ADVERTISEMENT

Tag: Dispur

গীতানগৰৰ সোনাৰাম পথৰ জৰাজীৰ্ণ অৱস্থা

বৃহত্তৰ গীতানগৰ অঞ্চলৰ বাট-পথৰ সীমাহীন জৰাজীৰ্ণ অৱস্থাই বছৰ বছৰ জুৰি অঞ্চলবাসীক জুৰুলা কৰি আহিছে । বিভাগীয় কৰ্তৃপক্ষৰ চৰম কাণ্ডজ্ঞানহীনতাৰ বাবে ...

Read moreDetails

মুখ্যমন্ত্ৰীৰ ঘোষিত ২২শ কোটি টকাৰ কোটিএ ২২ কোটিৰো তদন্ত নহ’ল

দুৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহনশীলতাৰ শ্ল'গানৰ বিপৰীতে দিছপুৰত চলিছে হাড়গিলাৰ দৌৰাত্ম্য। ৰাজ্য চৰকাৰৰ সমাজ কল্যাণ বিভাগত সংঘটিত হোৱা ২২শ কোটিটকীয়া ভয়াবহ ...

Read moreDetails

মুখ্যমন্ত্ৰীৰ ভূমিকা ৰহস্যৰ আৱৰ্তত

দিছপুৰৰ পৃষ্ঠপোষকতাতে যে ৰাজ্যত কয়লাৰ অবৈধ ব্যৱসায় তথা ছিণ্ডিকেট অব্যাহত আছে সেয়া সাম্প্ৰতিক গতি বিধিয়ে পুনৰ প্ৰতিষ্ঠা কৰিছে ৷ চৰকাৰী ...

Read moreDetails

দিছপুৰত দুবছৰে পৰি ৰ’ল লুণ্ঠনকাৰী ঠিকাদাৰক ব্লেকলিষ্টেড কৰাৰ ফাইল

সমাজ কল্যাণ বিভাগত সংঘটিত বিয়াগোম কেলেংকাৰিৰ অন্যতম অভিযুক্ত পৱন আগৰৱালাৰ ৰক্ষণাবেক্ষণত থিয় দিছে দিছপুৰৰ প্ৰভাৱশালী চক্ৰ ৷ ফলত বিগত দুবছৰ ...

Read moreDetails

গোপাল বড়ো স্কুলৰ ভূমি বেদখলৰ চৰকাৰী চক্ৰান্তক লৈ তীব্ৰ ক্ষোভ

এখন আদৰ্শ শিক্ষানুষ্ঠান হোৱাৰ সকলো সম্ভৱনা বহন কৰাৰ সত্ত্বেও দিছপুৰৰ ৰাজধানী চৌহদৰ গাতে লাগি থকা ঐতিহ্যমণ্ডিত গোপাল বড়ো চৰকাৰী উচ্চতৰ ...

Read moreDetails
Page 9 of 9 1 8 9