Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    নিউ বঙাইগাঁৱত ৰে’লৰ ঐতিহাসিক ষ্টীম লোকোমোটিভ ৮০১-বি (১৯২৭) ক পুনৰুজ্জীৱিতকৰণ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ

    ডিব্ৰুগড় কেন্দ্ৰীয় ৰঙালী উৎসৱত উপস্থিত থাকিব প্ৰাণৰ শিল্পী জুবিন গাৰ্গ!

    ৩৩ শতাংশ মহিলা আসন সংৰক্ষণ দাবীত ডিব্ৰুগড়ত বিজেপি মহিলাৰ প্ৰতিবাদ

    Drugs Seized in Chirang:চিৰাঙত নিষিদ্ধ ড্ৰাগছ সহ এজনক আটক

    Abhi- Neel Murder Case:সোমবাৰে অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান 

    Abhi- Neel Murder Case Judgement:অভি-নীল হত্যাকাণ্ডৰ দোষীৰ শাস্তি ঘোষণা আদালতৰ

    অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

তুৰস্কত ১৫ বছৰৰ তলৰ শিশুৰ বাবে নিষিদ্ধ ছ’চিয়েল মিডিয়া

সংসদত নতুন আইন গৃহীত

publisher by publisher
April 24, 2026
in News, International
Reading Time: 1 min read
0
তুৰস্কত ১৫ বছৰৰ তলৰ শিশুৰ বাবে নিষিদ্ধ ছ’চিয়েল মিডিয়া
1
SHARES
7
VIEWS
ShareShareShareShare

Turkey passes law to ban use of social media for children :✒️শিশু-কিশোৰসকলৰ ছ’চিয়েল মিডিয়া ব্যৱহাৰৰ ওপৰত নিয়ন্ত্ৰণ অধিক কঠোৰ কৰিবলৈ তুৰস্কে নতুন পদক্ষেপ গ্ৰহণ কৰিছে। বুধবাৰে গভীৰ নিশা তুৰস্কৰ সংসদত এই সন্দৰ্ভত এখন গুৰুত্বপূৰ্ণ আইন গৃহীত কৰা হয়।

ADVERTISEMENT

নতুন আইন অনুসৰি, পশ্চিম এছিয়াৰ এই দেশত ১৫ বছৰৰ তলৰ সকলো শিশুৰ বাবে ছ’চিয়েল মিডিয়া ব্যৱহাৰ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে।

RelatedPosts

নিউ বঙাইগাঁৱত ৰে’লৰ ঐতিহাসিক ষ্টীম লোকোমোটিভ ৮০১-বি (১৯২৭) ক পুনৰুজ্জীৱিতকৰণ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ

ডিব্ৰুগড় কেন্দ্ৰীয় ৰঙালী উৎসৱত উপস্থিত থাকিব প্ৰাণৰ শিল্পী জুবিন গাৰ্গ!

৩৩ শতাংশ মহিলা আসন সংৰক্ষণ দাবীত ডিব্ৰুগড়ত বিজেপি মহিলাৰ প্ৰতিবাদ

অৱশ্যে এই আইনখন কেতিয়াৰ পৰা কাৰ্যকৰী হ’ব, সেই বিষয়ে এতিয়াও আনুষ্ঠানিক ঘোষণা হোৱা নাই।

নতুন আইনৰ অধীনত ফেচবুক, টিকটক, ইউটিউব, এক্স, স্নেপচ্যাট, ইনষ্টাগ্ৰাম আদি জনপ্ৰিয় ছ’চিয়েল মিডিয়া প্লেটফৰ্মসমূহ ১৫ বছৰৰ তলৰ ব্যৱহাৰকাৰীৰ বাবে বন্ধ কৰা হ’ব।

ইয়াৰ লগতে ডিজিটেল গেমিং কোম্পানি আৰু অন্যান্য অনলাইন প্লেটফৰ্মসমূহৰ ক্ষেত্ৰতো নতুন নিয়ম প্ৰৱৰ্তন কৰা হৈছে। তুৰস্কত সেৱা আগবঢ়াবলৈ হ’লে সকলো ডিজিটেল প্লেটফৰ্মে এই নিয়মসমূহ মানি চলিব লাগিব।

লগতে অধিক ব্যৱহাৰকাৰী থকা প্লেটফৰ্মসমূহে তুৰস্কত স্থানীয় প্ৰতিনিধি নিয়োগ কৰিব লাগিব বুলিও আইনত উল্লেখ কৰা হৈছে।

বিশ্বজুৰি শিশু-কিশোৰসকলৰ অনলাইন সুৰক্ষা নিশ্চিত কৰাৰ বাবে বিভিন্ন দেশত কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে। আগৰ বছৰ অষ্ট্ৰেলিয়াই প্ৰথম দেশ হিচাপে ১৬ বছৰৰ তলৰ শিশুৰ বাবে ছ’চিয়েল মিডিয়া ব্যৱহাৰ নিষিদ্ধ কৰিছিল।

সেই নিষেধাজ্ঞাৰ অন্তৰ্গত ফেচবুক, টিকটক, ইউটিউব, এক্স, স্নেপচ্যাট আৰু ইনষ্টাগ্ৰামসহ বহু জনপ্ৰিয় প্লেটফৰ্ম আছিল।

অষ্ট্ৰেলিয়াৰ পথ অনুসৰণ কৰি ডেনমাৰ্ক আৰু ফ্ৰান্সেও শিশু-কিশোৰসকলৰ ছ’চিয়েল মিডিয়া ব্যৱহাৰৰ ওপৰত নিয়ন্ত্ৰণ কঠোৰ কৰিছে। একে দিশে আগবাঢ়িছে ব্ৰিটেইন আৰু ভাৰতো। বিভিন্ন দেশত এতিয়া এই বিষয়ত নীতিগত আলোচনা চলি আছে।

ভাৰতত এতিয়ালৈকে কেন্দ্ৰীয় চৰকাৰে এনে কোনো আনুষ্ঠানিক নিষেধাজ্ঞা ঘোষণা কৰা নাই। অৱশ্যে অনলাইন আসক্তি হ্ৰাস কৰাৰ বাবে বিভিন্ন নীতি-নিৰ্দেশনাৰ ইঙ্গিত পোৱা গৈছে।

সাম্প্ৰতিক অৰ্থনৈতিক সমীক্ষাতো ডিজিটেল আসক্তি নিয়ন্ত্ৰণৰ উদ্দেশ্যে অনলাইন কাৰ্যকলাপ সীমিত কৰাৰ পৰামৰ্শ আগবঢ়োৱা হৈছে।

একেদৰে কেবাখনো ৰাজ্যেও এই বিষয়ত পদক্ষেপ গ্ৰহণৰ চিন্তা-ভাবনা আৰম্ভ কৰিছে। গোৱা চৰকাৰে ১৬ বছৰৰ তলৰ শিশুৰ বাবে ছ’চিয়েল মিডিয়া নিষিদ্ধ কৰাৰ বিষয়ত বিবেচনা কৰিছে। অন্ধ্ৰপ্ৰদেশ চৰকাৰেও এই সন্দৰ্ভত আলোচনা আৰম্ভ কৰিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
publisher

publisher

Related Posts

নিউ বঙাইগাঁৱত ৰে’লৰ ঐতিহাসিক ষ্টীম লোকোমোটিভ ৮০১-বি (১৯২৭) ক পুনৰুজ্জীৱিতকৰণ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ
News

নিউ বঙাইগাঁৱত ৰে’লৰ ঐতিহাসিক ষ্টীম লোকোমোটিভ ৮০১-বি (১৯২৭) ক পুনৰুজ্জীৱিতকৰণ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ

April 24, 2026
ডিব্ৰুগড় কেন্দ্ৰীয় ৰঙালী উৎসৱত উপস্থিত থাকিব প্ৰাণৰ শিল্পী জুবিন গাৰ্গ!
Assam

ডিব্ৰুগড় কেন্দ্ৰীয় ৰঙালী উৎসৱত উপস্থিত থাকিব প্ৰাণৰ শিল্পী জুবিন গাৰ্গ!

April 24, 2026
৩৩ শতাংশ মহিলা আসন সংৰক্ষণ দাবীত ডিব্ৰুগড়ত বিজেপি মহিলাৰ প্ৰতিবাদ
News

৩৩ শতাংশ মহিলা আসন সংৰক্ষণ দাবীত ডিব্ৰুগড়ত বিজেপি মহিলাৰ প্ৰতিবাদ

April 24, 2026
Drugs Seized in Chirang:চিৰাঙত নিষিদ্ধ ড্ৰাগছ সহ এজনক আটক
News

Drugs Seized in Chirang:চিৰাঙত নিষিদ্ধ ড্ৰাগছ সহ এজনক আটক

April 24, 2026
Abhi- Neel Murder Case:সোমবাৰে অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান 
Crime

Abhi- Neel Murder Case Judgement:অভি-নীল হত্যাকাণ্ডৰ দোষীৰ শাস্তি ঘোষণা আদালতৰ

April 24, 2026
অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া
News

অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া

April 24, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d