ADVERTISEMENT

Tag: Jammu and Kashmir

Jammu and Kashmir : জম্মু আৰু কাশ্মীৰত গুলী সংঘৰ্ষ, নিহত তিনি জইছ সন্ত্ৰাসবাদী, এক লস্কৰ-ই-তইবা সদস্য

উপত্যকাত সন্ত্ৰাসবাদী দমনত সাফল্য লাভ নিৰাপত্তা বাহিনীয়ে । বুধবাৰে জম্মু আৰু কাশ্মীৰত নিৰাপত্তা বাহিনীৰ স'তে গুলীয়াগুলীত চাৰি সন্ত্ৰাসবাদী নিহত হৈছে ...

Read moreDetails

জম্মু-কাশ্মীৰত নিৰাপত্তাৰক্ষী আৰু আৰক্ষীৰ এনকাউণ্টাৰত নিহত দুই জে ই এম ৰ সন্ত্ৰাসবাদী

জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে নিৰাপত্তা বাহিনী আৰু কশ্মীৰ আৰক্ষীয়ে লাভ কৰিছে বৃহৎ সফলতা । শুকুৰবাৰে পুৱা জম্মু-কাশ্মীৰৰ বাৰামুল্লাত সংঘটিত হোৱা এক ...

Read moreDetails

ভূমিপুত্র নহ’লেও পাব ভোটাধিকাৰ, জম্মু আৰু কাশ্মীৰত ঐতিহাসিক ঘোষণা নির্বাচন আয়োগৰ

ভূমিপুত্র নহ'লেও পাব ভোটাধিকাৰ । জম্মু আৰু কাশ্মীৰ সন্দৰ্ভত ঐতিহাসিক ঘোষণা নির্বাচন আয়োগৰ । বুধবাৰে কেন্দ্রশাসিত প্রদেশখনৰ মুখ্য নির্বাচনী বিষয়া ...

Read moreDetails

Jammu and Kashmir : জম্মু আৰু কাশ্মীৰত গুলি সংঘৰ্ষ, নিৰাপত্তা বাহিনীৰ গুলিত নিহত সন্ত্ৰাসবাদী

সেনা-সন্ত্ৰাসবাদী গুলি সংঘৰ্ষত পুনৰ উত্তেজনাৰ সৃষ্টি হ'ল জম্মু আৰু কাশ্মীৰত । শনিবাৰে পুৱা বাৰামুলা জিলাত সংঘৰ্ষত এজন সন্ত্ৰাসবাদী নিহত হৈছে ...

Read moreDetails

Mehbooba Mufti : শত্রুপক্ষৰ অঞ্চল দখল কৰিছে নেকি ? : মেহবুবা মুফতি

জোৰ কৰি জনসাধাৰণক জাতীয় পতাকা কিনিবলৈ বাধ্য কৰিছে জম্মু-কাশ্মীৰ প্রশাসনে । স্বাধীনতা দিৱসৰ পূৰ্বে ‘হৰ ঘৰ ত্ৰিৰংগা’ প্রকল্পক কটাক্ষ কৰি ...

Read moreDetails

Drone : জম্মু-কাশ্মীৰত সীমান্ত অঞ্চলত চাঞ্চল্য ! ১৫ মিনিট পাছত পাকিস্তান অভিমুখী ড্র’ন

কাশ্মীৰত ৰহস্যময় ড্র'ন পৰিলক্ষিত । আৰক্ষী সূত্র‌ই সংবাদ সংস্থাক জনাইছে, ড্র'নটো পাকিস্তানৰ । সাম্বা জিলাত মাংগু চক গাঁৱত ভাৰত-পাকিস্তান সীমান্ত ...

Read moreDetails

Jammu and Kashmir : বিদ্যালয় চলাইছে সন্ত্ৰাসবাদী সমৰ্থিত ট্রাষ্টে, ৩০০ বিদ্যালয় বন্ধ কাশ্মীৰত ? অনিশ্চয়তাত শিক্ষাৰ্থী

অনিশ্চয়তাত দিন কটাইছে জম্মু আৰু কাশ্মীৰৰ তিনিশটা বেচৰকাৰী বিদ্যালয়ত অধ্যয়নৰত সহস্ৰাধিক শিক্ষাৰ্থীয়ে । আগন্তুক ১৫ দিনৰ ভিতৰত এই বিদ্যালয়সমূহ বন্ধ ...

Read moreDetails

Jammu and Kashmir : ঘৰত ছুটি কটাবলৈ আহি সন্ত্ৰাসবাদীৰ গুলীত নিহত জম্মু আৰু কাশ্মীৰৰ আৰক্ষী বিষয়া

কিছু দিনৰ ছুটি লৈ গাঁৱৰ ঘৰত গৈছিল জম্মু আৰু কাশ্মীৰ আৰক্ষীৰ ছাব-ইনস্পেক্টৰ ফাৰুক আহমেদ মিৰ । শুকুৰবাৰে নিশা ঘৰৰ কাষৰ ...

Read moreDetails

Bank Holidays : অচিৰে চাৰিদিন বন্ধ থাকিব বেংক; জানক কোন কোন দিনা ?

অতি সম্প্রতি চাৰিদিন বন্ধ থাকিব বেংক । মাহৰ প্রায় মাজভাগতে বেংক বন্ধ থকাৰ বাবে সাধাৰণভাৱেই সংকটৰ সৃষ্টি হ'ব পাৰে । ...

Read moreDetails

নিয়ন্ত্ৰণৰ বাহিৰলৈ কাশ্মীৰ

শেহতীয়াকৈ বিশেষভাৱে কিছু সংখ্যক লোকক লক্ষ্য কৰি লৈ সন্ত্ৰাসবাদীয়ে জধে-মধে হত্যা কৰাৰ পাছতে কাশ্মীৰত পুনৰ জটিল পৰিস্থিতিৰ সৃষ্টি হৈছে । ...

Read moreDetails
Page 2 of 6 1 2 3 6