ADVERTISEMENT

Tag: ASSAM FIGHTS CORONAVIRUS

১০ দিনত অসম আৰোগ্য নিধিত ১৫ কোটি টকা জমা :ক’ভিড-১৯ৰ বিৰুদ্ধে যুজঁ দিবলৈ বৰ্তমানলৈ ৭১২৩ গৰাকী লোকৰ বৰঙণি

বিশ্বব্যাপী ত্ৰাস সৃষ্টিকাৰী  ক'ভিড-১৯ ভাইৰাছ সংক্ৰমণৰ পৰা  অসমৰ জনসাধাৰণৰ স্বাস্থ্যৰ সুৰক্ষাৰ বাবে ৰাজ্য চৰকাৰে সাম্ভাব্য সকলো পদক্ষেপ গ্ৰহণ কৰা সামান্তালভাৱে ...

Read more

ৰাজ্যত কৰ’নাত আক্ৰান্তৰ সংখ্যা ২৬ জনলৈ বৃদ্ধি

বিশ্বজুৰি মহামাৰী ৰূপ ধাৰণ কৰা ক'ভিড-১৯ ভাইৰাছত  আক্ৰান্তৰ সংখ্যা অসমত ২৬ জনলৈ বৃদ্ধি পালে | স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ...

Read more

নগাঁৱত খাদ্য-ঔষধৰ অভাৱত ফাৰ্মতে মৃত্যু শ শ ব্ৰয়লাৰ

ক'ভিড-১৯ ৰ ভয়াৱহতাৰ পৰিপ্ৰেক্ষিতত দেশজুৰি অব্যাহত থকা ২১দিনীয়া তলাবন্ধৰ ফলত নগাঁও জিলাৰ ব্ৰয়লাৰ পালক সকল চৰম বিপৰ্যয়ৰ সন্মুখীন হৈছে। লকডাউনে ...

Read more

ভাৰতত প্ৰায় তিনি হেজাৰ সংক্ৰমিত,মৃত্যু কমেও ৭১জন

দেশত বিগত ২৪ ঘন্টাত আক্ৰান্তৰ হাৰ সৰ্বাধিক প্ৰায় পাঁচশজন হৈছে ৷এই পৰ্যন্তত ভাৰতত মুঠ আক্ৰান্তৰ সংখ্যা প্ৰায় তিনি হাজাৰ আৰু ...

Read more

শিলঘাট বিহডুবিত ব্ৰহ্মপুত্ৰৰ বালিতে নষ্ট হৈছে শ শ বিঘা তৰমুজ খেতি

তৰমুজৰ খেতি কৰি স্বাৱলম্বী হোৱাৰ প্ৰয়াস চলোৱা নগাঁও জিলাৰ কলিয়াবৰ মহকুমাৰ অন্তৰ্গত শিলঘাটৰ বিহডুবি অঞ্চলৰ একাংশ কৃষকে চকুৰে সৰিয়হফুল দেখিছে। ...

Read more

ওদালগুৰিৰ অসামৰিক চিকিৎসালয় পৰিদৰ্শন মন্ত্ৰী ৰিহন দৈমাৰীৰ

বিশ্বব্যাপী মহামাৰীৰ ৰূপ ধাৰণ কৰা ক'ভিড-১৯ত দেশৰ লগতে হঠাৎ ৰাজ্যত এই ভাইৰাছত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ সময়তে আজি দিনৰ ১১ ...

Read more

খাদ্য বিচাৰি পথলৈ ওলাই গ’ল তিনি ক’ভিদ -১৯ আক্রান্ত

কৰ'না ভাইৰাছৰ উপস্থিতি ধৰা পৰা তিনিজন কৰ'না ভাইৰাছ সংক্ৰমিত ৰোগীক কেন্দ্ৰ কৰি আজি গোৱালপাৰা অসামৰিক চিকিৎসালয়ত হাহাকাৰ অৱস্থাৰ সৃষ্টি হয়।ক'ভিড-১৯ ...

Read more

পুনৰ ভিডিঅ’ বাৰ্তাৰ জৰিয়তে দেশবাসীক সম্বোধন কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে : ক’ৰ’নাক পৰাস্ত কৰি ঐক্যতাৰে আগবাঢ়ি যোৱাৰ সংকল্পবদ্ধ হোৱাৰ আহ্বান

পাঁচ এপ্ৰিল ৰবিবাৰে নিশা ন বজাত ন মিনিটৰ বাবে ঘৰৰ লাইট বন্ধ কৰি মমবাতি,  চাকি, টৰ্চ নাইবা মোবাইলৰ ফ্লাচ জ্বলাবলৈ ...

Read more
Page 5 of 6 1 4 5 6