Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    Sutia Student Union:অসমীয়া জাতি গঠনলৈ চুতীয়া জাতিৰ অৱদান অপৰিসীম : মন্ত্ৰী বৰা

    Big Scam:প্রাক্তন অধ্যক্ষাৰ নেতৃত্বত দুষ্টচক্ৰৰ দ্বাৰা ১৮ কোটি টকা আত্মসাতৰ অভিযোগ

    Zubeen garg Murder Case:আদালতে প্ৰেৰণ কৰা নথি সলনি কৰিলে বাকসা কাৰাগাৰৰ অধীক্ষকে

    Bank strike in Assam:বেংক ধর্মঘটত তিনিদিন অচল লেনদেন

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

একাকীত্বও হ’ব পাৰে হৃদৰোগৰ কাৰণ!

সামাজিক মিলামিচা বৃদ্ধিৰ পোষকতা গৱেষকৰ

publisher by publisher
April 23, 2026
in News, world
Reading Time: 1 min read
0
একাকীত্বও হ’ব পাৰে হৃদৰোগৰ কাৰণ!
1
SHARES
14
VIEWS
ShareShareShareShare

RelatedPosts

Heart Attack : বিয়াঘৰত নৃত্য কৰি থকাৰ অৱস্থাতে মৃত্যুক সাৱটিলে এজন যুৱকে

Heart Health : হৃদযন্ত্ৰ সুস্থ ৰাখিবলৈ শীতকালত কোন কেইটা নিয়ম মানি চলা জৰুৰী ?

Health Tips : হৃদৰোগৰ পৰা ৰক্ষা কৰিব মাছৰ তেলে

ইচ্ছা কৰি অকলে থকা আৰু বাধ্যত পৰি অকলশৰীয়া জীৱন কটোৱাৰ মাজত পার্থক্য আছে। ইয়াৰ দ্বিতীয়বিধ অকলশৰীয়া জীৱনৰ ফলত মনলৈ একাকীত্ব বা নিঃসংগতাৰ ভাব আহিব পাৰে। দীর্ঘদিনীয়া একাকীত্বই স্বাস্থ্যৰো ক্ষতিসাধন কৰাৰো আশংকা কৰি আহিছে চিকিৎসা বিজ্ঞানীসকলে।

ADVERTISEMENT

কেৱল মানসিক দিশতে নহয়, শাৰীৰিক দিশতো একাকীত্বৰ প্ৰভাৱ ধ্বংসাত্মক হ’ব পাৰে।আমেৰিকান হার্ট এছ’চিয়েছন, কেলিফ’র্ণিয়া বিশ্ববিদ্যালয়, হার্ভার্ড বিশ্ববিদ্যালয় আৰু ফ্ল’ৰিডা স্টেট বিশ্ববিদ্যালয়ৰ গৱেষকসকলৰ শেহতীয়া এক অধ্যয়ন অনুসৰি একাকীত্বৰ স’তে হৃদৰোগৰ যোগসূত্র আছে।

হার্ভার্ডৰ গৱেষকসকলৰ মতে একাকীত্বৰ অনুভৱে হৃদযন্ত্ৰৰ দুই ধৰণে ক্ষতি কৰে। ইয়াৰে প্ৰথমটো হ’ল যেতিয়া একাকীত্বৰ অনুভৱ যন্ত্রণাদায়ক হৈ উঠে তেতিয়া তেজত চি-বিয়েক্টিভপ্ৰ’টিনৰ মাত্রা বৃদ্ধি পায়। এই প্ৰ’টিন ধমনীৰ বেৰত জমা হ’বলৈ ধৰি তেজৰ চলাচলত বাধা দিয়ে। ফলত ই হার্টএটেকৰ কাৰণ হ’ব পাৰে।

দ্বিতীয়টো কাৰণ হ’ল মানসিক চাপ বৃদ্ধি পালে কর্টিছল হৰ্মনৰ অত্যধিক ক্ষৰণ ঘটে। অতিৰিক্ত কৰ্টিছলে ৰক্তচাপ বৃদ্ধি কৰাৰ উপৰি ধমনীৰ ক্ষতি কৰে। গতিকে মানুহৰ বাবে সামাজিক মিলামিচা অত্যন্ত প্রয়োজন।

কাৰণ সামাজিক মিলামিচাই অক্সিটচিন হৰ্মনৰ ক্ষৰণ বৃদ্ধি কৰে। এই হর্মনে হৃদযন্ত্রক সুৰক্ষা দিব পাৰে। গবেষকসকলে আঙুলিয়াই দিছে যে ইচ্ছা কৰি অকলে থকা আৰু বাধ্যত পৰি অকলশৰীয়া জীৱন কটোৱাৰ মাজত বহু পার্থক্য আছে।

সাধাৰণতে দেখা যায় যে ইচ্ছা কৰি অকলে থকা সকলে অকলশৰীয়া মুহূৰ্তসমূহৰ জীৱন উপভোগ কৰে। ইয়াৰ বিপৰীতে বাধ্যত পৰি অকলশৰীয়া জীৱন কটাবলগীয়া হোৱাসকলৰ বাবে জীৱনৰ প্ৰতিটো মুহূৰ্ত যন্ত্রণাদায়ক হৈ উঠাৰ আশংকা আছে।

এই ক্ষেত্রত সবাতোকৈ লক্ষ্যণীয় দিশটো হ’ল যে সামাজিক মাধ্যমৰ জৰিয়তে এক বৃহৎ জগতৰ স’তে সংযোগ স্থাপন হ’লেও ইয়ে একাকীত্বত ভোগাসকলৰ মনৰ পৰা একাকীত্বৰ ভাব দূৰ কৰিব নোৱাৰিব পাৰে।

গতিকে বাস্তৱ জগতত সামাজিক মিলামিচাত গুৰুত্ব দিয়াৰ প্ৰয়োজন। গৱেষকসকলে লগতে আঙুলিয়াই দিছে যে কর্মসূত্রে অথবা আন কাৰণতেই হওক ঘৰৰ পৰা আঁতৰত বাস কৰা কম বয়সীয়া লোকেও বহু সময়ত নিঃসংগতা অনুভৱ কৰে। এই নিঃসংগতা অনুভৱ কাল অত্যধিক দীঘলীয়া হোৱা স্বাস্থ্যৰ পক্ষে উচিত নহয়।

কেৱল মানসিক দিশতে নহয়, শাৰীৰিক দিশতো অশুভ প্রভাৱ পেলায়। নিঃসংগতা দূৰ কৰাৰ বাবে বন্ধু-বান্ধৱৰ স’তে মন খুলি কথা পতা বা তেনে ধৰণৰ অভ্যাস গঢ়ি তুলিব পাৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: heart
publisher

publisher

Related Posts

দিল্লী ঘোষণাপত্ৰত মুখ থেকেচা খালে পাকিস্তানে ! পহলগাম আক্ৰমণৰ নিন্দা ৰাছিয়া-চীন-ইৰানৰ
India

September 12, 2026
চাকৰি জীৱন শেষ হোৱাৰ পূৰ্বেই সেনাৰ পৰা অৱসৰ, ৰাষ্ট্ৰপতিৰ এডিচি পদ এৰিলে ‘নেচনেল ক্ৰাছ’ ঋষভ

তেজপুৰৰ মাজগাঁও জ্যোতি আগৰৱলা পথৰ কালভার্টহীন পথৰ বাবে সমস্যাৰ সৃষ্টি
Assam

ৰহাত লোকনিৰ্মাণ বিভাগৰ পথৰ মাজত প্রকাণ্ড পুখুৰী : যমৰ যন্ত্রণা ভুগিছে ৰাইজে

জামুগুৰিহাটৰ জীয়াভৰলী নদীৰ পাৰত কঁহুৱাৰ শুভ্র দালিচা

পাথৰৰ তলত লুকাই আছে লাখ লাখ টন বৰফ!
India

পাথৰৰ তলত লুকাই আছে লাখ লাখ টন বৰফ!

September 12, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d