Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Assam Election:শাৰদীয় দুর্গোৎসৱৰ পাছতে শিলচৰ পৌৰ নিগমৰ নিৰ্বাচন

    AASU Protest:অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে গুৱাহাটীত আছুৰ উত্তাল প্রতিবাদ

    Dispur:দ্বিবিভক্ত হোৱাৰ দিশে দিছপুৰ থানা !

    Bibekraj Singh:Narcotics Control Bureau ৰ উপ-সঞ্চালক প্রধান পদত নিযুক্তি অসম আৰক্ষীৰ আইজিপি বিবেক ৰাজ সিং

    Satgaon Theft Incident:মহানগৰীৰ সাতগাঁৱত পুৱতে নিশা গুদামৰ শ্বাটাৰ ভাঙি ৮০খনকৈ চাইকেল চুৰি দুর্বৃত্তৰ

    Guwahati:মহানগৰীৰ হাতীগাঁৱত নিশা ভয়ংকৰ ঘটনা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Lifestyle

ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

publisher by publisher
April 18, 2026
in Lifestyle
Reading Time: 1 min read
0
ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক
2
SHARES
17
VIEWS
ShareShareShareShare

RelatedPosts

Artificial flood in Jorabat:এজাক মুষলধাৰ বৰষুণত ডুব গ’ল যোৰাবাট

Assam Election:শাৰদীয় দুর্গোৎসৱৰ পাছতে শিলচৰ পৌৰ নিগমৰ নিৰ্বাচন

AASU Protest:অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে গুৱাহাটীত আছুৰ উত্তাল প্রতিবাদ

ভাৰতত ইউটিউবৰ ব্যৱসায় বিগত কেইবছৰমানৰ পৰা দ্রুতগতিত বৃদ্ধি পাইছে। ইয়াৰ কাৰণ হৈছে ইউটিউবত ভাৰতীয় কন্টেন্ট ক্রিয়েটৰৰ আধিপত্য আৰু সৰ্বাধিক দৰ্শকৰ সমর্থন। ইউটিউবেও ভাৰতীয় কন্টেন্ট ক্রিয়েটৰসকলক ইয়াৰ প্লেটফর্মত ধন উপাৰ্জনৰ অসংখ্য সুযোগ প্রদান কৰে।

ADVERTISEMENT

এই প্লেটফৰ্মৰ পৰা হেজাৰ হেজাৰ ভাৰতীয় ক্রিয়েটৰে যথেষ্ট উপাৰ্জন কৰি আছে। বহুতো কন্টেন্ট ক্রিয়েটৰ ইউটিউবৰ পৰা কোটি টকা উপার্জন কৰি আছে। যদি আপুনি ইউটিউবক আপোনাৰ প্ৰধান উপাৰ্জনৰ উৎস হিচাপে গঢ়ি তুলিব বিচাৰে তেন্তে ভিডিঅ’ বা চুটি ছবি নির্মাণ কৰাটোবে একমাত্র বিকল্প নহয়।

আজি ইউটিউবে নিজৰ প্লেটফৰ্মৰ পৰা ধন উপাৰ্জনৰ সাতটা বিকল্প আগবঢ়াইছে। আজি আমি আপোনালোকক এই সাতটা নিৰ্ভৰযোগ্য পদ্ধতিৰ বিষয়ে ক’ম।

ইউটিউব এডচেন্সৰ পৰা উপাৰ্জন কৰা ইউটিউবৰ পৰা ধন উপাৰ্জনৰ আটাইতকৈ পৰিচিত আৰু পুৰণি পদ্ধতিটো হ’ল এডচেন্স। যেতিয়া আপোনাৰ চেনেল ইউটিউব পার্টনাৰ প্রগ্রেম (ৰাইপিপি)ৰ বাবে যোগ্য নহয়, তেতিয়া আপোনাৰ ভিডিঅ’ত বিজ্ঞাপন দেখুওৱা হয়।

ইয়াৰ বাবে কমেও এহেজাৰ ছাবস্ক্রাইবাৰ আৰু চাৰি হেজাৰ ঘণ্টা চোৱাৰ সময় বা এক কোটি শর্টছ ভিউৰ প্রয়োজন।

ব্ৰেণ্ড প্ৰচাৰ আৰু পৃষ্ঠপোষকতা

আপোনাৰ চেনেলৰ প্ৰসাৰ আৰু এংগেজমেন্ট বৃদ্ধি পোৱাৰ লগে লগে ব্রেন্ডসমূহে আপোনাৰ কাষ চাপিবলৈ আৰম্ভ কৰিব।

আপোনাৰ ভিডিঅ’ত কোনো সামগ্রী বা সেৱাৰ প্ৰচাৰ কৰি আপুনি যথেষ্ট উপাৰ্জন কৰিব পাৰে। বহু ক্ষেত্ৰত পৃষ্ঠপোষকতাৰ পৰা পোৱা আয় এডচেন্সতকৈও বেছি।

এফিলিয়েট মার্কেটিং

নতুন আৰু সৰু সৃষ্টিকর্তাসকলৰ বাবে ধন উপাৰ্জনৰ এক সহজ উপায় হৈছে এফিলিয়েট মার্কেটিং। আপুনি ভিডিঅ’ৰ বিৱৰণত প্রডাক্টৰ লিংক শ্বেয়াৰ কৰে। সেই লিংকৰ জৰিয়তে কোনোবাই যেতিয়া ক্রয় কৰে তেতিয়া আপুনি কমিচন আদায় কৰে। ইয়াৰ বাবে আমাজন আৰু ফ্লিপকার্টৰ দৰে প্লেটফর্ম যথেষ্ট জনপ্রিয়।

ইউটিউব শ্বৰ্টছৰ পৰা উপাৰ্জন কৰা

সৃষ্টিকর্তাসকলে এতিয়া ইউটিউব শ্বৰ্টছৰ জৰিয়তেও ধন উপাৰ্জন কৰিব পাৰিব। চুটি ভিডিঅ’বোৰ সোনকালে ভাইৰেল হৈ অধিক ভিউ লাভ কৰে। ইয়াৰ ফলত কেৱল উপার্জন হোৱাই নহয়, চেনেলটোৰ ছাবস্ক্রাইবাৰ দ্রুতগতিত বৃদ্ধি পায়।

আপোনাৰ ডিজিটেল সামগ্রী বিক্ৰী কৰা

যদি আপুনি কোনো দক্ষতা বা ক্ষেত্রব বিশেষজ্ঞ, তেন্তে আপুনি নিজৰ অনলাইন পাঠ্যক্রম, ই বুক বা আন ডিজিটেল প্রডাক্ট তৈয়াৰ কৰিব পাৰে। আপোনাৰ ইউটিউব দৰ্শকৰ জৰিয়তে এই সামগ্রীসমূহ পোনপটীয়াকৈ বিক্রী কৰিলে আপোনাৰ আয় সুস্থিৰ হ’ব পাৰে।

লাইভ স্ট্রীমিং আৰু ছুপাৰ চেট

লাইভ স্ট্রীমৰ সময়ত দর্শকে আপোনাক ছুপাৰ ছেট আৰু চুপাৰ ষ্টিকাৰৰ জৰিয়তে পোনপটীয়াকৈ ধন প্ৰেৰণ কৰিব পাৰে। চেনেলৰ সদস্যপদৰ পৰাও নিয়মীয়াকৈ মাহিলি আয়ৰ সৃষ্টি হয়।

সেৱা প্ৰচাৰ

আপোনাৰ প্ৰতিভা প্ৰদৰ্শনৰ বাবে ইউটিউবকো এটা মঞ্চৰূপে ব্যৱহাৰ কৰিব পাৰে। ভিডিঅ’ সম্পাদনা, ডিজিটেল বিপণন, প্রশিক্ষণ বা পৰামৰ্শৰ দবে সেবাই আপোনাক নতুন ক্লায়েন্ট বিচাৰি উলিওৱাত সহায় কৰিব পাৰে আৰু আপোনাৰ অফলাইন আয় বৃদ্ধি কৰিব পাৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
publisher

publisher

Related Posts

ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?
Lifestyle

August 26, 2026
দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক
Lifestyle

দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

August 22, 2026
পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি
Lifestyle

পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

August 22, 2026
গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?
Lifestyle

গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

August 20, 2026
সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?
Lifestyle

সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

May 7, 2026
ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়
Lifestyle

ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

May 7, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d