Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

Indo-Bangla:বিদেশী প্রত্যর্পণৰ বাবে ঢাকাৰ সহযোগিতা বিচাৰিলে নতুন দিল্লীয়ে

publisher by publisher
May 8, 2026
in News, National
Reading Time: 1 min read
0
Indo-Bangla:বিদেশী প্রত্যর্পণৰ বাবে ঢাকাৰ সহযোগিতা বিচাৰিলে নতুন দিল্লীয়ে
1
SHARES
7
VIEWS
ShareShareShareShare

RelatedPosts

Mamata Banerjee Pressmeet :বংগত দলৰ শোচনীয় পৰাজয়ৰ পিছতে সংবাদমেল সম্বোধন মমতা বেনাৰ্জী

Gaurav Gogoi Pressmeet in Rajib bhawan:দলৰ শোচনীয় পৰাজয়ৰ পাছত সংবাদমেল সম্বোধন গৌৰৱ গগৈৰ

Cm Pressmeet:বিধানসভা নিৰ্বাচনত বিজেপিৰ বিজয়ৰ পিছত সংবাদমেল সম্বোধন ড:হিমন্ত বিশ্বশৰ্মাৰ

Indo-Bangla:

দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:সদ্যসমাপ্ত অসম আৰু পশ্চিমবংগৰ বিধানসভা নির্বাচনত বিজেপিয়ে বৃহৎ জয় সাব্যস্ত কৰাৰ পাছতে বিদেশী সমস্যাক লৈ তৎপৰতা প্ৰদৰ্শন কৰিবলৈ লৈছে নৰেন্দ্ৰ মোদী চৰকাৰে। অবৈধ বিদেশীক প্রত্যর্পণৰ বাবে মোদী চৰকাৰে সম্প্রতি বাংলাদেশৰ সহযোগিতা বিচাৰিছে।

ADVERTISEMENT

নতুন দিল্লীত বৈদেশিক মন্ত্রণালয়ৰ সাপ্তাহিক সংবাদমেলত মন্ত্রণালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে কয়, ‘ভাৰতৰ পৰা অবৈধ বিদেশীক ঘূৰাই পঠোৱাৰ বাবে বাংলাদেশৰ সহযোগিতাৰ প্ৰয়োজন। ২,৮৬২ জনৰ নাগৰিকত্ব পৰীক্ষণৰ কাম বাংলাদেশে পেলাই থৈছে। ইয়াৰে কেতবোৰ পৰীক্ষণ কাম পাঁচ বছৰৰো অধিককাল নিষ্পত্তিহীন হৈ পৰি আছে।’

উল্লেখ্য যে পশ্চিমবংগত বিজেপিৰ ঐতিহাসিক জয়ৰ পাছত অলপতে বাংলাদেশৰ বৈদেশিক মন্ত্ৰী খলিলুৰ ৰহমানে ভাৰতৰ বিদেশী বহিষ্কৰণক লৈ প্ৰতিক্রিয়া প্রকাশ কৰে। ভাৰতৰ এই ব্যৱস্থাৰ বিৰোধিতা কৰাৰ ইংগিত দি তেওঁ ঢাকাত এখন সংবাদমেলত তেওঁ কয়, ‘আপোনোলোক (সাংবাদিক)-এ দেখিছে যে অসমৰ
মুখ্যমন্ত্রীয়ে বিদেশী বহিষ্কৰণক লৈ যি কথা ক’লে আমি তাৰ বিৰুদ্ধে যি শক্তিশালী ব্যৱস্থা গ্রহণ কৰিব লাগে আমি গ্রহণ কৰিম।’ একেদৰে দেশখনৰ বিখ্যাত অগ্রণী সংবাদপত্র ‘প্রথম আলো’ত এটা প্রবন্ধত কয়, ‘পশ্চিমবংগত বিজেপিৰ বিজয় আৰু অসমৰ ক্ষমতালৈ ড:হিমন্ত বিশ্ব শৰ্মাৰ প্ৰত্যাৱৰ্তনে আমাৰ দেশৰ পূব আৰু পশ্চিম সীমান্তত গেৰুৱা চাপ বৃদ্ধি কৰিছে।’

উল্লেখ্য যে সদ্যসমাপ্ত নির্বাচনত বিজেপিয়ে অনুপ্ৰৱেশৰ সমস্যাটোক লৈ পশ্চিমবংগতো ব্যাপক প্ৰচাৰ চলায়। আনকি কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে বিভিন্ন প্ৰচাৰ সভাত হুংকাৰ দিছিল যে দেশৰ পৰা বাছি বাছি এজন এজনকৈ বাংলাদেশী বহিষ্কৰণ কৰা হ’ব। গতিকে দুয়োখন ৰাজ্যত বিজেপিৰ ঐতিহাসিক জয়ক লৈ উদ্বিগ্ন হৈ বাংলাদেশে ভাৰতৰ বাবে অনাকাংক্ষিত মন্তব্য কৰিছে।

বাংলাদেশৰ এনে মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি  বৈদেশিক পৰিক্ৰমাৰ মুখপাত্র জয়ছোৱালে লগতে কয়, ‘আমাৰ নীতি হ’ল যে ভাৰতত অবৈধভাবে বাস কৰা সকলো বিদেশী নাগৰিকক আইন, প্রতিষ্ঠিত দ্বিপাক্ষিক ব্যৱস্থা আৰু নিয়মাৱলী অনুসৰি বহিষ্কাৰ কৰিব লাগিবই। আমি আশা কৰো যে বাংলাদেশেও নাগৰিকত্ব পৰীক্ষণৰ কাম ক্ষিপ্ৰতৰ কৰিব যাতে অবৈধ বিদেশী বহিষ্কৰণৰ কাম মসৃণভাবে চলে।’

উল্লেখ্য যে যোৱা ২৬ এপ্রিলত অসমৰ মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে যে ২০ জন বাংলাদেশীক ওভতাই পঠোৱা হৈছে। মুখ্যমন্ত্ৰীৰ এই ঘোষণাক লৈ বাংলাদেশে তীব্র প্রতিক্রিয়া প্রকাশ কৰি ঢাকাস্থিত ভাৰতীয় উচ্চায়ুক্তক তলব কৰিছিল।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Addressing Sporkperson RandhirIllegal BangladeshisMinistry of Foreign AffairsPressmeet
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d