AASU : ৰাজ্যৰ ঘাটি বাজেট পূৰণ কৰিবলৈ গ্ৰাহকৰ পৰা অতিৰিক্তভাৱে প্ৰতি ইউনিটত ৩০ পইচাকৈ বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণযোগ্য নহয়ঃ শংকৰজ্যোতি বৰুৱাবিদ্যুতৰ অস্বাভাৱিক মাছুল বৃদ্ধি, হ্ৰাস কৰিবলৈ দাবী আছুৰঃ পৰিচালন সঞ্চালকক সাক্ষাৎ ছাত্ৰ সন্থাৰ
AASU : ৰাজ্যত বিদ্যুতৰ বিল অস্বাভাৱিক বৃদ্ধিয়ে গ্ৰাহকক জ্বলা-কলা খোৱাইছে ৷ সমগ্ৰ অসমতে ইয়াৰ বিৰুদ্ধে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ বিলৰ ...
Read moreDetails