Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    নিউ বঙাইগাঁৱত ৰে’লৰ ঐতিহাসিক ষ্টীম লোকোমোটিভ ৮০১-বি (১৯২৭) ক পুনৰুজ্জীৱিতকৰণ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ

    ডিব্ৰুগড় কেন্দ্ৰীয় ৰঙালী উৎসৱত উপস্থিত থাকিব প্ৰাণৰ শিল্পী জুবিন গাৰ্গ!

    ৩৩ শতাংশ মহিলা আসন সংৰক্ষণ দাবীত ডিব্ৰুগড়ত বিজেপি মহিলাৰ প্ৰতিবাদ

    Drugs Seized in Chirang:চিৰাঙত নিষিদ্ধ ড্ৰাগছ সহ এজনক আটক

    Abhi- Neel Murder Case:সোমবাৰে অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান 

    Abhi- Neel Murder Case Judgement:অভি-নীল হত্যাকাণ্ডৰ দোষীৰ শাস্তি ঘোষণা আদালতৰ

    অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

অসমত এনৰেগাৰ ব্যৰ্থতাৰ অভিলেখ

সক্রিয় জবকার্ডধাৰী ৩,২৫,৭৬৩ পৰিয়ালে নাপালে এদিনৰো কাম

publisher by publisher
April 24, 2026
in News, Assam
Reading Time: 1 min read
0
অসমত এনৰেগাৰ ব্যৰ্থতাৰ অভিলেখ
1
SHARES
10
VIEWS
ShareShareShareShare

ADVERTISEMENT

অসমত বিনামূলীয়া আঁচনিৰ জোৱাৰৰ বিপৰীতে নিয়োগ সৃষ্টিত চৰকাৰৰ উদাসীনতা স্পষ্ট কৰিলে এমজি এনৰেগাই। সমান্তৰালভাৱে গ্রাম্য নিশ্চিত নিয়োগ সৃষ্টিৰ নামত চৰকাৰৰ প্ৰতাৰণা আকৌ এবাৰ প্ৰতিফলিত হ’ল কেন্দ্ৰৰ ধ্বজাবাহী এই আঁচনি ৰূপায়ণত। শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে আঁচনিখনৰ নাম ভিবি-জি বাম-জিলৈ সলনি কৰি অধিক নিয়োগ সৃষ্টিৰ আশ্বাস দিছে। নতুন নামৰ আঁচনিখনক লৈ অদ্যাপি বিতর্ক অব্যাহত আছে।

RelatedPosts

নিউ বঙাইগাঁৱত ৰে’লৰ ঐতিহাসিক ষ্টীম লোকোমোটিভ ৮০১-বি (১৯২৭) ক পুনৰুজ্জীৱিতকৰণ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ

ডিব্ৰুগড় কেন্দ্ৰীয় ৰঙালী উৎসৱত উপস্থিত থাকিব প্ৰাণৰ শিল্পী জুবিন গাৰ্গ!

৩৩ শতাংশ মহিলা আসন সংৰক্ষণ দাবীত ডিব্ৰুগড়ত বিজেপি মহিলাৰ প্ৰতিবাদ

অৱশ্যে চৰকাৰে নাম সলনি কৰিলেও পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগৰ ফাইলত এতিয়াও আঁচনিখন এমজি এনৰেগা বুলিয়ে উল্লেখ আছে। অসমত আঁচনিখনৰ নামত চৰকাৰৰ ব্যৰ্থতা বিগত দিনবোৰত যিদৰে স্পষ্ট হৈছিল, তাৰ ব্যতিক্রম নহ’ল যোৱা ৩১ মার্চত সমাপ্ত হোৱা ২০২৫-২৬ বিত্তীয় বৰ্ষতো। বৰঞ্চ এই বিত্তীয় বর্ষটোত অসমত আঁচনিখন ৰূপায়ণৰ ব্যৰ্থতাই অভিলেখ সৃষ্টি কৰা বুলিহে স্বয়ং পঞ্চায়ত-গ্রামোন্নয়ন বিভাগতে চর্চা হৈছে।

মুখত গাঁৱৰ উন্নয়নৰ কথা কোৱা চৰকাৰে হাতে-কামে যে একোৱেই নকৰিলে, তাকেই এই ব্যর্থতাই স্পষ্ট কৰিছে। বিভাগটোৰ তথ্য অনুসৰি, অসমত সক্রিয় জৱকাৰ্ড থকা পৰিয়ালৰ সংখ্যা হ’ল ৩৩.৩ লাখ। ইয়াৰ বিপৰীতে যোৱা বিত্তীয় বৰ্ষটোত আঁচনিখনৰ প্ৰাথমিক চৰ্ত অনুসৰি এশ দিনৰ কাম পাবলৈ সক্ষম হোৱা এনে পৰিয়ালৰ সংখ্যা হ’ল মাত্র ৭,২৩৭টা।

অর্থাৎ সক্রিয় জরকার্ড থকা ৩,২৫,৭৬৩টা পৰিয়ালে বিত্তীয় বর্ষটোত এদিনো কাম নাপালে অথবা এশতকৈ বহু কমসংখ্যক দিনহে কাম লাভ কৰে। ইয়াৰ ফলতে ৪,৫০,৭৮৫টা জৱকাৰ্ডৰ কাম অসম্পূর্ণ হৈ বয়। আঁচনি ৰূপায়ণত ব্যর্থ হোৱাৰ বাবেই কামৰ বিপৰীতে আবণ্টিত ধনো অব্যবহৃত হৈ পৰি ৰয়। সেই ধন উভতি যোৱাৰ সম্ভাৱনা প্রবল।

বিভাগীয় তথ্য অনুসৰি, অসম্পূর্ণ কামবোৰৰ ভিতৰত ৪,৪১,০৯৬টা কামৰ বিপৰীতে এটকাও খৰচ নহ’ল। অর্থাৎ ১৮,৬৮৯টা কামৰ বিপৰীতেহে আংশিকভাবে আবণ্টিত ধন ব্যয় হয়।

কেবল মাত্র বিনামূলীয়া আঁচনিৰ জোৱাৰ তুলি ভোট বেংকৰ ৰাজনীতিত চৰকাৰ ব্যস্ত থকাৰ ছবিখন এমজি এনৰেগাৰ ব্যর্থতাৰ এই তথ্যতে স্পষ্ট হৈছে। কর্মসংস্থাপন সৃষ্টিত চৰকাৰৰ যে গুরুত্ব নাই সেয়াও ইয়াৰ জৰিয়তেই প্রতিফলিত হৈছে। কেন্দ্ৰৰ ধ্বজাবাহী আঁচনিখন এনেদৰেই চৰকাৰে এখন ব্যর্থ আঁচনিলৈ পর্যবসিত কৰিছে।

এনে ব্যর্থতাৰ বিপৰীতে আঁচনিখন একাংশ দালাল আৰু চৰকাৰী প্ৰতিনিধিৰ খীৰতী গাইত পৰিণত হৈ আহিছে। দালাল আৰু একাংশ চৰকাৰী প্রতিনিধিৰ হাততহে মজুত থাকে গাঁৱৰ দুখীয়া, কর্মহীন ৰাইজৰ জৱকার্ড। দালালে এনেদৰে ভুৱা তথ্যৰে জৱকাৰ্ডৰ নামত মূল গৰাকীৰ অজ্ঞাতে লুটি আহিছে আঁচনিৰ ধন।

জৱকাৰ্ডৰ গৰাকীয়ে বহু সময়ত গমেই নাপায় যে তেওঁৰ নামত কোনোবাই আঁচনিখনৰ ধন লুণ্ঠন কৰি আহিছে। লক্ষ্যণীয় দিশটো হ’ল যে জৱকাৰ্ডৰ নামত চলা এই বৃহৎ অনিয়মৰ বিষয়ে প্ৰতিখন চৰকাৰ জ্ঞাত। তৎসত্ত্বেও ইয়াৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্রহণ নকৰে।

ফলস্বৰূপে ৰাজহুৱা ধনৰ ব্যাপক লুণ্ঠন নির্বিবাদে চলিছে। গ্রাম্য নিয়োগ সৃষ্টিও ধোঁৱাচাঙত উঠিছে। সেই কাৰণে নথিপত্ৰত উল্লেখ থকা লাখ লাখ কামৰ বিপৰীতে আঁচনিখনৰ মূল লক্ষ্য-উদ্দেশ্য শূন্য হৈ ৰৈছে।

চলিত বিত্তীয় বর্ষত অসমত সর্বাধিক কাম অসম্পূর্ণ হৈ ৰয় নগাঁও জিলাত। জিলাখনত এনে কামৰ সংখ্যা হ’ল ৩১,১২৪টা। ইয়াৰ পাছতে কাছাৰ জিলাত অসম্পূৰ্ণ হৈ ৰোৱা কামৰ সংখ্যা হ’ল ২৩,৪২৪টা। একেদৰে বৰপেটা জিলাত ২২,৫৯১টা, কামৰূপত ২০,৯০৮টা, গোলাঘাটত ২০,০৩৫টা, কোকৰাঝাৰত ১৯,২৫৯টা, মৰিগাঁৱত ১৭,৮৮৬টা, শোণিতপুৰত ১৭,৫৯৯টা, বাসাত ১৭,০৪৮টা, কার্বি আংলঙত ১৫,৩৬২টা, তিনিচুকীয়াত ১৪,৪৯৯টা আৰু তামুলপুৰ জিলাত ১৪,০৬৯টা কাম যোৱা বিত্তীয় বর্ষত অসম্পূৰ্ণ হৈ ৰয়।

গ্রামীণ শ্রমিকৰ বিপৰীতে ঠিকাদাৰী আঁচনিত পৰিণত কৰিছে বিজেপিয়ে

অসমত এমজি এনৰেগাৰ চৰম ব্যৰ্থতা বিজেপিৰ পৰিকল্পিত ষড়যন্ত্ৰৰ এক অংশ বুলি মন্তব্য কৰে শ্ৰমিকৰ অধিকাৰৰ হকে খুঁজি অহা সংগঠন চিআইটিইউৰ অসমৰ সাধাৰণ সম্পাদক তপন শর্মাই। যোৱা বিত্তীয় বর্ষটোত অসমত আঁচনিখন নজিৰবিহীনভাৱে ব্যর্থ হোৱা বুলি শর্মাই মন্তব্য কৰে।

তেওঁ কয়, ‘কর্মহীন তথা উপার্জনহীন গাঁৱৰ লোকৰ উপাৰ্জনৰ পথ মোকলোৱাৰ বাবে ইউপিএ চৰকাৰৰ প্ৰথম কার্যকালত এই আঁচনিখন গ্রহণ কৰা হৈছিল; কিন্তু দেখা গৈছে যে ইউপিএ চৰকাৰৰ প্ৰথম, দ্বিতীয় দুয়োটা কার্যকালতে আঁচনিখন সন্তোষজনকভাৱে ৰূপায়ণ নহ’ল। আনকি সেই সময়ত বাঁও দলৰ চৰকাৰ থকা পশ্চিমবংগতো আঁচনিখন সফল নহ’ল। কেৱল কেৰালা আৰু ত্ৰিপুৰাতহে সফলতা দেখা যায়। বিজেপি নেতৃত্বাধীন এনডিএৰ কাৰ্যকালত আঁচনিখন সমূলঞ্চে ধ্বংসৰ গভীৰ ষড়যন্ত্ৰ কৰা হয়। এমজি এনৰেগাৰ নাম সলনি কৰি তেওঁলোকে নতুন নাম এটা দিছে। এইবোৰ মানুহক আভুৱা ভাঁৰিবলৈ কৰা হৈছে। বিজেপিয়ে অতি পৰিকল্পিতভাবে আঁচনিখন শেষ কৰিব বিচাৰিছে। যাৰ বাবে অসমত যোৱা বিত্তীয় বর্ষৰ্ষত আঁচনিখন নজিৰবিহীনভাবে ব্যর্থ হয়।’ তদুপৰি শর্মাই কয় যে বিজেপিয়ে আঁচনিখনৰ দ্বাৰা প্ৰকৃত বিকাশ নহয় বুলিও ক’ব বিচাৰে। এনেদৰে এফালে মন্তব্য কৰি আনফালে উপার্জনহীন গাঁৱৰ লোকৰ পৰিৱৰ্তে কামৰ দায়িত্ব দিছে দলটোৰ নেতাৰ সাংগোপাংগক, ঠিকাদাৰক।

শৰ্মাই কয়, ‘গ্রামীণ নিয়োগ নিশ্চিতকৰণ আঁচনিখনক বিজেপিয়ে ঠিকাদাৰী আঁচনিত পৰিণত কৰিছে। ইয়াৰ বাবে আঁচনিখনৰ বৈশিষ্ট্য ভংগ কৰা হৈছে। সেইবাবে আজি আঁচনিখন উদ্বেগজনকভাবে ব্যর্থ হৈছে।’

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
publisher

publisher

Related Posts

নিউ বঙাইগাঁৱত ৰে’লৰ ঐতিহাসিক ষ্টীম লোকোমোটিভ ৮০১-বি (১৯২৭) ক পুনৰুজ্জীৱিতকৰণ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ
News

নিউ বঙাইগাঁৱত ৰে’লৰ ঐতিহাসিক ষ্টীম লোকোমোটিভ ৮০১-বি (১৯২৭) ক পুনৰুজ্জীৱিতকৰণ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ

April 24, 2026
ডিব্ৰুগড় কেন্দ্ৰীয় ৰঙালী উৎসৱত উপস্থিত থাকিব প্ৰাণৰ শিল্পী জুবিন গাৰ্গ!
Assam

ডিব্ৰুগড় কেন্দ্ৰীয় ৰঙালী উৎসৱত উপস্থিত থাকিব প্ৰাণৰ শিল্পী জুবিন গাৰ্গ!

April 24, 2026
৩৩ শতাংশ মহিলা আসন সংৰক্ষণ দাবীত ডিব্ৰুগড়ত বিজেপি মহিলাৰ প্ৰতিবাদ
News

৩৩ শতাংশ মহিলা আসন সংৰক্ষণ দাবীত ডিব্ৰুগড়ত বিজেপি মহিলাৰ প্ৰতিবাদ

April 24, 2026
Drugs Seized in Chirang:চিৰাঙত নিষিদ্ধ ড্ৰাগছ সহ এজনক আটক
News

Drugs Seized in Chirang:চিৰাঙত নিষিদ্ধ ড্ৰাগছ সহ এজনক আটক

April 24, 2026
Abhi- Neel Murder Case:সোমবাৰে অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান 
Crime

Abhi- Neel Murder Case Judgement:অভি-নীল হত্যাকাণ্ডৰ দোষীৰ শাস্তি ঘোষণা আদালতৰ

April 24, 2026
অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া
News

অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া

April 24, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d