ADVERTISEMENT

Tag: Sri Lanka

এফালে কৰ’নাৰ সান্ধ্য আইন, আনফালে তীব্ৰ খাদ্য সংকটঃ জৰুৰী অৱস্থা ঘোষণা শ্ৰীলংকাত

ক'ভিড-১৯ ভাইৰাছৰ হ্ৰাসত ইতিমধ্যে বহু দেশৰ অৱস্থা শোচনীয় হৈছে । গণ সংক্ৰমণ প্ৰতিৰোধ কৰিবলৈ সান্ধ্য আইন, তলাবন্ধৰ দৰে পদক্ষেপ গ্ৰহণ ...

Read moreDetails

বাের্খা নিষিদ্ধ কৰিব বিচাৰে শ্ৰীলংকাই

দেশৰ নিৰাপত্তাৰ স্বাৰ্থত মুছলমান মহিলাৰ বােখা পৰিধানত নিষেধাজ্ঞা আৰােপ কৰিব বিচাৰিলে শ্রীলংকাই। তদুপৰি দেশখনত থকা এহেজাৰৰাে অধিক মাদ্রাছাও বন্ধ কৰিবলৈ ...

Read moreDetails

দেশজুৰি হোৱা প্ৰতিবাদৰ বাবে ভাৰতৰ স’তে বন্দৰ চুক্তি বাতিল কৰিলে শ্ৰীলংকাই

দেশজুৰি হোৱা প্ৰবল প্ৰতিবাদৰ বাবে ভাৰতৰ স'তে বন্দৰ টাৰ্মিনেল গঢ়াৰ চুক্তি বাতিল কৰিলে শ্ৰীলংকাই । বন্দৰটো বেচৰকাৰীকৰণৰ বিৰুদ্ধে বহুদিন ধৰি ...

Read moreDetails

চীনৰ সহায়েৰে আইএছআইৰ পৰিকল্পনা

পাকিস্তানৰ চোৰাংচোৱা সংস্থা আইএছআইৰ পৰিকল্পনাত ভাৰতলৈ চোৰাংকৈ সৰবৰাহ হৈ আছে নিষিদ্ধ মাদক দ্রব্য। চোৰাং সৰবৰাহকাৰীক এই ক্ষেত্ৰত চীনেও সহায় কৰাৰ ...

Read moreDetails

বংগোপসাগৰত উৎপন্ন হৈছে ঘূৰ্ণিবতাহ

দিল্লীৰ বতৰ বিজ্ঞানীসকলে আগজাননী সদৰী কৰে যে, বংগোপসাগৰত উৎপন্ন হোৱা নিম্নচাপ ঘূৰ্ণিবতাহ 'বুৰেভি'ত পৰিণত হৈ কেৰালাৰ স্থলভাগত আহিব পাৰে । ...

Read moreDetails

সংবাদমেলত কেঁচা মাছত কামোৰ দিলে প্ৰাক্তন মীন মন্ত্ৰীয়ে

কেঁচা মাছ কামুৰি খালে শ্ৰীলংকাৰ এজন প্ৰাক্তন মন্ত্ৰীয়ে । এখন জনাকীৰ্ণ সংবাদমেলত এই আশ্চৰ্যকৰ ঘটনাটো সংঘটিত কৰে প্ৰাক্তন মন্ত্ৰীজনে । ...

Read moreDetails

শ্ৰী লংকাত নিষিদ্ধ কৰা হৈছে ‘গো-হত্যা ‘

শ্ৰীলংকা চৰকাৰে নিষিদ্ধ কৰিছে 'গো-হত্যা' ।দ্বীপ ৰাষ্ট্ৰখনৰ সংসদীয় সমিতিৰ বৈঠকত এই প্ৰস্তাৱ উত্থাপন কৰে প্ৰধান মন্ত্ৰী মহিন্দা ৰাজাপাক্ষে।শ্ৰী লংকাৰ জনসংখ্যাৰ ...

Read moreDetails

সাংসদ হিচাপে শপত ল’লে মৃত্যুদণ্ডাজ্ঞাপ্ৰাপ্ত হত্যাকাৰীয়ে

গণতান্ত্ৰিক বিধি ব্যৱস্থাত থকা সুৰুঙাৰে সাংসদ হিচাপে শপত গ্ৰহণ কৰিবলৈ সক্ষম হ'ল মৃত্যুদণ্ডাজ্ঞা প্ৰাপ্ত এজন হত্যাকাৰীয়ে । এই ঘটনাটো সংঘটিত ...

Read moreDetails
Page 4 of 4 1 3 4