Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ৰাজ্যত NDAৰ জয়যাত্ৰা, ধূলিসাৎৰ দিশে বিৰোধী ঐক্য

    তামিলনাডুত নতুন ৰাজনৈতিক ঢৌ

    তামিলনাডুত নতুন ৰাজনৈতিক ঢৌ

    জালুকবাৰীত হিমন্ত বিশ্ব শৰ্মাৰ জয়লাভ

    জালুকবাৰীত হিমন্ত বিশ্ব শৰ্মাৰ জয়লাভ

    গোলাঘাটত বিজেপিৰ জয়ধ্বনি, বিজয়ী অজন্তা নেওগ

    যোৰহাটত পৰাস্ত গৌৰৱ গগৈ

    যোৰহাটত পৰাস্ত গৌৰৱ গগৈ

    উৎকণ্ঠা চৰমত! এইবাৰ চৰকাৰ কাৰ?

    কামৰূপ মহানগৰত এনডিএৰ অগ্ৰগতি

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

দেশজুৰি মোবাইলত ‘এক্সট্ৰিমলি ছিভিয়াৰ এলাৰ্ট’: আতংকৰ কাৰণ নহয়

পৰীক্ষামূলক ব্যৱস্থা আৰম্ভ

publisher by publisher
May 2, 2026
in India, News
Reading Time: 1 min read
0
দেশজুৰি মোবাইলত ‘এক্সট্ৰিমলি ছিভিয়াৰ এলাৰ্ট’: আতংকৰ কাৰণ নহয়
2
SHARES
16
VIEWS
ShareShareShareShare

শনিবাৰে পুৱা হঠাৎ সমগ্ৰ দেশত লাখ লাখ লোকৰ মোবাইল ফোন বাজি উঠাত বহুতে ভয় খাই পৰে। ফোনৰ পৰ্দাত ‘Extremely Severe Alert’ অৰ্থাৎ অত্যন্ত জৰুৰী সতৰ্কবাণী দেখা যায়। যদিও চৰকাৰৰ ফালৰ পৰা স্পষ্ট কৰা হৈছে যে, এইটো সম্পূৰ্ণৰূপে পৰীক্ষামূলক ব্যৱস্থা, আৰু আতংকিত হোৱাৰ কোনো প্ৰয়োজন নাই।

ADVERTISEMENT

কেন্দ্ৰীয় চৰকাৰে জনোৱা মতে, এই ‘Cell Broadcast’ প্ৰযুক্তি সম্পূৰ্ণ দেশীয় পদ্ধতিত বিকাশ কৰা হৈছে। প্ৰাকৃতিক দুৰ্যোগ বা যিকোনো জৰুৰী পৰিস্থিতিত দেশবাসীক তৎক্ষণাত সতৰ্ক কৰিবলৈ এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

RelatedPosts

ব্যৱসায়ৰ বাবে সর্বাধিক ঋণ গ্রহণ উত্তৰ আৰু পূব ভাৰতৰ মহিলাৰ দক্ষিণ ভাৰতত গ’ল্ড লোন সর্বাধিক

দুই মে’ত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু কেন্দ্ৰীয় যোগাযোগ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই যৌথভাৱে এই সেৱাৰ সূচনা কৰে। চৰকাৰৰ মতে, বৃহৎ বিপদৰ ক্ষেত্ৰত সতৰ্ক কৰাৰ বাবে এই পৰীক্ষামূলক বাৰ্তা লাখ লাখ নাগৰিকৰ মোবাইললৈ প্ৰেৰণ কৰা হৈছিল।

এইধৰণৰ বাৰ্তা লাভ কৰিলে সাধাৰণ জনসাধাৰণৰ কোনো ধৰণৰ পদক্ষেপ লোৱাৰ প্ৰয়োজন নাই।

এই ব্যৱস্থাৰ কেন্দ্ৰবিন্দু হৈছে ‘SACHET’ নামৰ এটা ইন্টিগ্ৰেটেড এলাৰ্ট প্লাটফৰ্ম, যাক Centre for Development of Telematics য়ে বিকাশ কৰিছে। আন্তঃৰাষ্ট্ৰীয় মানদণ্ড অনুসৰি নিৰ্মিত এই ব্যৱস্থা বৰ্তমান দেশৰ ৩৬খন ৰাজ্য আৰু কেন্দ্ৰশাসিত অঞ্চলত কাৰ্যকৰী কৰা হৈছে।

উল্লেখযোগ্য যে, এই ব্যৱস্থাৰ জৰিয়তে ইতিমধ্যে ১৯টাতকৈ অধিক ভাৰতীয় ভাষাত ১৩৪ বিলিয়নতকৈ অধিক সতৰ্কবাণী প্ৰেৰণ কৰা হৈছে। মূলতঃ প্ৰাকৃতিক দুৰ্যোগ, বতৰ সতৰ্কতা আৰু ঘূৰ্ণিঝড়ৰ সময়ত এই ব্যৱস্থাৰ ব্যৱহাৰ কৰা হয়।

নতুন ‘Cell Broadcast’ প্ৰযুক্তি সাধাৰণ SMS ব্যৱস্থাতকৈ অধিক উন্নত। এই সতর্কবার্তাসমূহ মোবাইলৰ ‘Do Not Disturb’ মোডো উপেক্ষা কৰি উচ্চ শব্দত ব্যৱহাৰকাৰীৰ মনোযোগ আকৰ্ষণ কৰে আৰু স্ক্ৰিনত স্পষ্টভাৱে প্ৰদৰ্শিত হয়।

ভূমিকম্প, চুনামি, বজ্ৰপাতৰ লগতে গেছ লিক বা ৰাসায়নিক বিপদৰ দৰে জৰুৰী অৱস্থাতো এই ব্যৱস্থাই তৎক্ষণাত তথ্য প্ৰেৰণ কৰিব পাৰিব। সম্পূৰ্ণ ৰূপে কাৰ্যকৰী হ’লে এই ব্যৱস্থাই সকলো ধৰণৰ মোবাইল ফোনত একেলগে সতর্কবার্তা প্ৰেৰণ কৰি জনসাধাৰণলৈ দ্ৰুত তথ্য পঠিয়াবলৈ সক্ষম হ’ব।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: CellPhoneSACHET
publisher

publisher

Related Posts

ৰাজ্যত NDAৰ জয়যাত্ৰা, ধূলিসাৎৰ দিশে বিৰোধী ঐক্য
News

May 4, 2026
তামিলনাডুত নতুন ৰাজনৈতিক ঢৌ
India

তামিলনাডুত নতুন ৰাজনৈতিক ঢৌ

May 4, 2026
জালুকবাৰীত হিমন্ত বিশ্ব শৰ্মাৰ জয়লাভ
Assam

জালুকবাৰীত হিমন্ত বিশ্ব শৰ্মাৰ জয়লাভ

May 4, 2026
গোলাঘাটত বিজেপিৰ জয়ধ্বনি, বিজয়ী অজন্তা নেওগ
News

গোলাঘাটত বিজেপিৰ জয়ধ্বনি, বিজয়ী অজন্তা নেওগ

May 4, 2026
যোৰহাটত পৰাস্ত গৌৰৱ গগৈ
News

যোৰহাটত পৰাস্ত গৌৰৱ গগৈ

May 4, 2026
উৎকণ্ঠা চৰমত! এইবাৰ চৰকাৰ কাৰ?
News

কামৰূপ মহানগৰত এনডিএৰ অগ্ৰগতি

May 4, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d