Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    অপছন্দৰ বাতৰি প্ৰচাৰ কৰা সংবাদগোষ্ঠীক চৰকাৰে মৃত্যুৰ মুখলৈ ঠেলি দিয়াৰ ষড়যন্ত্ৰত লিপ্ত হৈছে: পাঠক

    পাথৰিঘাটত বিধ্বস্ত কাঠৰ দলং, লোকনির্মাণ বিভাগৰ গাফিলতিত দুৰ্ঘটনাৰ আশংকা

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    প্রতি ১০ চিকিৎসকৰ ছজন কৰ্মক্ষেত্ৰত হিংসাৰ বলি: অর্ধেকাংশ ঘটনাৰ অভিযোগ দাখিল নহয়

    শুৱালকুছি-বংশৰৰ পাহাৰত ভূ-মাফিয়াৰ খনন

    শুৱালকুছি-বংশৰৰ পাহাৰত ভূ-মাফিয়াৰ খনন

    Guripur:পত্নীহন্তা ৰামানুজৰ নিথৰ দেহ চমজি ল’ব পিতৃয়ে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    আপোনাৰ ফোনটো ব্যৱহাৰ নকৰাকৈয়ে গৰম হৈ আছে নেকি?

    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

গোপাল বড়ো স্কুলৰ ভূমি বেদখলৰ চৰকাৰী চক্ৰান্তক লৈ তীব্ৰ ক্ষোভ

publisher by publisher
June 9, 2020
in Assam, News
Reading Time: 1 min read
0
গোপাল বড়ো স্কুলৰ ভূমি বেদখলৰ চৰকাৰী চক্ৰান্তক লৈ তীব্ৰ ক্ষোভ
3
SHARES
29
VIEWS
ShareShareShareShare

RelatedPosts

Guwahati accident:মহানগৰীৰ ৰুক্মিণীগাঁও উৰণ সেতুত নিশা দুর্ঘটনা

Pijush Hazarika:নিবিদা লাভ কৰিও কর্তব্যত গাফিলতি কৰা জলসিঞ্চন বিভাগৰ ঠিকাদাৰক কঠোৰ সকীয়নি জলসিঞ্চন মন্ত্ৰীৰ

এখন আদৰ্শ শিক্ষানুষ্ঠান হোৱাৰ সকলো সম্ভৱনা বহন কৰাৰ সত্ত্বেও দিছপুৰৰ ৰাজধানী চৌহদৰ গাতে লাগি থকা ঐতিহ্যমণ্ডিত গোপাল বড়ো চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় খনক চলে বলে ধ্বংসৰ হে ষড়যন্ত্ৰ কৰিছে ৰাজ্য চৰকাৰে । এনে ষড়যন্ত্ৰৰ বিৰুদ্ধে ছাত্ৰ-ছাত্ৰী তথা ৰাইজে প্ৰতিবাদ গঢ়ি তুলিবলগীয়া হৈছে । শেহতীয়াকৈ বিদ্যালয় খনৰ আন্তঃগাঁথনি শক্তিশালী কৰি এখন আদৰ্শ শিক্ষানুষ্ঠান গঢ়াৰ পৰিৱৰ্তে ইয়াৰ দুবিঘা ভূমিতহে গুৱাহাটী উন্নয়ন বিভাগ তথা গুৱাহাটী মহানগৰৰ উন্নয়ন প্ৰাধিকৰণ(জি এম ডি এ)ৰ চকু পৰিছে ।

ADVERTISEMENT

কে’বামহলীয়া পাৰ্কিং ক্ষেত্ৰ নিৰ্মাণৰ বাবে দিয়া এই বাতৰি দিয়াৰ পাছতে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। ইয়াৰ পৰিপ্ৰেক্ষিত সোমবাৰে বিদ্যালয়খনৰ চৌহদত বহু প্ৰাক্তন ছাত্ৰকে ধৰি স্থানীয় ৰাইজ, বিদ্যালয়ৰ প্ৰতিনিধি, দিছপুৰ ছাত্ৰ সন্থাৰ বিষয়ববীয়া আদি সমবেত হয়।চৰকাৰৰ উদ্দেশ্য কোনো কাৰণতে সফল হ’বলৈ দিয়া নহব বুলি সকলোৱে দৃঢ় মত পোষণ কৰে।

আনহাতে দিছপুৰৰ ছাত্ৰ সন্থাৰ সভাপতি আৰফাট আলী আৰু সাধাৰণ সম্পাদক জ্যোতিৰময় তালুকদাৰৰ নেতৃত্বত সংগঠনটোৰ এটা দল জি এম ডি এৰ কাৰ্যালয়লৈ গৈ সমগ্ৰ বিষয়টো বুজ লয়। দলটোৰ আগত জি এম ডি এৰ কৰ্তৃপক্ষই বিদ্যালয় খনৰ উক্ত ভূমি বহুমূলীয়া পাৰ্কিং নিৰ্মাণৰ বাবে বিচাৰি উপায়ুক্ত ক অধিগ্ৰহণ কৰি দিয়াৰ আবেদন জনোৱাৰ কথা স্বীকাৰ কৰে। উল্লেখ্য যে জি এম ডি এয়ে যোৱা পহিলা জুনত উপায়ুক্ত বিশ্বজি‌ৎপেগুক উক্ত পত্ৰ খন দিছিল । ছাত্ৰ সন্থাৰ দলটোক জি এম ডি এৰ পৰা অৱগত কৰা হয় যে বৃহত্তৰ গণেশগুৰি অঞ্চলত পাৰ্কিং ক্ষেত্ৰ নিৰ্মাণৰ বাবে তেওঁলোকে জৰীপ চলাওতে গোপাল বড়ো স্কুলৰ গোপাল বড়োৰ উক্ত ভূমি খিনিত দৃষ্টিগোচৰ হয়।

তাৰ পাছতে ভূমি খিনি অধিগ্ৰহণ কৰি ডি এম ডি এক হস্তান্তৰ কৰিবলৈ উপায়ুক্ত ক আহ্বান জনায় । কিন্তু দিছপুৰ ছাত্ৰ সন্থাৰ প্ৰতিনিধিদলটোৱে জি এম ডি এৰ কৰ্তৃপক্ষক তেওঁলোক উদ্দেশ্যৰ পৰা আঁতৰি আহিবলৈ দাবী জনায়। বিদ্যালয়ৰ ভূমি কোনো কাৰণতে জি এম ডি এই হস্ত গত কৰিব নোৱাৰিব বুলি তেওঁলোকে সকীয়াই দিয়ে। তাৰ পৰিৱৰ্তে বিদ্যালয় খনক এখন আদৰ্শ শিক্ষানুষ্ঠান ৰূপে গঢ়ি তোলাত আগভাগ লবলৈ দাবী জনায়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AssamDispurGopal Boro Government Higher Secondary SchoolGuwahati
publisher

publisher

Related Posts

অপছন্দৰ বাতৰি প্ৰচাৰ কৰা সংবাদগোষ্ঠীক চৰকাৰে মৃত্যুৰ মুখলৈ ঠেলি দিয়াৰ ষড়যন্ত্ৰত লিপ্ত হৈছে: পাঠক
Assam

September 14, 2026
পাথৰিঘাটত বিধ্বস্ত কাঠৰ দলং, লোকনির্মাণ বিভাগৰ গাফিলতিত দুৰ্ঘটনাৰ আশংকা
Assam

পাথৰিঘাটত বিধ্বস্ত কাঠৰ দলং, লোকনির্মাণ বিভাগৰ গাফিলতিত দুৰ্ঘটনাৰ আশংকা

September 14, 2026
মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল
Entertainment

মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

September 14, 2026
প্রতি ১০ চিকিৎসকৰ ছজন কৰ্মক্ষেত্ৰত হিংসাৰ বলি: অর্ধেকাংশ ঘটনাৰ অভিযোগ দাখিল নহয়
India

প্রতি ১০ চিকিৎসকৰ ছজন কৰ্মক্ষেত্ৰত হিংসাৰ বলি: অর্ধেকাংশ ঘটনাৰ অভিযোগ দাখিল নহয়

September 14, 2026
শুৱালকুছি-বংশৰৰ পাহাৰত ভূ-মাফিয়াৰ খনন
Assam

শুৱালকুছি-বংশৰৰ পাহাৰত ভূ-মাফিয়াৰ খনন

September 14, 2026
Guripur:পত্নীহন্তা ৰামানুজৰ নিথৰ দেহ চমজি ল’ব পিতৃয়ে
Assam

Guripur:পত্নীহন্তা ৰামানুজৰ নিথৰ দেহ চমজি ল’ব পিতৃয়ে

September 14, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d