিভিউ পঢ়ি লৈহে সিদ্ধান্ত ল’ব।

অপৰিচিত ই-মেইল, মেছেজ বা লিংকত ক্লিক নকৰিব। এইবোৰে ফিশ্বিঙৰ মাধ্যমেৰে আপোনাৰ তথ্য পাতি একাউণ্টৰ পৰা চুৰি কৰিব পাৰে।

আপোনাৰ কম্পিউটাৰ বা ম’বাইলত এন্টি ভাইৰাছ, এন্টি মেলৱেৰ ছফটৱেৰ ইনষ্টল কৰক আৰু নিয়মীয়াকৈ আপডেট কৰক।

অনলাইন গে’মত চাইবাৰ বুলিঙৰ বিপদ থাকে। এনে প্লেটফর্মত কেতিয়াও কাৰোবাক ভাবুকি বা আপত্তিকৰ মন্তব্য নকৰিব। যদি কোনোবাই আপোনাক অসুবিধা দিছে তেন্তে প্লেটফ’ৰ্মৰ ৰিপটিং ব্যৱস্থাৰ সুবিধা লওক।

অনলাইন গে’মৰ ভাল-বেয়া দুয়োটা দিশেই আছে। সেয়েহে প্রয়োজনীয় সতর্কতা অৱলম্বনবে অনলাইন গে’ম খেলি মানসিক বিনোদন ল’ব পাৰিব। সঠিক পদ্ধতিৰে অনলাইন গে’ম খেলিলে ই আপোনাৰ মানসিক তথা বুদ্ধিমত্তাৰ বিকাশতো সহায় কৰিব পাৰিব। কিন্তু লক্ষ্য ৰাখিব যাতে অনলাইন গে’ম আসক্তিত পৰিণত নহয়, অন্যথা এই অভ্যাসে আপোনাৰ শাৰীৰিক-মানসিক ক্ষতি কৰিব পাৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Gaming
publisher

publisher

Related Posts

ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!
Lifestyle

April 24, 2026
ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়
Lifestyle

ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

April 24, 2026
ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়
Lifestyle

ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

April 23, 2026
ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি
Lifestyle

ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

April 22, 2026
পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ
Lifestyle

পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

April 21, 2026
গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?
Lifestyle

গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

April 21, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d