ADVERTISEMENT

Tag: Ukraine

Ukraine-Russia Conflict : আৰু ২৪ ঘণ্টা ! শেষ হ’ব হাস্পাতালৰ অক্সিজেন সৰবৰাহ, ইউক্রেইনক লৈ উদ্বেগ প্রকাশ হু-ৰ

আৰু মাত্র ২৪ ঘণ্টা । তাৰ পাছতেই শেষ হ'ব ইউক্রেইনৰ সমস্ত হাস্পাতালৰ অক্সিজেন সৰবৰাহ । এই সতর্কবার্তা দিলে বিশ্ব স্বাস্থ্য ...

Read moreDetails

ইউক্ৰেইনৰ পূৱ অংশৰ পৰা পশ্চিমত ভ্ৰমণ কৰা অসম্ভৱ, সহায় বিচাৰিছে অসমৰ অৰিন্দমে

অসমৰ এজন ছাত্ৰ অৰিন্দম ফুকনে এটা ভিডিঅ' বার্তাত জনাইছে যে তেওঁ ইউক্ৰেইনৰ পশ্চিম অংশত আবদ্ধ হৈ আছে । তেওঁ বৰ্তমান ...

Read moreDetails

ৰেলৰ পৰা ওলিয়াই দিয়া হৈছে, লাঠিৰে আক্ৰমণ কৰা হৈছে : কিয়েভ ষ্টেচনৰ পৰা ছাত্ৰীৰ ভিডিঅ’ বার্তা

ইউক্রেনৰ কিয়েভত আবদ্ধ হৈ পৰা এগৰাকী ভাৰতীয় ছাত্রীয়ে আজি সংবাদ সংস্থাক এটা ভিডিঅ' প্ৰেৰণ কৰি কয় যে ভাৰতীয় দূতাবাসৰ নির্দেশমৰ্মে ...

Read moreDetails

ইউক্ৰেইনৰ পৰা উদ্ধাৰ অসমৰ তিনি শিক্ষাৰ্থী

ইউক্ৰেইনত আবদ্ধ অসমৰ তিনিজন শিক্ষাৰ্থীক উদ্ধাৰ কৰিলে এম‌ইএ-য়ে । সন্ধিয়া ৫:৩০ বজাত তেওঁলোক নতুন দিল্লীত উপস্থিত হয় আৰু অসম ভৱনৰ ...

Read moreDetails

ইউক্ৰেইনৰ পৰা আহি গুৱাহাটীত উপস্থিত হ’ল অসমৰ চাৰিগৰাকী শিক্ষাৰ্থী

বিগত পাঁচ দিনধৰি অব্যাহত আছে ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধ । বৰ্তমানলৈকে যুদ্ধত নিহত পাঁচ শতাধিক লোক ।এই পৰিস্হিতিত ইউক্ৰেইনত আৱদ্ধ ...

Read moreDetails

Russia-Ukraine Conflict : ইউক্ৰেইন-ৰাছিয়াৰ যুদ্ধৰ প্ৰভাৱ পৰিছে ভদকা ! পুটিনৰ দেশৰ সুৰা পেলাই দিয়া হৈছে নৰ্দমাত

ইউক্ৰেইন আৰু ৰাছিয়াৰ (Russia-Ukraine War)যুদ্ধৰ প্ৰভাৱ পৰিছে ৰাছিয়ান পানীয় ভদকাৰ ওপৰত ! ইউক্ৰেইনৰ ওপৰত ৰাছিয়াৰ আক্ৰমণৰ প্ৰতিবাদত, বহুতো আমেৰিকা-কানাডিয়ান বাৰৰ ...

Read moreDetails

Ukraine Crisis : অহা ২৪ ঘণ্টা ইউক্ৰেইনৰ বাবে অতি গুৰুত্বপূৰ্ণ , জনছনৰ ওচৰত জেলেনস্কিৰ উদ্বেগ

পৰৱৰ্তী ২৪ ঘণ্টা তেওঁৰ দেশৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী বৰিছ জনছনৰ ওচৰত উদ্বেগ প্ৰকাশ কৰি জনালে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোদিমিৰ ...

Read moreDetails

Russia-Ukraine War : ইউক্রেইনত আবদ্ধ ভাৰতীয় শিক্ষাৰ্থীসকলক উভতাই অনাই প্রধান লক্ষ্য, বৈঠকত বার্তা মোদীৰ

ৰাছিয়া আৰু ইউক্রেইনৰ যুদ্ধ (Russia-Ukraine War) পৰিস্থিতি দিনক দিনে সংকটজনক হৈছে । তেনে সময়তে ইউক্রেইনত আবদ্ধ হৈ থকা হেজাৰ হেজাৰ ...

Read moreDetails

ইউক্ৰেইনৰ পৰা উদ্ধাৰ অসমৰ ছয় শিক্ষাৰ্থী

ইউক্ৰেইনত আবদ্ধ হৈ থকা অসমৰ ছয়জন শিক্ষাৰ্থীক বৈদেশিক মন্ত্ৰণালয়ে উদ্ধাৰ কৰিলে । দেওবাৰে পুৱাই তেওঁলোক পৃথক পৃথক বিমানত নতুন দিল্লী ...

Read moreDetails

Russia-Ukraine Conflict : যুদ্ধক্ষেত্রত নতুন কৌশল, শত্রুক বিভ্রান্ত কৰিবলৈ পথৰ দিকনির্দেশ মচিছে ইউক্রেইনে

ৰুছ সেনাক বিভ্রান্ত কৰিবলৈ নতুন পন্থা অৱলম্বন কৰিছে ইউক্রেইনে । পথৰ সমস্ত চিহ্ন মচি আক্ৰমণকাৰীসকলক দিকভ্রান্ত কৰাৰ কৌশল অৱলম্বন কৰিছে ...

Read moreDetails
Page 13 of 17 1 12 13 14 17