Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Shocking robbery in Nagaon:নগাঁও চহৰৰ মৰিকলঙত নিশা চাঞ্চল্যকৰ ডকাইতি

    লুইজিয়ানাত পুনৰ গুলিচালনা, শ্বপিং মলত আতংক!

    মণিপুৰত নতুন সমীকৰণ,নাগা–কুকি সংঘাতত বৃদ্ধি উত্তেজনা, গুলিচালনাত নিহত দুজন

    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home COVID-19

খাদ্য বিচাৰি পথলৈ ওলাই গ’ল তিনি ক’ভিদ -১৯ আক্রান্ত

publisher by publisher
April 3, 2020
in COVID-19, News
Reading Time: 1 min read
0
খাদ্য বিচাৰি পথলৈ ওলাই গ’ল তিনি ক’ভিদ -১৯ আক্রান্ত
1
SHARES
9
VIEWS
ShareShareShareShare

কৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰা তিনিজন কৰ’না ভাইৰাছ সংক্ৰমিত ৰোগীক কেন্দ্ৰ কৰি আজি গোৱালপাৰা অসামৰিক চিকিৎসালয়ত হাহাকাৰ অৱস্থাৰ সৃষ্টি হয়।ক’ভিড-১৯ ৰোগীক চিকিৎসা কৰিব পৰাকৈ প্রয়োজনীয় সা-সুবিধা উপলব্ধ নথকা বাবে আতংকিত হৈ পৰা চিকিৎসালয়খনৰ চিকিৎসক তথা চিকিৎসাকৰ্মী সকলে প্ৰতিবাদত মুখৰ হৈ দায়িত্বৰ পৰা বিৰত থকাৰ সিদ্ধান্ত লয়। যোৱা নিশা গোৱালপাৰা জিলাৰ তিনিজন লোকে কৰ’না ভাইৰাছত আক্ৰান্ত হোৱাটো নিশ্চিত হোৱাৰ পাছত তেওঁলোকক অসামৰিক চিকিৎসালয়ত প্ৰতিষ্ঠা কৰা আছুতীয়া কক্ষত ৰখাৰ ব্যৱস্থা কৰা হৈছিল। কিন্তু চিকিৎসালয়খনত বিশেষ সুৰক্ষামূলক ব্যৱস্থা নথকাৰ বাবে চিকিৎসাকৰ্মীসকল আতংকিত হৈ পৰে।

ADVERTISEMENT

উল্লেখ্য যে, কৰ’নাত আক্ৰান্ত সন্দেহত বিগত কিছুদিন ধৰি জিলাখনৰ বহুতকে পৰীক্ষা কৰা হৈছিল। ইয়াৰে অধিকাংশৰে পৰীক্ষাত নিগেটিভ ওলালেও দিল্লীৰ নিজামুদ্দিন মাৰ্কাজলৈ যোৱা গোৱালপাৰাৰ তিনিজন লোকৰ শৰীৰত কৰ’না ভাইৰাছৰ নমুনা পায়। ইয়াৰ পিছতে তিনিওজনক  নিজক নিৰাপত্তাক লৈ ফৰেষ্ট গেটৰ নগৰ স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰৰ পৰা গোৱালপাৰা অসামৰিক চিকিৎসালয়লৈ অনা হয় যদিও নিজৰ নিৰাপত্তাক লৈ শংকিত হৈ পৰে চিকিৎসালয়খনৰ একাংশ চিকিৎসক, নাৰ্ছ তথা অন্যান্য স্বাস্থ্যকৰ্মী। অন্যহাতে, মাৰাত্মক কৰ’না ভাইৰাছৰ স’তে মোকাবিলা কৰাৰ বাবে চিকিৎসালয়খনত কোনো প্ৰশিক্ষণপ্রাপ্ত চিকিৎসক নাই

RelatedPosts

Goalpara:মাকৈৰ মূল্য হ্ৰাস, গোৱালপাৰা-বৰপেটাৰ কৃষকৰ মাজত হাহাকাৰ

আমেৰিকাত নতুনকৈ ত্রাস সৃষ্টি কৰিছে ক’ভিডে

Wild Elephant Attack:গোৱালপাৰাত অব্যাহত বন্যহস্তীৰ উপদ্ৰৱ

ক’ভিড-১৯ ৰোগীৰ আছুতীয়া কক্ষ অন্যান্য ৰোগীৰ কক্ষৰ সমীপতে হোৱাৰ বাবেও সকলো চিন্তিত হৈ পৰিছে।আনকি অন্যান্য কক্ষত নিয়োজিত ৱাৰ্ডবয় দুজনকে আছুতীয়া কক্ষৰো দায়িত্ব দিয়াত চিকিৎসা কৰ্মী সকল ক্ষুন্ন হৈছে। কিয়নো আছুতীয়া কক্ষত নিয়োজিত স্বাস্থ্যকৰ্মী সকলৰ সৈতে যিকোনো অসাৱধান মুহূৰ্তত মিলামিছা হোৱাৰো আশংকা কৰিছে চিকিৎসালয় খনৰ চিকিৎসাকৰ্মী সকলে। এই বিষয়তে ক্ষুন্ন হৈ আজি চিকিৎসক, নাৰ্ছ তথা অন্যান্য স্বাস্থ্যকৰ্মী সকলে দায়িত্বৰ পৰা বিৰত থাকি প্ৰতিবাদ সাব্যস্ত কৰে। ক’ভিড-১৯ প্ৰতিৰোধী সামগ্ৰী লাভ নকৰা পৰ্যন্ত কোনো চিকিৎসক, নাৰ্ছ তথা স্বাস্থ্যকৰ্মীয়ে কৰ’নাত আক্ৰান্তক চিকিৎসা সেৱা আগবঢ়াই বুলিও প্ৰতিবাদকাৰী সকলে স্পষ্ট কৰি দিয়ে। অৱশ্যে, পৰৱৰ্তী সময়ত জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ দাসে তেওঁলোকক বুজনি দি সৈমান কৰায়। 

ইপিনে , এই প্ৰতিবাদৰ মাজতে ভোকত থকা ক’ভিড-১৯ত আক্ৰান্ত ৰোগী তিনিজনে সকলোৰে অলক্ষিতে খাদ্য বিচাৰি চিকিৎসালয়ৰ বাহিৰলৈ ওলাই আহে। অৱশ্যে চিকিৎসালয় কৰ্তৃপক্ষই তেওঁলোকক প্ৰত্যক্ষ কৰাৰ লগে লগেই পুনৰ আছুতীয়া কক্ষলৈ ঘূৰাই পঠায়। খাদ্য যোগান নথকাৰ বাবেই ৰোগী তিনিজন এইদৰে ওলাই অহা বুলি অভিযোগ উঠিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: ASSAM FIGHTS CORONAVIRUSCovid-19FIGHT AGAINST COVID-19GOALPARASTAY HOME STAY SAFE
publisher

publisher

Related Posts

Shocking robbery in Nagaon:নগাঁও চহৰৰ মৰিকলঙত নিশা চাঞ্চল্যকৰ ডকাইতি
News

April 24, 2026
লুইজিয়ানাত পুনৰ গুলিচালনা, শ্বপিং মলত আতংক!
News

লুইজিয়ানাত পুনৰ গুলিচালনা, শ্বপিং মলত আতংক!

April 24, 2026
মণিপুৰত নতুন সমীকৰণ,নাগা–কুকি সংঘাতত বৃদ্ধি উত্তেজনা, গুলিচালনাত নিহত দুজন
India

মণিপুৰত নতুন সমীকৰণ,নাগা–কুকি সংঘাতত বৃদ্ধি উত্তেজনা, গুলিচালনাত নিহত দুজন

April 24, 2026
সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক
News

সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

April 23, 2026
ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন
News

ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

April 23, 2026
পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!
India

পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

April 23, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d